২৬ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ সম্প্ৰচাৰ কৰিব আৰু ইয়াতেই আপুনি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ বাবে আপোনাৰ চিন্তা-ধাৰা বিনিময় কৰিব পাৰিব৷
আপুনি আপোনাৰ চিন্তা-ধাৰা আৰু মতামত তলত দিয়া মন্তব্য অংশত বিনিময় কৰিব পাৰিব৷ ইয়াৰে কিছুমান মতামত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত ব্যৱহাৰ কৰিব৷