Quoteআমাৰ লক্ষ্য হৈছে অভাৱগ্ৰস্ত লোকসকলক অগ্ৰাধিকাৰ দিয়াঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত কৰা ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই আঁচনিৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে কাৰ্যসূচীত যোগদান কৰে। তদুপৰি অনুষ্ঠানত কেইবাগৰাকী কেন্দ্রীয় মন্ত্রী, সাংসদ, বিধায়ক আৰু স্থানীয় পর্যায়ৰ প্রতিনিধিয়েও অংশগ্রহণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ কল্পনা নামৰ এগৰাকী কিন্নৰৰ সৈতে কথা পাতে৷ কল্পনাই সাই কিন্নৰ বচত নামৰ এটা আত্মসহায়ক গোট চলায়। এইবাৰ মহাৰাষ্ট্ৰত কিন্নৰৰ সৈতে এনে এটা গোট গঠন কৰা হৈছে। সংগ্ৰামৰ কাহিনী কওঁতে কল্পনাই প্ৰধানমন্ত্ৰীক সংবেদনশীলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। কিন্নৰসকলৰ কঠিন জীৱনৰ কথা কওঁতে কল্পনাই প্ৰধানমন্ত্ৰীক কয় যে তেওঁলোকে ভিক্ষা আৰু অনিশ্চিত জীৱন যাপন কৰি এই আত্মসহায়ক গোটটো আৰম্ভ কৰিছিল।

চৰকাৰী অনুদানেৰে বাস্কেট বনাবলৈ আৰম্ভ কৰিলে। ইয়াৰ লগতে ইডলী ধোছা আৰু ফুলৰ ব্যৱসায়ো চলাইছিল। প্ৰধানমন্ত্ৰীয়ে কিন্নৰসকলক শিক্ষিত কৰি তেওঁলোকৰ নেতিবাচক ভাবমূৰ্তি শুধৰোৱাত ব্যৱসায়ী হিচাপে কল্পনাৰ ভূমিকাক শলাগ লয়। তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক অভিনন্দন জনায়।

কল্পনাৰ গোটে কিন্নৰসকলক পৰিচয় পত্ৰ প্ৰদান কৰি পিএম স্বনিধিৰ দৰে আঁচনিৰ সুবিধা লৈ কিছু ব্যৱসায় আৰম্ভ কৰি ভিক্ষা ত্যাগ কৰিবলৈ উৎসাহিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কল্পনাৰ অদম্য মনোভাৱৰ বাবে অভিনন্দন জনোৱাৰ লগতে সংগ্ৰামৰ জীৱনত কৰ্মসংস্থাপন সৃষ্টি কৰাৰ বাবে তেওঁক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ লক্ষ্য হৈছে অভাৱগ্ৰস্ত লোকসকলক অগ্ৰাধিকাৰ দিয়া।

 

  • DEVENDRA SHAH March 11, 2024

    #MainHoonModiKaParivar कुछ नेताओं ने काला धन ठिकाने लगाने के लिए विदेशी बैंकों में अपने खाते खोले। प्रधानमंत्री मोदी ने देश में करोड़ों गरीब भाइयों-बहनों के जनधन खाते खोले। मैं हूं मोदी का परिवार!
  • Girendra Pandey social Yogi March 10, 2024

    om
  • Raju Saha February 29, 2024

    joy Shree ram
  • Vivek Kumar Gupta February 24, 2024

    नमो ................🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta February 24, 2024

    नमो ...............🙏🙏🙏🙏🙏
  • Dhajendra Khari February 20, 2024

    ओहदे और बड़प्पन का अभिमान कभी भी नहीं करना चाहिये, क्योंकि मोर के पंखों का बोझ ही उसे उड़ने नहीं देता है।
  • Dhajendra Khari February 19, 2024

    विश्व के सबसे लोकप्रिय राजनेता, राष्ट्र उत्थान के लिए दिन-रात परिश्रम कर रहे भारत के यशस्वी प्रधानमंत्री श्री नरेन्द्र मोदी जी का हार्दिक स्वागत, वंदन एवं अभिनंदन।
  • Manohar Singh rajput February 17, 2024

    जय श्री राम
  • RAKSHIT PRAMANICK February 17, 2024

    Nomoskar nomoskar
  • RAKSHIT PRAMANICK February 17, 2024

    Nomoskar nomoskar
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
A chance for India’s creative ecosystem to make waves

Media Coverage

A chance for India’s creative ecosystem to make waves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in an accident in Nuh, Haryana
April 26, 2025

Prime Minister, Shri Narendra Modi, today condoled the loss of lives in an accident in Nuh, Haryana. "The state government is making every possible effort for relief and rescue", Shri Modi said.

The Prime Minister' Office posted on X :

"हरियाणा के नूंह में हुआ हादसा अत्यंत हृदयविदारक है। मेरी संवेदनाएं शोक-संतप्त परिजनों के साथ हैं। ईश्वर उन्हें इस कठिन समय में संबल प्रदान करे। इसके साथ ही मैं हादसे में घायल लोगों के शीघ्र स्वस्थ होने की कामना करता हूं। राज्य सरकार राहत और बचाव के हरसंभव प्रयास में जुटी है: PM @narendramodi"