প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ শক্তিৰে কাম কৰি যোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি যোৱাৰ প্ৰতিশ্ৰুতি দোহাৰে।
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ অৱদান আৰু উত্তৰ-পূবৰ সৈতে বৰ্তাই ৰখা সম্পৰ্কৰ বিষয়ে বৰ্ণনা কৰা এলানি ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে ‘টুইট’ কৰে:
"আমি সম্পূৰ্ণ শক্তিৰে কাম কৰি যাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিম।"
We will continue working with full vigour and fulfil the development needs of the Northeast. https://t.co/dYMfvIWqew
— Narendra Modi (@narendramodi) March 6, 2023