প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক সংবিধান প্ৰদান কৰা মহান ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদনেৰে ৰাষ্ট্ৰখনৰ প্ৰতি তেওঁলোকৰ দৃষ্টি পৰিপূৰণৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"আজি সংবিধান দিৱসৰ দিনা আমাক সংবিধান প্ৰদান কৰা মহান ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদন কৰিলো আৰু আমাৰ ৰাষ্ট্ৰখনৰ প্ৰতি তেওঁলোকৰ দৃষ্টি পৰিপূৰণৰ অংগীকাৰক দোহাৰিছো।"
Today, on Constitution Day, we pay homage to those greats who gave us our Constitution and reiterate our commitment to fulfil their vision for our nation. pic.twitter.com/eKVwA7NdaB
— Narendra Modi (@narendramodi) November 26, 2022