প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি যোছেফ আৰ বাইডেনে আজি এক ভাৰ্চুৱেল বৈঠকত মিলিত হয়। ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২+২ মন্ত্ৰীৰ আলোচনাৰ বাবে ৱাশ্বিংটন ডিচিত উপস্থিত থকা ৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰেও তেওঁলোকৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমকক্ষ, প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন আৰু বিদেশ সচিব এণ্টনি ব্লিংকেনৰ সৈতে হোৱাইট হাউচত উপস্থিত থাকে।

দুয়োগৰাকী নেতাই কেইবাটাও আঞ্চলিক আৰু গোলকীয় বিষয় যেনে ক’ভিড-১৯ মহামাৰী, বিশ্বব্যাপী অৰ্থনৈতিক পুনৰুদ্ধাৰ, জলবায়ু কাৰ্য, দক্ষিণ এছিয়া আৰু ইণ্ডো-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া উন্নয়ন আৰু ইউক্ৰেইনৰ পৰিস্থিতিৰ ওপৰত ব্যাপক মত বিনিময় কৰে। 

তেওঁলোকে শেহতীয়া বছৰবোৰত দ্বিপাক্ষিক সম্পৰ্কত হোৱা গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ বুজ লয়।

দুয়োগৰাকী নেতাই এইবুলি একমত হয় যে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাটো দুয়োখন দেশৰ বাবে যথেষ্ট লাভজনক হ'ব আৰু লগতে বিশ্বশান্তি, সমৃদ্ধি আৰু স্থিৰতাত অৰিহণা যোগাব।  

 

  • Reena chaurasia August 31, 2024

    modi
  • Reena chaurasia August 31, 2024

    bjp
  • G.shankar Srivastav May 28, 2022

    नमो
  • Sanjay Kumar Singh May 14, 2022

    Jai Shri Laxmi Narsimh
  • ranjeet kumar May 10, 2022

    omm
  • Vivek Kumar Gupta May 06, 2022

    जय जयश्रीराम I
  • Vivek Kumar Gupta May 06, 2022

    नमो नमो.
  • Vivek Kumar Gupta May 06, 2022

    जयश्रीराम
  • Vivek Kumar Gupta May 06, 2022

    नमो नमो
  • Vivek Kumar Gupta May 06, 2022

    नमो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
How the makhana can take Bihar to the world

Media Coverage

How the makhana can take Bihar to the world
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 ফেব্ৰুৱাৰী 2025
February 25, 2025

Appreciation for PM Modi’s Effort to Promote Holistic Growth Across Various Sectors