প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যুদ্ধ-বিধ্বস্ত ইউক্ৰেইনৰপৰা ঘূৰি অহা শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে। শিক্ষাৰ্থীসকলে তেওঁলোকক উদ্ধাৰৰ অভিজ্ঞতা প্ৰধানমন্ত্ৰীগৰাকীক ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ সমষ্টি বাৰাণসীত এই বাৰ্তালাপ অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলে ইউক্ৰেইনৰপৰা আমাৰ নাগৰিকসকলক ঘূৰাই অনাৰ বাবে অব্যাহত থকা অপাৰেশ্যন গংগাৰ বাবে ভাৰত চৰকাৰ, ভাৰতীয় দূতাবাস আৰু প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে। শিক্ষাৰ্থীসকলে ভাৰতৰ ত্ৰিৰংগাৰ শক্তি সম্পৰ্কেও তেওঁলোকৰ সন্তুোষ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই আনিবলৈ চেষ্টাৰ কোনো ক্ৰুটি কৰা নাই আৰু তেওঁলোকক অতি সোনকালে বাকী থকা শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ সম্পূৰ্ণ সহায়ৰ আশ্বাস দিয়ে।

  • Reena chaurasia September 01, 2024

    जय हो
  • Reena chaurasia September 01, 2024

    मोदी
  • Reena chaurasia September 01, 2024

    बीजेपी
  • Vivek Kumar Gupta April 26, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta April 26, 2022

    नमो नमो.
  • Vivek Kumar Gupta April 26, 2022

    जयश्रीराम
  • Vivek Kumar Gupta April 26, 2022

    नमो नमो
  • Vivek Kumar Gupta April 26, 2022

    नमो
  • ranjeet kumar April 06, 2022

    nmo nmo again
  • Kushal shiyal March 25, 2022

    great
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
PM Modi urges states to unite as ‘Team India’ for growth and development by 2047

Media Coverage

PM Modi urges states to unite as ‘Team India’ for growth and development by 2047
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 মে’ 2025
May 25, 2025

Courage, Culture, and Cleanliness: PM Modi’s Mann Ki Baat’s Blueprint for India’s Future

Citizens Appreciate PM Modi’s Achievements From Food Security to Global Power