প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিমাম্বিত ‘ষ্টেচু অৱ ইউনিটি’ক বিষয়বস্তু হিচাপে এটা টেলিভিছন খণ্ড শ্বেয়াৰেৰে কয় যে এয়া এক চাক্ষুস অভিজ্ঞতা হ’ব আৰু অতি সোনকালে কেভাদিয়া ভ্ৰমণৰ ইচ্ছা জগাই তুলিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
“মহিমাম্বিত ‘ষ্টেচু অৱ ইউনিটি’ৰ এই খণ্ডটো এক চাক্ষুস অভিজ্ঞতা হ’ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ই আপোনাক অতি সোনকালে কেভাদিয়ালৈ যাবলৈ উৎসাহিত কৰিব!”
Watching this episode on the majestic ‘Statue of Unity’ will be an eye opening experience but most importantly, it will make you want to visit Kevadia at the very earliest!@souindia https://t.co/qvVE6syCJo
— Narendra Modi (@narendramodi) March 14, 2024