প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক আজি ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰীইন্দ্ৰসেনা ৰেড্ডীয়ে সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পিএমঅ') X-ত পোষ্ট কৰিছে:
"ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰীইন্দ্ৰসেনা ৰেড্ডীয়ে প্ৰধানমন্ত্ৰী @narendramodi সাক্ষাৎ কৰে।"
Governor of Tripura, Shri Indrasena Reddy, met Prime Minister @narendramodi. pic.twitter.com/uKfGcSUGi8
— PMO India (@PMOIndia) June 25, 2024