প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে আজিৰ আত্মনিৰ্ভৰ ভাৰত পেকেজ হৈছে সমাজৰ সকলো শাখাৰ লোকক সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ধাৰাবাহিকতা।
এটা টুইটত শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ''আজিৰ আত্মনিৰ্ভৰ ভাৰত পেকেজে সমাজৰ সকলো শাখাৰ লোকক সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাসমূহে কৰ্ম সংস্থাপন সৃষ্টি কৰা, দুশ্চিন্তাযুক্ত খণ্ডবিলাক সৰল কৰাত সহায় কৰিব, তাৰল্য নিশ্চিত কৰিব, প্ৰস্তুতকৰণক ত্বৰান্বিত কৰিব, ৰিয়েল-এষ্টেট খণ্ডক শক্তি যোগাব আৰু কৃষকসকলক সমৰ্থন কৰিব।''
Today’s Aatmanirbhar Bharat Package continues our efforts to help all sections of society. These initiatives will help in creating jobs, alleviate stressed sectors, ensure liquidity, boost manufacturing, energise real-estate sector & support farmers. https://t.co/lBbDdebk1W
— Narendra Modi (@narendramodi) November 12, 2020