প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী এইচ ই লি ছিয়েন লুঙৰ টুইটৰ উত্তৰ দিছে। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটযোগে জনাইছিল যে তেওঁ এ এম কে, কেবুন বাৰু আৰু ৱাই চি কেৰ বাসিন্দাসকলৰ সৈতে পলমকৈ পোংগল উদযাপন কৰে।
এই টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"আপোনাক এইদৰে দেখি ভাল লাগিল।" সজীৱ তামিল সংস্কৃতি বিশ্বজুৰি জনপ্ৰিয়।"
This is gladdening to see. The vibrant Tamil culture is popular globally. https://t.co/81WsjM5KFS
— Narendra Modi (@narendramodi) February 13, 2023