প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্বাস্থ্য-ক্ষেত্ৰত ভাৰতে নতুন মানক প্ৰতিস্থা কৰিছে, সেয়া লাগিলে পৃথিৱীৰ বৃহত্তম বিনামূলীয়া টীকাকৰণ অভিযানেই হওক অথবা চিকিত্সা আন্তঃগাঁথনিৰ বিকাশেই হওক। তেওঁ কয় যে ক’ৰোনা-বিৰোধী যুঁজৰ বাবে ১৩০ কোটি দেশবাসীয়ে গ্ৰহণ কৰা সংকল্পই নতুন ভাৰতৰ সামৰ্থ্যকে প্ৰতীয়মান কৰিছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,
“ক’ৰোনাৰে যুঁজত ১৩০ কোটি দেশবাসীয়ে যি সংকল্প শক্তিৰ পৰিচয় দিছে, সিয়ে নতুন ভাৰতৰ সামৰ্থ্যকে প্ৰতীয়মান কৰিছে। স্বদেশী প্ৰতিষেধকৰ সৈতে বিশ্বৰ সকলোতকৈ বৃহত্ বিনামূলীয়া টীকাকৰণ অভিযানেই হওক অথবা চিকিত্সা আন্তঃগাঁথনিৰ উন্নয়ণেই হওক, স্বাস্থ্যক্ষেত্ৰত দেশে নিত্য নতুন মানক প্ৰতিস্থা কৰি আছে”।
कोरोना से लड़ाई में 130 करोड़ देशवासियों ने जिस संकल्प शक्ति का परिचय दिया है, वो नए भारत के सामर्थ्य की पहचान है। स्वदेशी टीकों के साथ विश्व का सबसे बड़ा मुफ्त वैक्सीनेशन अभियान हो या मेडिकल इंफ्रास्ट्रक्चर का विकास, स्वास्थ्य के क्षेत्र में देश नित नए मानदंड स्थापित कर रहा है। pic.twitter.com/E92ZC9UxcA
— Narendra Modi (@narendramodi) April 12, 2022