প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক, ২০২০ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জনাইছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “আহক আমি সকলোৱে ভাৰতীয় খেলুৱৈসকলক উৎসাহিত কৰো (#Cheer4India!)৷”
@Tokyo2020ৰ উদ্বোধনী অনুষ্ঠান কেতবোৰ দৃশ্য প্ৰত্যক্ষ কৰো৷
আমাৰ শক্তিশালী দলৰ খেলুৱৈসকলক শুভেচ্ছা জনাও৷#Tokyo2020"
Come, let us all #Cheer4India!
— Narendra Modi (@narendramodi) July 23, 2021
Caught a few glimpses of the @Tokyo2020 Opening Ceremony.
Wishing our dynamic contingent the very best. #Tokyo2020 pic.twitter.com/iYqrrhTgk0