প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱৰ মক্কাৰ নিকটৱৰ্তী অঞ্চলত বাছ দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে৷
‘‘ছৌদি আৰৱৰ মক্কাৰ নিকটৱৰ্তী অঞ্চলত বাছ দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰিছো৷ আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছো’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
Anguished by the news of a bus crash near Mecca in Saudi Arabia. Condolences to the families of those who lost their lives. Praying for a quick recovery of the injured.
— Narendra Modi (@narendramodi) October 17, 2019