উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী পুষ্কৰ সিং ধামীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। তেখেতে তদুপৰি আজি শপতগ্ৰহণ কৰা আন সকলোকে অভিনন্দন জনায়।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আজি শপতগ্ৰহণ কৰা শ্ৰী @pushkardhami আৰু আন সকলোকে অভিনন্দন জনাইছো। উত্তৰাখণ্ডৰ প্ৰগতি আৰু সমৃদ্ধিৰ অৰ্থে কাম কৰিবলৈ আগবঢ়া এই টীমটোক শুভেচ্ছা জনালো।"
Congratulations to Shri @pushkardhami and all others who took oath today. Best wishes to this team as they work towards the progress and prosperity of Uttarakhand.
— Narendra Modi (@narendramodi) July 4, 2021