উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী পুষ্কৰ সিং ধামীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। তেখেতে তদুপৰি আজি শপতগ্ৰহণ কৰা আন সকলোকে অভিনন্দন জনায়।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আজি শপতগ্ৰহণ কৰা শ্ৰী @pushkardhami  আৰু আন সকলোকে অভিনন্দন জনাইছো। উত্তৰাখণ্ডৰ প্ৰগতি আৰু সমৃদ্ধিৰ অৰ্থে কাম কৰিবলৈ আগবঢ়া এই টীমটোক শুভেচ্ছা জনালো।"

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'Operation Brahma': First Responder India Ships Medicines, Food To Earthquake-Hit Myanmar

Media Coverage

'Operation Brahma': First Responder India Ships Medicines, Food To Earthquake-Hit Myanmar
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মাৰ্চ 2025
March 29, 2025

Citizens Appreciate Promises Kept: PM Modi’s Blueprint for Progress