প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উল্লেখ কৰে যে ২০২৫ চনৰ ১৫ জানুৱাৰীত তিনিখনকৈ আগশাৰীৰ নৌসেনাৰ যুদ্ধ জাহাজৰ সূচনা কৰাৰ যোগেদি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী শীৰ্ষ স্থানীয় দেশত পৰিণত হোৱাৰ দিশত আমাৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব আৰু আমাৰ আত্মনিৰ্ভৰশীলতাৰ সাধনাকো তৰান্বিত কৰিব।

মুখপাত্ৰ নৌসেনাই এক্সত কৰা এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখিছে:

‘আমাৰ নৌসেনাৰ ক্ষমতাৰ ক্ষেত্ৰত কাইলৈ ​​১৫ জানুৱাৰীৰ দিনটো এটা বিশেষ দিন হিচাপে বিবেচিত হ’ব। তিনিখনকৈ আগশাৰীৰ নৌসেনাৰ যুদ্ধ জাহাজৰ সূচনাই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী আগশাৰীৰ দেশত পৰিণত হোৱাৰ দিশত আমাৰ প্ৰচেষ্টা আৰু অধিক শক্তিশালী কৰি তুলিব আৰু আত্মনিৰ্ভৰশীলতাৰ দিশতো আমাৰ অভিযান তৰান্বিত কৰিব।”

 

  • Preetam Gupta Raja March 30, 2025

    जय श्री राम
  • கார்த்திக் March 09, 2025

    Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🙏Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩
  • अमित प्रेमजी | Amit Premji March 03, 2025

    nice👍
  • kranthi modi February 22, 2025

    jai sri ram 🚩
  • Vivek Kumar Gupta February 18, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta February 18, 2025

    जय जयश्रीराम ............................🙏🙏🙏🙏🙏
  • Bhushan Vilasrao Dandade February 10, 2025

    जय हिंद
  • Dr Mukesh Ludanan February 08, 2025

    Jai ho
  • Dr Swapna Verma February 06, 2025

    jay shree Ram
  • Bikranta mahakur February 04, 2025

    m
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
PM Modi urges states to unite as ‘Team India’ for growth and development by 2047

Media Coverage

PM Modi urges states to unite as ‘Team India’ for growth and development by 2047
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 মে’ 2025
May 25, 2025

Courage, Culture, and Cleanliness: PM Modi’s Mann Ki Baat’s Blueprint for India’s Future

Citizens Appreciate PM Modi’s Achievements From Food Security to Global Power