New reforms announced in the Budget will give a boost to the economy: PM
Budget aims at the economic empowerment of every citizen in the country: PM Modi
The Union Budget adopts an integrated approach for the Agriculture sector: PM Modi

দূৰদৃষ্টিৰ লগতে কৰ্ম তত্পৰতাক সাৰথি কৰি যুগুতোৱা এইটো দশকৰ প্ৰথমখন বাজেটৰ বাবেমই নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ সতীৰ্থসকলক অভিনন্দন জ্ঞপন কৰিছো। বাজেটতত যিসমূহ নতুন সংস্কাৰৰ কথা ঘোষণা কৰা হৈছে, সেইসমূহ সংস্কাৰে বাস্তৱিকতেই আমাৰ অৰ্থ-ব্যৱস্থাক গতি প্ৰদান কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী নাগৰিককো আৰ্থিক ভাবে স্বস্তি দান কৰিব। এইসমূহ সংস্কাৰে এইটো দশকৰ অৰ্থ-ব্যৱস্থাৰ বুনিয়াদো শক্তিশালী কৰি তুলিব। কৰ্ম সংস্থানৰ আটাইতকৈ প্ৰধান ক্ষেত্ৰ হৈছে কৃষি,, আন্তঃগাঁথনি নিৰ্মাণ, বস্ত্ৰ শিল্প আৰু প্ৰযক্তি। নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে এইবাৰৰ বাজেটত এইকেইটা খণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।

কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লগতে ইয়াক সুনিশ্চিত কৰিবলৈ ১৬টা কৰ্ম পৰিকল্পনাও যুগুতোৱা হৈছে, যিয়ে গ্ৰামীণ ক্ষেত্ৰত কৰ্ম সংস্থান বৃদ্ধিত বিশেষ ভূমিকা পালন কৰিব। বাজেটতত কৃষিক্ষেত্ৰৰ বাবে সংহত প্ৰয়াসত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰয়াসৰ আধাৰত পৰম্পৰাগত কৃষি পদ্ধতিৰ লগতে উদ্যানশস্য, মীন পালন, পশুপালনৰ ক্ষেত্ৰত অধিক গুণ-মান সম্পন্ন পদ্ধতিৰ ব্যৱহাৰৰ জৰিয়তে কৃষিক্ষেত্ৰৰ উত্পাদন বৃদ্ধিৰ আৰু সংস্থাপন বৃদ্ধিৰো উদ্যোগ গ্ৰহণ কৰা হৈছে। ‘নীল-অৰ্থনীতি’ৰ অধীনত যুৱক-যুৱতীসকলে মত্স সংসাধন আৰু বিপণনৰ ক্ষেত্ৰখনতো বিশেষ সুযোগ লাভ কৰিব পাৰিব।

বাজেটতত বস্ত্ৰশিল্পৰ বাবে নতুন অভিযানৰ প্ৰস্তাৱ উথ্থাপন কৰা হৈছে। ‘মেনমেড ফাইবাৰ’-ৰ উত্পান ভাৰতত কৰিব পৰাকৈ ইয়াৰ কেঁচাসামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা শুল্কব্যৱস্থাৰ সংস্কাৰ কৰা হৈছে। বিগত তিনিটা দশকত এনে ধৰণৰ সংস্কাৰৰ দাবী উথ্থাপন কৰি অহা হৈছিল।

‘আয়ুষ্মান ভাৰত যোজনা’ই দেশৰ স্বাস্থ্যখণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিছে। এইটো ক্ষেত্ৰত মানৱ-সম্পদ-চিকিত্সক, নাৰ্ছ, ৰোগীৰ ৰখীয়াসকলৰ লগতে চিকিত্সা সামগ্ৰী নিৰ্মাণ কৰোতাসকলৰ বাবে বহুতো সম্ভাৱনাৰ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে। ইয়াক আৰু বিস্তৃত কৰাৰ বাবে চৰকাৰে নতুন নতুন পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে।

প্ৰযুক্তিখণ্ডত নিয়োগ সম্ভাৱনা সৃষ্টিৰ বাবে এইখন বাজেটত আমি কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছো। নতুন ‘স্মাৰ্ট চিটী’ নিৰ্মাণ, ইলেক্ট্ৰনিক সা-সামগ্ৰীৰ উত্পাদন বৃদ্ধি, ‘ডাটা চেণ্টাৰ পাৰ্ক’ প্ৰতিস্থা কৰা, ‘বায়’ টেকনল’জী’ তথা ‘কোৱাণ্টাম টেকনল’জী’ৰ দৰে ক্ষেত্ৰসমূহৰ বাবে বহুবোৰ নীতিগত উদ্যোগ গ্ৰহণ কৰা হৈছে। ইয়াৰ সুবাদত ‘গোলকীয় প্ৰমূল্য শৃংখল’ৰ অভিন্ন অংগ হোৱাৰ দিশত ভাৰতে দ্ৰুতগতিৰে অগ্ৰগতি লাভ কৰিব।

বাজেটত যুৱ-প্ৰজন্মৰ দক্ষতা বিকাশৰ বাবে নতুন নতুন উদ্ভাৱনশীল পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ ঘোষণা কৰা হৈছে। উদাহৰণস্বৰূপে স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত ‘এপ্ৰেণ্টিছশ্বিপ’, স্থানীয় নিকায়সমূহত ‘ইনটাৰ্ণশ্বিপ’ আৰু ‘অন-লাইন’ত স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ শিক্ষাদানৰ প্ৰস্তাৱ লোৱা হৈছে।ভাৰতৰ পৰা যিসকল যুৱক-যুৱতীয়ে চাকৰিৰ সন্ধানত বিদেশলৈ যাব খোজে, তেওঁলোকৰ বাবে ‘সেঁতু-বদ্ধন পাঠ্যক্ৰম’ৰো ব্যৱস্থা কৰা হৈছে।

ৰপ্তানী আৰু ‘ক্ষুদ্ৰ, লঘূ তথা মজলীয়া উদ্যোগ’ খণ্ডত নিয়োগ সম্ভাৱনা সৃষ্টিত গুৰুত্ব আৰোপ কৰা হৈছে। বাজেটত ৰপ্তানী বৃদ্ধি কৰাৰ বাবে নতুন আঁচনি ঘোষণা কৰা হৈছে। ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ বাবেও বহুকেইটা পদক্ষেপ গ্ৰহণৰ পোষকতা কৰা হৈছে।

আধুনিক ভাৰত প্ৰতিস্থাৰ বাবে আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ বিশেষ প্ৰয়োজনীয়তা আছে। আন্তঃগাঁথনি নিৰ্মাণ খণ্ডত আকৌ বিপুল সংখ্যাত নিয়োগ সম্ভাৱনাৰ সৃষ্টি হয়। ১০০লাখ কোটি টকাৰ বিনিয়োগৰে সম্পাদিত হ’বলগীয়া ৬৫শ নিৰ্মাণ প্ৰকল্পই ব্যাপক হাৰত নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰিব। ‘ৰাষ্ট্ৰীয় ল’জিষ্টিক নীতি’ৰ জৰিয়তেও বেপাৰ, বাণিজ্য আৰু জীৱিকা, এই তিনিটা ক্ষেত্ৰৰ বিশেষ লাভ হ’ব। দেশত ১০০টা বিমানবন্দৰৰউত্তৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা কথাই সৰ্ব সাধাৰণ ৰাইজৰ আকাশত উৰাৰ সপোন সাৰ্থক কৰাৰ লগতে ভাৰতৰ পৰ্যটন ক্ষেত্ৰখনকো এক নতুন মাত্ৰা প্ৰদান কৰিব। আন্তঃগাঁথনি নিৰ্মাণ ক্ষেত্ৰত ‘ষ্টাৰ্ট-আপ’ আৰু ‘প্ৰকল্প বিকাশ কাৰ্যক্ৰম’য়ে যুৱ-শক্তিক এক নতুন শক্তি প্ৰদান কৰিব।

কৰ-ব্যৱস্থাত কৰা বুনিয়াদী সংস্কাৰৰ সুবাদত ভাৰতত এতিয়া অনেক ক্ষেত্ৰত গুণ-মান বৃদ্ধিৰ সম্ভাৱনা বাঢ়িব।

নিয়োগ সম্ভাৱনা সৃষ্টিৰ ববে আটাইতকৈ ডাঙৰ চালিকা শক্তিটোৱেই হৈছে বিনিয়োগ। এই দিশতো কেতবোৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। ‘ব্ৰেণ্ড মাৰ্কেট’-ক শক্তিশালী ৰূপত গঢ়ি তোলাআৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে দীৰ্ঘ ম্যাদী বিত্তীয় সহযোগিতা আগবঢ়োৱাৰো ব্যৱস্থা কৰা হৈছে।

‘লভ্যাংশ বিতৰণ কৰ’ বাতিল কৰাৰ ফলত কোম্পানীসমূহৰ হাতলৈ ২৫হাজাৰ কোটি টকা আহিব আৰু এই ধন ৰাশিয়ে তেওঁলোকক পুনৰ বিনিয়োগৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। বিদেশী বিনিয়োগ ভাৰতলৈ আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিভিন্ন কৰ ৰেহাই দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। ‘ষ্টাৰ্ট আপ’ আৰু গৃহ-নিৰ্মাণৰ ক্ষেত্ৰতো কৰ ৰেহাইৰ সুবিধা আগবঢ়োৱা হৈছে। এই সকলোবোৰ সিদ্ধান্ত দেশৰ ৰ্অ্থনীতিক তীব্ৰগতিত বঢ়োৱাৰ লগতে যুৱ-প্ৰজন্মক কৰ্ম-সংস্থাপনৰ নতুন সুযোগ প্ৰদানৰ লক্ষ্যৰেই গ্ৰহণ কৰা হৈছে।

এতিয়া আমি আয় কৰ ব্যৱস্থা ক্ষেত্ৰটো ‘বিবাদৰ পৰা বিশ্বাস’ৰ যাত্ৰা আৰম্ভ কৰিছো।

আমাৰ কোম্পানী আইনত থকা ভ্ৰান্তিবোৰ আতঁৰোৱাৰ বাবে বৃহত্ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ‘কৰদাতা ঘোষণাপত্ৰ’ৰ দ্বাৰা কৰদাতাসকলৰ অধিকাৰসমূহ স্পষ্ট কৰাৰো দিহা কৰা হ’ব।

‘ক্ষুদ্ৰ লঘূ তথা মজলীয়া উদ্যোগ খণ্ড’ৰে জড়িত ক্ষুদ্ৰ উদ্যোগীসকলৰ ওপৰত আমাৰ চৰকাৰে সদায়ে ভৰসা কৰি আহিছে। বছৰি ৫কোটি টকা পৰ্যন্ত ব্যৱসায়ীক লেনদেনৰ ক্ষেত্ৰত হিচাপ পৰীক্ষণৰ আৱশ্যকতাএতিয়াৰে পৰা নোহোৱা হব। সেইদৰে ‘জমাকাৰীৰ বীমা’ সম্পৰ্কতো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বেংকত তেওঁলোকৰ জমা ধন যে সুৰক্ষিত হৈ আছে এই নিশ্চিতি প্ৰদান কৰাৰ বাবে এতিয়াৰে পৰা ‘জমাকাৰী বীমা’ৰ সীমা বৰ্তমানৰ এক লাখ টকাৰ পৰা ৫লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

‘ন্যূনতম চৰকাৰ, ব্যাপক শাসন’-ৰ প্ৰতিশ্ৰুতিক এইখন বাজেটে আৰু অধিক দৃঢ়তা প্ৰদান কৰিলে।

‘ফেচলেছ আপিল’ৰ ব্যৱস্থা, প্ৰত্যক্ষ কৰৰ নতুন আৰু সৰলীকৰণৰ দিহা, পুনৰ বিনিয়োজনত গুৰুত্ব, স্বয়ংকিয় নামংকণৰ জৰিয়তে পেঞ্চনৰ ব্যৱস্থা, ‘সংঘবদ্ধ ক্ৰয় পদ্ধতি’ৰ দিশত পদক্ষেপ গ্ৰহণৰ দৰে কেতবোৰ প্ৰয়াসে সৰ্ব সাধাৰণ জনতাৰ দৈনন্দিনত জীৱনত চৰকাৰৰ হস্তক্ষেপ হ্ৰাস কৰি তেওঁলোকৰ জীৱনলৈ স্বাচ্ছন্দ্যৰ পৰিমান বৃদ্ধি কৰিব। সেইদৰে শাসনৰ ব্যাপকতা সুনিশ্চিত কৰা বাবে দেশৰ একলাখখন গাঁও পঞ্চায়তৰ অংগণৱাৰী, বিদ্যালয়, স্বাস্থ্য তথা কল্যাণ কেন্দ্ৰ আৰু আৰক্ষী থানাক ‘ব্ৰডবেণ্ড সেৱা’ৰে সংযুক্ত কৰাৰ এক ঐতিহাসিক অভিযানৰ শুভাৰম্ভ কৰা হ’ব।

ইমানদিনে চৰকাৰী চাকৰিৰ বাবে যুৱক-যুৱতীসকলে বেলেগ বেলেগ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হৈছিল। এই পৰম্পৰাৰ পৰিৱৰ্তন সাধন কৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় নিয়োগ সংস্থাৰ দ্বাৰা পৰিচালিত হ’বলগা ‘অনলাইন পদ্ধতিৰ উমৈহতীয়া পৰীক্ষা’ৰ জৰিয়তে নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হব।

কৃষকসকলৰ উত্পাদিত সামগ্ৰীসমূহৰ উচিত বিপণন আৰু পৰিবহণৰ বাবে- কিষাণ ৰে’ল আৰু কৃষি উড়ানৰ দ্বাৰা এক নতুন ব্যৱস্থাৰ সূচনা কৰা হ’ব।

এইখন বাজেটে আয় আৰু বিনিয়োগ বৃদ্ধি কৰাৰ লগতে চাহিদা আৰু গ্ৰাহকৰ ক্ৰয়-সামৰ্থ্যও বৃদ্ধি কৰিব বুলি মোৰ বিশ্বাস হৈছে। সেইদৰে বাজেটখনে বিত্তীয় ব্যৱস্থাপনা আৰু নগদ ধনৰ প্ৰবাহকো ন-ৰূপত উজ্জীৱিত কৰি তুলিব।

এইখন বাজেটে দেশৰ বৰ্তমানৰ আৱশ্যকতাসমূহৰ লগতে এই দশকৰ অনাগত ভৱিষ্যতৰ আশা-আকাংক্ষাসমূহকো পূৰ্ণতা দান কৰিব।

মই আকৌ এবাৰ নিৰ্মলাজী আৰু বিত্ত মন্ত্ৰালয়ৰ সতীৰ্থমণ্ডলীক এখন বাজেট যুগুতাই উলিওৱাৰ বাবে অভিনন্দন জনালো।

বহুত বহুত ধন্যবাদ!!!

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।