Quoteশ্ৰীল ভক্তিৱেদান্ত স্বামী প্ৰভুপাদ জী এজন মহান ভাৰত ভক্তও আছিলঃ প্ৰধানমন্ত্ৰী
Quoteএয়া আমাৰ সংকল্প যে যোগ আৰু আয়ুৰ্বেদৰ আমাৰ জ্ঞানৰ পৰা বিশ্ব উপকৃত হোৱা দৰকাৰঃ প্ৰধানমন্ত্ৰী
Quoteভক্তিকালৰ সামাজিক ক্ৰান্তি নোহোৱা হ'লে ভাৰতৰ মৰ্যাদা আৰু ৰূপ কি হ'ল হেঁতেন সেয়া কল্পনা কৰা টানঃ প্ৰধানমন্ত্ৰী
Quoteশ্ৰীল ভক্তিৱেদান্ত স্বামী প্ৰভুপাদ জীয়ে ভক্তিৱেদান্তক পৃথিৱীৰ চেতনাৰে সংযোগ কৰাৰ কাম কৰিলেঃ প্ৰধানমন্ত্ৰী

হৰে কৃষ্ণ! আজিৰ এই পূণ্য উপলক্ষত আমাৰ সৈতে সংযোজিত হোৱা দেশৰ সাংস্কৃতিক মন্ত্ৰী শ্ৰীমান জি কিষাণ ৰেড্ডী, ইস্কন ব্যুৰো-ৰ অধ্যক্ষ শ্ৰী গোপাল কৃষ্ণ গোস্বামী জী আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আমাৰ সৈতে সংযোজিত হোৱা বন্ধু, কৃষ্ণ ভক্তসকল!

পৰহি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী আছিল আৰু আজি আমি শ্ৰীল প্ৰভুপাদ জীৰ ১২৫সংখ্যক জন্মজয়ন্তী উদযাপন কৰিছো। এয়া এনেকুৱা কথা যেন সাধনাৰ সুখ আৰু সন্তোষ দুয়োটাই লাভ কৰিছো। এনে এক অনুভৱেই আজি সমগ্ৰ পৃথিৱী জুৰি থকা শ্ৰীল প্ৰভুপাদ স্বামীৰ লাখ লাখ অনুগামী, আৰু কোটি কোটি কৃষ্ণ ভক্তই হৃদয়ংগম কৰিছে। মই সন্মুখৰ স্ক্ৰীণত বেলেগ বেলেগ দেশৰ আপোনালোক সাধকবৃন্দক প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছো। এনেকুৱা লাগিছে যেন লাখ লাখ মন এটা মাত্ৰ ভাৱনাৰে একাত্ম হৈছে, লাখ লাখ শৰীৰ এক ‘কমন কনচিয়াছনেছ’-ৰে সংযোজিত হৈছে। এয়া সেই ‘কৃষ্ণ কনচিয়াছনেছ’ যাৰ জ্যোতি প্ৰভুপাদ জীয়ে সমগ্ৰ পৃথিৱীতে বিকিৰিত কৰিছিল।

বন্ধুসকল,

আমি সকলোৱে জানো যে প্ৰভুপাদ স্বামী এক অলৌকিক কৃষ্ণভক্ততো আছিলেই, লগতে তেওঁ এগৰাকী মহান ভাৰত ভক্তও আছিল। তেওঁ দেশৰ স্বতন্ত্ৰতা সংগ্ৰামত অৱতীৰ্ণ হৈছিল। তেওঁ অসহযোগ আন্দোলনৰ সমৰ্থনত স্কটিছ কলেজৰ পৰা ‘ডিপ্লোমা’ পৰ্যন্ত ল’বলৈ অস্বীকাৰ কৰিছিল। আজি এয়া এক সুখকৰ সংযোগেই হয়, দেশে এনে এগৰাকী মহান দেশভক্তৰ ১২৫সংখ্যক জন্মদিন এনে এক সময়ত পালন কৰিছে যি সময়ত ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষ উপলক্ষে আয়োজিত ‘অমৃত মহোত্সৱ’ উদযাপন কৰি আছে। শ্ৰীল প্ৰভুপাদ স্বামীয়ে সদায়ে কৈছিল যে তেওঁ পৃথিৱীৰ দেশ দেশে এইকাৰণেই ভ্ৰমণ কৰি ফুৰিছে কিয়নো তেওঁ ভাৰতৰ সকলোতকৈ অমূল্য নিধি পৃথিৱীক বিলাই দিব বিচাৰে। ভাৰতৰ জ্ঞান-বিজ্ঞান, আমাৰ জীৱন সংস্কৃতি আৰু পৰম্পৰা, চিন্তা-চেতনা— অথ-ভূত দয়াম্ প্ৰতি অৰ্থাত্, প্ৰতিটো জীৱৰ বাবে, প্ৰতিটো জীৱৰ কল্যাণৰ বাবেই! আমাৰ অনুষ্ঠানসমূহৰো শেষ মন্ত্ৰ এয়াই হয়— ইদম্ ন মমম্, অৰ্থা্ত্ এয়া কেৱল মোৰ নহয়। এয়া সমগ্ৰ ব্ৰহ্মাণ্ডৰ বাবে, সমগ্ৰ সৃষ্টিৰ কল্যাণৰ বাবে আৰু সেয়ে, স্বামী জীৰ পূজ্য গুৰুজী শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী জীয়ে তেওঁৰ হৃদয়ত সেই ক্ষমতা প্ৰত্যক্ষ কৰি, তেওঁক নিৰ্দেশ দিছিল যে তেওঁ ভাৰতৰ চিন্তা আৰু দৰ্শনক পৃথিৱীৰ প্ৰান্তে প্ৰান্তে বিস্তাৰিত কৰক। শ্ৰীল প্ৰভুপাদ জীয়ে গুৰুৰ এই আদেশক নিজৰ ‘মিছন’ হিচাপে গ্ৰহণ কৰিছিল আৰু তেওঁৰ তপস্যাৰ পৰিণাম আজি পৃথিৱীৰ চুকে-কোণে দৃষ্টিগোচৰ হৈছে।

|

‘অমৃত মহোত্সৱ’ত ভাৰতে ‘সকলোৰে সৈতে, সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাস’ৰ মন্ত্ৰৰ সৈতে এনে সংকল্পকে আগন্তুক যাত্ৰাৰ বুনিয়াদ কৰিছে। আমাৰ এই সংকল্পৰ কেন্দ্ৰত, আমাৰ এই লক্ষ্যসমূহৰ মূলতো বিশ্ব-কল্যাণৰে ভাৱনা সংপৃক্ত হৈ আছে। আৰু এই সংকল্পসমূহক বাস্তৱায়িত কৰাৰ বাবে সকলোৰে প্ৰয়াসৰ কিমান প্ৰয়োজন সেই কথা আপোনালোক সকলোৱেই জানে। আপোনালোকে ভাবকচোন, প্ৰভুপাদ জীয়ে যদি অকলেই বিশ্বক ইমানখিনি দিবলৈ সক্ষম হৈছিল, তেন্তে আমি যেতিয়া তেখেতৰ আশীৰ্বাদ শিৰত লৈ একত্ৰিত হৈ প্ৰয়াস কৰিম তেন্তে ইয়াৰ পৰিণাম কিমান বিশাল হ’বগৈ পাৰে! আমি নিশ্চিত ভাবেই মানৱীয় চেতনাৰ শীৰ্ষাৰোহণ কৰিবগৈ পাৰিম, য’ৰ পৰা আমি বিশ্বত আৰু বৃহত্ ভূমিকাত অৱতীৰ্ণ হ’বলৈ সক্ষম হ’ম, প্ৰেমৰ মহত্ব মানুহৰ মনে মনে বিয়পাব পাৰিম।

বন্ধুসকল,

মানৱতাৰ কল্যাণৰ বাবে ভাৰতে পৃথিৱীক কিমানখিনি যে দিব পাৰে, আজি তাৰে এক বহুত ডাঙৰ উদাহৰণ হৈছে বিশ্ব জুৰি বিয়পি পৰা আমাৰ ‘যোগ’-ৰ জ্ঞান! আমাৰ ‘যোগ’-ৰ পৰম্পৰা! ভাৰতৰ ‘ছাছটেইনেবল লাইফষ্টাইল’, আয়ুৰ্বেদৰ দৰে বিজ্ঞানৰ লাভ সমগ্ৰ পৃথিৱীকে প্ৰদান কৰিবলৈ আমি সংকল্প গ্ৰহণ কৰিছো। আত্মনিৰ্ভৰতা সন্দৰ্ভত যি মন্ত্ৰ শ্ৰীল প্ৰভুপাদ জীয়ে সদায়ে চৰ্চা কৰিছিল তাকে ভাৰতে নিজৰ লক্ষ্য হিচাপে গ্ৰহণ কৰিছে, আৰু সেই দিশেৰে আজি দেশ আগবাঢ়ি আছে। মই বহু সময়ত, যেতিয়া ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মে’ক ইন ইণ্ডিয়া’-ৰ লক্ষ্য সন্দৰ্ভত আলোচনা কৰো, তেতিয়া মই আমাৰ বিষয়াবৰ্গক, ব্যৱসায়িকসকলক ‘ইস্কন’-ৰ ‘হৰে কৃষ্ণ আন্দোলন’ৰ সাফল্যৰ উদাহৰণ দাঙি ধৰো। আমি যেতিয়াই আন দেশসমূহলৈ যাও, আৰু সেই সেই দেশসমূহত যেতিয়া মানুহৰ মুখত ‘হৰে কৃষ্ণ’ ধ্বনি শুনিবলৈ পাও আমাৰ কিমান যে আপোন আপোন লাগে, কিমান যে গৌৰৱবোধ হয়। ভাবকচোন, এই আপোনত্বই যেতিয়া ‘মে’ক ইন ইণ্ডিয়া প্ৰডাক্ট’ৰ বাবে আমি লাভ কৰিব পাৰো, তেতিয়া কেনেকুৱা লাগিব! ‘ইস্কন’-ৰ পৰা শিক্ষা লৈ আমি এই লক্ষ্যসমূহকো আহৰণ কৰিব পাৰিম।

|

বন্ধুসকল,

ভগবান কৃষ্ণই অৰ্জুনক কৈছিল— ন হি জ্ঞানেন সদৃশম্ পবিত্ৰ-মিহ বিদ্যতে

অৰ্থাত্, জ্ঞানৰ সমান পবিত্ৰ আন একোৱেই হ’ব নোৱাৰে। জ্ঞানক সৰ্বোচ্চতা দিয়াৰ পিচত তেওঁ আৰু এটা কথা কৈছিল। ময়্যেৱ মন আধতস্ব মপি বুদ্ধিম নিৱেশয়, অৰ্থাত্, জ্ঞান-বিজ্ঞান আহৰণ কৰাৰ পিচত নিজৰ মন, বুদ্ধিক কৃষ্ণৰ ওচৰত অৰ্পিত কৰা, তেওঁৰ ভক্তিত সমৰ্পিত কৰা। এই বিশ্বাস, এই বলো এক যোগেই হয়, যাক গীতাৰ ১২সংখ্যক অধ্যায়ত ‘ভক্তিযোগ’ বুলি অভিহিত কৰা হৈছে। আৰু এই ‘ভক্তিযোগ’ৰ সামৰ্থ্য আপাৰ। ভাৰতৰ ইতিহাসে ইয়াৰ সাক্ষ্য বহণ কৰিছে। যেতিয়া ভাৰত পৰাধীনতাৰ গ্ৰাসত পতিত হৈ আছিল, অন্যায়-অত্যাচাৰ আৰু শোষণৰে পীড়িত ভাৰতে নিজৰ জ্ঞান আৰু শক্তিক অনুধাৱন কৰিব পৰা নাছিল, তেতিয়া এই ভক্তিয়েই ভাৰতৰ চেতনাক জীৱন্ত কৰি ৰাখিছিল, ভাৰতৰ পৰিচিতিক অক্ষুন্ন ৰাখিছিল। আজিও বিদ্বানসকলে এই কথাৰ সমীক্ষা কৰে যে যদি ভক্তিকালৰ সামাজিক আন্দোলন নহ’লহেতেন তেতিয়া কোনে জানে আজি ভাৰতৰ কি দশা হ’লহেতেন! ইয়াৰ স্বৰূপেইবা হ’লহেতেন কি? কিন্তু, সেই কঠিন সময়ত চৈতন্য মহাপ্ৰভুৰ দৰে সন্তই আমাৰ সমাজক ভক্তিৰ ভাৱনাৰে একত্ৰিত কৰিছিল, তেওঁ ‘বিশ্বাসৰ পৰা আত্মবিশ্বাস’ৰ মন্ত্ৰ প্ৰদান কৰিছিল। আস্থাৰ ভেদ-ভাৱ, সামাজিক উচ্চ-নীচ, অধিকাৰ-অনাধিকাৰ, ভক্তিয়ে এই সকলো আঁতৰাই ‘শিৱ আৰু জীৱ’ৰ মাজত এক পোণপতীয়া সম্বন্ধ স্থাপন কৰিছিল।

বন্ধুসকল,

ভাৰতৰ ইতিহাস অধ্যয়ন কৰিলে আপোনালোকে ইয়াকো পাব যে ভক্তিৰ এই দৌৰক অব্যাহত ৰখাৰ বাবে বেলেগ বেলেগ সময়কালত ঋষি, মহৰ্ষি আৰু মনিষীৰ আগমন ঘটিয়েই আছে, অৱতাৰিত হায়ে আছে। এটা সময়ত যদি স্বামী বিবেকানন্দৰ দৰে মনিষী আহিছে যিয়ে বেদ-বেদান্তক পশ্চিমলৈ নিছিল, সেইদৰেই যেতিয়া বিশ্বক ভক্তিযোগ প্ৰদানৰ দায়িত্ব আহিল তেতিয়া শ্ৰীল প্ৰভুপাদ জী আৰু ‘ইস্কন’-য়ে এই মহান কাৰ্য সমাপনৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁলোকে ভক্তি বেদান্তক পৃথিৱীৰ চিন্তনেৰে সংযোজিত কৰাৰ কামত প্ৰবৃত্ত হয়। এয়া কম কথা নহয়। তেওঁ প্ৰায় ৭০বছৰ বয়সত ‘ইস্কন’ৰ দৰে বিশ্বজোৰা অভিযানৰ শুভাৰম্ভ কৰিছিল, যি সময়ত মানুহে জীৱনৰ পৰিসৰ আৰু সক্ৰিয়তা কম কৰিবলৈ ধৰে। এয়া আমাৰ সমাজ আৰু প্ৰতিগৰাকী ব্যক্তিৰ বাবেও বহুত ডাঙৰ প্ৰেৰণাৰ দৃষ্টান্ত। বহু সময়ত আমি দেখা পাও, মানুহে ক’বলৈ ধৰে যে ‘বয়স হ’ল, নহ’লে বহুত কিবা-কিবি কৰিব পাৰিলোহেতেন’! অথবা, ‘এতিয়াতো উচিত বয়সো হোৱা নাই সকলো কাম কৰা বাবে’! কিন্তু প্ৰভুপাদ স্বামীয়ে নিজৰ শৈশৱৰ পৰা সম্পূৰ্ণ জীৱন নিজৰ সংকল্প বাস্তৱায়িত কৰাৰ বাবে সক্ৰিয় হৈয়ে থাকিল। প্ৰভুপাদ জীয়ে সামুদ্ৰিক জাহাজত উঠি যেতিয়া আমেৰিকালৈ গৈছিল, তেতিয়া তেওঁ প্ৰায় উদং হাতৰেই গৈছিল। তেওঁৰ হাতত কেৱল এখন গীতা আৰু এখন শ্ৰীমদ্ ভাগৱতৰহে পুঁজি আছিল। যাত্ৰাপথত তেওঁ দুবাৰকৈ হৃদৰোগ আক্ৰান্ত হৈছিল! যাত্ৰাৰ সময়ত! তেওঁ যেতিয়া নিউয়ৰ্কত উপস্থিত হৈছিলগৈ তেতিয়া তেওঁৰ হাতত খোৱা-বোৱাৰ কোনো ব্যৱস্থাই নাছিল, থকাৰ বাবে আশ্ৰয়স্থল নাছিল। কিন্তু তাৰ পৰৱৰ্তি ১১টা বছৰত পৃথিৱীয়ে যি দৃশ্য দেখিলে, শ্ৰদ্ধেয় অটলজীৰ ভাষাত ক’বলৈ গ’লে- সেয়া কোনো আশ্চৰ্যতকৈ কোনো গুণে কম নাছিল

আজি পৃথিৱীৰ বেলেগ বেলেগ দেশত কেবাশ ‘ইস্কন’ মন্দিৰ আছে, কিমান যে গুৰুকুলে ভাৰতীয় সংস্কৃতিক জীৱন্ত কৰি ৰাখিছে। ‘ইস্কন’-য়ে পৃথিৱীক অৱগত কৰাইছে যে ভাৰতৰ বাবে আস্থাৰ অৰ্থ হৈছে— আনন্দ, উত্সাহ আৰু উল্লাস আৰু মানৱতাৰ প্ৰতি বিশ্বাস। আজিৰ তাৰিখত প্ৰায়েই পৃথিৱীৰ বিভিন্ন দেশত মানুহক ভাৰতীয় বেশ-ভূষা পৰিধান কৰি কীৰ্তন কৰি থকা দেখিবলৈ পোৱা যায়। সাধাৰণ কাপোৰ, হাতত ঢোলক-মঞ্জীৰাৰ দৰে বাদ্যযন্ত্ৰ লৈ কৃষ্ণৰ সংগীতময় কীৰ্তন কৰে, আৰু সকলো এক আত্মিক শান্তিত সংপৃক্ত হৈ পৰে। এয়া দেখি বহুতে ভাবে যে কোনো উতসৱৰহে আয়োজন চলিছে। কিন্তু আমাৰ বাবেতো এই কীৰ্তন, এই আয়োজন জীৱনৰ সহজ অংগই হয়। আস্থাৰ এই উল্লাসময় স্বৰূপে নিৰন্তৰ সমগ্ৰ পৃথিৱীৰে মানুহক আকৰ্ষিত কৰি আহিছে, এই আনন্দই আজি মানসিক চাপত ডুবি থকা পৃথিৱীক আশাৰ কিৰণ দেখুৱাইছে।

বন্ধুসকল,

গীতাত ভগবান কৃষ্ণৰ বক্তব্য-

অদ্বেষ্টা সৰ্ব-ভুতানামেত্ৰঃ কৰুণ এৱ চ।

নিৰ্মমোনীৰ-হংকাৰঃ সম দুঃখ সুখঃ ক্ষমী।।

অৰ্থাত্, যিসকলে প্ৰতিটো জীৱকে ভাল পাই, তেওঁলোকৰ বাবে কৰুণা আৰু প্ৰেমৰ ভাব পোষণ কৰে, কাৰো অহিত চিন্তা নকৰে, তেঁৱেই ভগবানৰো প্ৰিয় হয়। এই মন্ত্ৰই সহস্ৰ বছৰ ধৰি ভাৰতৰ চিন্তা-চেতনাৰ আধাৰ হৈ আহিছে। আৰু সেই ভাৱনাকে সামাজিক বুনিয়াদ হিচাপে গঢ়ি তোলাৰ কাম আমাৰ মন্দিৰসমূহে কৰি আহিছে। ‘ইস্কন’ মন্দিৰসমূহ আজি এই সেৱা পৰম্পৰাৰ আধুনিক কেন্দ্ৰৰ ৰূপত উজ্জীৱিত হৈ উঠিছে। মোৰ মনত আছে যেতিয়া কচ্ছত ভূমিকম্প আহিছিল, তেতিয়া ‘ইস্কন’-ৰ মানুহখিনিয়ে কেনেধৰণে আগবাঢ়ি আহি সেৱা আগবঢ়াইছিলগৈ। যেতিয়াই দেশত কোনো দুৰ্যোগে দেখা দিয়ে, সেয়া লাগিলে উত্তৰাখণ্ডৰ কৰুণগাঁথাই হওক অথবা ওড়িশা আৰু বংগত সংঘটিত ঘূৰ্ণীৰ তাণ্ডৱেই হওক, ‘ইস্কন’-য়ে সমাজৰ সম্বল হোৱাৰ কাম কৰি আহিছে। ক’ৰোনা মহামাৰীৰ সময়তো আপোনালোকে কোটি কোটি আক্ৰান্তক, তেওঁলোকৰ পৰিয়ালবৰ্গক আৰু প্ৰবাসীসকলৰ বাবে নিৰন্তৰ আহাৰ আৰু অন্যন্য আৱশ্যকীয়তাসমূহ পূৰণৰ দিহা কৰি আহিছে। মহমাৰীৰ বাহিৰেও, লাখ লাখ দৰিদ্ৰৰ ভোজন আৰু সেৱাৰ অভিযান আপোনালোকে চলাই আহিছে। ক’ভিড ৰোগীৰ বাবে ‘ইস্কন’-য়ে যেনেদৰে হাস্পটাল নিৰ্মাণ কৰিছে আৰু এতিয়া প্ৰতিষেধক প্ৰদান অভিযানৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াই আহিছে সেইবোৰ কথাৰ খবৰ মই প্ৰায়েই পাই থাকো। মই ‘ইস্কন’-ক, ইয়াৰ সকলো ভক্তক আপোনালোকৰ এই সেৱাযজ্ঞৰ বাবে বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো।

বন্ধুসকল,

আজি আপোনালোকে ‘সত্য, সেৱা আৰু সাধান’ৰ মন্ত্ৰ আওৰাই কেৱল কৃষ্ণৰ সেৱাতে নিমগ্ন হৈ থকা নাই, বৰঞ্চ সমগ্ৰ পৃথিৱীতে ভাৰতীয় আদৰ্শ আৰু সংস্কাৰসমূহৰো ‘ব্ৰেণ্ড এম্বেছাডৰ’ৰ ভূমিকা পালন কৰি আহিছে। ভাৰতৰ শাশ্বত সংস্কাৰ হ’ল- সৰ্বে ভৱন্তু সুখীনঃ, সৰ্বে সন্তু নিৰাময়ঃ। এই চিন্তনেই ‘ইস্কন’-ৰ জৰিয়তে আজি আপোনালোক সকলোৰে, লাখ লাখ-কোটি কোটিজনৰ সংকল্প হৈ উঠিছে। ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু প্ৰতিটো জীৱৰ দেহতে ঈশ্বৰৰ দৰ্শন, এয়াই এই সংকল্পৰ সিদ্ধিৰ পথ। এই পথৰ কথাকে ‘বিভূতিযোগ’ অধ্যায়ত ভগবানে ব্যাখ্যা কৰিছে। আমাৰ বিশ্বাস বাসুদেৱঃ সৰ্বম্-ৰ এই মন্ত্ৰ আমি নিজৰ জীৱনতো জপিম আৰু মানৱজাতিকো এই একতাৰ অনুভূতি প্ৰদানৰ বাবে প্ৰয়াস কৰিম। এই ভাৱনাৰেই আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ!

হৰে কৃষ্ণ!

  • Deepak Kumar sah November 22, 2024

    Deepak Kumar sah
  • Reena chaurasia August 27, 2024

    bjp
  • MLA Devyani Pharande February 17, 2024

    जय श्रीराम
  • वीरेंद्र सिंह राठौड़ September 17, 2023

    Aadarniy Pradhanmantri ji janmdin ki बहुत-बहुत Badhai
  • वीरेंद्र सिंह राठौड़ September 17, 2023

    Namo again
  • शिवकुमार गुप्ता February 16, 2022

    जय माँ भारती
  • शिवकुमार गुप्ता February 16, 2022

    जय भारत
  • शिवकुमार गुप्ता February 16, 2022

    जय हिंद
  • शिवकुमार गुप्ता February 16, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता February 16, 2022

    जय श्री राम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Prachand LCH: The game-changing indigenous attack helicopter that puts India ahead in high-altitude warfare at 21,000 feet

Media Coverage

Prachand LCH: The game-changing indigenous attack helicopter that puts India ahead in high-altitude warfare at 21,000 feet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, India is not just a Nation of Dreams but also a Nation That Delivers: PM Modi in TV9 Summit
March 28, 2025
QuoteToday, the world's eyes are on India: PM
QuoteIndia's youth is rapidly becoming skilled and driving innovation forward: PM
Quote"India First" has become the mantra of India's foreign policy: PM
QuoteToday, India is not just participating in the world order but also contributing to shaping and securing the future: PM
QuoteIndia has given Priority to humanity over monopoly: PM
QuoteToday, India is not just a Nation of Dreams but also a Nation That Delivers: PM

श्रीमान रामेश्वर गारु जी, रामू जी, बरुन दास जी, TV9 की पूरी टीम, मैं आपके नेटवर्क के सभी दर्शकों का, यहां उपस्थित सभी महानुभावों का अभिनंदन करता हूं, इस समिट के लिए बधाई देता हूं।

TV9 नेटवर्क का विशाल रीजनल ऑडियंस है। और अब तो TV9 का एक ग्लोबल ऑडियंस भी तैयार हो रहा है। इस समिट में अनेक देशों से इंडियन डायस्पोरा के लोग विशेष तौर पर लाइव जुड़े हुए हैं। कई देशों के लोगों को मैं यहां से देख भी रहा हूं, वे लोग वहां से वेव कर रहे हैं, हो सकता है, मैं सभी को शुभकामनाएं देता हूं। मैं यहां नीचे स्क्रीन पर हिंदुस्तान के अनेक शहरों में बैठे हुए सब दर्शकों को भी उतने ही उत्साह, उमंग से देख रहा हूं, मेरी तरफ से उनका भी स्वागत है।

साथियों,

आज विश्व की दृष्टि भारत पर है, हमारे देश पर है। दुनिया में आप किसी भी देश में जाएं, वहां के लोग भारत को लेकर एक नई जिज्ञासा से भरे हुए हैं। आखिर ऐसा क्या हुआ कि जो देश 70 साल में ग्यारहवें नंबर की इकोनॉमी बना, वो महज 7-8 साल में पांचवे नंबर की इकोनॉमी बन गया? अभी IMF के नए आंकड़े सामने आए हैं। वो आंकड़े कहते हैं कि भारत, दुनिया की एकमात्र मेजर इकोनॉमी है, जिसने 10 वर्षों में अपने GDP को डबल किया है। बीते दशक में भारत ने दो लाख करोड़ डॉलर, अपनी इकोनॉमी में जोड़े हैं। GDP का डबल होना सिर्फ आंकड़ों का बदलना मात्र नहीं है। इसका impact देखिए, 25 करोड़ लोग गरीबी से बाहर निकले हैं, और ये 25 करोड़ लोग एक नियो मिडिल क्लास का हिस्सा बने हैं। ये नियो मिडिल क्लास, एक प्रकार से नई ज़िंदगी शुरु कर रहा है। ये नए सपनों के साथ आगे बढ़ रहा है, हमारी इकोनॉमी में कंट्रीब्यूट कर रहा है, और उसको वाइब्रेंट बना रहा है। आज दुनिया की सबसे बड़ी युवा आबादी हमारे भारत में है। ये युवा, तेज़ी से स्किल्ड हो रहा है, इनोवेशन को गति दे रहा है। और इन सबके बीच, भारत की फॉरेन पॉलिसी का मंत्र बन गया है- India First, एक जमाने में भारत की पॉलिसी थी, सबसे समान रूप से दूरी बनाकर चलो, Equi-Distance की पॉलिसी, आज के भारत की पॉलिसी है, सबके समान रूप से करीब होकर चलो, Equi-Closeness की पॉलिसी। दुनिया के देश भारत की ओपिनियन को, भारत के इनोवेशन को, भारत के एफर्ट्स को, जैसा महत्व आज दे रहे हैं, वैसा पहले कभी नहीं हुआ। आज दुनिया की नजर भारत पर है, आज दुनिया जानना चाहती है, What India Thinks Today.

|

साथियों,

भारत आज, वर्ल्ड ऑर्डर में सिर्फ पार्टिसिपेट ही नहीं कर रहा, बल्कि फ्यूचर को शेप और सेक्योर करने में योगदान दे रहा है। दुनिया ने ये कोरोना काल में अच्छे से अनुभव किया है। दुनिया को लगता था कि हर भारतीय तक वैक्सीन पहुंचने में ही, कई-कई साल लग जाएंगे। लेकिन भारत ने हर आशंका को गलत साबित किया। हमने अपनी वैक्सीन बनाई, हमने अपने नागरिकों का तेज़ी से वैक्सीनेशन कराया, और दुनिया के 150 से अधिक देशों तक दवाएं और वैक्सीन्स भी पहुंचाईं। आज दुनिया, और जब दुनिया संकट में थी, तब भारत की ये भावना दुनिया के कोने-कोने तक पहुंची कि हमारे संस्कार क्या हैं, हमारा तौर-तरीका क्या है।

साथियों,

अतीत में दुनिया ने देखा है कि दूसरे विश्व युद्ध के बाद जब भी कोई वैश्विक संगठन बना, उसमें कुछ देशों की ही मोनोपोली रही। भारत ने मोनोपोली नहीं बल्कि मानवता को सर्वोपरि रखा। भारत ने, 21वीं सदी के ग्लोबल इंस्टीट्यूशन्स के गठन का रास्ता बनाया, और हमने ये ध्यान रखा कि सबकी भागीदारी हो, सबका योगदान हो। जैसे प्राकृतिक आपदाओं की चुनौती है। देश कोई भी हो, इन आपदाओं से इंफ्रास्ट्रक्चर को भारी नुकसान होता है। आज ही म्यांमार में जो भूकंप आया है, आप टीवी पर देखें तो बहुत बड़ी-बड़ी इमारतें ध्वस्त हो रही हैं, ब्रिज टूट रहे हैं। और इसलिए भारत ने Coalition for Disaster Resilient Infrastructure - CDRI नाम से एक वैश्विक नया संगठन बनाने की पहल की। ये सिर्फ एक संगठन नहीं, बल्कि दुनिया को प्राकृतिक आपदाओं के लिए तैयार करने का संकल्प है। भारत का प्रयास है, प्राकृतिक आपदा से, पुल, सड़कें, बिल्डिंग्स, पावर ग्रिड, ऐसा हर इंफ्रास्ट्रक्चर सुरक्षित रहे, सुरक्षित निर्माण हो।

साथियों,

भविष्य की चुनौतियों से निपटने के लिए हर देश का मिलकर काम करना बहुत जरूरी है। ऐसी ही एक चुनौती है, हमारे एनर्जी रिसोर्सेस की। इसलिए पूरी दुनिया की चिंता करते हुए भारत ने International Solar Alliance (ISA) का समाधान दिया है। ताकि छोटे से छोटा देश भी सस्टेनबल एनर्जी का लाभ उठा सके। इससे क्लाइमेट पर तो पॉजिटिव असर होगा ही, ये ग्लोबल साउथ के देशों की एनर्जी नीड्स को भी सिक्योर करेगा। और आप सबको ये जानकर गर्व होगा कि भारत के इस प्रयास के साथ, आज दुनिया के सौ से अधिक देश जुड़ चुके हैं।

साथियों,

बीते कुछ समय से दुनिया, ग्लोबल ट्रेड में असंतुलन और लॉजिस्टिक्स से जुड़ी challenges का सामना कर रही है। इन चुनौतियों से निपटने के लिए भी भारत ने दुनिया के साथ मिलकर नए प्रयास शुरु किए हैं। India–Middle East–Europe Economic Corridor (IMEC), ऐसा ही एक महत्वाकांक्षी प्रोजेक्ट है। ये प्रोजेक्ट, कॉमर्स और कनेक्टिविटी के माध्यम से एशिया, यूरोप और मिडिल ईस्ट को जोड़ेगा। इससे आर्थिक संभावनाएं तो बढ़ेंगी ही, दुनिया को अल्टरनेटिव ट्रेड रूट्स भी मिलेंगे। इससे ग्लोबल सप्लाई चेन भी और मजबूत होगी।

|

साथियों,

ग्लोबल सिस्टम्स को, अधिक पार्टिसिपेटिव, अधिक डेमोक्रेटिक बनाने के लिए भी भारत ने अनेक कदम उठाए हैं। और यहीं, यहीं पर ही भारत मंडपम में जी-20 समिट हुई थी। उसमें अफ्रीकन यूनियन को जी-20 का परमानेंट मेंबर बनाया गया है। ये बहुत बड़ा ऐतिहासिक कदम था। इसकी मांग लंबे समय से हो रही थी, जो भारत की प्रेसीडेंसी में पूरी हुई। आज ग्लोबल डिसीजन मेकिंग इंस्टीट्यूशन्स में भारत, ग्लोबल साउथ के देशों की आवाज़ बन रहा है। International Yoga Day, WHO का ग्लोबल सेंटर फॉर ट्रेडिशनल मेडिसिन, आर्टिफिशियल इंटेलीजेंस के लिए ग्लोबल फ्रेमवर्क, ऐसे कितने ही क्षेत्रों में भारत के प्रयासों ने नए वर्ल्ड ऑर्डर में अपनी मजबूत उपस्थिति दर्ज कराई है, और ये तो अभी शुरूआत है, ग्लोबल प्लेटफॉर्म पर भारत का सामर्थ्य नई ऊंचाई की तरफ बढ़ रहा है।

साथियों,

21वीं सदी के 25 साल बीत चुके हैं। इन 25 सालों में 11 साल हमारी सरकार ने देश की सेवा की है। और जब हम What India Thinks Today उससे जुड़ा सवाल उठाते हैं, तो हमें ये भी देखना होगा कि Past में क्या सवाल थे, क्या जवाब थे। इससे TV9 के विशाल दर्शक समूह को भी अंदाजा होगा कि कैसे हम, निर्भरता से आत्मनिर्भरता तक, Aspirations से Achievement तक, Desperation से Development तक पहुंचे हैं। आप याद करिए, एक दशक पहले, गांव में जब टॉयलेट का सवाल आता था, तो माताओं-बहनों के पास रात ढलने के बाद और भोर होने से पहले का ही जवाब होता था। आज उसी सवाल का जवाब स्वच्छ भारत मिशन से मिलता है। 2013 में जब कोई इलाज की बात करता था, तो महंगे इलाज की चर्चा होती थी। आज उसी सवाल का समाधान आयुष्मान भारत में नजर आता है। 2013 में किसी गरीब की रसोई की बात होती थी, तो धुएं की तस्वीर सामने आती थी। आज उसी समस्या का समाधान उज्ज्वला योजना में दिखता है। 2013 में महिलाओं से बैंक खाते के बारे में पूछा जाता था, तो वो चुप्पी साध लेती थीं। आज जनधन योजना के कारण, 30 करोड़ से ज्यादा बहनों का अपना बैंक अकाउंट है। 2013 में पीने के पानी के लिए कुएं और तालाबों तक जाने की मजबूरी थी। आज उसी मजबूरी का हल हर घर नल से जल योजना में मिल रहा है। यानि सिर्फ दशक नहीं बदला, बल्कि लोगों की ज़िंदगी बदली है। और दुनिया भी इस बात को नोट कर रही है, भारत के डेवलपमेंट मॉडल को स्वीकार रही है। आज भारत सिर्फ Nation of Dreams नहीं, बल्कि Nation That Delivers भी है।

साथियों,

जब कोई देश, अपने नागरिकों की सुविधा और समय को महत्व देता है, तब उस देश का समय भी बदलता है। यही आज हम भारत में अनुभव कर रहे हैं। मैं आपको एक उदाहरण देता हूं। पहले पासपोर्ट बनवाना कितना बड़ा काम था, ये आप जानते हैं। लंबी वेटिंग, बहुत सारे कॉम्प्लेक्स डॉक्यूमेंटेशन का प्रोसेस, अक्सर राज्यों की राजधानी में ही पासपोर्ट केंद्र होते थे, छोटे शहरों के लोगों को पासपोर्ट बनवाना होता था, तो वो एक-दो दिन कहीं ठहरने का इंतजाम करके चलते थे, अब वो हालात पूरी तरह बदल गया है, एक आंकड़े पर आप ध्यान दीजिए, पहले देश में सिर्फ 77 पासपोर्ट सेवा केंद्र थे, आज इनकी संख्या 550 से ज्यादा हो गई है। पहले पासपोर्ट बनवाने में, और मैं 2013 के पहले की बात कर रहा हूं, मैं पिछले शताब्दी की बात नहीं कर रहा हूं, पासपोर्ट बनवाने में जो वेटिंग टाइम 50 दिन तक होता था, वो अब 5-6 दिन तक सिमट गया है।

साथियों,

ऐसा ही ट्रांसफॉर्मेशन हमने बैंकिंग इंफ्रास्ट्रक्चर में भी देखा है। हमारे देश में 50-60 साल पहले बैंकों का नेशनलाइजेशन किया गया, ये कहकर कि इससे लोगों को बैंकिंग सुविधा सुलभ होगी। इस दावे की सच्चाई हम जानते हैं। हालत ये थी कि लाखों गांवों में बैंकिंग की कोई सुविधा ही नहीं थी। हमने इस स्थिति को भी बदला है। ऑनलाइन बैंकिंग तो हर घर में पहुंचाई है, आज देश के हर 5 किलोमीटर के दायरे में कोई न कोई बैंकिंग टच प्वाइंट जरूर है। और हमने सिर्फ बैंकिंग इंफ्रास्ट्रक्चर का ही दायरा नहीं बढ़ाया, बल्कि बैंकिंग सिस्टम को भी मजबूत किया। आज बैंकों का NPA बहुत कम हो गया है। आज बैंकों का प्रॉफिट, एक लाख 40 हज़ार करोड़ रुपए के नए रिकॉर्ड को पार कर चुका है। और इतना ही नहीं, जिन लोगों ने जनता को लूटा है, उनको भी अब लूटा हुआ धन लौटाना पड़ रहा है। जिस ED को दिन-रात गालियां दी जा रही है, ED ने 22 हज़ार करोड़ रुपए से अधिक वसूले हैं। ये पैसा, कानूनी तरीके से उन पीड़ितों तक वापिस पहुंचाया जा रहा है, जिनसे ये पैसा लूटा गया था।

साथियों,

Efficiency से गवर्नमेंट Effective होती है। कम समय में ज्यादा काम हो, कम रिसोर्सेज़ में अधिक काम हो, फिजूलखर्ची ना हो, रेड टेप के बजाय रेड कार्पेट पर बल हो, जब कोई सरकार ये करती है, तो समझिए कि वो देश के संसाधनों को रिस्पेक्ट दे रही है। और पिछले 11 साल से ये हमारी सरकार की बड़ी प्राथमिकता रहा है। मैं कुछ उदाहरणों के साथ अपनी बात बताऊंगा।

|

साथियों,

अतीत में हमने देखा है कि सरकारें कैसे ज्यादा से ज्यादा लोगों को मिनिस्ट्रीज में accommodate करने की कोशिश करती थीं। लेकिन हमारी सरकार ने अपने पहले कार्यकाल में ही कई मंत्रालयों का विलय कर दिया। आप सोचिए, Urban Development अलग मंत्रालय था और Housing and Urban Poverty Alleviation अलग मंत्रालय था, हमने दोनों को मर्ज करके Housing and Urban Affairs मंत्रालय बना दिया। इसी तरह, मिनिस्ट्री ऑफ ओवरसीज़ अफेयर्स अलग था, विदेश मंत्रालय अलग था, हमने इन दोनों को भी एक साथ जोड़ दिया, पहले जल संसाधन, नदी विकास मंत्रालय अलग था, और पेयजल मंत्रालय अलग था, हमने इन्हें भी जोड़कर जलशक्ति मंत्रालय बना दिया। हमने राजनीतिक मजबूरी के बजाय, देश की priorities और देश के resources को आगे रखा।

साथियों,

हमारी सरकार ने रूल्स और रेगुलेशन्स को भी कम किया, उन्हें आसान बनाया। करीब 1500 ऐसे कानून थे, जो समय के साथ अपना महत्व खो चुके थे। उनको हमारी सरकार ने खत्म किया। करीब 40 हज़ार, compliances को हटाया गया। ऐसे कदमों से दो फायदे हुए, एक तो जनता को harassment से मुक्ति मिली, और दूसरा, सरकारी मशीनरी की एनर्जी भी बची। एक और Example GST का है। 30 से ज्यादा टैक्सेज़ को मिलाकर एक टैक्स बना दिया गया है। इसको process के, documentation के हिसाब से देखें तो कितनी बड़ी बचत हुई है।

साथियों,

सरकारी खरीद में पहले कितनी फिजूलखर्ची होती थी, कितना करप्शन होता था, ये मीडिया के आप लोग आए दिन रिपोर्ट करते थे। हमने, GeM यानि गवर्नमेंट ई-मार्केटप्लेस प्लेटफॉर्म बनाया। अब सरकारी डिपार्टमेंट, इस प्लेटफॉर्म पर अपनी जरूरतें बताते हैं, इसी पर वेंडर बोली लगाते हैं और फिर ऑर्डर दिया जाता है। इसके कारण, भ्रष्टाचार की गुंजाइश कम हुई है, और सरकार को एक लाख करोड़ रुपए से अधिक की बचत भी हुई है। डायरेक्ट बेनिफिट ट्रांसफर- DBT की जो व्यवस्था भारत ने बनाई है, उसकी तो दुनिया में चर्चा है। DBT की वजह से टैक्स पेयर्स के 3 लाख करोड़ रुपए से ज्यादा, गलत हाथों में जाने से बचे हैं। 10 करोड़ से ज्यादा फर्ज़ी लाभार्थी, जिनका जन्म भी नहीं हुआ था, जो सरकारी योजनाओं का फायदा ले रहे थे, ऐसे फर्जी नामों को भी हमने कागजों से हटाया है।

साथियों,

 

हमारी सरकार टैक्स की पाई-पाई का ईमानदारी से उपयोग करती है, और टैक्सपेयर का भी सम्मान करती है, सरकार ने टैक्स सिस्टम को टैक्सपेयर फ्रेंडली बनाया है। आज ITR फाइलिंग का प्रोसेस पहले से कहीं ज्यादा सरल और तेज़ है। पहले सीए की मदद के बिना, ITR फाइल करना मुश्किल होता था। आज आप कुछ ही समय के भीतर खुद ही ऑनलाइन ITR फाइल कर पा रहे हैं। और रिटर्न फाइल करने के कुछ ही दिनों में रिफंड आपके अकाउंट में भी आ जाता है। फेसलेस असेसमेंट स्कीम भी टैक्सपेयर्स को परेशानियों से बचा रही है। गवर्नेंस में efficiency से जुड़े ऐसे अनेक रिफॉर्म्स ने दुनिया को एक नया गवर्नेंस मॉडल दिया है।

साथियों,

पिछले 10-11 साल में भारत हर सेक्टर में बदला है, हर क्षेत्र में आगे बढ़ा है। और एक बड़ा बदलाव सोच का आया है। आज़ादी के बाद के अनेक दशकों तक, भारत में ऐसी सोच को बढ़ावा दिया गया, जिसमें सिर्फ विदेशी को ही बेहतर माना गया। दुकान में भी कुछ खरीदने जाओ, तो दुकानदार के पहले बोल यही होते थे – भाई साहब लीजिए ना, ये तो इंपोर्टेड है ! आज स्थिति बदल गई है। आज लोग सामने से पूछते हैं- भाई, मेड इन इंडिया है या नहीं है?

साथियों,

आज हम भारत की मैन्युफैक्चरिंग एक्सीलेंस का एक नया रूप देख रहे हैं। अभी 3-4 दिन पहले ही एक न्यूज आई है कि भारत ने अपनी पहली MRI मशीन बना ली है। अब सोचिए, इतने दशकों तक हमारे यहां स्वदेशी MRI मशीन ही नहीं थी। अब मेड इन इंडिया MRI मशीन होगी तो जांच की कीमत भी बहुत कम हो जाएगी।

|

साथियों,

आत्मनिर्भर भारत और मेक इन इंडिया अभियान ने, देश के मैन्युफैक्चरिंग सेक्टर को एक नई ऊर्जा दी है। पहले दुनिया भारत को ग्लोबल मार्केट कहती थी, आज वही दुनिया, भारत को एक बड़े Manufacturing Hub के रूप में देख रही है। ये सक्सेस कितनी बड़ी है, इसके उदाहरण आपको हर सेक्टर में मिलेंगे। जैसे हमारी मोबाइल फोन इंडस्ट्री है। 2014-15 में हमारा एक्सपोर्ट, वन बिलियन डॉलर तक भी नहीं था। लेकिन एक दशक में, हम ट्वेंटी बिलियन डॉलर के फिगर से भी आगे निकल चुके हैं। आज भारत ग्लोबल टेलिकॉम और नेटवर्किंग इंडस्ट्री का एक पावर सेंटर बनता जा रहा है। Automotive Sector की Success से भी आप अच्छी तरह परिचित हैं। इससे जुड़े Components के एक्सपोर्ट में भी भारत एक नई पहचान बना रहा है। पहले हम बहुत बड़ी मात्रा में मोटर-साइकल पार्ट्स इंपोर्ट करते थे। लेकिन आज भारत में बने पार्ट्स UAE और जर्मनी जैसे अनेक देशों तक पहुंच रहे हैं। सोलर एनर्जी सेक्टर ने भी सफलता के नए आयाम गढ़े हैं। हमारे सोलर सेल्स, सोलर मॉड्यूल का इंपोर्ट कम हो रहा है और एक्सपोर्ट्स 23 गुना तक बढ़ गए हैं। बीते एक दशक में हमारा डिफेंस एक्सपोर्ट भी 21 गुना बढ़ा है। ये सारी अचीवमेंट्स, देश की मैन्युफैक्चरिंग इकोनॉमी की ताकत को दिखाती है। ये दिखाती है कि भारत में कैसे हर सेक्टर में नई जॉब्स भी क्रिएट हो रही हैं।

साथियों,

TV9 की इस समिट में, विस्तार से चर्चा होगी, अनेक विषयों पर मंथन होगा। आज हम जो भी सोचेंगे, जिस भी विजन पर आगे बढ़ेंगे, वो हमारे आने वाले कल को, देश के भविष्य को डिजाइन करेगा। पिछली शताब्दी के इसी दशक में, भारत ने एक नई ऊर्जा के साथ आजादी के लिए नई यात्रा शुरू की थी। और हमने 1947 में आजादी हासिल करके भी दिखाई। अब इस दशक में हम विकसित भारत के लक्ष्य के लिए चल रहे हैं। और हमें 2047 तक विकसित भारत का सपना जरूर पूरा करना है। और जैसा मैंने लाल किले से कहा है, इसमें सबका प्रयास आवश्यक है। इस समिट का आयोजन कर, TV9 ने भी अपनी तरफ से एक positive initiative लिया है। एक बार फिर आप सभी को इस समिट की सफलता के लिए मेरी ढेर सारी शुभकामनाएं हैं।

मैं TV9 को विशेष रूप से बधाई दूंगा, क्योंकि पहले भी मीडिया हाउस समिट करते रहे हैं, लेकिन ज्यादातर एक छोटे से फाइव स्टार होटल के कमरे में, वो समिट होती थी और बोलने वाले भी वही, सुनने वाले भी वही, कमरा भी वही। TV9 ने इस परंपरा को तोड़ा और ये जो मॉडल प्लेस किया है, 2 साल के भीतर-भीतर देख लेना, सभी मीडिया हाउस को यही करना पड़ेगा। यानी TV9 Thinks Today वो बाकियों के लिए रास्ता खोल देगा। मैं इस प्रयास के लिए बहुत-बहुत अभिनंदन करता हूं, आपकी पूरी टीम को, और सबसे बड़ी खुशी की बात है कि आपने इस इवेंट को एक मीडिया हाउस की भलाई के लिए नहीं, देश की भलाई के लिए आपने उसकी रचना की। 50,000 से ज्यादा नौजवानों के साथ एक मिशन मोड में बातचीत करना, उनको जोड़ना, उनको मिशन के साथ जोड़ना और उसमें से जो बच्चे सिलेक्ट होकर के आए, उनकी आगे की ट्रेनिंग की चिंता करना, ये अपने आप में बहुत अद्भुत काम है। मैं आपको बहुत बधाई देता हूं। जिन नौजवानों से मुझे यहां फोटो निकलवाने का मौका मिला है, मुझे भी खुशी हुई कि देश के होनहार लोगों के साथ, मैं अपनी फोटो निकलवा पाया। मैं इसे अपना सौभाग्य मानता हूं दोस्तों कि आपके साथ मेरी फोटो आज निकली है। और मुझे पक्का विश्वास है कि सारी युवा पीढ़ी, जो मुझे दिख रही है, 2047 में जब देश विकसित भारत बनेगा, सबसे ज्यादा बेनिफिशियरी आप लोग हैं, क्योंकि आप उम्र के उस पड़ाव पर होंगे, जब भारत विकसित होगा, आपके लिए मौज ही मौज है। आपको बहुत-बहुत शुभकामनाएं।

धन्यवाद।