Quote১১ লাখ নতুন লাখপতি দিদিক সম্বৰ্ধনা আৰু প্ৰমাণ পত্ৰ প্ৰদান
Quote২৫০০ কোটি টকাৰ ঘূৰ্ণীয়মান পুঁজি মুকলিৰ লগতে প্ৰদান কৰিলে ৫০০০ কোটি টকাৰ বেংক ঋণ
Quote“মাতৃ আৰু ভগ্নীসকলৰ জীৱন সহজ কৰি তোলাৰ বাবে আমাৰ চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ”
Quote“মহাৰাষ্ট্ৰৰ পৰম্পৰা কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে পৰিচিত”
Quote“মহাৰাষ্ট্ৰৰ ‘মাত্ৰুশক্তি’ৰ পৰা সমগ্ৰ ভাৰত অনুপ্ৰাণিত হৈছে”
Quote“সমাজ আৰু দেশৰ ভৱিষ্যত গঢ়ি তোলাত ভাৰতৰ ‘মাত্ৰুশক্তি’য়ে সদায় অপৰিসীম অৱদান আগবঢ়াই আহিছে”
Quote“এগৰাকী ভগ্নী লাখপতি দিদি হ’লেই এটা সম্পূৰ্ণ পৰিয়ালৰ ভাগ্য সলনি হয়”
Quote“আমাৰ চৰকাৰে কন্যাৰ বাবে প্ৰতিটো খণ্ড মুকলি কৰিছে যিটো এসময়ত তেওঁলোকৰ বাবে নিষিদ্ধ আছিল”
Quote“চৰকাৰ সলনি হ’ব পাৰে, কিন্তু সমাজ হিচাপে আৰু চৰকাৰ হিচাপে আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব হ’ব লাগে মহিলাৰ জীৱন আৰু মৰ্যাদা ৰক্ষা কৰা”
Quote‘মই আপোনালোকক আশ্বাস দিছো, মহিলাৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সকলো প্ৰকাৰে ৰাজ্য চৰকাৰসমূহৰ লগত আছে। ভাৰতীয় সমাজৰ পৰা এই পাপী মানসিকতা নিৰ্মূল নোহোৱালৈকে আমি ক্ষান্ত নহও”

মহাৰাষ্ট্ৰৰ মোৰ ভ্ৰাতৃ-ভগ্নীসকল!

শ্ৰী কৃষ্ণ অমৰ হওঁক...

আজি শ্ৰী কৃষ্ণ জয়ন্তী উপলক্ষে আপোনালোকক শুভকামনা জনাইছোঁ।

 

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চিপি ৰাধাকৃষ্ণন ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ, দেশৰ কৃষি মন্ত্ৰী আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, মন্ত্ৰী পৰিষদত মোৰ সতীৰ্থ, এই ভূমিৰ সন্তান প্ৰতাপ ৰাও যাদৱ, এই ভূমিৰ সন্তান ভগ্নী ৰক্ষা খাদছে ডাঙৰীয়াণী, উপ-মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ ডাঙৰীয়া, দেৱেন্দ্ৰ ফাদনৱিছ ডাঙৰীয়া, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, মাতৃ আৰু ভগ্নীসকল; যিয়ে আমাক আশীৰ্বাদ দিবলৈ ইয়ালৈ আহিছে। মই যিমানদূৰ চকুৰে মণিব পাৰিছোঁ, সকলোতে মাতৃসকলক দেখিছোঁ। মোক এই দৃশ্যই প্ৰশান্তি প্ৰদান কৰিছে।

মই ভাষণৰ আৰম্ভণিতেই নেপালৰ বাছ দুৰ্ঘটনাক লৈ মোৰ শোক প্ৰকাশ কৰিব বিচাৰিছোঁ। এই দুৰ্ঘটনাত আমি বহু লোকক হেৰুৱাইছোঁ। মই নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰেপৰাই ভাৰত চৰকাৰে নেপাল চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। আমি আমাৰ মন্ত্ৰী ৰক্ষা খাদছেক তৎক্ষণাত নেপাললৈ যাবলৈ ক’লোঁ। আমি বায়ুসেনাৰ বিশেষ বিমানত মৃতদেহ ঘূৰাই আনিছোঁ। যিসকল আহত হৈছে, তেওঁলোকক উন্নত চিকিৎসা প্ৰদান কৰা হৈছে। মই তেওঁলোকৰ আশু-আৰোগ্য কামনা কৰিলোঁ। সকলো ভুক্তভোগীকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰপৰা সম্পূৰ্ণ সহায় আগবঢ়োৱা হৈছে।

 

 

|

বন্ধুসকল,

আজি লাখপতি বাইদেউসকলৰ এই মহা সন্মিলন অনুষ্ঠিত হৈছে। তেওঁলোক ইয়াত সমবেত হৈছে। আজি ইয়াৰপৰাই তেওঁলোকলৈ ৬ হাজাৰ কোটিৰো অধিক টকা মুকলি কৰা হৈছে। মহাৰাষ্ট্ৰৰো আমাৰ ভগ্নীসকলে এই সাহায্য লাভ কৰিছে। এই ধনে লক্ষ-লক্ষ ভগ্নীক লাখপতি বাইদেউ হোৱাত সহায় কৰিব। মোৰ সকলো আই - ভগ্নীলৈ শুভেচ্ছা জনালোঁ!

বন্ধুসকল,

মই মহাৰাষ্ট্ৰৰ গৌৰৱময় সংস্কৃতি আৰু পৰম্পৰা আপোনালোক সকলোৰে মাজত প্ৰত্যক্ষ কৰিছোঁ। আৰু, মহাৰাষ্ট্ৰৰ এই পৰম্পৰা কেৱল ভাৰততে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। মই কালি বিদেশ ভ্ৰমণৰপৰা উভতি আহিছোঁ। মই ইউৰোপৰ এখন দেশ পোলেণ্ডলৈ গৈছিলোঁ। মই তাতো এখন মহাৰাষ্ট্ৰ দেখিছিলোঁ। মহাৰাষ্ট্ৰৰ সংস্কৃতি, এই ঠাইৰ পৰম্পৰা দেখিলোঁ। পোলেণ্ডৰ জনসাধাৰণে মহাৰাষ্ট্ৰৰ জনসাধাৰণক বহুত সন্মান কৰে। যি আপোনাসৱৰ কল্পনাৰো অগোচৰ! পোলেণ্ডৰ ৰাজধানীত কলহাপুৰ স্মৃতিসৌধ বিৰাজমান। পোলেণ্ডৰ জনসাধাৰণে কলহাপুৰৰ জনসাধাৰণৰ সেৱা আৰু আতিথ্যৰ মনোভাৱক সন্মান জনাই এই স্মৃতিসৌধ নিৰ্মাণ কৰিছে।

আপোনালোকৰ জ্ঞাত যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পোলেণ্ডৰ হাজাৰ-হাজাৰ মাতৃ আৰু শিশুক কলহাপুৰৰ ৰাজ পৰিয়ালে আশ্ৰয় প্ৰদান কৰিছিল। ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰমূল্যবোধৰে ৰজিতা খুৱাই ৰাজ পৰিয়াল আৰু সাধাৰণ জনতাই শৰণাৰ্থীসকলক সেৱা আগবঢ়াইছিল। মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সেৱাৰ মনোভাৱ আৰু মানৱতাৰ প্ৰতি থকা প্ৰেমৰ প্ৰশংসা শুনি মই গৌৰৱ অনুভৱ কৰিছিলোঁ। আমি এনেদৰে মহাৰাষ্ট্ৰৰ বিকাশ সাধন কৰি থাকিব লাগিব আৰু সমগ্ৰ বিশ্বতে মহাৰাষ্ট্ৰৰ নাম উজ্বলাই তুলিব লাগিব।

 

|

বন্ধুসকল,

মহাৰাষ্ট্ৰৰ এনে প্ৰমূল্যবোধৰ সৃষ্টি কৰিছে ইয়াৰ সাহসী মাতৃসকলে। ইয়াৰ নাৰী শক্তিয়ে সমগ্ৰ দেশকে অনুপ্ৰাণিত কৰিছে। আমাৰ জলগাঁও ৱাৰকাৰী পৰম্পৰাৰে সমৃদ্ধ। মহাপুৰুষ মুক্তাইৰ দেশ ৷ তেওঁৰ সাধনা, তেওঁৰ তপস্যাই আজিৰ প্ৰজন্মকো প্ৰেৰণা যোগায়। বাহিনাবাইৰ কবিতাই আজিও সমাজখনক কু-সংস্কাৰৰ বিৰুদ্ধে চিন্তা কৰিবলৈ বাধ্য কৰে ৷ মহাৰাষ্ট্ৰৰ যিকোনো কোণেই হওঁক, ইতিহাসৰ যিকোনো সময়েই হওঁক, নাৰী শক্তিৰ অৱদানৰ কোনো তুলনা নাই। ছত্ৰপতি শিৱাজী মহাৰাজক জীৱনৰ দিশ কোনে দেখুৱাইছিল বাৰু? এই কামটো কৰিছিল মাতা জিজাউৱে।

যেতিয়া সমাজত কন্যাৰ শিক্ষা আৰু তেওঁলোকৰ কামক গুৰুত্ব দিয়া নহৈছিল, তেতিয়া সাবিত্ৰীবাই ফুলে আগবাঢ়ি আহিল। অৰ্থাৎ, ভাৰতৰ নাৰী শক্তিয়ে সমাজ আৰু ৰাষ্ট্ৰৰ ভৱিষ্যৎ গঢ়ি তোলাত সদায় বহুখিনি অৱদান আগবঢ়াই আহিছে। আৰু আজি যেতিয়া আমাৰ দেশখনে উন্নত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰি আছে, তেতিয়া আকৌ এবাৰ আমাৰ নাৰী শক্তি আগবাঢ়ি আহিছে। আজি মই দেখিছোঁ, মহাৰাষ্ট্ৰৰ আপোনালোক সকলো ভগ্নীয়ে কিমান ভাল কাম কৰি আছে। আপোনালোক সকলোৰে মাজত ৰাজমাতা জিজাউ আৰু সাবিত্ৰীবাই ফুলেৰ প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ।

 

|

বন্ধুসকল,

লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া মই আপোনালোকৰ মাজলৈ আহিছিলোঁ, তেতিয়া মই কৈছিলোঁ যে আমি ৩ কোটি ভগ্নীক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিব লাগিব। অৰ্থাৎ, আত্মসহায়ক গোটত কাম কৰা ৩ কোটি ভগ্নী ৷ যাৰ বাৰ্ষিক আয় এক লাখ টকাতকৈ অধিক হ’ব। যোৱা ১০ বছৰত এক কোটি লাখপতি বাইদেউক সাজু কৰা হৈছিল আৰু যোৱা দুমাহত, মাত্ৰ দুমাহতে আৰু ১১ লাখ লাখপতি দিদি তেওঁলোকৰ সৈতে সংযুক্ত হৈছে, তেওঁলোকক নতুনকৈ সাজু কৰা হৈছে। মহাৰাষ্ট্ৰতে এক লাখ নতুন লাখপতি দিদিক সাজু কৰা হৈছে। ইয়াৰ চৰকাৰেও এই ক্ষেত্ৰত বহু কষ্ট কৰিছে। একনাথ জী, দেৱেন্দ্ৰ জী আৰু অজিত জীৰ সমগ্ৰ টীমটোৱে মাতৃ আৰু ভগ্নীসকলৰ সবলীকৰণৰ কামত নিয়োজিত হৈ আছে ৷ মহাৰাষ্ট্ৰত মাতৃ - ভগ্নীৰ বাবে, যুৱক - যুৱতীৰ বাবে, কৃষকসকলৰ বাবে একাধিক নতুন আঁচনি শুভাৰম্ভ কৰা হৈছে।

বন্ধুসকল,

লাখপতি দিদি গঢ়াৰ এই অভিযান কেৱল ভগ্নী-কন্যাসকলৰ উপাৰ্জন বৃদ্ধিৰ অভিযানেই নহয়। বৰঞ্চ, সমগ্ৰ পৰিয়াল আৰু আগন্তুক প্ৰজন্মক সুদৃঢ়কৰণৰ এক পৰম প্ৰচেষ্টা। ই গাঁৱৰ সমগ্ৰ অৰ্থনীতি সলনি কৰিছে। ইয়াৰ প্ৰতিগৰাকী ভগ্নী আৰু কন্যাই ভালদৰেই জানে যে যেতিয়া তেওঁ উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে, তেওঁৰ অধিকাৰ কেনেকৈ বাঢ়িছে, পৰিয়ালত তেওঁৰ সন্মান বাঢ়িছে। তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হ’লে তেওঁৰ পৰিয়ালটোৰো ব্যয় কৰিবলৈ অধিক ধন থাকে। অৰ্থাৎ, এগৰাকী ভগ্নী লাখপতি দিদি হোৱা মাত্ৰেকে সমগ্ৰ পৰিয়ালটোৰ সৌভাগ্য সলনি হৈছে।

মই ইয়ালৈ অহাৰ আগতে দেশৰ ভিন্ন প্ৰান্তৰ এনে ভগ্নী সকলৰ অভিজ্ঞতা শুনিছিলোঁ। সকলো লাখপতি দিদিৰ যি আত্মবিশ্বাস জন্মিছে, মই ক’ম যে আমি এগৰাকী লাখপতি দিদি গঢ়িছোঁ, কিন্তু সকলোতে তেওঁলোকে ​​দুই লাখ, কোনোবাই তিনি লাখ উপাৰ্জন কৰিছে, কোনোবাই আঠ লাখ টকাও উপাৰ্জন কৰিছে আৰু যোৱা কেইমাহমানত তেওঁলোকে আশ্চৰ্য্যকৰ কাম কৰিছে।

 

|

বন্ধুসকল,

আজি আপোনাসৱে সকলোতে শুনিছে যে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হ'বলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত আমাৰ ভগ্নী আৰু কন্যাসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু, কেইবছৰমান আগলৈকে এনেকুৱা পৰিস্থিতি নাছিল। ভগ্নীসকল হৈছে প্ৰতিঘৰ গৃহস্থী, প্ৰতিটো পৰিয়ালৰে সমৃদ্ধিৰ নিশ্চয়তা। কিন্তু, পূৰ্বে মহিলাসকলে যে সহায় পাব, তাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ কোনো নাছিল। দেশৰ কোটি-কোটি ভগ্নীৰ নামত কোনো সম্পত্তি নাছিল। বেংকৰপৰা ঋণ ল’বলগীয়া হ’লেও ল’ব নোৱাৰিছিল। এনে পৰিস্থিতিত তেওঁলোকে যিকোনো সৰু কাম কৰিব বিচাৰিলেও কৰিব নোৱাৰিছিল। আৰু সেইবাবেই আমি এটা সংকল্প গ্ৰহণ কৰিছিলোঁ। আমি সিদ্ধান্ত লৈছিলোঁ যে যিয়েই নহওঁক, মোৰ দেশৰ মাতৃ, ভগ্নী, কন্যাসকলৰ অসুবিধা লাঘৱ কৰিম। সেইবাবেই মোদী চৰকাৰে ইটোৰ পিছত সিটোকৈ মহিলাসকলৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আপোনালোকক ক’ব খুজিছোঁ যে পূৰ্বৰ চৰকাৰসমূহৰ সাতটা দশকক একাষৰীয়া কৰি ৰাখক। তুলাচনীৰ এফালে সাত দশকক ৰাখক আৰু আনফালে মোদী চৰকাৰৰ দহ বছৰক ৰাখক; মোদীয়ে যি কাম কৰিছে, দেশৰ ভগ্নী - কন্যাসকলৰ বাবে চৰকাৰে যি কাম কৰিছে, স্বাধীনতাৰ পিছত কোনো চৰকাৰেই সেয়া কৰা নাছিল।

বন্ধুসকল,

আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে চৰকাৰে দৰিদ্ৰ লোকসকলৰ বাবে নিৰ্মাণ কৰা গৃহসমূহ মহিলাৰ নামত পঞ্জীয়ন কৰা হ’ব। আৰু, এতিয়ালৈকে নিৰ্মাণ কৰা ৪ কোটি গৃহৰ অধিকাংশই মহিলাসকলৰ নামত হৈছে। এতিয়া আৰু ৩ কোটি গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই গৃহসমূহো বেছিভাগেই আমাৰ আই - ভগ্নীসকলৰ নামতই হ’ব, মহিলাসকলৰ নামতেই হ’ব। দ্বিতীয় কামটো আছিল বেংকৰ সৈতে জড়িত ব্যৱস্থাটো। প্ৰথমে আমি জন ধন একাউন্ট খুলিলোঁ আৰু ইয়াৰো বেছিভাগ একাউন্টেই ভগ্নীসকলৰ বাবে খোলা হৈছিল। তাৰ পিছত আমি মুদ্ৰা যোজনা আৰম্ভ কৰিলোঁ। আমি বেংকসমূহক কৈছিলোঁ যে নিশ্চয়তা অবিহনে ঋণ প্ৰদান কৰক। ইয়াৰ নিশ্চয়তা হিচাপে মোদী আছে। এই আঁচনিৰ হিতাধিকাৰীসকলৰ প্ৰায় ৭০ শতাংশই হৈছে মাতৃ আৰু ভগ্নী। তেতিয়াও দেশৰ একাংশ লোকে কৈছিল যে এনেধৰণৰ ঋণ নাৰীক নিদিব, ডুব যাব, ইয়াত ৰিস্ক আছে। কিন্তু মোৰ চিন্তাধাৰা বেলেগ আছিল, আপোনাসৱৰ ওপৰত, আমাৰ মাতৃশক্তিৰ ওপৰত, তেওঁলোকৰ সততাৰ ওপৰত, তেওঁলোকৰ কৰ্মৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মাতৃ আৰু ভগ্নীসকলে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু ঋণো সততাৰে ঘূৰাই দিছে।

এতিয়া আমি মুদ্ৰা ঋণৰ সীমা ২০ লাখ টকালৈ বৃদ্ধি কৰিছোঁ। আমি পথৰ কাষৰ বিক্ৰেতাসকলৰ বাবেও স্ব-নিধি যোজনা আৰম্ভ কৰিছোঁ। ইয়াতো নিশ্চয়তা অবিহনে ঋণ প্ৰদান কৰা হৈছে। ইয়াৰপৰা আমাৰ ভগ্নী আৰু কন্যাসকল লাভান্বিত হৈছে। আমাৰ বিশ্বকৰ্মা পৰিয়াল, যিসকলে হস্তশিল্পৰ কাম কৰে, আমাৰ বহু সংখ্যক ভগ্নীও ইয়াৰে জড়িত। আমাৰ চৰকাৰে তেওঁলোকো নিশ্চয়তা লৈছে।

বন্ধুসকল,

আগতে যেতিয়া মই সখী মণ্ডল, মহিলা আত্মসহায়ক গোটৰ কথা কৈছিলোঁ, তেতিয়া ইয়াৰ গুৰুত্ব দেখা পোৱা লোক খুব কম আছিল ৷ কিন্তু, আজি চাওঁক, ভাৰতীয় অৰ্থনীতিৰ এয়া এক পৰম শক্তি হৈ পৰিছে। প্ৰতিখন গাঁৱৰ, সুদূৰ জনজাতীয় অঞ্চলত সখী মণ্ডলৰ যি পৰিৱৰ্তন হৈছে, সেয়া সকলোৰে দৃষ্টিগোচৰ হৈছে। ১০ বছৰত এই পৰিসংখ্যাও বহুত ডাঙৰ হৈ পৰিল, দহ বছৰত ১০ কোটি ভগ্নীয়ে এই অভিযানত যোগদান কৰিছে আৰু আমি তেওঁলোকক বেংকৰ সৈতেও সংযোগ কৰিছোঁ। আমি তেওঁলোকক বেংকৰ জৰিয়তে সহজ ঋণ প্ৰদান কৰিছোঁ।

মই আপোনালোকক এটি পৰিসংখ্যা অৱগত কৰিব খুজিছোঁ। এই কথা শুনি আপোনাসৱ নিশ্চয় স্তম্ভিত হৈ পৰিব। ২০১৪লৈকে সখী মণ্ডলে ২৫ হাজাৰ কোটি টকাৰো কম বেংকৰ ঋণ লাভ কৰিছিল। মনত ৰাখিব, মই সেই মহিলা আত্মসহায়ক গোটসমূহৰ কথা কৈছোঁ, মাত্ৰ ২৫ হাজাৰ কোটি টকা, আনহাতে যোৱা ১০ বছৰত তেওঁলোকক প্ৰায় ৯ লাখ কোটি টকা সাহায্য হিচাপে প্ৰদান কৰা হৈছে। ক'ত ২৫ হাজাৰ কোটি আৰু ক'ত ৯ লাখ কোটি টকা। কেৱল এয়াই নহয়, চৰকাৰে আগবঢ়োৱা প্ৰত্যক্ষ সাহায্যও প্ৰায় ৩০ গুণ বৃদ্ধি হৈছে। ইয়াৰ ফলশ্ৰুতিত আজি গাঁৱে-গাঁৱে থকা আমাৰ ভগ্নীসকলে উপাৰ্জন বৃদ্ধিৰ লগতে দেশখনকো শক্তিশালী কৰি তুলিছে। আৰু মই আকৌ কওঁ যে এয়া মাত্ৰ ট্ৰেইলাৰহে। এতিয়া আমি ভগ্নী আৰু কন্যাসকলৰ ভূমিকা অধিক সম্প্ৰসাৰিত কৰিছোঁ। আজি প্ৰতিখন গাঁৱতে ১.২৫ লাখৰো অধিক বেংক সখীয়ে বেংকিং সেৱা আগবঢ়াইছে। আৰু এইমাত্ৰ একাংশ ভগ্নীয়ে মোক জনাইছে যে তেওঁলোকৰ প্ৰত্যেকেই এক কোটি টকাৰ ব্যৱসায় কৰি আছে।

এতিয়া আমি আমাৰ ভনীসকলক ড্ৰোন পাইলট হিচাপেও গঢ়ি তুলিছোঁ। আমি ভগ্নীসকলৰ টীমক লাখ-লাখ টকাৰ ড্ৰোন প্ৰদান কৰিছোঁ যাতে তেওঁলোকে ড্ৰোনেৰে কৃষক ৰাইজক আধুনিক কৃষি-কাৰ্য্যত সহায় কৰিব পাৰে। আমি ২ লাখ পশু সখীকো প্ৰশিক্ষণ প্ৰদান কৰিছোঁ যাতে তেওঁলোকে পশুপালকসকলক সহায় কৰিব পাৰে। কেৱল এয়াই নহয়, আধুনিক কৃষিকাৰ্য্য, প্ৰাকৃতিক কৃষিকাৰ্য্যৰ বাবেও আমি মহিলা শক্তিক নেতৃত্ব প্ৰদান কৰিছোঁ। ইয়াৰ বাবে আমি কৃষি সখী কাৰ্য্যসূচী আৰম্ভ কৰিছোঁ। আমি আগন্তুক সময়ত দেশৰ প্ৰতিখন গাঁৱত এনে লাখ-লাখ কৃষি সখী গঢ়াৰ বাবে আগবাঢ়িছোঁ। এই সকলোবোৰ অভিযানে কন্যা সন্তানক কৰ্মসংস্থাপনো প্ৰদান কৰিব, তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব আৰু কন্যাৰ শক্তি সম্পৰ্কেও সমাজত এক নতুন চিন্তাৰ সৃষ্টি হ’ব।

 

|

বন্ধুসকল,

যোৱা মাহত দেশৰ বাজেট ঘোষণা কৰা হৈছিল। ইয়াত মাতৃ, ভগ্নী আৰু কন্যাসকলৰ সৈতে জড়িত আঁচনিৰ বাবে ৩ লাখ কোটি টকা ধাৰ্য্য কৰা হৈছে। অধিক কন্যা সন্তানে যাতে চাকৰি লাভ কৰে, তাৰ বাবে ঘোষণা কৰা হৈছে যে তেওঁলোকক কাৰ্য্যালয় আৰু উদ্যোগসমূহত বিশেষ সুবিধা প্ৰদান কৰা হ’ব। কেন্দ্রীয় চৰকাৰে ঘৰৰপৰা দূৰৈত থাকি কাম কৰা মহিলাসকলৰ বাবে হোষ্টেল আৰু তেওঁলোকৰ সন্তানৰ বাবে ক্ৰেচৰ সুবিধা স্থাপন কৰিছে। আমাৰ চৰকাৰে কন্যা সন্তানৰ বাবে প্ৰতিটো খণ্ড মুকলি কৰিছে, যিসমূহ ক্ষেত্ৰত পূৰ্বে তেওঁলোকক বাধা প্ৰদান কৰা হৈছিল। আজি তিনিও সেনাবাহিনীত মহিলা বিষয়াক নিযুক্তি প্ৰদান কৰা হৈছে, যুঁজাৰু বিমানৰ পাইলট নিযুক্তি দিয়া হৈছে। সৈনিক বিদ্যালয় আৰু সামৰিক একাডেমীত কন্যা সন্তানে নামভৰ্তিৰ সুবিধা লাভ কৰিছে। আমাৰ আৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনীত কন্যাৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে। গাঁৱে-গাঁৱে কৃষি আৰু দুগ্ধ খণ্ডৰপৰা আৰম্ভ কৰি ষ্টাৰ্ট আপ বিপ্লৱলৈকে আজি বৃহৎ সংখ্যক কন্যাই ব্যৱসায় পৰিচালনা কৰি আছে ৷ ৰাজনীতিতো কন্যাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে আমি নাৰী শক্তি বন্দন আইন প্ৰণয়ন কৰিছোঁ।

বন্ধুসকল,

মাতৃ, ভগ্নী আৰু কন্যাৰ শক্তি বৃদ্ধিৰ সমান্তৰালকৈ তেওঁলোকৰ সুৰক্ষাও দেশৰ অন্যতম অগ্ৰাধিকাৰৰ বিষয়। এই প্ৰসংগটো মই লালকিল্লাৰপৰা বাৰে-বাৰে উত্থাপন কৰিছোঁ। আজি দেশৰ যিকোনো ৰাজ্যই হওঁক, মই অনুভৱ কৰোঁ মোৰ ভগ্নী - কন্যাসকৰ বেদনা আৰু খঙৰ কাৰণ। মই আকৌ এবাৰ দেশৰ প্ৰতিটো ৰাজনৈতিক দল, প্ৰতিখন ৰাজ্য চৰকাৰক ক'ম যে নাৰীৰ বিৰুদ্ধে অপৰাধ এক অক্ষমণীয় পাপ। যোন দোষী, তেওঁক ৰেহাই দিয়া উচিত নহয়। যিকোনো ৰূপত তেওঁক সহায় কৰাসকলক ৰেহাই প্ৰদান কৰা উচিত নহয়। চিকিৎসালয়েই হওঁক, বিদ্যালয়েই হওঁক, কাৰ্য্যালয়েই হওঁক বা আৰক্ষী ব্যৱস্থাই হওঁক, যি স্তৰতেই গাফিলতি নহওঁক কিয়, সকলোকে জবাবদিহি কৰা উচিত। বাৰ্তাটো ওপৰৰপৰা তললৈ অতিশয় স্পষ্ট হ’ব লাগে যে এই পাপ ক্ষমা কৰিব নোৱাৰি। চৰকাৰ আহি থাকিব আৰু গৈ থাকিব, কিন্তু জীৱন ৰক্ষা আৰু নাৰীৰ মৰ্য্যাদা ৰক্ষা কৰাটো সমাজ হিচাপে আৰু চৰকাৰ হিচাপে আমাৰ সকলোৰে এক পৰম দায়িত্ব।

বন্ধুসকল,

আমাৰ চৰকাৰে নাৰীৰ ওপৰত অত্যাচাৰ কৰাসকলক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ কঠোৰ আইন প্ৰৱৰ্তন কৰিছে। আজি দেশৰ ইমান বৃহৎ সংখ্যক ভগ্নী-কন্যা ইয়াত আছে, গতিকে এই কথা বিশেষভাৱে আপোনালোকক জনাব বিচাৰিছোঁ। আগতে সময়মতে এফআইআৰ পঞ্জীয়ন নকৰাৰ অভিযোগ উত্থাপন হৈছিল। গোচৰ নিষ্পত্তিত বহু সময় লাগিছিল। ভাৰতীয় ন্যায় সংহিতাত আমি এনে বহু বাধা দূৰ কৰিছোঁ। ইয়াত নাৰী আৰু শিশুৰ ওপৰত হোৱা অত্যাচাৰ সম্পৰ্কে এটা সম্পূৰ্ণ অধ্যায়ৰ সূচনা কৰা হৈছে। যদি ভুক্তভোগী মহিলাসকলে থানালৈ যাবলৈ নিবিচাৰে, তেন্তে ঘৰতে বহি ই-এফআইআৰ পঞ্জীয়ন কৰিব পাৰিব। আমি এইটোও নিশ্চিত কৰিছোঁ যে থানা পৰ্য্যায়ত যাতে কোনোৱে ই – এফআইআৰৰ ক্ষেত্ৰত বিলম্ব কৰিব নোৱাৰে। ইয়াৰ ফলশ্ৰুতিত ক্ষীপ্ৰ তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানত সহায়ক হ’ব।

বন্ধুসকল,

নতুন আইনত নাবালিকাৰ ক্ষেত্ৰত যৌন অপৰাধৰ বাবে মৃত্যুদণ্ড আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে। কন্যাৰ বিয়াৰ নামত প্ৰতাৰণাৰ ঘটনা সংঘটিত হৈছে। আগতে ইয়াৰ বাবে কোনো স্পষ্ট আইন নাছিল। এতিয়া বিবাহৰ ভুৱা প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাকো ভাৰতীয় ন্যায় সংহিতাত স্পষ্টভাৱে সংজ্ঞায়িত কৰা হৈছে। মই আপোনালোকক আশ্বস্ত কৰিব খুজিছোঁ যে নাৰীৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সকলো প্ৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে আছে। ভাৰতীয় সমাজৰপৰা এনে কলূষিত মানসিকতাক নিৰ্মূলৰ পিছতহে আমি ক্ষান্ত হ’ব লাগিব ৷

 

|

সেয়েহে সতীৰ্থসকল,

আজি ভাৰত উন্নয়নৰ পথত আগবাঢ়িছে আৰু ইয়াত মহাৰাষ্ট্ৰৰ অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা আছে। এখনি উন্নত ভাৰতৰ এক উজ্জ্বল নক্ষত্ৰ হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মহাৰাষ্ট্ৰৰ ভৱিষ্যৎ নিহিত হৈ আছে অধিক আৰু অধিক বিনিয়োগ আৰু নতুন নিয়োগৰ সুযোগ সৃষ্টিৰ মাজত। আৰু, ইয়াৰ চৰকাৰে বিকাশ আৰু কৰ্মসংস্থাপনৰ নিশ্চয়তা প্ৰদান কৰিছে। মহাৰাষ্ট্ৰক আগন্তুক বহু বছৰলৈ এখনি সুস্থিৰ চৰকাৰৰ প্ৰয়োজন। মহাৰাষ্ট্ৰত প্ৰয়োজন এনে এখনি চৰকাৰ, যিয়ে ইয়াৰ উদ্যোগসমূহক উৎসাহিত কৰিব পাৰে। মহাৰাষ্ট্ৰৰ বাবে এনে এখনি চৰকাৰৰ প্ৰয়োজন, যিয়ে যুৱ প্ৰজন্মৰ শিক্ষা, দক্ষতা আৰু কৰ্মসংস্থাপনত গুৰুত্ব আৰোপ কৰিব পাৰে। মহাৰাষ্ট্ৰৰ সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে মহাৰাষ্ট্ৰৰ মাতৃ-ভগ্নীসকলে আগবাঢ়ি আহি মোক সমৰ্থন কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে ৷

 

|

ইয়াৰ ভগ্নীসকলৰ ওপৰতো মোৰ অগাধ বিশ্বাস আছে। আকৌ এবাৰ মহাৰাষ্ট্ৰ চৰকাৰখনৰ কাম-কাজলৈ ভাৰত চৰকাৰৰপৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদানেৰে আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ।

সমস্বৰে কওঁ আহক-

ভাৰত মাতা কী জয়

দুয়োখন হাত ওপৰলৈ তুলি, মুঠি বন্ধ কৰি সম্পূৰ্ণ শক্তিৰে কওঁ আহকচোন

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

আপোনাকক অশেষ ধন্যবাদ জনালোঁ।

 

  • Jitendra Kumar March 22, 2025

    🇮🇳🙏❤️
  • Veer lohani February 19, 2025

    NAMO NAMONAMO
  • Roopali Atul Pawar January 07, 2025

    Jai kandesh
  • Vikas kudale December 26, 2024

    🙏🏻🇮🇳
  • Vikas kudale December 26, 2024

    🇮🇳🙏🏻🎯
  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩,,
  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩,
  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
  • Deepmala Rajput November 21, 2024

    jai shree ram🙏
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Rs 30,000 Crore Saved Via Jan Aushadhi Kendras In Last 10 Years; Over 15,000 Centres Opened, Nearly 10,000 More Planned: Government

Media Coverage

Rs 30,000 Crore Saved Via Jan Aushadhi Kendras In Last 10 Years; Over 15,000 Centres Opened, Nearly 10,000 More Planned: Government
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, India is not just a Nation of Dreams but also a Nation That Delivers: PM Modi in TV9 Summit
March 28, 2025
QuoteToday, the world's eyes are on India: PM
QuoteIndia's youth is rapidly becoming skilled and driving innovation forward: PM
Quote"India First" has become the mantra of India's foreign policy: PM
QuoteToday, India is not just participating in the world order but also contributing to shaping and securing the future: PM
QuoteIndia has given Priority to humanity over monopoly: PM
QuoteToday, India is not just a Nation of Dreams but also a Nation That Delivers: PM

श्रीमान रामेश्वर गारु जी, रामू जी, बरुन दास जी, TV9 की पूरी टीम, मैं आपके नेटवर्क के सभी दर्शकों का, यहां उपस्थित सभी महानुभावों का अभिनंदन करता हूं, इस समिट के लिए बधाई देता हूं।

TV9 नेटवर्क का विशाल रीजनल ऑडियंस है। और अब तो TV9 का एक ग्लोबल ऑडियंस भी तैयार हो रहा है। इस समिट में अनेक देशों से इंडियन डायस्पोरा के लोग विशेष तौर पर लाइव जुड़े हुए हैं। कई देशों के लोगों को मैं यहां से देख भी रहा हूं, वे लोग वहां से वेव कर रहे हैं, हो सकता है, मैं सभी को शुभकामनाएं देता हूं। मैं यहां नीचे स्क्रीन पर हिंदुस्तान के अनेक शहरों में बैठे हुए सब दर्शकों को भी उतने ही उत्साह, उमंग से देख रहा हूं, मेरी तरफ से उनका भी स्वागत है।

साथियों,

आज विश्व की दृष्टि भारत पर है, हमारे देश पर है। दुनिया में आप किसी भी देश में जाएं, वहां के लोग भारत को लेकर एक नई जिज्ञासा से भरे हुए हैं। आखिर ऐसा क्या हुआ कि जो देश 70 साल में ग्यारहवें नंबर की इकोनॉमी बना, वो महज 7-8 साल में पांचवे नंबर की इकोनॉमी बन गया? अभी IMF के नए आंकड़े सामने आए हैं। वो आंकड़े कहते हैं कि भारत, दुनिया की एकमात्र मेजर इकोनॉमी है, जिसने 10 वर्षों में अपने GDP को डबल किया है। बीते दशक में भारत ने दो लाख करोड़ डॉलर, अपनी इकोनॉमी में जोड़े हैं। GDP का डबल होना सिर्फ आंकड़ों का बदलना मात्र नहीं है। इसका impact देखिए, 25 करोड़ लोग गरीबी से बाहर निकले हैं, और ये 25 करोड़ लोग एक नियो मिडिल क्लास का हिस्सा बने हैं। ये नियो मिडिल क्लास, एक प्रकार से नई ज़िंदगी शुरु कर रहा है। ये नए सपनों के साथ आगे बढ़ रहा है, हमारी इकोनॉमी में कंट्रीब्यूट कर रहा है, और उसको वाइब्रेंट बना रहा है। आज दुनिया की सबसे बड़ी युवा आबादी हमारे भारत में है। ये युवा, तेज़ी से स्किल्ड हो रहा है, इनोवेशन को गति दे रहा है। और इन सबके बीच, भारत की फॉरेन पॉलिसी का मंत्र बन गया है- India First, एक जमाने में भारत की पॉलिसी थी, सबसे समान रूप से दूरी बनाकर चलो, Equi-Distance की पॉलिसी, आज के भारत की पॉलिसी है, सबके समान रूप से करीब होकर चलो, Equi-Closeness की पॉलिसी। दुनिया के देश भारत की ओपिनियन को, भारत के इनोवेशन को, भारत के एफर्ट्स को, जैसा महत्व आज दे रहे हैं, वैसा पहले कभी नहीं हुआ। आज दुनिया की नजर भारत पर है, आज दुनिया जानना चाहती है, What India Thinks Today.

|

साथियों,

भारत आज, वर्ल्ड ऑर्डर में सिर्फ पार्टिसिपेट ही नहीं कर रहा, बल्कि फ्यूचर को शेप और सेक्योर करने में योगदान दे रहा है। दुनिया ने ये कोरोना काल में अच्छे से अनुभव किया है। दुनिया को लगता था कि हर भारतीय तक वैक्सीन पहुंचने में ही, कई-कई साल लग जाएंगे। लेकिन भारत ने हर आशंका को गलत साबित किया। हमने अपनी वैक्सीन बनाई, हमने अपने नागरिकों का तेज़ी से वैक्सीनेशन कराया, और दुनिया के 150 से अधिक देशों तक दवाएं और वैक्सीन्स भी पहुंचाईं। आज दुनिया, और जब दुनिया संकट में थी, तब भारत की ये भावना दुनिया के कोने-कोने तक पहुंची कि हमारे संस्कार क्या हैं, हमारा तौर-तरीका क्या है।

साथियों,

अतीत में दुनिया ने देखा है कि दूसरे विश्व युद्ध के बाद जब भी कोई वैश्विक संगठन बना, उसमें कुछ देशों की ही मोनोपोली रही। भारत ने मोनोपोली नहीं बल्कि मानवता को सर्वोपरि रखा। भारत ने, 21वीं सदी के ग्लोबल इंस्टीट्यूशन्स के गठन का रास्ता बनाया, और हमने ये ध्यान रखा कि सबकी भागीदारी हो, सबका योगदान हो। जैसे प्राकृतिक आपदाओं की चुनौती है। देश कोई भी हो, इन आपदाओं से इंफ्रास्ट्रक्चर को भारी नुकसान होता है। आज ही म्यांमार में जो भूकंप आया है, आप टीवी पर देखें तो बहुत बड़ी-बड़ी इमारतें ध्वस्त हो रही हैं, ब्रिज टूट रहे हैं। और इसलिए भारत ने Coalition for Disaster Resilient Infrastructure - CDRI नाम से एक वैश्विक नया संगठन बनाने की पहल की। ये सिर्फ एक संगठन नहीं, बल्कि दुनिया को प्राकृतिक आपदाओं के लिए तैयार करने का संकल्प है। भारत का प्रयास है, प्राकृतिक आपदा से, पुल, सड़कें, बिल्डिंग्स, पावर ग्रिड, ऐसा हर इंफ्रास्ट्रक्चर सुरक्षित रहे, सुरक्षित निर्माण हो।

साथियों,

भविष्य की चुनौतियों से निपटने के लिए हर देश का मिलकर काम करना बहुत जरूरी है। ऐसी ही एक चुनौती है, हमारे एनर्जी रिसोर्सेस की। इसलिए पूरी दुनिया की चिंता करते हुए भारत ने International Solar Alliance (ISA) का समाधान दिया है। ताकि छोटे से छोटा देश भी सस्टेनबल एनर्जी का लाभ उठा सके। इससे क्लाइमेट पर तो पॉजिटिव असर होगा ही, ये ग्लोबल साउथ के देशों की एनर्जी नीड्स को भी सिक्योर करेगा। और आप सबको ये जानकर गर्व होगा कि भारत के इस प्रयास के साथ, आज दुनिया के सौ से अधिक देश जुड़ चुके हैं।

साथियों,

बीते कुछ समय से दुनिया, ग्लोबल ट्रेड में असंतुलन और लॉजिस्टिक्स से जुड़ी challenges का सामना कर रही है। इन चुनौतियों से निपटने के लिए भी भारत ने दुनिया के साथ मिलकर नए प्रयास शुरु किए हैं। India–Middle East–Europe Economic Corridor (IMEC), ऐसा ही एक महत्वाकांक्षी प्रोजेक्ट है। ये प्रोजेक्ट, कॉमर्स और कनेक्टिविटी के माध्यम से एशिया, यूरोप और मिडिल ईस्ट को जोड़ेगा। इससे आर्थिक संभावनाएं तो बढ़ेंगी ही, दुनिया को अल्टरनेटिव ट्रेड रूट्स भी मिलेंगे। इससे ग्लोबल सप्लाई चेन भी और मजबूत होगी।

|

साथियों,

ग्लोबल सिस्टम्स को, अधिक पार्टिसिपेटिव, अधिक डेमोक्रेटिक बनाने के लिए भी भारत ने अनेक कदम उठाए हैं। और यहीं, यहीं पर ही भारत मंडपम में जी-20 समिट हुई थी। उसमें अफ्रीकन यूनियन को जी-20 का परमानेंट मेंबर बनाया गया है। ये बहुत बड़ा ऐतिहासिक कदम था। इसकी मांग लंबे समय से हो रही थी, जो भारत की प्रेसीडेंसी में पूरी हुई। आज ग्लोबल डिसीजन मेकिंग इंस्टीट्यूशन्स में भारत, ग्लोबल साउथ के देशों की आवाज़ बन रहा है। International Yoga Day, WHO का ग्लोबल सेंटर फॉर ट्रेडिशनल मेडिसिन, आर्टिफिशियल इंटेलीजेंस के लिए ग्लोबल फ्रेमवर्क, ऐसे कितने ही क्षेत्रों में भारत के प्रयासों ने नए वर्ल्ड ऑर्डर में अपनी मजबूत उपस्थिति दर्ज कराई है, और ये तो अभी शुरूआत है, ग्लोबल प्लेटफॉर्म पर भारत का सामर्थ्य नई ऊंचाई की तरफ बढ़ रहा है।

साथियों,

21वीं सदी के 25 साल बीत चुके हैं। इन 25 सालों में 11 साल हमारी सरकार ने देश की सेवा की है। और जब हम What India Thinks Today उससे जुड़ा सवाल उठाते हैं, तो हमें ये भी देखना होगा कि Past में क्या सवाल थे, क्या जवाब थे। इससे TV9 के विशाल दर्शक समूह को भी अंदाजा होगा कि कैसे हम, निर्भरता से आत्मनिर्भरता तक, Aspirations से Achievement तक, Desperation से Development तक पहुंचे हैं। आप याद करिए, एक दशक पहले, गांव में जब टॉयलेट का सवाल आता था, तो माताओं-बहनों के पास रात ढलने के बाद और भोर होने से पहले का ही जवाब होता था। आज उसी सवाल का जवाब स्वच्छ भारत मिशन से मिलता है। 2013 में जब कोई इलाज की बात करता था, तो महंगे इलाज की चर्चा होती थी। आज उसी सवाल का समाधान आयुष्मान भारत में नजर आता है। 2013 में किसी गरीब की रसोई की बात होती थी, तो धुएं की तस्वीर सामने आती थी। आज उसी समस्या का समाधान उज्ज्वला योजना में दिखता है। 2013 में महिलाओं से बैंक खाते के बारे में पूछा जाता था, तो वो चुप्पी साध लेती थीं। आज जनधन योजना के कारण, 30 करोड़ से ज्यादा बहनों का अपना बैंक अकाउंट है। 2013 में पीने के पानी के लिए कुएं और तालाबों तक जाने की मजबूरी थी। आज उसी मजबूरी का हल हर घर नल से जल योजना में मिल रहा है। यानि सिर्फ दशक नहीं बदला, बल्कि लोगों की ज़िंदगी बदली है। और दुनिया भी इस बात को नोट कर रही है, भारत के डेवलपमेंट मॉडल को स्वीकार रही है। आज भारत सिर्फ Nation of Dreams नहीं, बल्कि Nation That Delivers भी है।

साथियों,

जब कोई देश, अपने नागरिकों की सुविधा और समय को महत्व देता है, तब उस देश का समय भी बदलता है। यही आज हम भारत में अनुभव कर रहे हैं। मैं आपको एक उदाहरण देता हूं। पहले पासपोर्ट बनवाना कितना बड़ा काम था, ये आप जानते हैं। लंबी वेटिंग, बहुत सारे कॉम्प्लेक्स डॉक्यूमेंटेशन का प्रोसेस, अक्सर राज्यों की राजधानी में ही पासपोर्ट केंद्र होते थे, छोटे शहरों के लोगों को पासपोर्ट बनवाना होता था, तो वो एक-दो दिन कहीं ठहरने का इंतजाम करके चलते थे, अब वो हालात पूरी तरह बदल गया है, एक आंकड़े पर आप ध्यान दीजिए, पहले देश में सिर्फ 77 पासपोर्ट सेवा केंद्र थे, आज इनकी संख्या 550 से ज्यादा हो गई है। पहले पासपोर्ट बनवाने में, और मैं 2013 के पहले की बात कर रहा हूं, मैं पिछले शताब्दी की बात नहीं कर रहा हूं, पासपोर्ट बनवाने में जो वेटिंग टाइम 50 दिन तक होता था, वो अब 5-6 दिन तक सिमट गया है।

साथियों,

ऐसा ही ट्रांसफॉर्मेशन हमने बैंकिंग इंफ्रास्ट्रक्चर में भी देखा है। हमारे देश में 50-60 साल पहले बैंकों का नेशनलाइजेशन किया गया, ये कहकर कि इससे लोगों को बैंकिंग सुविधा सुलभ होगी। इस दावे की सच्चाई हम जानते हैं। हालत ये थी कि लाखों गांवों में बैंकिंग की कोई सुविधा ही नहीं थी। हमने इस स्थिति को भी बदला है। ऑनलाइन बैंकिंग तो हर घर में पहुंचाई है, आज देश के हर 5 किलोमीटर के दायरे में कोई न कोई बैंकिंग टच प्वाइंट जरूर है। और हमने सिर्फ बैंकिंग इंफ्रास्ट्रक्चर का ही दायरा नहीं बढ़ाया, बल्कि बैंकिंग सिस्टम को भी मजबूत किया। आज बैंकों का NPA बहुत कम हो गया है। आज बैंकों का प्रॉफिट, एक लाख 40 हज़ार करोड़ रुपए के नए रिकॉर्ड को पार कर चुका है। और इतना ही नहीं, जिन लोगों ने जनता को लूटा है, उनको भी अब लूटा हुआ धन लौटाना पड़ रहा है। जिस ED को दिन-रात गालियां दी जा रही है, ED ने 22 हज़ार करोड़ रुपए से अधिक वसूले हैं। ये पैसा, कानूनी तरीके से उन पीड़ितों तक वापिस पहुंचाया जा रहा है, जिनसे ये पैसा लूटा गया था।

साथियों,

Efficiency से गवर्नमेंट Effective होती है। कम समय में ज्यादा काम हो, कम रिसोर्सेज़ में अधिक काम हो, फिजूलखर्ची ना हो, रेड टेप के बजाय रेड कार्पेट पर बल हो, जब कोई सरकार ये करती है, तो समझिए कि वो देश के संसाधनों को रिस्पेक्ट दे रही है। और पिछले 11 साल से ये हमारी सरकार की बड़ी प्राथमिकता रहा है। मैं कुछ उदाहरणों के साथ अपनी बात बताऊंगा।

|

साथियों,

अतीत में हमने देखा है कि सरकारें कैसे ज्यादा से ज्यादा लोगों को मिनिस्ट्रीज में accommodate करने की कोशिश करती थीं। लेकिन हमारी सरकार ने अपने पहले कार्यकाल में ही कई मंत्रालयों का विलय कर दिया। आप सोचिए, Urban Development अलग मंत्रालय था और Housing and Urban Poverty Alleviation अलग मंत्रालय था, हमने दोनों को मर्ज करके Housing and Urban Affairs मंत्रालय बना दिया। इसी तरह, मिनिस्ट्री ऑफ ओवरसीज़ अफेयर्स अलग था, विदेश मंत्रालय अलग था, हमने इन दोनों को भी एक साथ जोड़ दिया, पहले जल संसाधन, नदी विकास मंत्रालय अलग था, और पेयजल मंत्रालय अलग था, हमने इन्हें भी जोड़कर जलशक्ति मंत्रालय बना दिया। हमने राजनीतिक मजबूरी के बजाय, देश की priorities और देश के resources को आगे रखा।

साथियों,

हमारी सरकार ने रूल्स और रेगुलेशन्स को भी कम किया, उन्हें आसान बनाया। करीब 1500 ऐसे कानून थे, जो समय के साथ अपना महत्व खो चुके थे। उनको हमारी सरकार ने खत्म किया। करीब 40 हज़ार, compliances को हटाया गया। ऐसे कदमों से दो फायदे हुए, एक तो जनता को harassment से मुक्ति मिली, और दूसरा, सरकारी मशीनरी की एनर्जी भी बची। एक और Example GST का है। 30 से ज्यादा टैक्सेज़ को मिलाकर एक टैक्स बना दिया गया है। इसको process के, documentation के हिसाब से देखें तो कितनी बड़ी बचत हुई है।

साथियों,

सरकारी खरीद में पहले कितनी फिजूलखर्ची होती थी, कितना करप्शन होता था, ये मीडिया के आप लोग आए दिन रिपोर्ट करते थे। हमने, GeM यानि गवर्नमेंट ई-मार्केटप्लेस प्लेटफॉर्म बनाया। अब सरकारी डिपार्टमेंट, इस प्लेटफॉर्म पर अपनी जरूरतें बताते हैं, इसी पर वेंडर बोली लगाते हैं और फिर ऑर्डर दिया जाता है। इसके कारण, भ्रष्टाचार की गुंजाइश कम हुई है, और सरकार को एक लाख करोड़ रुपए से अधिक की बचत भी हुई है। डायरेक्ट बेनिफिट ट्रांसफर- DBT की जो व्यवस्था भारत ने बनाई है, उसकी तो दुनिया में चर्चा है। DBT की वजह से टैक्स पेयर्स के 3 लाख करोड़ रुपए से ज्यादा, गलत हाथों में जाने से बचे हैं। 10 करोड़ से ज्यादा फर्ज़ी लाभार्थी, जिनका जन्म भी नहीं हुआ था, जो सरकारी योजनाओं का फायदा ले रहे थे, ऐसे फर्जी नामों को भी हमने कागजों से हटाया है।

साथियों,

 

हमारी सरकार टैक्स की पाई-पाई का ईमानदारी से उपयोग करती है, और टैक्सपेयर का भी सम्मान करती है, सरकार ने टैक्स सिस्टम को टैक्सपेयर फ्रेंडली बनाया है। आज ITR फाइलिंग का प्रोसेस पहले से कहीं ज्यादा सरल और तेज़ है। पहले सीए की मदद के बिना, ITR फाइल करना मुश्किल होता था। आज आप कुछ ही समय के भीतर खुद ही ऑनलाइन ITR फाइल कर पा रहे हैं। और रिटर्न फाइल करने के कुछ ही दिनों में रिफंड आपके अकाउंट में भी आ जाता है। फेसलेस असेसमेंट स्कीम भी टैक्सपेयर्स को परेशानियों से बचा रही है। गवर्नेंस में efficiency से जुड़े ऐसे अनेक रिफॉर्म्स ने दुनिया को एक नया गवर्नेंस मॉडल दिया है।

साथियों,

पिछले 10-11 साल में भारत हर सेक्टर में बदला है, हर क्षेत्र में आगे बढ़ा है। और एक बड़ा बदलाव सोच का आया है। आज़ादी के बाद के अनेक दशकों तक, भारत में ऐसी सोच को बढ़ावा दिया गया, जिसमें सिर्फ विदेशी को ही बेहतर माना गया। दुकान में भी कुछ खरीदने जाओ, तो दुकानदार के पहले बोल यही होते थे – भाई साहब लीजिए ना, ये तो इंपोर्टेड है ! आज स्थिति बदल गई है। आज लोग सामने से पूछते हैं- भाई, मेड इन इंडिया है या नहीं है?

साथियों,

आज हम भारत की मैन्युफैक्चरिंग एक्सीलेंस का एक नया रूप देख रहे हैं। अभी 3-4 दिन पहले ही एक न्यूज आई है कि भारत ने अपनी पहली MRI मशीन बना ली है। अब सोचिए, इतने दशकों तक हमारे यहां स्वदेशी MRI मशीन ही नहीं थी। अब मेड इन इंडिया MRI मशीन होगी तो जांच की कीमत भी बहुत कम हो जाएगी।

|

साथियों,

आत्मनिर्भर भारत और मेक इन इंडिया अभियान ने, देश के मैन्युफैक्चरिंग सेक्टर को एक नई ऊर्जा दी है। पहले दुनिया भारत को ग्लोबल मार्केट कहती थी, आज वही दुनिया, भारत को एक बड़े Manufacturing Hub के रूप में देख रही है। ये सक्सेस कितनी बड़ी है, इसके उदाहरण आपको हर सेक्टर में मिलेंगे। जैसे हमारी मोबाइल फोन इंडस्ट्री है। 2014-15 में हमारा एक्सपोर्ट, वन बिलियन डॉलर तक भी नहीं था। लेकिन एक दशक में, हम ट्वेंटी बिलियन डॉलर के फिगर से भी आगे निकल चुके हैं। आज भारत ग्लोबल टेलिकॉम और नेटवर्किंग इंडस्ट्री का एक पावर सेंटर बनता जा रहा है। Automotive Sector की Success से भी आप अच्छी तरह परिचित हैं। इससे जुड़े Components के एक्सपोर्ट में भी भारत एक नई पहचान बना रहा है। पहले हम बहुत बड़ी मात्रा में मोटर-साइकल पार्ट्स इंपोर्ट करते थे। लेकिन आज भारत में बने पार्ट्स UAE और जर्मनी जैसे अनेक देशों तक पहुंच रहे हैं। सोलर एनर्जी सेक्टर ने भी सफलता के नए आयाम गढ़े हैं। हमारे सोलर सेल्स, सोलर मॉड्यूल का इंपोर्ट कम हो रहा है और एक्सपोर्ट्स 23 गुना तक बढ़ गए हैं। बीते एक दशक में हमारा डिफेंस एक्सपोर्ट भी 21 गुना बढ़ा है। ये सारी अचीवमेंट्स, देश की मैन्युफैक्चरिंग इकोनॉमी की ताकत को दिखाती है। ये दिखाती है कि भारत में कैसे हर सेक्टर में नई जॉब्स भी क्रिएट हो रही हैं।

साथियों,

TV9 की इस समिट में, विस्तार से चर्चा होगी, अनेक विषयों पर मंथन होगा। आज हम जो भी सोचेंगे, जिस भी विजन पर आगे बढ़ेंगे, वो हमारे आने वाले कल को, देश के भविष्य को डिजाइन करेगा। पिछली शताब्दी के इसी दशक में, भारत ने एक नई ऊर्जा के साथ आजादी के लिए नई यात्रा शुरू की थी। और हमने 1947 में आजादी हासिल करके भी दिखाई। अब इस दशक में हम विकसित भारत के लक्ष्य के लिए चल रहे हैं। और हमें 2047 तक विकसित भारत का सपना जरूर पूरा करना है। और जैसा मैंने लाल किले से कहा है, इसमें सबका प्रयास आवश्यक है। इस समिट का आयोजन कर, TV9 ने भी अपनी तरफ से एक positive initiative लिया है। एक बार फिर आप सभी को इस समिट की सफलता के लिए मेरी ढेर सारी शुभकामनाएं हैं।

मैं TV9 को विशेष रूप से बधाई दूंगा, क्योंकि पहले भी मीडिया हाउस समिट करते रहे हैं, लेकिन ज्यादातर एक छोटे से फाइव स्टार होटल के कमरे में, वो समिट होती थी और बोलने वाले भी वही, सुनने वाले भी वही, कमरा भी वही। TV9 ने इस परंपरा को तोड़ा और ये जो मॉडल प्लेस किया है, 2 साल के भीतर-भीतर देख लेना, सभी मीडिया हाउस को यही करना पड़ेगा। यानी TV9 Thinks Today वो बाकियों के लिए रास्ता खोल देगा। मैं इस प्रयास के लिए बहुत-बहुत अभिनंदन करता हूं, आपकी पूरी टीम को, और सबसे बड़ी खुशी की बात है कि आपने इस इवेंट को एक मीडिया हाउस की भलाई के लिए नहीं, देश की भलाई के लिए आपने उसकी रचना की। 50,000 से ज्यादा नौजवानों के साथ एक मिशन मोड में बातचीत करना, उनको जोड़ना, उनको मिशन के साथ जोड़ना और उसमें से जो बच्चे सिलेक्ट होकर के आए, उनकी आगे की ट्रेनिंग की चिंता करना, ये अपने आप में बहुत अद्भुत काम है। मैं आपको बहुत बधाई देता हूं। जिन नौजवानों से मुझे यहां फोटो निकलवाने का मौका मिला है, मुझे भी खुशी हुई कि देश के होनहार लोगों के साथ, मैं अपनी फोटो निकलवा पाया। मैं इसे अपना सौभाग्य मानता हूं दोस्तों कि आपके साथ मेरी फोटो आज निकली है। और मुझे पक्का विश्वास है कि सारी युवा पीढ़ी, जो मुझे दिख रही है, 2047 में जब देश विकसित भारत बनेगा, सबसे ज्यादा बेनिफिशियरी आप लोग हैं, क्योंकि आप उम्र के उस पड़ाव पर होंगे, जब भारत विकसित होगा, आपके लिए मौज ही मौज है। आपको बहुत-बहुत शुभकामनाएं।

धन्यवाद।