Awards 100 ‘5G Use Case Labs’ to educational institutions across the country
Industry leaders hail the vision of PM
“The future is here and now”
“Our young generation is leading the tech revolution”
“India is not only expanding the 5G network in the country but also laying emphasis on becoming a leader in 6G”
“We believe in the power of democratization in every sector”
“Access to capital, access to resources and access to technology is a priority for our government”
“India's semiconductor mission is progressing with the aim of fulfilling not just its domestic demands but also the global requirements”
“In the development of digital technology, India is behind no developed nation”
“Technology is the catalyst that expedites the transition from a developing nation to a developed one”
“The 21st century marks an era of India's thought leadership”

কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মীসকল, ম'বাইল আৰু টেলিকম উদ্যোগৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তি, মঞ্চত উপস্থিত থকা সন্মানীয় অতিথি, মহিলা আৰু ভদ্ৰলোকসকল!

ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ এই সপ্তম সংস্কৰণত আপোনালোক সকলোৰে মাজত উপস্থিত থাকিব পৰাটো নিজেই এক আনন্দদায়ক অভিজ্ঞতা। একবিংশ শতিকাৰ দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত, এই আয়োজনে লাখ লাখ লোকৰ ভাগ্য সলনি কৰাৰ সম্ভাৱনা আছে। এটা সময় আছিল যেতিয়া আমি ভৱিষ্যতৰ বিষয়ে কথা পাতিছিলো, ইয়াৰ অৰ্থ আছিল পৰৱৰ্তী দশক, বা ২০-৩০ বছৰ পিছত বা পৰৱৰ্তী শতিকা। কিন্তু আজি, প্ৰতিদিনে প্ৰযুক্তিবিদ্যাৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে, আমি কওঁ 'ভৱিষ্যত ইয়াত আৰু এতিয়া', মাত্ৰ কেইমিনিটমান আগতে, মই ইয়াত প্ৰদৰ্শনীত কিছুমান ষ্টল প্ৰত্যক্ষ কৰিছোঁ। এই প্ৰদৰ্শনীত, মই একে ভৱিষ্যতৰ এক আভাস দেখিছোঁ। টেলিকম, প্ৰযুক্তি বা সংযোগ, সেয়া ৬জি, এআই, চাইবাৰ নিৰাপত্তা, ছেমি কণ্ডাক্টৰ, ড্ৰোন বা মহাকাশ খণ্ড, গভীৰ সাগৰ, সেউজ প্ৰযুক্তি বা অন্যান্য খণ্ডই হওঁক, আগন্তুক সময় সম্পূৰ্ণ বেলেগ হ'ব। আৰু ই আমাৰ সকলোৰে বাবে সুখৰ বিষয় যে আমাৰ যুৱ প্ৰজন্মই দেশৰ ভৱিষ্যত, আমাৰ প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দি আছে।

 

বন্ধুসকল,

আপোনাসৱৰ মনত থাকিব পাৰে, যোৱা বছৰ আমি ইয়াত ৫জি ৰোলআউটৰ বাবে একত্ৰিত হৈছিলোঁ। সেই ঐতিহাসিক ঘটনাৰ পিছত সমগ্ৰ বিশ্বই ভাৰতৰ ফালে আচৰিত দৃষ্টিৰে লক্ষ্য কৰি আছিল। যিকি নহওক, বিশ্বৰ সৰ্ববৃহৎ ৫ জি, দ্ৰুত ৫জি ৰোলআউট ভাৰতত হৈছিল। কিন্তু সেই সফলতাৰ পিছতো আমি ৰৈ যোৱা নাছিলো। আমি ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে ৫জি অনাৰ কাম আৰম্ভ কৰিছিলোঁ। অৰ্থাৎ, আমি 'ৰোলআউট' পৰ্যায়ৰ পৰা 'ৰিচ আউট' পৰ্যায়ত উপনীত হৈছিলোঁ।

 

বন্ধুসকল,

৫জি উৎক্ষেপণৰ এবছৰৰ ভিতৰত, ভাৰতত প্ৰায় ৪ লাখ ৫জি আধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। তেওঁলোকে ৯৭ শতাংশ চহৰ আৰু দেশৰ জনসংখ্যাৰ আশী শতাংশতকৈও অধিক সামৰি লৈছে। ভাৰতত যোৱা এবছৰত, ইয়াৰ মধ্যমীয়া ম'বাইল ব্ৰডবেণ্ডৰ গতি প্ৰায় ৩গুণ বৃদ্ধি পাইছে। ম'বাইল ব্ৰডবেণ্ড গতিৰ ক্ষেত্ৰত, ভাৰত এসময়ত ১১৮ স্থানত আছিল, আমি তাত আবদ্ধ হৈ আছিলো, আজি চল্লিশ তৃতীয় স্থানত উপনীত হৈছে। আমি কেৱল ভাৰতত দ্ৰুতগতিত ৫জি সম্প্ৰসাৰণ কৰাই নহয়, লগতে ৬জিৰ ক্ষেত্ৰত নেতৃত্ব দিয়াৰ দিশত আগবাঢ়িছো। ২জিৰ সময়ত ইয়াত কি ঘটিছিল, হয়তো নতুন প্ৰজন্মই নাজানিব। কিন্তু মই সেই বিষয়ে বৰ্ণনা নকৰো, অন্যথা হয়তো সংবাদ মাধ্যমসমূহে সেই কথাটোতে লাগি ধৰিব আৰু একো নক'ব। কিন্তু মই ক'ব লাগিব যে আমাৰ সময়ত ৪জি সম্প্ৰসাৰিত হৈছিল আৰু কতো এটাও চেকা নালাগিল। মই নিশ্চিত যে ভাৰতে এতিয়া ৬জিত বিশ্বক নেতৃত্ব দিব।

 

আৰু বন্ধুসকল,

ইণ্টাৰনেট সংযোগ আৰু গতি উন্নত কৰাটো কেৱল ৰেংকিং আৰু সংখ্যাৰ বিষয়ে নহয়। ইণ্টাৰনেট সংযোগ আৰু গতি উন্নত কৰিলে জীৱনধাৰণৰ সহজতাও বৃদ্ধি হয়। যেতিয়া ইণ্টাৰনেটৰ গতি বৃদ্ধি হয়, শিক্ষাৰ্থীজনৰ বাবে তেওঁৰ শিক্ষকৰ সৈতে অনলাইন সংযোগ কৰা সহজ হৈ পৰে। যেতিয়া ইণ্টাৰনেটৰ গতি বৃদ্ধি হয়, টেলিমেডিচিনৰ বাবে তেওঁৰ চিকিৎসকৰ সৈতে সংযোগ কৰোঁতে ৰোগীৰ এক সুন্দৰ অভিজ্ঞতা হয়। যেতিয়া ইণ্টাৰনেটৰ গতি বৃদ্ধি হয়, পৰ্যটকৰ অৱস্থান বিচাৰিবলৈ মানচিত্ৰ ব্যৱহাৰ কৰাত সমস্যা নহয়। যেতিয়া ইণ্টাৰনেটৰ গতি বৃদ্ধি হয়, কৃষকে কৃষিৰ নতুন কৌশলটো অধিক সহজে শিকিবলৈ আৰু বুজিবলৈ সক্ষম হয়। সামাজিক আৰু অৰ্থনৈতিক ভাৱে সংযোগৰ গতি আৰু উপলব্ধতাই এক ডাঙৰ পাৰ্থক্য আনিছে।

 

বন্ধুসকল,

আমি প্ৰতিটো ক্ষেত্ৰতে গণতান্ত্ৰিকৰণৰ শক্তিত বিশ্বাস কৰো। ভাৰতত উন্নয়নৰ লাভালাভ প্ৰতিটো শাখা, প্ৰতিটো অঞ্চলত উপনীত হোৱাটো নিশ্চিত কৰিবলৈ আমি দ্ৰুতগতিত কাম কৰি আছো, সকলোৱে ভাৰতত সম্পদৰ সুবিধা লাভ কৰিব লাগে, সকলোৱে এক সন্মানীয় জীৱন লাভ কৰিব লাগে, আৰু সকলোৱে প্ৰযুক্তিৰ সুবিধা লাভ কৰিব লাগে, আৰু এয়া মোৰ বাবে আটাইতকৈ ডাঙৰ সামাজিক ন্যায়।

 

নাগৰিকসকলৰ বাবে, মূলধনৰ প্ৰৱেশাধিকাৰ, সম্পদৰ প্ৰৱেশাধিকাৰ, আৰু প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰ আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ। মুদ্ৰা আঁচনিৰ অধীনত বন্ধকী মুক্ত ঋণ, স্বচ্ছ ভাৰতৰ শৌচালয়, বা জেএএম ট্ৰিনিটিৰ পৰা হোৱা প্ৰত্যক্ষ লাভালাভ স্থানান্তৰেই হওঁক, এই সকলোবোৰৰ মাজত এটা কথা একে। তেওঁলোকে দেশৰ সাধাৰণ নাগৰিকক সেই অধিকাৰ প্ৰদান কৰি আছে, যিটো তেওঁ আগতে পোৱাটো কঠিন আছিল। আৰু অৱশ্যে, টেলিকম প্ৰযুক্তিয়ে ইয়াত এক ডাঙৰ ভূমিকা পালন কৰিছে। ভাৰত নেট প্ৰকল্পটোৱে এতিয়ালৈকে প্ৰায় ২ লাখ গ্ৰাম পঞ্চায়তক ব্ৰডবেণ্ড সংযোগৰ সৈতে সংযুক্ত কৰিছে।

আমাৰ অটল টিংকাৰিং লেবৰ আঁৰতো এইটো ধাৰণাটোৱে আছিল। ১০,০০০ পৰীক্ষাগাৰৰ জৰিয়তে, আমি প্ৰায় ৭৫ লাখ শিশুক অত্যাধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰিবলৈ সক্ষম হৈছোঁ। মই নিশ্চিত যে শৈক্ষিক প্ৰতিষ্ঠানসমূহত হাণ্ড্ৰেড ৫জি ইউজ কেছ লেব আৰম্ভ কৰাৰ আজিৰ অভিযানে একে ধৰণৰ পৰিসৰ বৃদ্ধি কৰিব। নতুন প্ৰজন্মক সংযুক্ত কৰিবলৈ এইটো এটা ডাঙৰ পদক্ষেপ। আমাৰ যুৱক-যুৱতীসকলে যিকোনো ক্ষেত্ৰৰ সৈতে যিমানে সংযোগ স্থাপন কৰিব, সেই ক্ষেত্ৰটো বিকশিত হোৱাৰ সম্ভাৱনা সিমানেই বেছি হ'ব, আৰু সেই ব্যক্তিজনৰ বিকাশ হোৱাৰ সম্ভাৱনা সিমানে বেছি হ'ব। এই পৰীক্ষাগাৰবোৰে ভাৰতৰ যুৱক-যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সেইবোৰ পূৰণ কৰাৰ আত্মবিশ্বাস প্ৰদান কৰে। আৰু মই নিশ্চিত যে আমাৰ যুৱপ্ৰজন্ম, তেওঁলোকৰ শক্তি, তেওঁলোকৰ উৎসাহ আৰু তেওঁলোকৰ উদ্যোগৰ মনোভাৱৰ সৈতে, মই নিশ্চিত যে তেওঁলোকে আপোনাসৱক আচৰিত কৰিব পাৰে। বহুসময়ত তেওঁলোকে এক নিৰ্দিষ্ট প্ৰযুক্তিৰে এনে কাম কৰিব, যিবোৰ আনকি যিসকলে সেই প্ৰযুক্তি সৃষ্টি কৰিছিল তেওঁলোকেও ভবা নাছিল। মই কেইদিনমান আগতে এটা ভিডিঅ' চাই আছিলো, আমাৰ দেশৰ মানুহৰ চিন্তা কেনেকুৱা আৰু ড্ৰোনৰ ব্যৱহাৰো কৰা হ'ব পাৰে। এই ৰামায়ণৰ কাহিনীটোত হনুমানজীক এইদৰে উপস্থাপন কাৰ হৈছিল যে এক পৰিস্থিতিত হনুমানজীয়ে দৰৱৰ বাবে গছ-লতিকা আনিব যাব লাগে, এনে এক দৃশ্যত আয়োজকসকলে হনুমানজীক এটা ড্ৰোনৰ জৰিয়তে পঠিয়াই বুদ্ধিদীপ্ততাৰ পৰিচয় দিছে। সেয়েহে, এই অভিযান আমাৰ যুৱপ্ৰজন্মৰ মাজত উদ্ভাৱনীয়তাৰ এক সংস্কৃতি গঢ়ি তোলাৰ দিশত এক শক্তিশালী পদক্ষেপ হিচাপে উদ্ভাসিত হৈছে।

 

বন্ধুসকল,

যোৱা কেইবছৰমানত, আমাৰ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰই ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সফলতাৰ কাহিনীত এক অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। ইয়াত ষ্টাৰ্টআপৰ সৈতে জড়িতসকলে কি কৰি আছে? অতি কম সময়ৰ ভিতৰতে, আমি ইউনিকৰ্ণৰ শতক কৰিছোঁ, আৰু আমি বিশ্বৰ শীৰ্ষ-৩টা ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰৰ ভিতৰত এটা হৈ পৰিছোঁ। ২০১৪ চনত আমাৰ ওচৰত, মই কিয় ২০১৪ৰ কথা কৈছো জানিছে নহয়, সেয়া কেৱল তাৰিখ নহয়, ই এক পৰিৱৰ্তন। ২০১৪ চনৰ আগতে, ভাৰতত প্ৰায় এশটা ষ্টাৰ্টআপ আছিল, প্ৰায় এশ কিন্তু এতিয়া এই সংখ্যা প্ৰায় ১ লাখত উপনীত হৈছে। এয়া বহুত ভাল কাম যে ইণ্ডিয়া ম'বাইল কংগ্ৰেছে ষ্টাৰ্টআপবোৰক পৰামৰ্শ আৰু উৎসাহিত কৰিবলৈ এস্পায়াৰ কাৰ্যসূচী আৰম্ভ কৰিছে। মই নিশ্চিত যে আপোনাসৱৰ এই পদক্ষেপে ভাৰতৰ যুৱসমাজক যথেষ্ট সহায় কৰিব।

 

কিন্তু বন্ধুসকল,

এই পৰ্যায়ত, আমি কিমান দূৰ আহিছোঁ আৰু কি পৰিস্থিতিৰ মাজেৰে আমি এই পৰ্যায়লৈকে আহিছোঁ সেয়াও মনত ৰাখিব লাগিব। ১০-১২ বছৰ আগৰ মোবাইল ফোনবোৰ মনত পেলাওক। তেতিয়া পুৰণি ফোনটোৰ স্ক্ৰীণখন সঘনাই ‘হেং’ হৈ পৰিছিল, এনেকুৱা হৈছিলনে, মোক কওঁকচোন। আপোনাসৱে স্ক্ৰীণখন যিমানেই চোৱাইপ নকৰক, যিমানেই বুটাম নিটিপিক কিয়, একো কাম হোৱা নাছিল। আৰু সেই সময়ত চৰকাৰৰ ক্ষেত্ৰতো একেই ঘটনা আছিল। সেই সময়ত, ভাৰতৰ অৰ্থনীতিয়েই হওক বা তেতিয়াৰ চৰকাৰেই হওক 'অচলাৱস্থা'ৰ দৰে পৰিস্থিতিত আছিল। আৰু পৰিস্থিতি ইমান বেয়া হৈ গৈছিল যে ৰিষ্টাৰ্ট কৰিলেও কোনো লাভ নাছিল... বেটাৰি চাৰ্জ কৰিলেও কোনো লাভ নাছিল, বেটাৰি সলনি কৰাৰ ফলতো কোনো লাভ হোৱা নাছিল। ২০১৪ চনত, মানুহে এনে পুৰণি ফোন এৰি দিছিল আৰু এতিয়া আমাৰ সেৱা আগবঢ়োৱাৰ সুযোগ দিছে। এই পৰিৱৰ্তনৰ ফলত কি ঘটিছিল সেয়াও স্পষ্ট। সেই সময়ত আমি মোবাইল ফোনৰ আমদানিকৰ্তা আছিলোঁ, আজি আমি মোবাইল ফোনৰ ৰপ্তানিকৰ্তা। সেই সময়ত, মোবাইল নিৰ্মাণত আমাৰ উপস্থিতি নগণ্য আছিল। কিন্তু আজি আমি পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল নিৰ্মাতা। তেতিয়া ইলেক্ট্ৰনিক নিৰ্মাণৰ বাবে কোনো স্পষ্ট লক্ষ্য নাছিল। আজি আমি ইলেক্ট্ৰনিক উৎপাদনত প্ৰায় ২ লাখ কোটি টকা ৰপ্তানি কৰি আছোঁ। আপোনাসৱে দেখিছে যে গুগলে অলপতে ঘোষণা কৰিছে যে ই ভাৰতত ইয়াৰ পিক্সেল ফোন নিৰ্মাণ কৰিব। চেমচাঙৰ 'ফ'ল্ড ফাইভ' আৰু এপলৰ আইফোন ১৫ ইতিমধ্যে ভাৰতত নিৰ্মাণ কৰা আৰম্ভ কৰিছে। আজি আমি সকলোৱে গৌৰৱান্বিত যে সমগ্ৰ বিশ্বই মেড ইন ইণ্ডিয়া ফোন ব্যৱহাৰ কৰি আছে।

 

বন্ধুসকল,

আজি, মোবাইল আৰু ইলেক্ট্ৰনিক উৎপাদনৰ ক্ষেত্ৰত এই সফলতা আগবঢ়াই নিয়াৰ প্ৰয়োজন আছে। প্ৰযুক্তি পৰিস্থিতিতন্ত্ৰত হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ দুয়োটাৰ সফলতাৰ বাবে, আমি ভাৰতত এক শক্তিশালী ছেমি কণ্ডাক্টৰ উৎপাদন খণ্ড গঢ়ি তোলা প্ৰয়োজন। ছেমি কণ্ডাক্টৰৰ বিকাশৰ বাবে, চৰকাৰে ইতিমধ্যে প্ৰায় আশী হাজাৰ কোটি টকাৰ পিএলআই আঁচনি আৰম্ভ কৰিছে। আজি সমগ্ৰ বিশ্বৰ ছেমি কণ্ডাক্টৰ  কোম্পানীবোৰে ভাৰতীয় কোম্পানীসমূহৰ সহযোগত ছেমি কণ্ডাক্টৰ এছেম্বলী আৰু পৰীক্ষাৰ সুবিধাত বিনিয়োগ আৰম্ভ কৰিছে। ভাৰতৰ ছেমি কণ্ডাক্টৰ অভিযানে কেৱল ইয়াৰ ঘৰুৱা চাহিদাই নহয়, বিশ্বৰ প্ৰয়োজনীয়তা পূৰ ণকৰাৰ দৃষ্টিভংগীৰ ওপৰত আগবাঢ়িছে।

 

বন্ধুসকল,

যদি আন কোনোবাই উন্নয়নশীল দেশৰ পৰা এখন উন্নত দেশলৈ যাত্ৰা আগুৱাই নিয়ে, সেয়া হৈছে প্ৰযুক্তি, আমি দেশৰ উন্নয়নৰ বাবে যিমান বেছি প্ৰযুক্তি ব্যৱহাৰ কৰিম, আমি উন্নয়নৰ দিশে আগবাঢ়িম। আমি ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত এনে হোৱা দেখিছো, য'ত ভাৰত কোনো উন্নত দেশতকৈ কমত নাই। একেদৰে, প্ৰতিটো ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ, আমি ইয়াক প্ৰযুক্তিৰ সৈতে সংযোগ কৰি আছোঁ। আমি খণ্ড অনুসৰি বিভিন্ন মঞ্চ সৃষ্টি কৰি আছো। প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় লজিষ্টিকৰ বাবে মাষ্টাৰ প্লেন, স্বাস্থ্য সেৱাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, কৃষি খণ্ডৰ বাবে এগ্ৰি ষ্টেক আদি বহুতো প্লেটফৰ্ম সৃষ্টি কৰা হৈছে। চৰকাৰে বৈজ্ঞানিক গৱেষণা, কোৱাণ্টাম মিছন আৰু ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনতো ব্যাপক বিনিয়োগ কৰি আছে। আমি নিৰন্তৰভাৱে থলুৱা ডিজাইন আৰু প্ৰযুক্তি বিকাশৰ প্ৰচাৰ কৰি আছোঁ। মই এই কথা জানিও আনন্দিত যে আন্তৰ্জাতিক টেলিকম ইউনিয়ন আৰু ইণ্ডিয়া ম'বাইল কংগ্ৰেছে যুটীয়াভাৱে এছডিজিৰ বাবে উদ্ভাৱন আৰু উদ্যোগৰ বিষয়বস্তুৰ ওপৰত এক অনুষ্ঠানৰ আয়োজন কৰিছে।

 

বন্ধুসকল,

এই সকলোবোৰ প্ৰচেষ্টাৰ মাজত এটা অতি গুৰুত্বপূৰ্ণ দিশ আছে, যাৰ প্ৰতি মই আপোনাসৱৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰো। এয়া হৈছে নেটৱৰ্ক আন্তঃগাঁথনিৰ চাইবাৰ-সুৰক্ষা আৰু নিৰাপত্তাৰ দিশ। আপোনাসৱ সকলোৱে জানে যে চাইবাৰ সুৰক্ষাৰ জটিলতা কি আৰু ইয়াৰ পৰিণাম কি হ'ব পাৰে। জি-২০ সন্মিলনত একেখন ভাৰত মণ্ডপমত চাইবাৰ নিৰাপত্তাৰ বিশ্বব্যাপী ভাবুকিৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হৈছে। চাইবাৰ সুৰক্ষাৰ বাবে সমগ্ৰ উৎপাদন মূল্য শৃংখলাত আত্মনিৰ্ভৰশীলতা অতি গুৰুত্বপূৰ্ণ। হাৰ্ডৱেৰ, ছফ্টৱেৰ বা সংযোগ হওঁক, যেতিয়া আমাৰ মূল্য শৃংখলাৰ সকলোবোৰ আমাৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰত থাকে, ইয়াক সুৰক্ষিত ৰখাটো আমাৰ বাবে সহজ হ'ব। সেয়েহে, আজিৰ এই মোবাইল কংগ্ৰেছত, আমি কেনেদৰে বিশ্বৰ গণতান্ত্ৰিক সমাজসমূহক সমস্যা সৃষ্টিকাৰীসকলৰ পৰা সুৰক্ষিত কৰি তুলিম সেই বিষয়ে আলোচনা কৰাটো প্ৰয়োজনীয়।

 

বন্ধুসকল,

দীৰ্ঘদিন ধৰি, ভাৰতে প্ৰযুক্তিবিদ্যাৰ বহুতো বাছ ‘মিছ’ কৰিছে। তাৰ পিছত সেই সময় আহিল যেতিয়া আমি ইতিমধ্যে বিকশিত প্ৰযুক্তিত আমাৰ প্ৰতিভা দেখুৱালোঁ। আমি আমাৰ তথ্য প্ৰযুক্তি সেৱা উদ্যোগৰ বিকাশ বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা চলাইছো। কিন্তু এতিয়া একবিংশ শতিকাৰ এই সময়খিনি ভাৰতৰ সৃজনশীল নেতৃত্বৰ সময়। আৰু মই ইয়াত বহি থকা সকলোকে আৰু হাণ্ড্ৰেড লেবৰ উদ্বোধনী অনুষ্ঠানত বহি থকা তৰুণসকলক কৈছো। আৰু মোক বিশ্বাস কৰক, বন্ধুসকল, যেতিয়া মই কিবা কওঁ, ই এক গেৰাণ্টিতকৈ কম নহয়। আৰু সেই কাৰণে মই সৃজনশীল নেতাসকলৰ বিষয়ে কথা পাতি আছো। সৃজনশীল নেতাসকলে নতুন মাত্ৰা সৃষ্টি কৰিব পাৰে যাক পৃথিৱীয়ে পিছত অনুসৰণ কৰিব।

 

আমি কিছুমান ক্ষেত্ৰত সৃজনশীল নেতা হৈ পৰিছো। উদাহৰণ স্বৰূপে, ইউপিআই হৈছে আমাৰ সৃজনশীল নেতৃত্বৰ ফলাফল, যি আজি ডিজিটেল পৰিশোধ প্ৰণালীত সমগ্ৰ বিশ্বক নেতৃত্ব দি আছে। আজিও, বিশ্বই কোভিডৰ সময়ত আমি গ্ৰহণ কৰা কোউইনৰ উদ্যোগৰ বিষয়ে কয়। এয়া সেই সময় যেতিয়া আমি প্ৰযুক্তিবিদ্যাৰ উৎকৃষ্ট গ্ৰহণকাৰী আৰু ৰূপায়ণকাৰী হোৱাৰ লগতে প্ৰযুক্তিবিদ্যাৰ চিন্তাধাৰাৰ নেতা হ'ব লাগিব। ভাৰতত আছে তাৰুণ্যৰ শক্তি, আৰু আছে উজ্জীৱিত গণতন্ত্ৰ।

 

মই ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ জনসাধাৰণক, বিশেষকৈ ইয়াৰ যুৱ সদস্যসকলক এই দিশত আহিবলৈ, আগবাঢ়ি যাবলৈ আমন্ত্ৰণ জনাইছো, মই আপোনাসৱৰ সৈতে আছো। আজি, যি সময়ত আমি এক উন্নত ভাৰত হোৱাৰ দিশে আগবাঢ়িছো, সৃজনশীল নেতা হিচাপে আগবাঢ়িবলৈ এই পৰিৱৰ্তনে সমগ্ৰ খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে।

 

আৰু মই বিশ্বাস কৰোঁ, আৰু আপোনাসৱৰ সামৰ্থ্যৰ বাবে মোৰ বিশ্বাস আছে। আপোনাসৱৰ সামৰ্থ্য, আপোনাসৱৰ ক্ষমতা, আপোনাসৱৰ সমৰ্পণৰ ওপৰত মোৰ বিশ্বাস আছে আৰু সেয়েহে মই কওঁ যে আমি এইটো কৰিব পাৰোঁ, আমি নিশ্চিতভাৱে এইটো কৰিব পাৰোঁ। আকৌ এবাৰ আপোনালোকলৈ মোৰ শুভেচ্ছা, আৰু মই দেশ, দিল্লী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলসমূহৰ যুৱক-যুৱতীসকলক ভাৰত মণ্ডপমলৈ আহি প্ৰযুক্তিয়ে ভৱিষ্যতে, কেনেদৰে জীৱনৰ নতুন ক্ষেত্ৰসমূহ স্পৰ্শ কৰিব তাৰ বাবে প্ৰযুক্তিবিদ্যাৰ প্ৰতি আগ্ৰহীসকলক প্ৰদৰ্শনীখন বুজিবলৈ অনুৰোধ জনাইছো। মই সকলোকে অনুৰোধ কৰিম, মই চৰকাৰৰ সকলো বিভাগক অনুৰোধ কৰিম যে তেওঁলোকৰ প্ৰযুক্তি দলেও ইয়ালৈ আহি এইবোৰ চাওক। আকৌ এবাৰ, আপোনালোক সকলোকে মোৰ শুভেচ্ছা।

ধন্যবাদ।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।