Quote"বাজেটৰ পিছৰ এই চিন্তা-চৰ্চা ৰূপায়ণ আৰু সময়-সীমাবদ্ধ বিতৰণৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ। ই কৰদাতাৰ ধনৰ প্ৰতিটো টকাৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰে"
Quote"আমি যিমানে সুশাসনৰ ওপৰত গুৰুত্ব দিম, সিমানেই আমাৰ অন্তিম মাইলত উপনীত হোৱাৰ লক্ষ্য সিমানেই সহজে সম্পূৰ্ণ হ'ব"
Quote"অন্তিম মাইলত উপনীত হোৱাৰ দৃষ্টিভংগী আৰু সংপৃক্ততাৰ নীতি পৰস্পৰৰ পৰিপূৰক"
Quote"যেতিয়া আমাৰ লক্ষ্য হৈছে সকলোৰে ওচৰলৈ যোৱা, তেতিয়া বৈষম্য আৰু দুৰ্নীতিৰ কোনো সুযোগ নাথাকিব"
Quote"এই বছৰৰ বাজেটে জনজাতীয় আৰু গ্ৰাম্য অঞ্চললৈ অন্তিম মাইলত উপনীত হোৱাৰ মন্ত্ৰ গ্ৰহণ কৰাৰ প্ৰতি বিশেষ মনোযোগ দিছে"
Quote"প্ৰথমবাৰৰ বাবে, দেশখনে আমাৰ দেশৰ জনজাতীয় সমাজৰ বিশাল সম্ভাৱনাক এই স্তৰত গুৰুত্ব দিছে’’
Quote"জনজাতীয় সম্প্ৰদায়ৰ মাজত আটাইতকৈ বঞ্চিত সকলৰ বাবে বিশেষ অভিযানৰ অধীনত দ্ৰুতগতিত সুবিধা প্ৰদান কৰাৰ বাবে সমগ্ৰ ৰাষ্ট্ৰৰ দৃষ্টিভংগীৰ প্ৰয়োজন"
Quote"অন্তিম মাইলত উপনীত হোৱাৰ ক্ষেত্ৰত উচ্চাকাংক্ষী জিলা কাৰ্যসূচী এক সফল আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে"

সাধাৰণতে বাজেট দাখিলৰ পাছত সংসদত বাজেট সন্দৰ্ভত আলোচনা হয়। এয়া প্ৰয়োজনীয় হোৱাৰ লগতে উপযোগীও। কিন্তু আমাৰ চৰকাৰে বাজেট সম্পৰ্কীয় এনে আলোচনাক আৰু এখোজ আগুৱাই নিছে। যোৱা কেইবছৰমানৰপৰা আমাৰ চৰকাৰে বাজেট প্ৰস্তুতৰ পূৰ্বে আৰু পিছত সকলো অংশীদাৰৰ সৈতে আলোচনাৰে এক নতুন পৰম্পৰা আৰম্ভ কৰিছে। কাৰ্য্যকৰীকৰণৰ দৃষ্টিকোণেৰে এয়া অতিশয় গুৰুত্বপূৰ্ণ, সময় নিৰ্ধাৰিত ৰূপায়ণ ইয়াৰ মূল কথা। ইয়াৰদ্বাৰা কৰদাতাসকলৰ ধনৰ প্ৰতিটো টকাৰ সঠিক ব্যৱহাৰো নিশ্চিত হয়। যোৱা কেইদিনমানৰপৰা ভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে কথা পাতিছো। আজিৰ বিষয় হৈছে অন্তিম প্ৰান্তত উপনীত হোৱা (Reaching The Last Mile)। মহাত্মা গান্ধীয়ে কৈছিল যে নীতি আৰু পৰিকল্পনাৰাজিয়ে অতি সোনকালে অন্তিম প্ৰান্তৰ ব্যক্তিজনক স্পৰ্শ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। সেইবাবেই আজি এই বিষয়ত সকলো অংশীদাৰৰ সৈতে এক ব্যাপক আলোচনাৰ প্ৰয়াস কৰা হৈছে। বাজেটত জনকল্যাণৰ বাবে ইমানবোৰ ব্যৱস্থা কৰা হৈছে, আমি এইসমূহক কেনেকৈ সম্পূৰ্ণ স্বচ্ছতাৰে হিতাধিকাৰীসকলৰ ওচৰলৈ লৈ যাব পাৰিম, তাৰ আলচ কৰা হ’ব।

সতীৰ্থসকল,

আমাৰ দেশত এটা পুৰণি ধাৰণা আছে যে ৰাইজৰ কল্যাণ আৰু দেশৰ উন্নয়ন কেৱল ধনেৰেহে সম্ভৱ। কিন্তু কথাটো তেনেকুৱা নহয়। দেশ আৰু দেশবাসীৰ উন্নয়নৰ বাবে টকাৰ প্ৰয়োজন আছে, কিন্তু টকাৰ সমান্তৰালকৈ এটা মনৰো প্ৰয়োজন। চৰকাৰী কাম-কাজ আৰু চৰকাৰী আঁচনিৰ সফলতাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় চৰ্ত হৈছে সুশাসন, সংবেদনশীল শাসন, সাধাৰণ লোকৰ বাবে উৎসৰ্গিত শাসন। চৰকাৰৰ কাম-কাজ মূল্যায়ন কৰিবপৰা ব্যৱস্থা, নিৰন্তৰ নিৰীক্ষণ থকা মাত্ৰেকে সময়সীমাৰ ভিতৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পৰাটো স্বাভাৱিক আৰু আকাংক্ষিত ফলাফল লাভ কৰাটো সাধাৰণ হৈ উঠে। গতিকে আমি যিমানেই সুশাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰিম, সিমানেই আমাৰ লক্ষ্য অন্তিম প্ৰান্তত উপনীত হোৱাটো সহজ হৈ উঠিব।

আপোনালোকৰ মনত আছে, পূৰ্বে আমাৰ দেশত ভেকচিন সুদূৰ অঞ্চলসমূহ পাবলৈ কেইবা দশকো সময় লাগিছিল। টিকাকৰণৰ ক্ষেত্ৰত দেশখন বহু পিছ পৰি আছিল। দেশৰ কোটি-কোটি শিশু, বিশেষকৈ গাঁও আৰু জনজাতীয় অঞ্চলসমূহত বসবাস কৰা শিশুসকলে বছৰ-বছৰ ধৰি এই ভেকচিনৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল। যদি আমি পুৰণি পদ্ধতিৰে কাম কৰিলোহেঁতেন, তেন্তে ভাৰতত ১০০% টিকাকৰণৰ ক’ভাৰেজ লাভ কৰিবলৈ কেইবাটাও দশক লাগিলহেঁতেন। কিন্তু, আমি নতুন পন্থাৰে কাম আৰম্ভ কৰিলো, মিছন ইন্দ্ৰধনুষৰ শুভাৰম্ভ কৰিলো আৰু সমগ্ৰ দেশতে টিকাকৰণ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিলো। ক’ৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰোতে আমি এই নতুন ব্যৱস্থাৰ সুফল লাভ কৰিছিলো। বহু দূৰলৈ ভেকচিন যোগান ধৰা হৈছিল। মই বিশ্বাস কৰো যে এই ক্ষেত্ৰত সুশাসনৰ এক বৃহৎ ভূমিকা আছে, এয়া এনে এক শক্তি যিয়ে অন্তিম প্ৰান্তত ডেলিভাৰী সম্ভৱ কৰি তুলিছে।

সতীৰ্থসকল,

ৰিচিং দ্য লাষ্ট মাইলৰ পদ্ধতি আৰু চেচুৰেচন নীতি, এটা আনটোৰ পৰিপূৰক। এটা সময় আছিল, দৰিদ্ৰ লোকসকলে মৌলিক সা-সুবিধাৰাজি বিচাৰি চৰকাৰৰ ওচৰলৈ যাবলগীয়া হৈছিল, কোনোৱে টকা বিচাৰিছিল, যাৰ বাবে দুৰ্নীতিও বাঢ়িছিল আৰু জনতাৰ অধিকাৰ খৰ্ব হৈছিল। এতিয়া চৰকাৰে দৰিদ্ৰ লোকসকলক তেওঁলোকৰ দুৱাৰমুখলৈ গৈ সা-সুবিধাৰাজি প্ৰদান কৰিছে। যিদিনাই আমি প্ৰতিটো মৌলিক সুবিধা প্ৰতিজন নাগৰিকক কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ প্ৰদানৰ সংকল্প গ্ৰহণ কৰিম, সেই দিনাই আমি স্থানীয় পৰ্য্যায়ত কৰ্ম সংস্কৃতিত সাধন হোৱা বৃহৎ পৰিৱৰ্তন প্ৰত্যক্ষ কৰিব পাৰিম। এয়াই হৈছে চেচুৰেচন নীতিৰ আঁৰৰ কথা। যেতিয়া আমি প্ৰতিজন অংশীদাৰৰ ওচৰলৈ যোৱাৰ লক্ষ্য হাতত ল’ম, সেই দিনাই বৈষম্য, দুৰ্নীতি আৰু স্বজন-তোষণৰ কোনো অৱকাশ নাথাকিব। তেতিয়াহে অন্তিম প্ৰান্তত উপনীত হোৱাৰ লক্ষ্য পৰিপূৰণ হ’ব। আপোনাসৱে দেখিছে, আজি দেশত প্ৰথমবাৰৰ বাবে পিএম স্বনিধি যোজনাৰ জৰিয়তে আনুষ্ঠানিক বেংকিঙৰ সৈতে পথৰ বিক্ৰেতাসকলক জড়িত কৰা হৈছে। আজি দেশত প্ৰথমবাৰৰ বাবে যাযাবৰী, অৰ্ধ যাযাবৰী শ্ৰেণীটোৰ বাবে এখন কল্যাণ পৰিষদ গঠন কৰা হৈছে। গাঁওসমূহত স্থাপন কৰা ৫ লাখৰো অধিক সাধাৰণ সেৱা কেন্দ্ৰই চৰকাৰৰ সেৱাসমূহ গাঁওসমূহলৈ লৈ গৈছে। দেশত টেলিমেডিচিনৰ ১০ কোটি কেছ কেনেদৰে সম্পূৰ্ণ হৈছে, সেই বিষয়ে কালি মন কী বাতত বিতংভাৱে কৈছিলো। স্বাস্থ্য সন্দৰ্ভত ৰিচিং দ্য লাষ্ট মাইলৰ মনোভাৱৰ প্ৰতিফলন ঘটিছে।

সতীৰ্থসকল,

ভাৰতৰ জনজাতীয় অঞ্চল আৰু গ্ৰামাঞ্চলসমূহত ৰিচিং দ্য লাষ্ট মাইলৰ মন্ত্ৰ বাস্তৱায়িতকৰণৰ প্ৰয়োজনীয়তা আছে। এইবাৰৰ বাজেটতো এই বিষয়ে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ৰিচিং দ্য লাষ্ট মাইলৰ লক্ষ্য পৰিপূৰণৰ বাবে জল-জীৱন অভিযানৰ বাজেটত কেইবা হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। ২০১৯ লৈকে আমাৰ দেশৰ গ্ৰামাঞ্চলসমূহৰ মাত্ৰ তিনি কোটি ঘৰত টেপৰ পানীৰ সংযোগ আছিল। এতিয়া এনে গৃহস্থীৰ সংখ্যা ১১ কোটিৰো অধিক হৈছে আৰু এয়াও অতিশয় কম সময়ৰ ভিতৰতে সম্পন্ন হৈছে। মাত্ৰ এবছৰৰ ভিতৰতে দেশত প্ৰায় ৬০ হাজাৰ অমৃত সৰোবৰৰ কাম আৰম্ভ হৈছে আৰু মোক কোৱা তথ্য অনুসৰি, এতিয়ালৈকে ৩০ হাজাৰৰো অধিক অমৃত সৰোবৰ খন্দাৰ কাম সম্পন্ন হৈছে। এই অভিযানসমূহে দশক-দশক ধৰি এনে ব্যৱস্থাৰ বাবে অপেক্ষা কৰি থকা অন্তিম প্ৰান্তৰ ভাৰতীয়জনৰ জীৱন ধাৰণৰ মানৰ অগ্ৰগতি সাধন কৰিছে।

কিন্তু বন্ধুসকল,

আমি ইয়াতে ক্ষান্ত হ’লে নহ’ব। আমি এনে এটা ব্যৱস্থা গঢ়ি তুলিব লাগিব, যাতে ইয়াৰ জৰিয়তে এক আৰ্হি প্ৰতিফলিত হয়। জল সমিতিখনক অধিক শক্তিশালীকৰণৰ উপায় সম্পৰ্কেও আমি পৰ্য্যালোচনা কৰিব লাগিব। গ্ৰীষ্মকাল আহি আছে। আমি এয়াও ভাবিব লাগিব যে এতিয়াৰেপৰা আমি পানী সংৰক্ষণৰ বাবে কেনেদৰে পানী কমিটিসমূহক ব্যৱহাৰ কৰিব পাৰো। বৰষুণৰ পানী সংৰক্ষণৰ অৰ্থে সজাগতা সৃষ্টি কৰিব লাগে, জনসাধাৰণক জ্ঞাত কৰি তুলিব লাগিব।

সতীৰ্থসকল,

এইবাৰৰ বাজেটত আমি দৰিদ্ৰ লোকসকলৰ গৃহ নিৰ্মাণৰ বাবে প্ৰায় ৮০ হাজাৰ কোটি টকা ধাৰ্য্য কৰিছো। আমি হাউছিং ফৰ অল অভিযানটোক ক্ষীপ্ৰ কৰিব লাগিব। গৃহ নিৰ্মাণক প্ৰযুক্তিৰ সৈতে কেনেকৈ সংযোগ কৰিব পাৰি, কম খৰচত কেনেকৈ অধিক মজবুত আৰু শক্তিশালী ঘৰ নিৰ্মাণ কৰিব পাৰি, সৌৰশক্তিৰ দৰে সেউজ শক্তিৰ সুবিধা কেনেকৈ আহৰণ কৰিব পাৰি, গ্ৰুপ হাউছিঙৰ নতুন মডেল কি হ’ব পাৰে, গাঁও আৰু চহৰত ইয়াৰ গ্ৰহণযোগ্য আদি সন্দৰ্ভত এক গভীৰ আলোচনাৰ প্ৰয়োজন। আশা কৰিছো, ইয়াত আপোনালোকৰ অভিজ্ঞতাৰাজিৰ আদান-প্ৰদান হ’ব।

সতীৰ্থসকল,

পোন প্ৰথমবাৰৰ বাবে দেশখনত ইমান বৃহৎ পৰিসৰত আমাৰ দেশৰ জনজাতীয় সমাজখনৰ বিপুল সম্ভাৱনাৰাজিক বাস্তৱায়িতকৰণৰ অৰ্থে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বাজেটত জনজাতীয় উন্নয়নক প্ৰাধান্য দিয়া হৈছে। একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত শিক্ষক-কৰ্মচাৰী নিযুক্তিৰ বাবে এক বৃহৎ ব্যৱস্থা হাতত লোৱা হৈছে। একলব্য আদৰ্শ বিদ্যালয়ক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়া, শিক্ষক সমাজৰ প্ৰতিক্ৰিয়া আমি গ্ৰহণ কৰিব লাগিব। আমি লগতে চিন্তা কৰিব লাগিব, এই বিদ্যালয়সমূহত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে দেশৰ ডাঙৰ চহৰসমূহত কেনেকৈ সুযোগ লাভ কৰিব পাৰে। কল্পনা কৰকচোন, যদি আমি এতিয়াৰেপৰাই এই বিদ্যালয়সমূহত ষ্টাৰ্ট-আপ আৰু ডিজিটেল মাৰ্কেটিংৰ বাবে কৰ্মশালা আৰম্ভ কৰো, তেন্তে ইয়াৰ জৰিয়তে আমাৰ জনজাতীয় সমাজখন কিমান লাভৱান হ’ব। এই শিশুসকলে একলব্য আদৰ্শ বিদ্যালয়ৰপৰা উত্তীৰ্ণ হ’লে তেওঁলোকেও তেওঁলোকৰ অঞ্চলৰ জনজাতীয় সামগ্ৰীৰাজি সম্পৰ্কে প্ৰচাৰ কেনেকৈ কৰিব লাগে, কেনেকৈ অনলাইনত ব্ৰেণ্ডিং কৰিব লাগে, সেই সম্পৰ্কে জ্ঞাত হৈ উঠিব।

সতীৰ্থসকল,

প্ৰথমবাৰৰ বাবে আমি আদিবাসীসকলৰ আটাইতকৈ বঞ্চিতসকলৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছো। দেশৰ ২০০ খনৰো অধিক জিলাৰ ২২ হাজাৰৰো অধিক গাঁৱত আমাৰ জনজাতীয় বন্ধু-বান্ধৱীসকলক আমি দ্ৰুত সুবিধা প্ৰদান কৰিব লাগিব। ঠিক তেনেদৰে, আমাৰ সৰু সমাজসমূহত, বিশেষকৈ আমাৰ মুছলমান সমাজত এখন দুখী সমাজ আছে, সেই সমাজখনৰ লোকসকলে সুফল কেনেকৈ লাভ কৰিব পাৰে, স্বাধীনতাৰ বহু বছৰৰ পাছত তেওঁলোকৰ কল্যাণ সাধনৰ প্ৰয়াস কৰা হৈছে। এই বাজেটত ছিকেল চেলৰপৰা সম্পূৰ্ণৰূপে মুক্তি লাভৰ লক্ষ্যও নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে সমগ্ৰ ৰাষ্ট্ৰৰে এক দৃষ্টিভংগীৰ প্ৰয়োজন। সেইবাবেই স্বাস্থ্যৰ সৈতে জড়িত প্ৰতিজন অংশীদাৰে ক্ষীপ্ৰতাৰে কাম কৰিব লাগিব।

সতীৰ্থসকল,

আকাংক্ষিত জিলা কাৰ্য্যক্ৰমে ৰিচিং দ্য লাষ্ট মাইলৰ ক্ষেত্ৰত এক সফল আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে। এই পন্থাৰে অগ্ৰসৰ হৈ এতিয়া দেশখনৰ ৫০০ ব্লকত আকাংক্ষিত ব্লক কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰা হৈছে। আকাংক্ষিত ব্লক কাৰ্য্যক্ৰমৰ বাবে আমি আকাংক্ষিত জিলাসমূহৰ বাবে যিদৰে কাম কৰিছো, সেইদৰেই তুলনামূলক পৰিমাপসমূহ মনত ৰাখি কাম কৰিব লাগিব। আমি প্ৰতিটো ব্লকৰ মাজতো এক পাৰস্পৰিক প্ৰতিযোগিতাৰ পৰিবেশ সৃষ্টি কৰিব লাগিব। এই ৱেবিনাৰৰপৰা, এই আলোচনাৰপৰা নতুন ধাৰণা, অন্তিম প্ৰান্তত ডেলিভাৰীৰ সৈতে জড়িত নতুন পৰামৰ্শ লাভ কৰা হ’ব বুলি আশা ৰাখিলো। যিয়ে আমাৰ দুৰ্গম অঞ্চলসমূহত বসবাস কৰি অহা আমাৰ ভাই-ভনীসকলৰ জীৱন-ধাৰণত পৰিৱৰ্তন সাধন কৰিব। আমি দূৰদৰ্শীভাৱে চিন্তা কৰিব লাগিব, আমি ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব, আমি প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰেৰে স্বচ্ছতা নিশ্চিত কৰিব লাগিব। সকলো অংশীদাৰে এই লক্ষ্যৰে কাম কৰিব লাগে আৰু সময়সীমাৰ ভিতৰত লক্ষ্য পৰিপূৰণ কৰিব লাগে। যিমান সম্ভৱ সিমান সোনকালে, নতুন আত্মবিশ্বাসেৰে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ আমি একো-একোজন সৈনিক হৈ উঠিব লাগিব। আমাৰ এই প্ৰয়াস দৰিদ্ৰতাক পৰাস্ত কৰিব পৰাকৈ শক্তিশালী হোৱা উচিত। আমি দৰিদ্ৰ লোকসকলৰ ক্ষমতা বৃদ্ধি কৰিব লাগিব। আমি এনে এটা পৰিবেশ গঢ়ি তুলিব লাগিব আৰু ইয়াৰ বাবে মই আপোনালোকৰ দৰে সকলো অংশীদাৰৰে সক্ৰিয় সহযোগিতা কামনা কৰিলো। আজিৰ ৱেবিনাৰখন এক প্ৰকাৰে সৰ্বজন হিতায়া, সৰ্বজন সুখায়াৰ এক অতিশয় গুৰুত্বপূৰ্ণ সংকল্প পূৰণৰ আধাৰ হৈ পৰিব বুলি মই নিশ্চিত। সকলোকে আন্তৰিক শুভেচ্ছা জনালো! ধন্যবাদ!

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Sau Umatai Shivchandra Tayde January 11, 2024

    जय श्रीराम
  • Subhash Singh kushwah March 16, 2023

    नया,नमो भारत...विकास, जन जन हितकल्याण, अद्भुत सम्मान से रहा, चाहे धारा 370 हो या भगवान श्रीराम का भव्य मंदिर निर्माण या करोना काल में योग ध्यान का ज्ञान, स्वच्छता,घर घर जल ,गरीबों को मुफ्त भोजन, पैसा मुफ्त ईलाज,मुफ्त वेक्सिन करोना से लड़ने की हिम्मत, आत्मबल नही तो क्या होता, आत्मनिर्भर की शक्ति तागत,किसानों को भिविन्न योजना लाभ,पैसा इतनाही नही बड़े बड़े हाइवे,मजबूत चोड़ी सड़के, आधुनिक प्रगतिशील औद्योगिक विकास, एक क्लिक पर मनी ट्रांसफर,5G, रक्षा, सुरक्षा G 20 की अध्यक्षता, विश्व में भारत को दिया मान सम्मान ,जो भारतीयों ने कभी सोचा भी ना था ऐसा संभव होगा इससे से पहले सब भ्रष्टाचार और काम काज कागजी थे...
  • Arvind Bairwa March 06, 2023

    2024 में भी मोदी राज ही चाहिए ❤️
  • BHARATHI RAJA March 03, 2023

    பாரத் மாதா கி ஜே
  • Vijay lohani March 02, 2023

    Jay shree ram
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
After Operation Sindoor, a diminished terror landscape

Media Coverage

After Operation Sindoor, a diminished terror landscape
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The masterminds of terror now know that raising an eye against India will lead to nothing but destruction: PM at Adampur Air Base
May 13, 2025
QuoteInteracted with the air warriors and soldiers, Their courage and professionalism in protecting our nation are commendable: PM
Quote‘Bharat Mata ki Jai’ is not just a slogan, This is the oath of every soldier who puts his life at stake for the honour and dignity of his country: PM
QuoteOperation Sindoor is a trinity of India's policy, intent, and decisive capability: PM
QuoteWhen the Sindoor of our sisters and daughters was wiped away, we crushed the terrorists in their hideouts: PM
QuoteThe masterminds of terror now know that raising an eye against India will lead to nothing but destruction: PM
QuoteNot only were terrorist bases and airbases in Pakistan destroyed, but their malicious intentions and audacity were also defeated: PM
QuoteIndia's Lakshman Rekha against terrorism is now crystal clear,If there is another terror attack, India will respond and it will be a decisive response: PM
QuoteEvery moment of Operation Sindoor stands as a testament to the strength of India's armed forces: PM
QuoteIf Pakistan shows any further terrorist activity or military aggression, we will respond decisively, This response will be on our terms, in our way: PM
QuoteThis is the new India! This India seeks peace, But if humanity is attacked, India also knows how to crush the enemy on the battlefield: PM

भारत माता की जय!

भारत माता की जय!

भारत माता की जय!

इस जयघोष की ताकत अभी-अभी दुनिया ने देखी है। भारत माता की जय, ये सिर्फ उद्घोष नहीं है, ये देश के हर उस सैनिक की शपथ है, जो मां भारती की मान-मर्यादा के लिए जान की बाजी लगा देता है। ये देश के हर उस नागरिक की आवाज़ है, जो देश के लिए जीना चाहता है, कुछ कर गुजरना चाहता है। भारत माता की जय, मैदान में भी गूंजती है और मिशन में भी। जब भारत के सैनिक मां भारती की जय बोलते हैं, तो दुश्मन के कलेजे काँप जाते हैं। जब हमारे ड्रोन्स, दुश्मन के किले की दीवारों को ढहा देते हैं, जब हमारी मिसाइलें सनसनाती हुई निशाने पर पहुँचती हैं, तो दुश्मन को सुनाई देता है- भारत माता की जय! जब रात के अंधेरे में भी, जब हम सूरज उगा देते हैं, तो दुश्मन को दिखाई देता है- भारत माता की जय! जब हमारी फौजें, न्यूक्लियर ब्लैकमेल की धमकी की हवा निकाल देती हैं, तो आकाश से पाताल तक एक ही बात गूंजती है- भारत माता की जय!

साथियों,

वाकई, आप सभी ने कोटि-कोटि भारतीयों का सीना चौड़ा कर दिया है, हर भारतीय का माथा गर्व से ऊंचा कर दिया है। आपने इतिहास रच दिया है। और मैं आज सुबह-सुबह आपके बीच आया हूं, आपके दर्शन करने के लिए। जब वीरों के पैर धरती पर पड़ते हैं, तो धरती धन्य हो जाती है, जब वीरों के दर्शन का अवसर मिलता है, तो जीवन धन्य हो जाता है। और इसलिए मैं आज सुबह-सुबह ही आपके दर्शन करने के लिए यहां पहुंचा हूं। आज से अनेक दशक बाद भी जब भारत के इस पराक्रम की चर्चा होगी, तो उसके सबसे प्रमुख अध्याय आप और आपके साथी होंगे। आप सभी वर्तमान के साथ ही देश की आने वाली पीढ़ियों की, और उनके लिए भी नई प्रेरणा बन गए हैं। मैं वीरों की इस धरती से आज एयरफोर्स, नेवी और आर्मी के सभी जांबाजों, BSF के अपने शूरवीरों को सैल्यूट करता हूं। आपके पराक्रम की वजह से आज ऑपरेशन सिंदूर की गूंज हर कोने में सुनाई दे रही है। इस पूरे ऑपरेशन के दौरान हर भारतीय आपके साथ खड़ा रहा, हर भारतीय की प्रार्थना आप सभी के साथ रही। आज हर देशवासी, अपने सैनिकों, उनके परिवारों के प्रति कृतज्ञ है, उनका ऋणी है।

साथियों,

ऑपरेशन सिंदूर कोई सामान्य सैन्य अभियान नहीं है। ये भारत की नीति, नीयत और निर्णायक क्षमता की त्रिवेणी है। भारत बुद्ध की भी धरती है और गुरु गोबिंद सिंह जी की भी धरती है। गुरू गोबिंद सिंह जी ने कहा था- सवा लाख से एक लड़ाऊं, चिड़ियन ते मैं बाज़ तुड़ाऊं, तबै गुरु गोबिंद सिंह नाम कहाऊं।” अधर्म के नाश और धर्म की स्थापना के लिए शस्त्र उठाना, ये हमारी परंपरा है। इसलिए जब हमारी बहनों, बेटियों का सिंदूर छीना गया, तो हमने आंतकियों के फ़न को उनके घर में घुसके कुचल दिया। वो कायरों की तरह छिपकर आए थे, लेकिन वो ये भूल गए, उन्होंने जिसे ललकारा है, वो हिन्द की सेना है। आपने उन्हें सामने से हमला करके मारा, आपने आतंक के तमाम बड़े अड्डों को मिट्टी में मिला दिया, 9 आतंकी ठिकाने बर्बाद हुए, 100 से ज्यादा आतंकियों की मौत हुई, आतंक के आकाओं को अब समझ आ गया है, भारत की ओर नज़र उठाने का एक ही अंजाम होगा- तबाही! भारत में निर्दोष लोगों का खून बहाने का एक ही अंजाम होगा- विनाश और महाविनाश! जिस पाकिस्तानी सेना के भरोसे ये आतंकी बैठे थे, भारत की सेना, भारत की एयरफोर्स और भारत की नेवी ने, उस पाकिस्तानी सेना को भी धूल चटा दी है। आपने पाकिस्तानी फौज को भी बता दिया है, पाकिस्तान में ऐसा कोई ठिकाना नहीं है, जहां बैठकर आतंकवादी चैन की सांस ले सके। हम घर में घुसकर मारेंगे और बचने का एक मौका तक नहीं देंगे। और हमारे ड्रोन्स, हमारी मिसाइलें, उनके बारे में तो सोचकर पाकिस्तान को कई दिन तक नींद नहीं आएगी। कौशल दिखलाया चालों में, उड़ गया भयानक भालों में। निर्भीक गया वह ढालों में, सरपट दौड़ा करवालों में। ये पंक्तियां महाराणा प्रताप के प्रसिद्ध घोड़े चेतक पर लिखी गई हैं, लेकिन ये पंक्तियां आज के आधुनिक भारतीय हथियारों पर भी फिट बैठती हैं।

मेरे वीर साथियों,

ऑपरेशन सिंदूर से आपने देश का आत्मबल बढ़ाया है, देश को एकता के सूत्र में बाँधा है, और आपने भारत की सीमाओं की रक्षा की है, भारत के स्वाभिमान को नई ऊंचाई दी है।

साथियों,

आपने वो किया, जो अभूतपूर्व है, अकल्पनीय है, अद्भुत है। हमारी एयरफोर्स ने पाकिस्तान में इतना डीप, आतंक के अड्डों को टारगेट किया। सिर्फ 20-25 मिनट के भीतर, सीमापार लक्ष्यों को भेदना, बिल्कुल पिन पॉइंट टारगेट्स को हिट करना, ये सिर्फ एक मॉडर्न टेक्नोलॉजी से लैस, प्रोफेशनल फोर्स ही कर सकती है। आपकी स्पीड और प्रिसीजन, इस लेवल की थी, कि दुश्मन हक्का-बक्का रह गया। उसको पता ही नहीं चला कि कब उसका सीना छलनी हो गया।

साथियों,

हमारा लक्ष्य, पाकिस्तान के अंदर terror हेडक्वार्टर्स को हिट करने का था, आतंकियों को हिट करने का था। लेकिन पाकिस्तान ने अपने यात्री विमानों को सामने करके जो साजिश रची, मैं कल्पना कर सकता हूं, वो पल कितना कठिन होगा, जब सिविलियन एयरक्राफ्ट दिख रहा है, और मुझे गर्व है आपने बहुत सावधानी से, बहुत सतर्कता से सिविलियन एयरक्राफ्ट को नुकसान किए बिना, तबाह करके दिखाया, उसका जवाब दे दिया आपने। मैं गर्व के साथ कह सकता हूं, कि आप सभी अपने लक्ष्यों पर बिल्कुल खरे उतरे हैं। पाकिस्तान में आतंकी ठिकानों और उनके एयरबेस ही तबाह नहीं हुए, बल्कि उनके नापाक इरादे और उनके दुस्साहस, दोनों की हार हुई है।

साथियों,

ऑपरेशन सिंदूर से बौखलाए दुश्मन ने इस एयरबेस के साथ-साथ, हमारे अनेक एयरबेस पर हमला करने की कई बार कोशिश की। बार-बार उसने हमें टारगेट किया, लेकिन पाक के नाकाम, नापाक इरादे हर बार नाकाम हो गए। पाकिस्तान के ड्रोन, उसके UAV, पाकिस्तान के एयरक्राफ्ट और उसकी मिसाइलें, हमारे सशक्त एयर डिफेंस के सामने सब के सब ढेर हो गए। मैं देश के सभी एयरबेस से जुड़ी लीडरशिप की, भारतीय वायुसेना के हर एयर-वॉरियर की हृदय से सराहना करता हूं, आपने वाकई बहुत शानदार काम किया है।

साथियों,

आतंक के विरुद्ध भारत की लक्ष्मण रेखा अब एकदम स्पष्ट है। अब फिर कोई टैरर अटैक हुआ, तो भारत जवाब देगा, पक्का जवाब देगा। ये हमने सर्जिकल स्ट्राइक के समय देखा है, एयर स्ट्राइक के समय देखा है, और अब तो ऑपरेशन सिंदूर, भारत का न्यू नॉर्मल है। और जैसा मैंने कल भी कहा, भारत ने अब तीन सूत्र तय कर दिए हैं, पहला- भारत पर आतंकी हमला हुआ तो हम अपने तरीके से, अपनी शर्तों पर, अपने समय पर जवाब देंगे। दूसरा- कोई भी न्यूक्लियर ब्लैकमेल भारत नहीं सहेगा। तीसरा- हम आतंक की सरपरस्त सरकार और आतंक के आकाओं को अलग-अलग नहीं देखेंगे। दुनिया भी भारत के इस नए रूप को, इस नई व्यवस्था को समझते हुए ही आगे बढ़ रही है।

साथियों,

ऑपरेशन सिंदूर का एक-एक क्षण भारत की सेनाओं के सामर्थ्य की गवाही देता है। इस दौरान हमारी सेनाओं का को-ऑर्डिनेशन, वाकई मैं कहूंगा, शानदार था। आर्मी हो, नेवी हो या एयरफोर्स, सबका तालमेल बहुत जबरदस्त था। नेवी ने समुद्र पर अपना दबदबा बनाया। सेना ने बॉर्डर पर मजबूती दी। और, भारतीय वायुसेना ने अटैक भी किया और डिफेंड भी किया। BSF और दूसरे बलों ने भी अद्भुत क्षमताओं का प्रदर्शन किया है। Integrated air and land combat systems ने शानदार काम किया है। और यही तो है, jointness, ये अब भारतीय सेनाओं के सामर्थ्य की एक मजबूत पहचान बन चुकी है।

साथियों,

ऑपरेशन सिंदूर में मैनपावर के साथ ही मशीन का को-ऑर्डिनेशन भी अद्भुत रहा है। भारत के पारंपरिक एयर डिफेंस सिस्टम हों, जिन्होंने अनेक लड़ाइयां देखी हैं, या फिर आकाश जैसे हमारे मेड इन इंडिया प्लेटफॉर्म हों, इनको S-400 जैसे आधुनिक और सशक्त डिफेंस सिस्टम ने अभूतपूर्व मज़बूती दी है। एक मजबूत सुरक्षा कवच भारत की पहचान बन चुकी है। पाकिस्तान की लाख कोशिश के बाद भी, हमारे एयरबेस हों, या फिर हमारे दूसरे डिफेंस इंफ्रास्ट्रक्चर, इन पर आंच तक नहीं आई। और इसका श्रेय आप सभी को जाता है, और मुझे गर्व है आप सब पर, बॉर्डर पर तैनात हर सैनिक को जाता है, इस ऑपरेशन से जुड़े हर व्यक्ति को इसका श्रेय जाता है।

साथियों,

आज हमारे पास नई और cutting edge technology का ऐसा सामर्थ्य है, जिसका पाकिस्तान मुकाबला नहीं कर सकता। बीते दशक में एयरफोर्स सहित, हमारी सभी सेनाओं के पास, दुनिया की श्रेष्ठ टेक्नोलॉजी पहुंची है। लेकिन हम सब जानते हैं, नई टेक्नोलॉजी के साथ चुनौतियां भी उतनी ही बड़ी होती हैं। Complicated और sophisticated systems को मैंटेन करना, उन्हें efficiency के साथ ऑपरेट करना, एक बहुत बड़ी स्किल है। आपने tech को tactics से जोड़कर दिखा दिया है। आपने सिद्ध कर दिया है कि आप इस गेम में, दुनिया में बेहतरीन हैं। भारत की वायुसेना अब सिर्फ हथियारों से ही नहीं, डेटा और ड्रोन से भी दुश्मन को छकाने में माहिर हो गई है।

साथियों,

पाकिस्तान की गुहार के बाद भारत ने सिर्फ अपनी सैन्य कार्रवाई को स्थगित किया है। अगर, अगर पाकिस्तान ने फिर से आतंकी गतिविधि या सैन्य दुस्साहस दिखाया, तो हम उसका मुंहतोड़ जवाब देंगे। ये जवाब, अपनी शर्तों पर, अपने तरीके से देंगे। और इस निर्णय की आधारशिला, इसके पीछे छिपा विश्वास, आप सबका धैर्य, शौर्य, साहस और सजगता है। आपको ये हौसला, ये जुनून, ये जज्बा, ऐसे ही बरकरार रखना है। हमें लगातार मुस्तैद रहना है, हमें तैयार रहना है। हमें दुश्मन को याद दिलाते रहना है, ये नया भारत है। ये भारत शांति चाहता है, लेकिन, अगर मानवता पर हमला होता है, तो ये भारत युद्ध के मोर्चे पर दुश्मन को मिट्टी में मिलाना भी अच्छी तरह जानता है। इसी संकल्प के साथ, आइए एक बार फिर बोलें-

भारत माता की जय। भारत माता की जय।

भारत माता की जय।

वंदे मातरम। वंदे मातरम।

वंदे मातरम। वंदे मातरम।

वंदे मातरम। वंदे मातरम।

वंदे मातरम। वंदे मातरम।

वंदे मातरम।

बहुत-बहुत धन्यवाद।