Inaugurates pilot Project of the 'World's Largest Grain Storage Plan in Cooperative Sector' in 11 PACS of 11 states
Lays foundation stone for additional 500 PACS across the country for construction of godowns & other agri infrastructure
Inaugurates project for computerization in 18,000 PACS across the country
“Cooperative sector is instrumental in shaping a resilient economy and propelling the development of rural areas”
“Cooperatives have the potential to convert an ordinary system related to daily life into a huge industry system, and is a proven way of changing the face of the rural and agricultural economy”
“A large number of women are involved in agriculture and dairy cooperatives”
“Modernization of agriculture systems is a must for Viksit Bharat”
“Viksit Bharat is not possible without creating an Aatmnirbhar Bharat”

গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ অৰ্জুন মুণ্ডা জী আৰু শ্ৰী পীয়ূষ গোৱেল জী, ৰাষ্ট্ৰীয় সমবায় সমিতিৰ বিষয়া, আন-আন বিশিষ্ট ব্যক্তিসকল!

আজি ‘বিকশিত ভাৰত’ৰ ‘অমৃত যাত্ৰা’ত আন এক উল্লেখযোগ্য সাফল্যৰ সাক্ষী হৈ পৰিছে ‘ভাৰত মণ্ডপম’। আজি আমি দেশে গ্ৰহণ কৰা ‘সহকাৰ সে সমৃদ্ধি’ (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি) সংকল্প বাস্তৱায়িতকৰণৰ দিশত আগবাঢ়িছোঁ। কৃষি আৰু খেতিৰ ভেটি সুদৃঢ়কৰণত সমবায়সমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই কথা মনত ৰাখি আমি এটা সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰিছোঁ। আৰু, আজি এই কাৰ্য্যসূচী একে মনোভাৱেৰে উদযাপন কৰা হৈছে। আজি আমি আমাৰ কৃষকৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ আঁচনি-গুদাম আঁচনি আৰম্ভ কৰিছোঁ। এই আঁচনিৰ অধীনত দেশৰ চুকে-কোণে হাজাৰ-হাজাৰ গুদাম স্থাপন কৰা হ’ব। আজি ১৮,০০০ ‘পেকছ’ (PACS-Primary Agricultural Credit Societies)ৰ কম্পিউটাৰাইজেচনৰ এক উল্লেখযোগ্য কামো সম্পূৰ্ণ হৈছে। এই সকলোবোৰ প্ৰকল্পই দেশৰ কৃষি আন্তঃগাঁথনিলৈ নতুন উদ্দীপনা যোগাব, কৃষিক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰিব। এই গুৰুত্বপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী পদক্ষেপসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।

 

বন্ধুসকল,

সমবায় ভাৰতৰ এক প্ৰাচীন ধাৰণা। আমাৰ শাস্ত্ৰতো কোৱা হৈছে– সৰু-সৰু কথা আৰু সীমিত সম্পদৰ সংমিশ্ৰণ ঘটা মাত্ৰেকে ই উল্লেখযোগ্য কৃতিত্বৰ সূচনা কৰে। প্ৰাচীন ভাৰতৰ গ্ৰাম্য অৰ্থনীতিত এই অন্তৰ্নিহিত সমবায় ব্যৱস্থাই কাম কৰি আহিছে। সমবায় আছিল আমাৰ স্বাৱলম্বী সমাজৰ ভেটি। সমবায় কেৱল এটা ব্যৱস্থা নহয়; ই এটা আৱেগ, ই এটা আত্মা। সমবায়ৰ মনোভাৱে প্ৰায়ে প্ৰতিষ্ঠান আৰু সম্পদৰ সীমাৰ বাহিৰত উল্লেখযোগ্য ফলাফল আগবঢ়ায়। সমবায়সমূহে জীৱিকাৰ সৈতে জড়িত এক সৰল ব্যৱস্থাক এটি উল্লেখযোগ্য ঔদ্যোগিক সামৰ্থ্যলৈ ৰূপান্তৰিত কৰিব পাৰে। বিশেষকৈ দেশৰ গ্ৰাম্য আৰু কৃষি অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ এক বিশ্বাসযোগ্য উপায়। এটা সুকীয়া মন্ত্ৰালয়ৰ জৰিয়তে আমি দেশৰ এই সামৰ্থ্যক একত্ৰিতকৰণৰ লগতে কৃষি খণ্ডত সিঁচৰতি হৈ থকা শক্তিক ব্যৱহাৰ কৰিবলৈয়ো প্ৰচেষ্টা চলাইছোঁ। কৃষক উৎপাদক সংগঠনৰ (FPO) এটা অতি গুৰুত্বপূৰ্ণ উদাহৰণ আমাৰ সন্মুখত আছে। এফপিঅ’ৰ জৰিয়তে গাঁৱে-ভূঞে ক্ষুদ্ৰ কৃষকসকলো আজি উদ্যোগী হৈ উঠিছে, নিজৰ উৎপাদিত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰিছে। আমি দেশত ১০ হাজাৰ এফপিঅ’ গঠনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ। সুকীয়া সমবায় মন্ত্ৰালয় থকাৰ ফলত ইতিমধ্যে ৮ হাজাৰ এফপিঅ’ গঠন হৈছে আৰু কাৰ্য্যক্ষম হৈ আছে। বহু এফপিঅ’ৰ সফলতাৰ কাহিনী কেৱল দেশৰ ভিতৰতে নহয়, বাহিৰতো চৰ্চিত হৈছে। একেদৰে আন এটা সন্তোষজনক পৰিৱৰ্তন হ’ল সমবায়ৰ সুবিধা এতিয়া পশুপালক আৰু মাছমৰীয়াসকলৰ মাজলৈয়ো লৈ যোৱা হৈছে। আজি ২৫ হাজাৰৰো অধিক সমবায় ইউনিট মীন পালনত কাৰ্য্যক্ষম হৈ আছে। চৰকাৰে আগন্তুক পাঁচ বছৰত দুই লাখ সমবায় সমিতি গঠনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ইয়াৰে যথেষ্ট সংখ্যক মীন খণ্ডত হ’ব বুলি আশা কৰা হৈছে।

বন্ধুসকল,

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে সমবায়ৰ শক্তিৰ প্ৰত্যক্ষ অভিজ্ঞতা মই লাভ কৰিছোঁ। গুজৰাটৰ আমূলৰ সফলতাৰ কাহিনী আজি বিশ্বজুৰি পৰিচিত। সমগ্ৰ বিশ্বৰ বজাৰত লিজ্জত পাপৰৰ উপস্থিতিৰ বিষয়ে আমি সকলোৱে জানো। এই আন্দোলনসমূহক মূলতঃ আমাৰ দেশৰ মহিলাসকলে নেতৃত্ব দি আহিছে। আজি দুগ্ধ আৰু কৃষি খণ্ডৰ সমবায়ৰ সৈতেও মহিলাসকল জড়িত হৈ আছে, ইয়াৰে লাখ-লাখ লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। মহিলাসকলৰ সামৰ্থ্যক স্বীকৃতি দি চৰকাৰে সমবায় সম্পৰ্কীয় নীতিসমূহতো তেওঁলোকক অগ্ৰাধিকাৰ দিছে। আপোনালোকে হয়তো জানে যে শেহতীয়াকৈ বহু ৰাজ্যিক সমবায় সমিতি আইনত সংশোধন কৰা হৈছে। ইয়াৰ অধীনত এতিয়া বহু-ৰাজ্যিক সমবায় সমিতিৰ ব’ৰ্ডত মহিলা পৰিচালক থকাটো বাধ্যতামূলক। সংসদত নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হোৱা কাৰ্য্যই যথেষ্ট চৰ্চা লাভ কৰিছে। অৱশ্যে বহু ৰাজ্যিক সমবায় সমিতি সন্দৰ্ভত আমি ইমান শক্তিশালী আৰু গুৰুত্বপূৰ্ণ আইন প্ৰৱৰ্তন কৰিছোঁ যদিও ইয়াৰ বিষয়ে অতি কম সংখ্যক লোকেহে আলোচনা কৰে।

 

বন্ধুসকল,

সমবায়সমূহে সামূহিক শক্তিৰ ব্যৱহাৰেৰে কৃষকৰ ব্যক্তিগত সমস্যাসমূহ সমাধান কৰে আৰু সংৰক্ষণ ইয়াৰ এক উদাহৰণ। পূৰ্বে মজুতকৰণৰ লগত জড়িত আন্তঃগাঁথনিৰ অভাৱৰ বাবে কৃষকসকলে যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল। পূৰ্বৰ চৰকাৰসমূহে এই প্ৰয়োজনীয়তাক কেতিয়াও বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু আজি সমবায় সমিতিৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰা হৈছে। এয়া এক উল্লেখযোগ্য বিকাশ। বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ প্লেনৰ অধীনত অহা ৫ বছৰত ৭০০ লাখ মেট্ৰিক টন ষ্ট’ৰেজৰ ক্ষমতা সংস্থাপন কৰা হ’ব। এই অভিযানত ১.২৫ লাখ কোটি টকাৰো অধিক খৰচ হ’ব। এই পৰিকল্পনা সম্পূর্ণ হোৱাৰ লগে-লগে আমাৰ কৃষকসকলে তেওঁলোকৰ প্রয়োজন অনুযায়ী উৎপাদিত সামগ্ৰী মজুত কৰিব পাৰিব। বেংকৰপৰা ঋণ লোৱাতো সহজ হ’ব। আৰু যেতিয়া তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ সময় উপযুক্ত বুলি অনুভৱ কৰিব, তেতিয়া তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰী সঠিক সময়ত বজাৰলৈ আনি বিক্ৰী কৰিবলৈ সক্ষম হ’ব।

বন্ধুসকল,

কৃষি ব্যৱস্থাৰ আধুনিকীকৰণ ‘বিকশিত ভাৰত’ৰ বিকাশৰ বাবেও সমানেই অপৰিহাৰ্য্য। কৃষি খণ্ডত নতুন ব্যৱস্থা সৃষ্টিৰ সমান্তৰালকৈ আমি ‘পেকছ’ৰ দৰে সমবায় প্ৰতিষ্ঠানকো নতুন ভূমিকাৰ বাবে সাজু কৰি আছোঁ। এই সমাজসমূহে এতিয়া প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ হিচাপেও কাম কৰি আছে। সহস্ৰাধিক প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰও চলাই আছে। আমি সমবায় সমিতিকো পেট্ৰল আৰু ডিজেলৰ খুচুৰা বিপণীলৈ ৰূপান্তৰিত কৰিছোঁ। বহু সমবায় সমিতিয়েও এতিয়া এলপিজি চিলিণ্ডাৰ বিতৰণ কৰি আছে। কেইবাখনো গাঁৱত ‘পানী সমিতি’ৰ ভূমিকাও পালন কৰি আছে ‘পেকছে’। অৰ্থাৎ, ‘পেকছ’ আৰু ক্ৰেডিট ছ’চাইটিৰ উপযোগিতা বৃদ্ধি পাইছে আৰু তেওঁলোকৰ আয়ৰ উপায়ো বৃদ্ধি পাইছে। তদুপৰি সমবায় সমিতিসমূহে এতিয়া গাঁৱে-ভূঞে কমন চাৰ্ভিচ চেন্টাৰ হিচাপে শ-শ চৰকাৰী সা-সুবিধা আগবঢ়াইছে। এই সমাজসমূহে কম্পিউটাৰৰ জৰিয়তে প্ৰযুক্তি আৰু ডিজিটেল ইণ্ডিয়াৰ সুযোগৰ সৈতে গ্ৰাম্য অঞ্চলসমূহক বৃহত্তৰ পৰিসৰত সংযোগেৰে গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।

 

বন্ধুসকল,

‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ বাবে সমবায় সংগঠনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আপোনালোকৰ ভূমিকাৰ তাৎপৰ্য্য আৰু সমবায় প্ৰতিষ্ঠানৰ ভূমিকা মই ভালদৰে বুজি পাওঁ। গতিকে আপোনালোক সকলোৰেপৰা মোৰ অধিক আশা আছে। কাৰণ, আশাবোৰ কাম কৰাসকলৰ পৰাই হয়; যিসকলে কাম নকৰে, তেওঁলোকৰপৰা কোনে আশা কৰিব পাৰে? ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণত যিমানেই সক্ৰিয় আৰু উল্লেখযোগ্যভাৱে অৰিহণা যোগাব, সিমানেই আমি আমাৰ লক্ষ্যত উপনীত হ’ম। ‘আত্মনিৰ্ভৰ ভাৰত’ অবিহনে ‘বিকশিত ভাৰত’ গঢ়ি তোলা সম্ভৱ নহয়। আপোনালোকৰ সামৰ্থ্য আৰু আপোনালোকৰ সাংগঠনিক ক্ষমতা বিবেচনা কৰিলে বহু পৰামৰ্শ মোৰ মনলৈ আহিছে। সকলোবোৰ একেলগে আপোনালোকৰ আগত উপস্থাপন কৰিব খোজা নাই, কিন্তু কিবা এটা পৰামৰ্শ দিব বিচাৰিছোঁ। উদাহৰণস্বৰূপে, মই পৰামৰ্শ দিওঁ যে আমাৰ সমবায়সমূহে এখন তালিকা তৈয়াৰ কৰক, য’ত আমি বিদেশৰপৰা কোনবোৰ বস্তু আমদানি কৰোঁ সেইটো নিৰ্দিষ্ট কৰি দিব লাগে। এতিয়া আমি সেই বস্তুবোৰ আমদানি নকৰোঁ। এই ক্ষেত্ৰত সমবায় খণ্ডই কি কৰিব পাৰে? তাৰ বাবে আমি দেশত এক সমৰ্থন ব্যৱস্থা গঢ়ি তুলিব লাগিব। সমবায় প্ৰতিষ্ঠানসমূহে এই দায়িত্ব সহজেই ল’ব পাৰে। এতিয়া উদাহৰণস্বৰূপে আমাক যদিও কৃষিকেন্দ্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়। তথাপিও আমি প্ৰতি বছৰে কোটি-কোটি টকাৰ মিঠা তেল আমদানি কৰাটোও এক দুৰ্ভাগ্যজনক সত্য। আমি কেনেকৈ মিঠা তেলত আত্মনিৰ্ভৰশীল হ’ম? এই মাটিতে খেতি কৰা তিল, ইয়াৰপৰা উলিওৱা তেলে আমাৰ নাগৰিকৰ জীৱন উন্নত কৰিব পাৰে। আৰু যদি মোৰ সমবায় খণ্ডৰ সহকৰ্মীসকলে ইয়াৰ বাবে একেলগে কাম নকৰে, তেন্তে কোনে কৰিব? মই সঠিক কথা কৈছোঁ নে নাই? আপোনালোকে কৰিব, নহয়নে? চাওঁকচোন, আনকি আমি ব্যৱহাৰ কৰা তেলবোৰো বিদেশৰপৰা আহে আৰু যান-বাহন চলাবলৈ, ট্ৰেক্টৰ চলাবলৈ যি তেল লাগে, এই ইন্ধনবোৰো আমদানি কৰা হয় আৰু আমি এই আমদানি বিলো হ্ৰাস কৰিব লাগিব। ইয়াৰ বাবে আমি বৰ্তমান ইথানলেৰে যথেষ্ট অগ্ৰগতি লাভ কৰিছোঁ। যোৱা ১০ বছৰত ইথানলৰ উৎপাদন, ক্ৰয় আৰু মিশ্ৰণ বহুগুণে বৃদ্ধি পাইছে। আজি এই কাম বেছিভাগেই চেনি কলৰদ্বাৰা পৰিচালিত হয় আৰু চৰকাৰী কোম্পানীয়ে ইয়াৰপৰা ইথানল ক্ৰয় কৰে। ইয়াৰ লগত সমবায় সমিতি জড়িত হ’ব নোৱাৰেনে? তেওঁলোকে যিমানেই জড়িত হ’ব, সিমানেই ইয়াৰ পৰিসৰ বৃদ্ধি পাব। দালিৰ আমদানি হ্ৰাস কৰাৰ সন্দৰ্ভত আপোনালোকে দেখিছে, আমি কৃষিকেন্দ্ৰিক ৰাষ্ট্ৰ হ’লেও বাহিৰৰপৰা দালি আমদানি কৰোঁ। দালিৰ আমদানি হ্ৰাসৰ ক্ষেত্ৰতো সমবায় খণ্ডৰ লোকসকলে উল্লেখযোগ্য কাম কৰিব পাৰে, অগ্ৰণী ভূমিকা ল’ব পাৰে।

বন্ধুসকল,

আজি আমি জৈৱিক কৃষিৰ ওপৰতো অধিক গুৰুত্ব দিছোঁ। ইয়াতো সমবায়সমূহে উল্লেখযোগ্য ভূমিকা ল’ব পাৰে। খাদ্য প্ৰদানকাৰীকো শক্তি প্ৰদানকাৰী আৰু সাৰ প্ৰদানকাৰী হিচাপে গঢ়ি তোলাত সমবায়সমূহে উল্লেখযোগ্য ভূমিকা ল’ব পাৰে। যদি সমবায়সমূহ ইয়াৰ লগত জড়িত হয়, তেন্তে ফলাফল সোনকালে প্ৰাপ্তি হ’ব। আজিকালি আমি দেখিবলৈ পাইছোঁ যে বৃহৎ-বৃহৎ বহুজাতিক কোম্পানীয়ে গোবৰ-ধন যোজনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। এয়া শক্তিৰ এক উল্লেখযোগ্য উৎস হ’বলৈ গৈ আছে। এই ক্ষেত্ৰত সমবায়সমূহ কিয় পিছ পৰি থাকিব লাগে? আৱৰ্জনা ধন-সম্পত্তিলৈ ৰূপান্তৰিত কৰা, গৰুৰ গোবৰৰপৰা জৈৱ গেছ প্ৰস্তুত কৰা, জৈৱিক সাৰ উৎপাদন কৰা ইত্যাদি কামেই হওঁক, সমবায় সংগঠনসমূহে নিজৰ ভূমিকা সম্প্ৰসাৰণৰ কথা চিন্তা কৰিব পাৰে। ইয়াৰ ফলত সাৰ সম্পৰ্কীয় দেশৰ আমদানি বিলো হ্ৰাস পাব। আমাৰ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰপৰা উৎপাদিত সামগ্ৰীৰ বিশ্বব্যাপী ব্ৰেণ্ডিঙৰ ক্ষেত্ৰতো আপোনালোক আগবাঢ়ি যোৱা উচিত। এতিয়া গুজৰাটলৈ চাওঁক। ইয়াৰ পূৰ্বে গুজৰাটত ভিন্ন নামেৰে বহু দুগ্ধ কাৰখানা চলি আছিল। এতিয়াও বহু ডেইৰী আছে যদিও আমূল হৈ পৰিছে ব্ৰেণ্ড। আজি ইয়াৰ কণ্ঠ বিশ্বজুৰি শুনা যায়। আমাৰ ভিন্ন সামগ্ৰীৰ বাবেও আমি এটা উমৈহতীয়া ব্ৰেণ্ড সৃষ্টি কৰিব পাৰোঁ। আমাৰ লক্ষ্য হ'ব লাগে আমাৰ বাজৰা অৰ্থাৎ "শ্ৰী অন্ন"ক ব্ৰেণ্ড হিচাপে গঢ়ি তোলা। বিশ্বৰ প্ৰতিখন ডাইনিং টেবুলত ভাৰত ব্ৰেণ্ডৰ বাজৰা কিয় দেখা নাযায়? এই ক্ষেত্ৰত সমবায়সমূহে এক বিস্তৃত কাৰ্য্য পৰিকল্পনাৰে আগবাঢ়ি আহিব লাগে।

 

বন্ধুসকল,

সমবায়সমূহে গাঁৱৰ আয় বৃদ্ধিত যথেষ্ট অৱদান আগবঢ়াব পাৰে। দুগ্ধ খণ্ডত আমি স্পষ্ট পৰিৱৰ্তন দেখিবলৈ পাইছোঁ। যোৱা তিনিদিন ধৰি সমবায় খণ্ডৰ কাৰ্য্যসূচীত আছোঁ। প্ৰথমে মই আহমেদাবাদত আছিলোঁ য’ত আমূলে ৫০ বছৰ সম্পূৰ্ণ কৰিছিল। তাৰ পিছত কালি মই বাৰাণসীত আছিলোঁ য'ত মই বেনাৰস ডেইৰী উদ্বোধন কৰিছিলোঁ। বাৰাণসীৰ অভিজ্ঞতাই দেখুৱাইছে যে দুগ্ধ সমবায়ৰ আগমনৰ লগে-লগে মহিলা দুগ্ধ পালকসকলৰ আয় দ্ৰুতগতিত বৃদ্ধি পাইছে। আন এলেকাত প্ৰৱেশ কৰিছে সমবায়সমূহে। গুজৰাটৰ সমবায় খণ্ডৰ ৰাইজক মৌৰ জগতত প্ৰৱেশ কৰিবলৈ আহ্বান জনালোঁ। আমাৰ শ্বেত বিপ্লৱ হৈছে; এতিয়া আহকচোন এটা মধু বিপ্লৱৰ সূচনা কৰোঁ। আৰু আমাৰ ৰাইজ মৌখণ্ডত আগবাঢ়ি আহিব লাগে। মৌখণ্ডৰপৰা কৃষকসকলে কিমান লাভ পাইছে সেয়াও আপোনালোকে জানে। যোৱা ১০ বছৰত মৌৰ উৎপাদন ৭৫ হাজাৰ মেট্ৰিক টনৰপৰা বৰ্তমান প্ৰায় ১.৫ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। লগতে মৌৰ ৰপ্তানি ২৮ হাজাৰ মেট্ৰিক টনৰপৰা ৮০ হাজাৰ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। ইয়াত নাফেড আৰু ট্ৰাইফেডৰ লগতে ৰাজ্যসমূহৰ সমবায় সংগঠনসমূহেও উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আমি এই পৰিসৰ আৰু অধিক বৃদ্ধি কৰিব লাগিব।

বন্ধুসকল,

গুজৰাটত আমি দেখিছোঁ যে গাখীৰ বিক্ৰী কৰি উপাৰ্জন কৰা ধন যেতিয়া পোনপটীয়াকৈ ভগ্নীহঁতৰ বেংক একাউন্টলৈ যাবলৈ ধৰিলে, তেতিয়া ই এক অৰ্থপূৰ্ণ সামাজিক পৰিৱৰ্তন আনিলে। এতিয়া আমাৰ সমবায় সমিতি, আমাৰ ‘পেকছ’ কম্পিউটাৰাইজ কৰা হৈছে। গতিকে এতিয়া নিশ্চিত হ’ব লাগে যে যি কাম কৰা হয়, যি পেমেন্ট কৰা হয়, সেইবোৰ ডিজিটেল হ’ব লাগে। বিশেষকৈ সমবায় বেংকসমূহে ডিজিটেল প্ৰযুক্তি গ্ৰহণৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰিব লাগে। আন এটা বিষয় হ’ল মাটিৰ হেল্থ কাৰ্ড। মাটিৰ গুণাগুণ পৰীক্ষাৰ বাবে আমি ইমান ডাঙৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছোঁ। সমবায় সংস্থাসমূহ, ‘পেকছ’ক নিজ-নিজ অঞ্চলত সৰু-সৰু মাটি পৰীক্ষণ লেব স্থাপন কৰিবলৈ আহ্বান জনাইছোঁ। তেওঁলোকে কৃষকসকলক উৎসাহিত কৰি নিজৰ মাটিৰ গুণাগুণৰ ওপৰত নিৰন্তৰ নজৰ ৰখাটো অভ্যাস হিচাপে গঢ়ি তুলিব লাগে। তেওঁলোকে মাটি পৰীক্ষাৰ নেটৱৰ্ক গঢ়ি তুলিব লাগে।

 

বন্ধুসকল,

সমবায়ত যুৱক-যুৱতী আৰু মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাটো আন এটা ক্ষেত্ৰ য’ত আমি আমাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰিব লাগিব। সমবায় খণ্ডৰ লগত জড়িত কৃষকসকলে এই ক্ষেত্ৰত অৰিহণা যোগাব পাৰে। ইয়াৰ লগতে আমি তেওঁলোকক ক’ব পাৰোঁ যে তেওঁলোকে লাভ কৰা লভ্যাংশ আৰু অন্যান্য সুবিধাসমূহৰ ভিতৰত এতিয়া তেওঁলোকৰ সমবায় সংস্থাই প্ৰদান কৰা বিনামূলীয়া মাটি পৰীক্ষাও অন্তৰ্ভুক্ত হ’ব। মাটি পৰীক্ষাৰপৰা লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত শস্যৰ ওপৰত গুৰুত্ব দিবলৈ শিকাব লাগে।

বন্ধুসকল,

ইয়াৰদ্বাৰা সমবায়লৈ সতেজতা আহিব, এক নতুন শক্তিৰ উন্মেষ ঘটিব। সমবায়সমূহত দক্ষতা বিকাশ, প্ৰশিক্ষণ, সজাগতা বৃদ্ধিও অতি প্ৰয়োজনীয়। বহুত সলনি হৈছে আৰু সকলো কাম কাগজত কৰা উচিত। আগতে বহুত মৌখিক প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেয়েহে প্ৰশিক্ষণ অতি গুৰুত্বপূৰ্ণ আৰু এই ক্ষেত্ৰত প্ৰচেষ্টা চলোৱা উচিত। ‘পেকছ’ আৰু সমবায় সমিতিসমূহেও পৰস্পৰে-পৰস্পৰৰপৰা শিকিব লাগিব। বহুতো সমবায় প্ৰতিষ্ঠানে উদ্ভাৱনীমূলক কাম কৰে। তেওঁলোকে বহু উদ্যোগ লয়। দেশৰ বহু অঞ্চল এই সন্দৰ্ভত অজ্ঞাত। আমি উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰিবলৈ এটা উমৈহতীয়া পৰ্টেল সৃষ্টি কৰিব পাৰোনে? আৰু সকলোৱে নিজৰ নতুন অভিজ্ঞতা, নতুন পদ্ধতি ইয়াত আপলোড কৰিব পাৰে। এই উত্তম পদ্ধতিসমূহক কেনেকৈ অধিক প্ৰসাৰিত কৰিব পাৰি? অনলাইন প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লাগে আৰু তাৰ বাবে কিছুমান মডিউল সৃষ্টি কৰিব লাগে। আপোনাসৱে জানে যে অভিলাষী জিলাসমূহৰ অভিযান আকাংক্ষী জিলা কাৰ্য্যসূচীৰ এক অনন্য বৈশিষ্ট্য আছে। সুস্থ প্ৰতিযোগিতাৰ ব্যৱস্থা আছে, য’ত দিনটোত দহবাৰকৈ ৰেংকিঙৰ উঠা-নমা হয়। প্ৰতিজন বিষয়াই ভাবে যে তেওঁলোকৰ জিলাখন আগবাঢ়িব লাগে। সমবায় সংগঠনত প্ৰতিযোগিতা হ’ব লাগে আৰু শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীক পুৰস্কাৰ দিব লাগে। এনে সমবায় অনুষ্ঠানৰপৰা কিবা এটা উদ্ভাৱনীমূলক কথা প্ৰকাশ পাব লাগে।

 

বন্ধুসকল,

সমবায় প্ৰতিষ্ঠানসমূহৰ সৈতে প্ৰশ্নবোধক হৈ থকা এটা কথা হ’ল নিৰ্বাচনত স্বচ্ছতা। সমবায় নিৰ্বাচনত স্বচ্ছতা অনাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত জনতাৰ আস্থা বৃদ্ধি পাব আৰু অধিক সংখ্যক লোকে সমবায়ত যোগদান কৰিব।

বন্ধুসকল,

সমবায় সমিতিসমূহক সমৃদ্ধিৰ ভেটি হিচাপে গঢ়ি তুলিবলৈ আমাৰ চৰকাৰেও এইসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰি আছে। আপোনালোকৰ হয়তো মনত আছে যে কোম্পানীসমূহৰ উপ-কৰ কম আছিল যদিও সমবায় সমিতিবোৰে বেছি উপ-কৰ দিবলগীয়া হৈছিল। এক কোটিৰপৰা ১০ কোটি টকালৈকে আয়ৰ সমবায় সমিতিৰ বাবে আমি চেছৰ হাৰ ১২% ৰপৰা ৭%লৈ হ্ৰাস কৰিছোঁ। ইয়াৰ ফলত এই সমিতিসমূহৰ পৰিচালনাৰ বাবে উপলব্ধ ধন বৃদ্ধি পাইছে, যাৰ ফলত কোম্পানীসমূহৰ দৰে আগবাঢ়ি যোৱাৰ পথ মুকলি হৈছে। আগতে সমবায় সমিতি আৰু কোম্পানীসমূহৰ মাজতো বিকল্প কৰত বৈষম্য আছিল। আমি ন্যূনতম বিকল্প কৰ ১৮% ৰপৰা ১৫%লৈ হ্ৰাস কৰিছোঁ, যাৰ জৰিয়তে ইয়াক কৰ্পৰেট জগতৰ সমতুল্য কৰি তুলিছোঁ। আন এটা বিষয় আছিল যে সমবায় সমিতিসমূহে এক কোটি টকাৰ অধিক ধন উলিওৱাৰ ক্ষেত্ৰত টিডিএছ দিব লগীয়া হৈছিল। আমি এই উলিওৱাৰ সীমা বছৰি তিনি কোটি টকালৈ বৃদ্ধি কৰিছোঁ। এই সুবিধা এতিয়া সদস্যসকলৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হ’ব। সমবায়ৰ দিশত আমাৰ সামূহিক প্ৰচেষ্টাই দেশৰ সামূহিক শক্তিৰ জৰিয়তে উন্নয়নৰ সকলো সম্ভাৱনা মুকলি কৰিব বুলি মোৰ বিশ্বাস।

এই কামনাৰে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু অমিতভায়ে উল্লেখ কৰা মতে আজি ভিন্ন কেন্দ্ৰত লাখ-লাখ লোক সমবেত হৈছে। লগতে আজিও ইমান উৎসাহ আৰু আগ্ৰহেৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপত যোগদানৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ, লগতে তেওঁলোকক শুভকামনাও জনাইছোঁ। আহক, আমি এখনি ‘বিকশিত ভাৰত’ৰ লক্ষ্যত উপনীত হ’বলৈ, হাতে-হাত ধৰোঁ, খোজত খোজ মিলাওঁ, সহযোগিতাৰ প্ৰকৃত মনোভাৱ লৈ একত্ৰিত হওঁ। আহক, আমি একেলগে এটা দিশত আগবাঢ়ি যাওঁ আৰু আমি ফলাফল লাভ কৰোঁ। আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।