Quoteএইমছ বিবিনগৰৰ আধাৰশিলা স্থাপন
Quoteছেকেন্দৰাবাদ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন
Quote“ছেকেন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছে বিশ্বাস, আধুনিকতা, প্ৰযুক্তি আৰু পৰ্যটনক সফলতাৰে সংযোগ কৰিব”
Quote“তেলেংগানাৰ উন্নয়নৰ সৈতে জড়িত ৰাজ্যৰ নাগৰিকৰ সপোন বাস্তৱায়িত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্তব্য”
Quote“এইবাৰৰ বাজেটত ভাৰতৰ আধুনিক আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ১০ লাখ কোটি টকা ধাৰ্য কৰা হৈছে”
Quote“তেলেংগানাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ২০১৪ চনত ৰাজ্য গঠনৰ সময়ৰ ২৫০০ কিলোমিটাৰৰ পৰা দুগুণ বৃদ্ধি পাই বৰ্তমান ৫০০০ কিলোমিটাৰতকৈও অধিক হৈছে”
Quote“কেন্দ্ৰীয় চৰকাৰে তেলেংগানাত উদ্যোগ আৰু কৃষি উভয়ৰে উন্নয়নত গুৰুত্ব আৰোপ কৰিছে”
Quote“স্বজন-তোষণ আৰু দুৰ্নীতিৰ পৃষ্ঠপোষকসকলৰ দেশৰ স্বাৰ্থ আৰু সমাজৰ কল্যাণৰ লগত কোনো সম্পৰ্ক নাই”
Quote“আজি মোদীয়ে দুৰ্নীতিৰ এই প্ৰকৃত মূলত আক্ৰমণ কৰিছে”
Quote“সবকা বিকাশৰ মনোভাৱেৰে কাম কৰিলে সংবিধানৰ প্ৰকৃত মনোভাৱ উপলব্ধি হয়”
Quote“তেতিয়াই প্ৰকৃত সামাজিক ন্যায়ৰ জন্ম হয়, যেতিয়া দেশ ‘তুষ্টিকৰণ’ৰ পৰা আঁতৰি ‘সন্তুষ্টিকৰণ’ৰ দিশে আগবাঢ়ি যায়”

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

তেলেংগনাৰ গৱৰ্ণৰ তমিলসাই সৌন্দৰৰাজন জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ অশ্বিনী বৈষ্ণৱ জী, এই তেলেংগনা ভূমিৰেই সন্তান তথা মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ শ্ৰী জি কিষান ৰেড্ডী জী, বহুত ডাঙৰ সংখ্যাত অহা তেলেংগনাৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল,

 

প্ৰিয়-মইনা, সোদৰা সোইদৰী-মণুলাৰা, মী অন্দৰিকী, ন হৃদয়পূৰ্বক নমস্কাৰ-মুলু। মহান ক্ৰান্তিকাৰীৰ ভূমি তেলেংগনাক মোৰ শত শত প্ৰণাম। আজি মই তেলেংগনাৰ বিকাশক অধিক গতি দিয়াৰ পুনৰ সৌভাগ্য পাইছো। অলপ সময়ৰ আগতেই তেলেংগনা-অন্ধ্ৰপ্ৰদেশক সংযুক্ত কৰা আৰু এখন বন্দে ভাৰত ট্ৰেইনক সেউজীয়া পতাকা দেখুওৱা হৈছে। এই আধুনিক ট্ৰেইনে এতিয়া ভাগ্যলক্ষ্মী মন্দিৰৰ চহৰখনক ভগৱান শ্ৰী ভেংকটেশ্বৰ ধাম তিৰুপতিৰে সংযুক্ত কৰিব। অৰ্থাৎ এক প্ৰকাৰে এই বন্দে ভাৰত এক্সপ্রেছে আস্থা, আধুনিকতা, টেকনলজি আৰু টুৰিজিমক কানেক্ট কৰিব। ইয়াৰ লগতে আজি ইয়াত ১১ হাজাৰ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্পৰ লোকাৰ্পণ আৰু শিলান্যাস হৈছে। এয়া তেলেংগনাৰ ৰে'ল আৰু পথ কানেক্টিভিটীৰ সৈতে জড়িত প্ৰকল্প, স্বাস্থ্য আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰকল্প। মই বিকাশৰ এই সকলো প্ৰকল্পৰ বাবে আপোনালোকক, তেলেংগনাৰ জনতাক বহুত বহুত অভিনন্দন জনাইছো, শুভকামনা জনাইছো।

 

|

বন্ধুসকল,

তেলেংগনা পৃথক ৰাজ্য হোৱা প্ৰায় সিমানেই সময় হৈছে, যিমান দিন কেন্দ্ৰত এনডিএৰ চৰকাৰৰ হৈছে। তেলেংগনাৰ নিৰ্মাণত, তেলেংগনাৰ গঠনত যিসকল সাধাৰণ নাগৰিকে, ইয়াৰ জনতা জনাৰ্দনে যোগদান দিলে, মই আজি আকৌ এবাৰ কোটি কোটি লোকক আদৰেৰে নমন কৰিছো। তেলেংগনাৰ বিকাশক লৈ, তেলেংগনাৰ জনসাধাৰণৰ বিকাশক লৈ যি সপোন আপোনালোকে দেখিছিল, তেলেংগনাৰ নাগৰিকসকলে দেখিছিল, সেয়া সম্পূৰ্ণ কৰা কেন্দ্ৰৰ এনডিএ চৰকাৰে নিজৰ কৰ্তব্য বুলি ভাবে। আমি সবকা সাথ-সবকা বিকাশ-সবকা বিশ্বাস-সবকা প্ৰয়াসৰ মন্ত্ৰক লৈ অগ্ৰসৰ হৈছো। আমি সম্পূৰ্ণ প্ৰয়াস কৰিছো যে ভাৰতৰ বিকাশৰ যি নতুন মডেল যোৱা ৯ বছৰত বিকশিত হৈছে, তাৰ সুফল তেলেংগনায়ো সৰ্বাধিক পাওক। ইয়াৰ এটা উদাহৰণ আমাৰ চহৰৰ বিকাশ। যোৱা ৯ বছৰত হায়দৰাবাদতে প্ৰায় ৭০ কিলোমিটাৰৰ মেট্ৰো নেটৱৰ্ক বনোৱা হৈছে। হায়দৰাবাদ Multi-Modal Transport System - MMTS প্ৰজেক্টৰ ওপৰতো এই সময়ছোৱাত দ্ৰুতগতিত কাম হৈছে। আজিও ইয়াত 13 MMTS সেৱা আৰম্ভ হৈছে। MMTS ৰ দ্ৰুতগতিত বিস্তাৰ হওক, তাৰ বাবে এই বছৰৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত তেলেংগনাৰ বাবে ৬০০ কোটি টকা ৰখা হৈছে। ইয়াৰ ফলত হায়দৰাবাদ-ছেকেন্দ্ৰাবাদ সহ আশপাশৰ জিলাসমূহৰ লাখ লাখ বন্ধুৰ সুবিধা আৰু বাঢ়িব। ইয়াৰ ফলত নতুন বাণিজ্য কেন্দ্ৰ হ'ব, নতুন ক্ষেত্ৰত বিনিয়োগ আৰম্ভ হ'ব।

 

|

বন্ধুসকল,

১০০ বছৰত অহা সবাতোকৈ ডাঙৰ গম্ভীৰ মহামাৰী আৰু দুখন দেশৰ যুদ্ধৰ মাজত আজি পৃথিৱীৰ অৰ্থব্যৱস্থাত বহুত দ্ৰুতগতিত উত্থান পতন হৈ আছে। এই অনিশ্চয়তাৰ মাজত, ভাৰত পৃথিৱীৰ সেই দেশসমূহৰ এখন, যি নিজৰ আন্তঃগাঁথনি আধুনিক কৰিবলৈ অভিলেখ বিনিয়োগ কৰি আছে। এই বছৰৰ বাজেটতো ১০ লাখ কোটি টকা আধুনিক আন্তঃগাঁথনিৰ বাবে আৱণ্টন কৰা হৈছে। আজিৰ নতুন ভাৰতে ২১শ শতিকাৰ নতুন ভাৰতে দ্ৰুতগতিত দেশৰ কোণে কোণে আধুনিক আন্তঃগাঁথনি বনাই আছে। তেলেংগনাতো যোৱা ৯ বছৰত ৰে'লৱে বাজেটত প্ৰায় ১৭গুণ বৃদ্ধি কৰা হৈছে। এতিয়া অশ্বিনী জীয়ে পৰিসংখ্যা দি আছিল। ইয়াৰ ফলত নতুন ৰে'ল লাইন বহুওৱা কাম হওক, ৰে'ল লাইনৰ ডবলিঙৰ কাম হওক, বা বৈদ্যুতিকৰণৰ কাম হওক, সকলো, ৰেকৰ্ড গতিত হৈ আছে। আজি যি ছেকেন্দ্ৰাবাদ আৰু মহবুব নগৰৰ মাজত ৰে'ল লাইনৰ ডবলিঙৰ কাম সম্পূৰ্ণ হৈছে, সেয়া ইয়াৰে এটা উদাহৰণ। ইয়াৰ ফলত হায়দৰাবাদ আৰু বেংগালুৰুৰ কানেক্টিভিটীও উন্নত হ'ব। দেশজুৰি ডাঙৰ ৰে'লৱে ষ্টেচনক আধুনিক কৰাৰ যি অভিযান আৰম্ভ হৈছে, তাৰ লাভো তেলেংগনাই পাই আছে। ছেকেন্দ্ৰাবাদ ৰে'লৱে ষ্টেচনৰ বিকাশো এই অভিযানৰে অংশ।

 

বন্ধুসকল,

আজি ৪টা হাইৱে প্ৰজেক্টৰ শিলান্যাস ইয়াত হৈছে। ২৩০০ কোটি টকাৰ ব্যয়েৰে অকলকোট-কুৰণুল ছেকচনেই হওক, ১৩০০ কোটিৰ ব্যয়েৰে মহবুবনগৰ-চিংচোলী খণ্ডৰ কাম হওক, প্ৰায় ৯০০ কোটি টকাৰ ব্যয়ৰে কলৱাকুৰ্তি-কোল্লাপুৰ হাইৱেৰ কামেই হওক, ২৭০০ কোটিৰ ব্যয়ৰে খাম্মাম-দৱৰাপেল্লে খণ্ডৰ কাম হওক, কেন্দ্ৰ চৰকাৰে তেলেংগনাত আধুনিক ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে সম্পূৰ্ণ শক্তিৰে লাগি আছে। ২০১৪ চনত যেতিয়া তেলেংগনাৰ নিৰ্মাণ হৈছিল, তেতিয়া ইয়াত ২৫০০ কিলোমিটাৰৰ আশে পাশে ৰাষ্ট্ৰীয় ঘাইপথ আছিল। আজি তেলেংগনাত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য বাঢ়ি ৫ হাজাৰ কিলোমিটাৰ হৈছেগৈ। এই বছৰবোৰত কেন্দ্ৰ চৰকাৰে তেলেংগনাত ৰাষ্ট্ৰীয় ঘাইপথ বনাবলৈ প্ৰায় ৩৫ হাজাৰ কোটি টকা খৰছ কৰিছে। এই সময়তো তেলেংগনাত ৬০ হাজাৰ কোটি টকাৰ ৰোড প্ৰজেক্টৰ ওপৰত কাম চলি আছে।

 

|

বন্ধুসকল,

আমাৰ চৰকাৰে দেশজুৰি ৭খন মেগা টেক্সটাইল পাৰ্ক বনাবলৈ সিদ্ধান্ত লৈছে। ইয়াৰে এখন মেগা টেক্সটাইল পাৰ্ক তেলেংগনাতো হ'ব। ইয়াৰ ফলত যুৱক-যুৱতীৰ বাবে সংস্থাপন সৃষ্টি হ'ব। সংস্থাপনৰ সমান্তৰালকৈ তেলেংগনাত শিক্ষা আৰু স্বাস্থ্যৰ ওপৰতো কেন্দ্ৰ চৰকাৰে বহুত বিনিয়োগ কৰি আছে। তেলেংগনাক নিজৰ এইমছ দিয়াৰ সৌভাগ্য আমাৰ চৰকাৰৰ হৈছে। এইমছ বিবিনগৰৰ সৈতে জড়িত বেলেগ বেলেগ সুবিধাৰ বাবেও আজি কাম আৰম্ভ হৈছে। আজিৰ এই প্ৰকল্পই তেলেংগনাত Ease of Travel, Ease of Living আৰু Ease of Doing Business, তিনিওটা বঢ়াব।

 

অৱশ্যে বন্ধুসকল,

কেন্দ্ৰ চৰকাৰৰ এই প্ৰচেষ্টাৰ মাজতে মোৰ এটা কথাক লৈ বহুত কষ্ট, দুখ হয়। কেন্দ্ৰৰ অধিকাংশ প্ৰজেক্টত ৰাজ্য চৰকাৰৰ পৰা সহযোগ নোপোৱাৰ কাৰণে প্ৰতিটো প্ৰজেক্টত বিলম্ব হৈ আছে। ইয়াৰ ফলত লোকচান তেলেংগনাৰ জনসাধাৰণৰ, আপোনালোকৰ হৈ আছে। মই ৰাজ্য চৰকাৰক আহ্বান জনাওঁ যে তেওঁলোকে বিকাশৰ সৈতে জড়িত কামত কোনো বাধা আহিবলৈ নিদিয়ক, বিকাশৰ কামত দ্ৰুততা আনক।

 

|

ভাতৃ আৰু ভগ্নীসকল,

আজিৰ নতুন ভাৰতত দেশবাসীৰ আশা-আকাংক্ষা, তেওঁলোকৰ সপোন পূৰণ কৰা আমাৰ চৰকাৰৰ প্ৰাথমিকতা। কিন্তু কিছুমান এমুঠিমান মানুহে বিকাশৰ এই কামত বহুত নাৰাজ। এনেধৰণৰ মানুহ, যি পৰিয়ালবাদ, ভাই-ভতিজাবাদ আৰু ভ্ৰষ্টাচাৰক পোষিত কৰি থাকে, তেওঁলোকৰ সততাৰে কাম কৰা মানুহৰ পৰা চিন্তা হৈ আছে। এই লোকসকলে কেৱল নিজৰ পৰিয়ালক ফলে ফুলে জাতিষ্কাৰ হোৱা চাব খোজে। প্ৰতিটো প্ৰজেক্টত, প্ৰতিটো বিনিয়োগত এই লোকসকলে নিজৰ পৰিয়ালৰ স্বাৰ্থ লক্ষ্য কৰে। তেলেংগনাক এনেধৰণৰ মানুহৰ পৰা সতৰ্ক হৈ থকা দৰকাৰ।

 

ভাতৃ আৰু ভগ্নীসকল,

ভ্ৰষ্টাচাৰ আৰু পৰিয়ালবাদ এটা আনটোৰ পৰা পৃথক নহয়। য'ত পৰিয়ালবাদ আৰু ভাই-ভতিজাবাদ থাকে, তাৰ পৰাই সকলো ধৰণৰ দুৰ্নীতি আৰম্ভ হয়। আপোনালোকক মই এটা উদাহৰণ দিওঁ। আজি কেন্দ্ৰ চৰকাৰে Direct Benefit Transfer- DBT ব্যৱস্থা বিকশিত কৰিছে, আজি কৃষকক, বিদ্যাৰ্থীক, ক্ষুদ্ৰ ব্যৱসায়ীক, অৰ্থনৈতিক সহায়ৰ ধন পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ পঠিওৱা হয়। আমি দেশজুৰি ডিজিটেল পেমেণ্টৰ ব্যৱস্থা বঢ়াইছো।

 

এই কাম আগতে কিয় হ'ব নোৱাৰিছিল? এই কাম এইবাবেই নহৈছিল কিয়নো পৰিয়ালবাদী শক্তিয়ে ব্যৱস্থাৰ ওপৰত, ছিষ্টেমৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ এৰিব বিচৰা নাছিল। ইয়াৰ ফলত এওঁলোকৰ তিনিটা মতলব পূৰণ হৈছিল। এক, এওঁলোকৰেই পৰিয়ালৰ জয়জয়কাৰ হৈ আছিল। দ্বিতীয়, দুৰ্নীতিৰ ধন এওঁলোকৰ পৰিয়াললৈকে আহি আছিল। আৰু তৃতীয়, যি ধন দুখীয়াৰ বাবে পঠোৱা হয়, সেয়া এওঁলোকৰ ভ্ৰষ্ট ইকো-ছিষ্টেমৰ মাজত ভগোৱাৰ কামত আহে।

 

|

আজি মোদীয়ে ভ্ৰষ্টাচাৰৰ এই আচল মূলত প্ৰহাৰ কৰিছে। মোক তেলেংগনাৰ ভাতৃ-ভগ্নীসকল কওক, আপোনালোকে উত্তৰ দিবনে, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজিব লাগে নে নালাগে? দেশক ভ্ৰষ্টাচাৰৰ পৰা মুক্ত কৰিব লাগে নে নালাগে? ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে আইনক কাম কৰিবলৈ দিব লাগে নে নালাগে? কেইদিনমান আগতে তো এনেধৰণৰ কেইবাটাও ৰাজনৈতিক দল আদালতলৈ যায়, যে আমাক সুৰক্ষা দিয়া যাতে আমাৰ ভ্ৰষ্টাচাৰৰ কিতাপ কোনেও নোখোলক। আদালতৰ ওচৰলৈ গ'ল, আদালতে তাতো তেওঁলোকক জোকাৰি দিলে।

 

ভাতৃ আৰু ভগ্নীসকল,

যেতিয়া সবকা সাথ-সবকা বিকাশৰ ভাবনাৰে কাম হয় তেতিয়া সঁচা অৰ্থত গণতন্ত্ৰ মজবুত হয়, তেতিয়া বঞ্চিত-শোষিত-পীড়িতই সুবিধা পায়। যেতিয়া ২০১৪ত কেন্দ্ৰ চৰকাৰে পৰিয়ালবাদৰ বৃত্তৰ পৰা মুক্ত হয়, তেতিয়া কি পৰিণাম হ'ল এয়া সমগ্ৰ দেশে দেখি আছে। যোৱা ৯ বছৰত দেশৰ ১১ কোটি মাতৃ ভগ্নী কন্যাই ইজ্জতঘৰ, টয়লেটৰ সুবিধা পাইছে। ইয়াত তেলেংগনাৰো ৩০ লাখৰ অধিক পৰিয়ালৰ মাতৃ-ভগ্নীয়ে এই ব্যৱস্থা পাইছে। যোৱা ৯ বছৰত দেশত ৯ কোটিৰ অধিক ভগ্নী-কন্যাই উজ্জ্বলাৰ গেছ কানেকচন পাইছে। তেলেংগনাৰ ১১ লাখৰ অধিক দুখীয়া পৰিয়ালেও ইয়াৰ লাভ পাইছে।

 

বন্ধুসকল,

পৰিয়ালবাদে তেলেংগনাসহ দেশৰ কোটি কোটি দুখীয়াৰ পৰা তেওঁলোকৰ ৰেছনো লুটি লৈছিল। আমাৰ চৰকাৰে আজি ৮০ কোটি দুখীয়াক বিনামূলীয়া ৰেছন দি আছে। আমাৰ চৰকাৰৰ নীতিৰ বাবেই তেলেংগনাৰ লাখ লাখ দুখীয়া বন্ধুসকলে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাইছে। তেলেংগনাৰ ১ কোটি পৰিয়ালৰ প্ৰথমবাৰ জন ধন বেংক একাউণ্ট খোলা হৈছে। তেলেংগনাৰ আঢ়ৈ লাখ ক্ষুদ্ৰ উদ্যমীয়ে গেৰাণ্টি নোহোৱাকৈ মুদ্ৰা ঋণ পাইছে। ইয়াত ৫ লাখ ষ্ট্ৰিট ভেণ্ডৰে প্ৰথমবাৰ বেংক লোন পাইছে। তেলেংগনাৰ ৪০ লাখৰো অধিক ক্ষুদ্ৰ কৃষকে পিএম কিষান সন্মান নিধিৰ জৰিয়তে প্ৰায় ৯ হাজাৰ কোটি টকাও পালে। এয়া সেই বঞ্চিত বৰ্গ যি প্ৰথমবাৰ প্ৰাথমিকতা পাইছে।

 

|

বন্ধুসকল,

যেতিয়া দেশ তুষ্টিকৰণৰ পৰা বাহিৰ হৈ সকলোৰে সন্তুষ্টিকৰণৰ দিশত আগবাঢ়ে তেতিয়া প্ৰকৃত সামাজিক ন্যায়ৰ সৃষ্টি হয়। আজিও তেলেংগনাই যিসমূহ প্ৰজেক্ট লাভ কৰিছে সেয়া সন্তুষ্টিকৰণৰ ভাবনাৰে অনুপ্ৰাণিত, সকলোৰে বিকাশৰ বাবে সমৰ্পিত। স্বাধীনতাৰ অমৃত কালত বিকশিত ভাৰত নিৰ্মাণৰ বাবে তেলেংগনাৰ দ্ৰুত বিকাশ বহুত জৰুৰী। আমি একত্ৰিত হৈ তেলেংগনাৰ বিকাশৰ সকলো সপোন পূৰণ কৰিব লাগিব। এই সকলো প্ৰকল্পৰ বাবে এবাৰ আকৌ তেলেংগনাৰ মোৰ মৰমৰ ভাতৃ-ভগ্নীক মই বহুত বহুত অভিনন্দন জনাইছো। এয়া মোৰ বাবে অত্যন্ত সন্তুষ্টিৰ কথা ইমান ডাঙৰ সংখ্যাত, তেলেংগনাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে, তেলেংগনাৰ বিকাশৰ বাবে আপোনালোকে আমাক আশীৰ্বাদ দিবলৈ আহিছে। মই আপোনালোকৰ হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।

 

কওক ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

বহুত বহুত ধন্যবাদ।

 

  • krishangopal sharma Bjp February 23, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp February 23, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 23, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp February 23, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 23, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • Reena chaurasia August 29, 2024

    बीजेपी
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻🙏🏻❤️
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Media Coverage

"Huge opportunity": Japan delegation meets PM Modi, expressing their eagerness to invest in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, India is not just a Nation of Dreams but also a Nation That Delivers: PM Modi in TV9 Summit
March 28, 2025
QuoteToday, the world's eyes are on India: PM
QuoteIndia's youth is rapidly becoming skilled and driving innovation forward: PM
Quote"India First" has become the mantra of India's foreign policy: PM
QuoteToday, India is not just participating in the world order but also contributing to shaping and securing the future: PM
QuoteIndia has given Priority to humanity over monopoly: PM
QuoteToday, India is not just a Nation of Dreams but also a Nation That Delivers: PM

श्रीमान रामेश्वर गारु जी, रामू जी, बरुन दास जी, TV9 की पूरी टीम, मैं आपके नेटवर्क के सभी दर्शकों का, यहां उपस्थित सभी महानुभावों का अभिनंदन करता हूं, इस समिट के लिए बधाई देता हूं।

TV9 नेटवर्क का विशाल रीजनल ऑडियंस है। और अब तो TV9 का एक ग्लोबल ऑडियंस भी तैयार हो रहा है। इस समिट में अनेक देशों से इंडियन डायस्पोरा के लोग विशेष तौर पर लाइव जुड़े हुए हैं। कई देशों के लोगों को मैं यहां से देख भी रहा हूं, वे लोग वहां से वेव कर रहे हैं, हो सकता है, मैं सभी को शुभकामनाएं देता हूं। मैं यहां नीचे स्क्रीन पर हिंदुस्तान के अनेक शहरों में बैठे हुए सब दर्शकों को भी उतने ही उत्साह, उमंग से देख रहा हूं, मेरी तरफ से उनका भी स्वागत है।

साथियों,

आज विश्व की दृष्टि भारत पर है, हमारे देश पर है। दुनिया में आप किसी भी देश में जाएं, वहां के लोग भारत को लेकर एक नई जिज्ञासा से भरे हुए हैं। आखिर ऐसा क्या हुआ कि जो देश 70 साल में ग्यारहवें नंबर की इकोनॉमी बना, वो महज 7-8 साल में पांचवे नंबर की इकोनॉमी बन गया? अभी IMF के नए आंकड़े सामने आए हैं। वो आंकड़े कहते हैं कि भारत, दुनिया की एकमात्र मेजर इकोनॉमी है, जिसने 10 वर्षों में अपने GDP को डबल किया है। बीते दशक में भारत ने दो लाख करोड़ डॉलर, अपनी इकोनॉमी में जोड़े हैं। GDP का डबल होना सिर्फ आंकड़ों का बदलना मात्र नहीं है। इसका impact देखिए, 25 करोड़ लोग गरीबी से बाहर निकले हैं, और ये 25 करोड़ लोग एक नियो मिडिल क्लास का हिस्सा बने हैं। ये नियो मिडिल क्लास, एक प्रकार से नई ज़िंदगी शुरु कर रहा है। ये नए सपनों के साथ आगे बढ़ रहा है, हमारी इकोनॉमी में कंट्रीब्यूट कर रहा है, और उसको वाइब्रेंट बना रहा है। आज दुनिया की सबसे बड़ी युवा आबादी हमारे भारत में है। ये युवा, तेज़ी से स्किल्ड हो रहा है, इनोवेशन को गति दे रहा है। और इन सबके बीच, भारत की फॉरेन पॉलिसी का मंत्र बन गया है- India First, एक जमाने में भारत की पॉलिसी थी, सबसे समान रूप से दूरी बनाकर चलो, Equi-Distance की पॉलिसी, आज के भारत की पॉलिसी है, सबके समान रूप से करीब होकर चलो, Equi-Closeness की पॉलिसी। दुनिया के देश भारत की ओपिनियन को, भारत के इनोवेशन को, भारत के एफर्ट्स को, जैसा महत्व आज दे रहे हैं, वैसा पहले कभी नहीं हुआ। आज दुनिया की नजर भारत पर है, आज दुनिया जानना चाहती है, What India Thinks Today.

|

साथियों,

भारत आज, वर्ल्ड ऑर्डर में सिर्फ पार्टिसिपेट ही नहीं कर रहा, बल्कि फ्यूचर को शेप और सेक्योर करने में योगदान दे रहा है। दुनिया ने ये कोरोना काल में अच्छे से अनुभव किया है। दुनिया को लगता था कि हर भारतीय तक वैक्सीन पहुंचने में ही, कई-कई साल लग जाएंगे। लेकिन भारत ने हर आशंका को गलत साबित किया। हमने अपनी वैक्सीन बनाई, हमने अपने नागरिकों का तेज़ी से वैक्सीनेशन कराया, और दुनिया के 150 से अधिक देशों तक दवाएं और वैक्सीन्स भी पहुंचाईं। आज दुनिया, और जब दुनिया संकट में थी, तब भारत की ये भावना दुनिया के कोने-कोने तक पहुंची कि हमारे संस्कार क्या हैं, हमारा तौर-तरीका क्या है।

साथियों,

अतीत में दुनिया ने देखा है कि दूसरे विश्व युद्ध के बाद जब भी कोई वैश्विक संगठन बना, उसमें कुछ देशों की ही मोनोपोली रही। भारत ने मोनोपोली नहीं बल्कि मानवता को सर्वोपरि रखा। भारत ने, 21वीं सदी के ग्लोबल इंस्टीट्यूशन्स के गठन का रास्ता बनाया, और हमने ये ध्यान रखा कि सबकी भागीदारी हो, सबका योगदान हो। जैसे प्राकृतिक आपदाओं की चुनौती है। देश कोई भी हो, इन आपदाओं से इंफ्रास्ट्रक्चर को भारी नुकसान होता है। आज ही म्यांमार में जो भूकंप आया है, आप टीवी पर देखें तो बहुत बड़ी-बड़ी इमारतें ध्वस्त हो रही हैं, ब्रिज टूट रहे हैं। और इसलिए भारत ने Coalition for Disaster Resilient Infrastructure - CDRI नाम से एक वैश्विक नया संगठन बनाने की पहल की। ये सिर्फ एक संगठन नहीं, बल्कि दुनिया को प्राकृतिक आपदाओं के लिए तैयार करने का संकल्प है। भारत का प्रयास है, प्राकृतिक आपदा से, पुल, सड़कें, बिल्डिंग्स, पावर ग्रिड, ऐसा हर इंफ्रास्ट्रक्चर सुरक्षित रहे, सुरक्षित निर्माण हो।

साथियों,

भविष्य की चुनौतियों से निपटने के लिए हर देश का मिलकर काम करना बहुत जरूरी है। ऐसी ही एक चुनौती है, हमारे एनर्जी रिसोर्सेस की। इसलिए पूरी दुनिया की चिंता करते हुए भारत ने International Solar Alliance (ISA) का समाधान दिया है। ताकि छोटे से छोटा देश भी सस्टेनबल एनर्जी का लाभ उठा सके। इससे क्लाइमेट पर तो पॉजिटिव असर होगा ही, ये ग्लोबल साउथ के देशों की एनर्जी नीड्स को भी सिक्योर करेगा। और आप सबको ये जानकर गर्व होगा कि भारत के इस प्रयास के साथ, आज दुनिया के सौ से अधिक देश जुड़ चुके हैं।

साथियों,

बीते कुछ समय से दुनिया, ग्लोबल ट्रेड में असंतुलन और लॉजिस्टिक्स से जुड़ी challenges का सामना कर रही है। इन चुनौतियों से निपटने के लिए भी भारत ने दुनिया के साथ मिलकर नए प्रयास शुरु किए हैं। India–Middle East–Europe Economic Corridor (IMEC), ऐसा ही एक महत्वाकांक्षी प्रोजेक्ट है। ये प्रोजेक्ट, कॉमर्स और कनेक्टिविटी के माध्यम से एशिया, यूरोप और मिडिल ईस्ट को जोड़ेगा। इससे आर्थिक संभावनाएं तो बढ़ेंगी ही, दुनिया को अल्टरनेटिव ट्रेड रूट्स भी मिलेंगे। इससे ग्लोबल सप्लाई चेन भी और मजबूत होगी।

|

साथियों,

ग्लोबल सिस्टम्स को, अधिक पार्टिसिपेटिव, अधिक डेमोक्रेटिक बनाने के लिए भी भारत ने अनेक कदम उठाए हैं। और यहीं, यहीं पर ही भारत मंडपम में जी-20 समिट हुई थी। उसमें अफ्रीकन यूनियन को जी-20 का परमानेंट मेंबर बनाया गया है। ये बहुत बड़ा ऐतिहासिक कदम था। इसकी मांग लंबे समय से हो रही थी, जो भारत की प्रेसीडेंसी में पूरी हुई। आज ग्लोबल डिसीजन मेकिंग इंस्टीट्यूशन्स में भारत, ग्लोबल साउथ के देशों की आवाज़ बन रहा है। International Yoga Day, WHO का ग्लोबल सेंटर फॉर ट्रेडिशनल मेडिसिन, आर्टिफिशियल इंटेलीजेंस के लिए ग्लोबल फ्रेमवर्क, ऐसे कितने ही क्षेत्रों में भारत के प्रयासों ने नए वर्ल्ड ऑर्डर में अपनी मजबूत उपस्थिति दर्ज कराई है, और ये तो अभी शुरूआत है, ग्लोबल प्लेटफॉर्म पर भारत का सामर्थ्य नई ऊंचाई की तरफ बढ़ रहा है।

साथियों,

21वीं सदी के 25 साल बीत चुके हैं। इन 25 सालों में 11 साल हमारी सरकार ने देश की सेवा की है। और जब हम What India Thinks Today उससे जुड़ा सवाल उठाते हैं, तो हमें ये भी देखना होगा कि Past में क्या सवाल थे, क्या जवाब थे। इससे TV9 के विशाल दर्शक समूह को भी अंदाजा होगा कि कैसे हम, निर्भरता से आत्मनिर्भरता तक, Aspirations से Achievement तक, Desperation से Development तक पहुंचे हैं। आप याद करिए, एक दशक पहले, गांव में जब टॉयलेट का सवाल आता था, तो माताओं-बहनों के पास रात ढलने के बाद और भोर होने से पहले का ही जवाब होता था। आज उसी सवाल का जवाब स्वच्छ भारत मिशन से मिलता है। 2013 में जब कोई इलाज की बात करता था, तो महंगे इलाज की चर्चा होती थी। आज उसी सवाल का समाधान आयुष्मान भारत में नजर आता है। 2013 में किसी गरीब की रसोई की बात होती थी, तो धुएं की तस्वीर सामने आती थी। आज उसी समस्या का समाधान उज्ज्वला योजना में दिखता है। 2013 में महिलाओं से बैंक खाते के बारे में पूछा जाता था, तो वो चुप्पी साध लेती थीं। आज जनधन योजना के कारण, 30 करोड़ से ज्यादा बहनों का अपना बैंक अकाउंट है। 2013 में पीने के पानी के लिए कुएं और तालाबों तक जाने की मजबूरी थी। आज उसी मजबूरी का हल हर घर नल से जल योजना में मिल रहा है। यानि सिर्फ दशक नहीं बदला, बल्कि लोगों की ज़िंदगी बदली है। और दुनिया भी इस बात को नोट कर रही है, भारत के डेवलपमेंट मॉडल को स्वीकार रही है। आज भारत सिर्फ Nation of Dreams नहीं, बल्कि Nation That Delivers भी है।

साथियों,

जब कोई देश, अपने नागरिकों की सुविधा और समय को महत्व देता है, तब उस देश का समय भी बदलता है। यही आज हम भारत में अनुभव कर रहे हैं। मैं आपको एक उदाहरण देता हूं। पहले पासपोर्ट बनवाना कितना बड़ा काम था, ये आप जानते हैं। लंबी वेटिंग, बहुत सारे कॉम्प्लेक्स डॉक्यूमेंटेशन का प्रोसेस, अक्सर राज्यों की राजधानी में ही पासपोर्ट केंद्र होते थे, छोटे शहरों के लोगों को पासपोर्ट बनवाना होता था, तो वो एक-दो दिन कहीं ठहरने का इंतजाम करके चलते थे, अब वो हालात पूरी तरह बदल गया है, एक आंकड़े पर आप ध्यान दीजिए, पहले देश में सिर्फ 77 पासपोर्ट सेवा केंद्र थे, आज इनकी संख्या 550 से ज्यादा हो गई है। पहले पासपोर्ट बनवाने में, और मैं 2013 के पहले की बात कर रहा हूं, मैं पिछले शताब्दी की बात नहीं कर रहा हूं, पासपोर्ट बनवाने में जो वेटिंग टाइम 50 दिन तक होता था, वो अब 5-6 दिन तक सिमट गया है।

साथियों,

ऐसा ही ट्रांसफॉर्मेशन हमने बैंकिंग इंफ्रास्ट्रक्चर में भी देखा है। हमारे देश में 50-60 साल पहले बैंकों का नेशनलाइजेशन किया गया, ये कहकर कि इससे लोगों को बैंकिंग सुविधा सुलभ होगी। इस दावे की सच्चाई हम जानते हैं। हालत ये थी कि लाखों गांवों में बैंकिंग की कोई सुविधा ही नहीं थी। हमने इस स्थिति को भी बदला है। ऑनलाइन बैंकिंग तो हर घर में पहुंचाई है, आज देश के हर 5 किलोमीटर के दायरे में कोई न कोई बैंकिंग टच प्वाइंट जरूर है। और हमने सिर्फ बैंकिंग इंफ्रास्ट्रक्चर का ही दायरा नहीं बढ़ाया, बल्कि बैंकिंग सिस्टम को भी मजबूत किया। आज बैंकों का NPA बहुत कम हो गया है। आज बैंकों का प्रॉफिट, एक लाख 40 हज़ार करोड़ रुपए के नए रिकॉर्ड को पार कर चुका है। और इतना ही नहीं, जिन लोगों ने जनता को लूटा है, उनको भी अब लूटा हुआ धन लौटाना पड़ रहा है। जिस ED को दिन-रात गालियां दी जा रही है, ED ने 22 हज़ार करोड़ रुपए से अधिक वसूले हैं। ये पैसा, कानूनी तरीके से उन पीड़ितों तक वापिस पहुंचाया जा रहा है, जिनसे ये पैसा लूटा गया था।

साथियों,

Efficiency से गवर्नमेंट Effective होती है। कम समय में ज्यादा काम हो, कम रिसोर्सेज़ में अधिक काम हो, फिजूलखर्ची ना हो, रेड टेप के बजाय रेड कार्पेट पर बल हो, जब कोई सरकार ये करती है, तो समझिए कि वो देश के संसाधनों को रिस्पेक्ट दे रही है। और पिछले 11 साल से ये हमारी सरकार की बड़ी प्राथमिकता रहा है। मैं कुछ उदाहरणों के साथ अपनी बात बताऊंगा।

|

साथियों,

अतीत में हमने देखा है कि सरकारें कैसे ज्यादा से ज्यादा लोगों को मिनिस्ट्रीज में accommodate करने की कोशिश करती थीं। लेकिन हमारी सरकार ने अपने पहले कार्यकाल में ही कई मंत्रालयों का विलय कर दिया। आप सोचिए, Urban Development अलग मंत्रालय था और Housing and Urban Poverty Alleviation अलग मंत्रालय था, हमने दोनों को मर्ज करके Housing and Urban Affairs मंत्रालय बना दिया। इसी तरह, मिनिस्ट्री ऑफ ओवरसीज़ अफेयर्स अलग था, विदेश मंत्रालय अलग था, हमने इन दोनों को भी एक साथ जोड़ दिया, पहले जल संसाधन, नदी विकास मंत्रालय अलग था, और पेयजल मंत्रालय अलग था, हमने इन्हें भी जोड़कर जलशक्ति मंत्रालय बना दिया। हमने राजनीतिक मजबूरी के बजाय, देश की priorities और देश के resources को आगे रखा।

साथियों,

हमारी सरकार ने रूल्स और रेगुलेशन्स को भी कम किया, उन्हें आसान बनाया। करीब 1500 ऐसे कानून थे, जो समय के साथ अपना महत्व खो चुके थे। उनको हमारी सरकार ने खत्म किया। करीब 40 हज़ार, compliances को हटाया गया। ऐसे कदमों से दो फायदे हुए, एक तो जनता को harassment से मुक्ति मिली, और दूसरा, सरकारी मशीनरी की एनर्जी भी बची। एक और Example GST का है। 30 से ज्यादा टैक्सेज़ को मिलाकर एक टैक्स बना दिया गया है। इसको process के, documentation के हिसाब से देखें तो कितनी बड़ी बचत हुई है।

साथियों,

सरकारी खरीद में पहले कितनी फिजूलखर्ची होती थी, कितना करप्शन होता था, ये मीडिया के आप लोग आए दिन रिपोर्ट करते थे। हमने, GeM यानि गवर्नमेंट ई-मार्केटप्लेस प्लेटफॉर्म बनाया। अब सरकारी डिपार्टमेंट, इस प्लेटफॉर्म पर अपनी जरूरतें बताते हैं, इसी पर वेंडर बोली लगाते हैं और फिर ऑर्डर दिया जाता है। इसके कारण, भ्रष्टाचार की गुंजाइश कम हुई है, और सरकार को एक लाख करोड़ रुपए से अधिक की बचत भी हुई है। डायरेक्ट बेनिफिट ट्रांसफर- DBT की जो व्यवस्था भारत ने बनाई है, उसकी तो दुनिया में चर्चा है। DBT की वजह से टैक्स पेयर्स के 3 लाख करोड़ रुपए से ज्यादा, गलत हाथों में जाने से बचे हैं। 10 करोड़ से ज्यादा फर्ज़ी लाभार्थी, जिनका जन्म भी नहीं हुआ था, जो सरकारी योजनाओं का फायदा ले रहे थे, ऐसे फर्जी नामों को भी हमने कागजों से हटाया है।

साथियों,

 

हमारी सरकार टैक्स की पाई-पाई का ईमानदारी से उपयोग करती है, और टैक्सपेयर का भी सम्मान करती है, सरकार ने टैक्स सिस्टम को टैक्सपेयर फ्रेंडली बनाया है। आज ITR फाइलिंग का प्रोसेस पहले से कहीं ज्यादा सरल और तेज़ है। पहले सीए की मदद के बिना, ITR फाइल करना मुश्किल होता था। आज आप कुछ ही समय के भीतर खुद ही ऑनलाइन ITR फाइल कर पा रहे हैं। और रिटर्न फाइल करने के कुछ ही दिनों में रिफंड आपके अकाउंट में भी आ जाता है। फेसलेस असेसमेंट स्कीम भी टैक्सपेयर्स को परेशानियों से बचा रही है। गवर्नेंस में efficiency से जुड़े ऐसे अनेक रिफॉर्म्स ने दुनिया को एक नया गवर्नेंस मॉडल दिया है।

साथियों,

पिछले 10-11 साल में भारत हर सेक्टर में बदला है, हर क्षेत्र में आगे बढ़ा है। और एक बड़ा बदलाव सोच का आया है। आज़ादी के बाद के अनेक दशकों तक, भारत में ऐसी सोच को बढ़ावा दिया गया, जिसमें सिर्फ विदेशी को ही बेहतर माना गया। दुकान में भी कुछ खरीदने जाओ, तो दुकानदार के पहले बोल यही होते थे – भाई साहब लीजिए ना, ये तो इंपोर्टेड है ! आज स्थिति बदल गई है। आज लोग सामने से पूछते हैं- भाई, मेड इन इंडिया है या नहीं है?

साथियों,

आज हम भारत की मैन्युफैक्चरिंग एक्सीलेंस का एक नया रूप देख रहे हैं। अभी 3-4 दिन पहले ही एक न्यूज आई है कि भारत ने अपनी पहली MRI मशीन बना ली है। अब सोचिए, इतने दशकों तक हमारे यहां स्वदेशी MRI मशीन ही नहीं थी। अब मेड इन इंडिया MRI मशीन होगी तो जांच की कीमत भी बहुत कम हो जाएगी।

|

साथियों,

आत्मनिर्भर भारत और मेक इन इंडिया अभियान ने, देश के मैन्युफैक्चरिंग सेक्टर को एक नई ऊर्जा दी है। पहले दुनिया भारत को ग्लोबल मार्केट कहती थी, आज वही दुनिया, भारत को एक बड़े Manufacturing Hub के रूप में देख रही है। ये सक्सेस कितनी बड़ी है, इसके उदाहरण आपको हर सेक्टर में मिलेंगे। जैसे हमारी मोबाइल फोन इंडस्ट्री है। 2014-15 में हमारा एक्सपोर्ट, वन बिलियन डॉलर तक भी नहीं था। लेकिन एक दशक में, हम ट्वेंटी बिलियन डॉलर के फिगर से भी आगे निकल चुके हैं। आज भारत ग्लोबल टेलिकॉम और नेटवर्किंग इंडस्ट्री का एक पावर सेंटर बनता जा रहा है। Automotive Sector की Success से भी आप अच्छी तरह परिचित हैं। इससे जुड़े Components के एक्सपोर्ट में भी भारत एक नई पहचान बना रहा है। पहले हम बहुत बड़ी मात्रा में मोटर-साइकल पार्ट्स इंपोर्ट करते थे। लेकिन आज भारत में बने पार्ट्स UAE और जर्मनी जैसे अनेक देशों तक पहुंच रहे हैं। सोलर एनर्जी सेक्टर ने भी सफलता के नए आयाम गढ़े हैं। हमारे सोलर सेल्स, सोलर मॉड्यूल का इंपोर्ट कम हो रहा है और एक्सपोर्ट्स 23 गुना तक बढ़ गए हैं। बीते एक दशक में हमारा डिफेंस एक्सपोर्ट भी 21 गुना बढ़ा है। ये सारी अचीवमेंट्स, देश की मैन्युफैक्चरिंग इकोनॉमी की ताकत को दिखाती है। ये दिखाती है कि भारत में कैसे हर सेक्टर में नई जॉब्स भी क्रिएट हो रही हैं।

साथियों,

TV9 की इस समिट में, विस्तार से चर्चा होगी, अनेक विषयों पर मंथन होगा। आज हम जो भी सोचेंगे, जिस भी विजन पर आगे बढ़ेंगे, वो हमारे आने वाले कल को, देश के भविष्य को डिजाइन करेगा। पिछली शताब्दी के इसी दशक में, भारत ने एक नई ऊर्जा के साथ आजादी के लिए नई यात्रा शुरू की थी। और हमने 1947 में आजादी हासिल करके भी दिखाई। अब इस दशक में हम विकसित भारत के लक्ष्य के लिए चल रहे हैं। और हमें 2047 तक विकसित भारत का सपना जरूर पूरा करना है। और जैसा मैंने लाल किले से कहा है, इसमें सबका प्रयास आवश्यक है। इस समिट का आयोजन कर, TV9 ने भी अपनी तरफ से एक positive initiative लिया है। एक बार फिर आप सभी को इस समिट की सफलता के लिए मेरी ढेर सारी शुभकामनाएं हैं।

मैं TV9 को विशेष रूप से बधाई दूंगा, क्योंकि पहले भी मीडिया हाउस समिट करते रहे हैं, लेकिन ज्यादातर एक छोटे से फाइव स्टार होटल के कमरे में, वो समिट होती थी और बोलने वाले भी वही, सुनने वाले भी वही, कमरा भी वही। TV9 ने इस परंपरा को तोड़ा और ये जो मॉडल प्लेस किया है, 2 साल के भीतर-भीतर देख लेना, सभी मीडिया हाउस को यही करना पड़ेगा। यानी TV9 Thinks Today वो बाकियों के लिए रास्ता खोल देगा। मैं इस प्रयास के लिए बहुत-बहुत अभिनंदन करता हूं, आपकी पूरी टीम को, और सबसे बड़ी खुशी की बात है कि आपने इस इवेंट को एक मीडिया हाउस की भलाई के लिए नहीं, देश की भलाई के लिए आपने उसकी रचना की। 50,000 से ज्यादा नौजवानों के साथ एक मिशन मोड में बातचीत करना, उनको जोड़ना, उनको मिशन के साथ जोड़ना और उसमें से जो बच्चे सिलेक्ट होकर के आए, उनकी आगे की ट्रेनिंग की चिंता करना, ये अपने आप में बहुत अद्भुत काम है। मैं आपको बहुत बधाई देता हूं। जिन नौजवानों से मुझे यहां फोटो निकलवाने का मौका मिला है, मुझे भी खुशी हुई कि देश के होनहार लोगों के साथ, मैं अपनी फोटो निकलवा पाया। मैं इसे अपना सौभाग्य मानता हूं दोस्तों कि आपके साथ मेरी फोटो आज निकली है। और मुझे पक्का विश्वास है कि सारी युवा पीढ़ी, जो मुझे दिख रही है, 2047 में जब देश विकसित भारत बनेगा, सबसे ज्यादा बेनिफिशियरी आप लोग हैं, क्योंकि आप उम्र के उस पड़ाव पर होंगे, जब भारत विकसित होगा, आपके लिए मौज ही मौज है। आपको बहुत-बहुत शुभकामनाएं।

धन्यवाद।