Quoteপিএম-কিষাণৰ২০,০০০ কোটি টকাৰো অধিক পৰিমাণৰ ১৭-সংখ্যক কিস্তি মুকলি
Quoteআত্ম-সহায়ক গোটসমূহৰ ৩০,০০০ ৰো অধিক মহিলাক কৃষি সখী হিচাপে প্ৰমাণ-পত্ৰ প্ৰদান
Quote“কাশীবাসীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিতকৰণেৰে মোক আশীৰ্বাদ দিছে”
Quote“বিশ্বৰ গণতান্ত্ৰিক দেশসমূহত একেৰাহে তৃতীয় কাৰ্য্যকালৰ বাবে নিৰ্বাচিত চৰকাৰ খুব কমেইহে দেখা যায়”
Quote“২১ শতিকাত ভাৰতক বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সমগ্ৰ কৃষি ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে”
Quote“পিএম কিষাণ সন্মান নিধিয়েবিশ্বৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি হিচাপে আত্মপ্ৰকাশ কৰিছে”
Quote“এতিয়া আনকি মা গংগায়ো মোক তুলি লোৱা যেন লাগে আৰু মই কাশীৰ হৈ পৰিছোঁ”, কৃতজ্ঞতা প্ৰকাশেৰে প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়।
Quote“বাৰাণসীৰ জনসাধাৰণে কেৱল এগৰাকী সাংসদকে নহয়, বৰঞ্চ প্ৰধানমন্ত্ৰীকো নিৰ্বাচিত কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি এইদৰে কয়।
Quoteপ্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি অতিৰিক্ত গৃহস্থী বা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কিস্তি সন্দৰ্ভত এই সিদ্ধান্তৰাজিয়েকোটি-কোটি লোকক সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
Quoteতেখেতে আৰু কয় যে সুগমতা বৃদ্ধিৰ বাবে নিয়ম-নীতিসমূহ সৰল কৰা হৈছে। “উদ্দেশ্য আৰু বিশ্বাস সঠিক হ’লেকৃষকৰ কল্যাণৰেসম্পৰ্কীয় কামসমূহক্ষীপ্ৰ হৈ পৰে”, শ্ৰী মোদীয়ে লগতে কয়।
Quoteতেখেতে লগতে কয় যে কিষাণ সমৃদ্ধি কেন্দ্ৰসমূহৰ জৰিয়তে বাজৰা, বনৌষধি সামগ্ৰী আৰু প্ৰাকৃতিক কৃষি-কাৰ্য্যত সহায়ৰ বাবে এক বিশাল নেটৱৰ্ক গঢ়ি তোলা হৈছে।

নমঃ পাৰ্বতী পতায়ে!

হৰ হৰ মহাদেৱ!

উত্তৰপ্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মোৰ কেন্দ্ৰীয় কেবিনেট সতীৰ্থ শিৱৰাজ সিং চৌহান, ভগীৰথ চৌধাৰী জী, উত্তৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, বিধান পৰিষদৰ সদস্য আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰী ভূপেন্দ্ৰ চৌধুৰী জী, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু মোৰ কৃষক ভাই-ভনীসকল আৰু  মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকল,

নিৰ্বাচনত জয়ী হোৱাৰ পিছত আজি মই প্ৰথমবাৰলৈ বাৰণসী ভ্ৰমণ কৰিলোঁ। কাশীবাসীলৈ মোৰ শুভেচ্ছা।

বাবা বিশ্বনাথ আৰু মাতৃ গংগাৰ আশীৰ্বাদ আৰু কাশীবাসীৰ অপৰিসীম মৰমেৰে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধান সেৱক হোৱাৰ সৌভাগ্য লাভ কৰিছো। কাশীবাসীয়ে মোক একেৰাহে তৃতীয়বাৰৰ বাবে নিজৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি মোক আশীৰ্বাদ দিছে। এতিয়া যেন মাতৃ গংগাইও মোক দত্তক লৈছে, মই ইয়াৰ বাসিন্দা হৈ পৰিছো। ইমান গৰমৰ মাজতো আপোনালোক সকলোৱে ব্যাপক হাৰত মোক আশীৰ্বাদ দিবলৈ ইয়ালৈ আহিছে আৰু আপোনালোকৰ তপস্যা দেখি সূৰ্য্য দেৱতাইও কিছু শীতলতা বৰষিবলৈ ধৰিলে। মই আপোনাৰ ওচৰত কৃতজ্ঞ, মই আপোনাৰ ওচৰত ঋণী।

 

|

বন্ধুসকল,

অষ্টাদশ লোকসভাৰ বাবে ভাৰতত অনুষ্ঠিত এই নিৰ্বাচনে, ভাৰতৰ গণতন্ত্ৰৰ বিশালতা, ভাৰতৰ গণতন্ত্ৰৰ শক্তি, ভাৰতৰ গণতন্ত্ৰৰ বিস্তৃতি, ভাৰতৰ গণতন্ত্ৰৰ শিপাৰ গভীৰতা বিশ্বৰ সন্মুখত উপস্থাপন কৰে। এই নিৰ্বাচনত দেশৰ ৬৪ কোটিৰো অধিক লোকে ভোটদান কৰিছে। ইয়াতকৈ ডাঙৰ নিৰ্বাচন পৃথিৱীৰ কোনো ঠাইতে নাই, য’ত ইমান বৃহৎ সংখ্যক লোকে ভোটদানত অংশগ্ৰহণ কৰে। শেহতীয়াকৈ মই জি-৭ৰ সভাত অংশগ্ৰহণ কৰিবলৈ ইটালীলৈ গৈছিলো। আটাইকেইখন জি-৭ দেশৰ সকলো ভোটাৰক সামৰি ল’লেও ভাৰতত ভোটাৰৰ সংখ্যা ডেৰগুণ বেছি। ইউৰোপৰ সকলো দেশ আৰু ইউৰোপীয় সংঘৰ সকলো ভোটাৰক যোগ কৰিলেও ভাৰতত ভোটাৰৰ সংখ্যা ডেৰ-দুগুণ বেছি হ’ব। এই নিৰ্বাচনত ৩১ কোটিৰো অধিক মহিলাই অংশগ্ৰহণ কৰিছে। সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক মহিলা ভোটাৰ থকা দেশ এয়া। এই সংখ্যা আমেৰিকাৰ সমগ্ৰ জনসংখ্যাৰ প্ৰায় সমান। ভাৰতৰ গণতন্ত্ৰৰ এই সৌন্দৰ্য্য আৰু শক্তিয়ে সমগ্ৰ বিশ্বকে আকৰ্ষণ আৰু আপ্লুত কৰে। লগতে গণতন্ত্ৰৰ এই উৎসৱক সফল কৰি তোলাৰ বাবে বাৰাণসীৰ প্ৰতিজন ভোটাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই কথাও বাৰাণসীবাসীৰ বাবে গৌৰৱৰ বিষয়। কাশীবাসীয়ে তৃতীয়বাৰৰ বাবে কেৱল সাংসদ নহয়, প্ৰধানমন্ত্ৰীকো নিৰ্বাচিত কৰিছে। গতিকে আপোনালোকক দুগুণ অভিনন্দন জনাইছো।

বন্ধুসকল,

এই নিৰ্বাচনত দেশৰ জনসাধাৰণে যি জনাদেশ দিছে সেয়া সঁচা অৰ্থত অভূতপূৰ্ব। এই জনাদেশে এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে। বিশ্বৰ গণতান্ত্ৰিক দেশসমূহত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত চৰকাৰ ঘূৰি অহাটো খুব কমেইহে দেখা গৈছে। কিন্তু এইবাৰ ভাৰতৰ জনসাধাৰণেও এই কাম কৰিছে। ৬০ বছৰ আগতে ভাৰতত এইটো ঘটিছিল, তেতিয়াৰ পৰা ভাৰতৰ কোনো চৰকাৰে এনেকৈ হেট্ৰিক অৰ্জন কৰা নাছিল। এই সৌভাগ্য আপুনি আমাক, আপোনালোকৰ সেৱক মোদীক দিলে। ভাৰতৰ দৰে যিখন দেশত যুৱ প্ৰজন্মৰ আকাংক্ষা ইমান উচ্চ, য'ত জনসাধাৰণৰ অপৰিসীম সপোন আছে, তেনে এখন দেশত যদি মানুহে ১০ বছৰৰ কামৰ অন্তত পুনৰ চৰকাৰ এখন সেৱা কৰাৰ সুযোগ দিয়ে, তেন্তে সেয়া এক ডাঙৰ জয় আৰু অতি গুৰুত্বপূৰ্ণ বিশ্বাস। আপোনালোকৰ আস্থা মোৰ বাবে এক বৃহৎ সম্পদ। আপোনালোকৰ বিশ্বাসে মোক আপোনাৰ সেৱা কৰিবলৈ আৰু দেশক নতুন উচ্চতালৈ লৈ যাবলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে। আপোনালোকৰ সপোন পূৰণৰ বাবে, আপোনালোকৰ সংকল্প পূৰণৰ বাবে দিনে নিশাই এনেদৰেই যৎপৰোনাস্তি চেষ্টা কৰিম।

বন্ধুসকল,

কৃষক, যুৱক-যুৱতী, নাৰী শক্তি আৰু দৰিদ্ৰক মই উন্নত ভাৰতৰ শক্তিশালী স্তম্ভ হিচাপে গণ্য কৰিছো। তেওঁলোকৰ সবলীকৰণেৰে মোৰ তৃতীয় কাৰ্যকাল আৰম্ভ কৰিছো। চৰকাৰ গঠন হোৱাৰ লগে লগে কৃষক আৰু দৰিদ্ৰ পৰিয়ালৰ সৈতে জড়িত প্ৰথম সিদ্ধান্ত লোৱা হ’ল। সমগ্ৰ দেশৰ দৰিদ্ৰ পৰিয়ালৰ বাবে ৩ কোটি নতুন ঘৰ নিৰ্মাণেই হওক, বা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সম্প্ৰসাৰণেই হওক, এই সিদ্ধান্তই কোটি কোটি লোকক সহায় কৰিব। আজিৰ কাৰ্যসূচীয়েও উন্নত ভাৰতৰ এই পথক শক্তিশালী কৰিবলৈ গৈ আছে। আজি এই বিশেষ কাৰ্যসূচীত কাশীৰ লগতে দেশৰ গাঁৱে-ভূঞে আমাৰ লগত জড়িত হৈ আছে, কোটি কোটি কৃষক আমাৰ লগত জড়িত হৈ আছে আৰু এই সকলো কৃষক, মাতৃ, ভাই-ভগ্নীয়ে আজি এই কাৰ্যসূচীক শোভা বঢ়াইছে। আজি মোৰ কাশীৰ পৰা, হিন্দুস্তানৰ চুকে-কোণে, প্ৰতিখন গাঁৱত, প্ৰযুক্তিৰ জড়িয়তে জড়িত সকলো কৃষক ভাই-ভনী আৰু দেশৰ নাগৰিকক শুভেচ্ছা জনাইছো। মাত্ৰ কিছু সময়ৰ পূৰ্বে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২০ হাজাৰ কোটি টকা সমগ্ৰ দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাইছে। আজি ৩ কোটি ভগ্নী লাখপতি দিদি কৰাৰ দিশত এটা ডাঙৰ পদক্ষেপ লোৱা হৈছে। কৃষি সখী হিচাপে ভগ্নীদ্বয়ৰ নতুন ভূমিকাই তেওঁলোকক সন্মান আৰু নতুন উপাৰ্জনৰ উৎস দুয়োটা সুনিশ্চিত কৰিব। আমাৰ সকলো কৃষক পৰিয়াল, মাতৃ আৰু ভগ্নীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।

বন্ধুসকল,

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আজি বিশ্বৰ সৰ্ববৃহৎ প্ৰত্যক্ষ সুবিধা হস্তান্তৰ আঁচনি হিচাপে পৰিগণিত হৈছে। এতিয়ালৈকে দেশৰ কোটি কোটি কৃষক পৰিয়ালৰ বেংক একাউণ্টত ৩.২৫ লাখ কোটি টকা জমা হৈছে। বাৰাণসী জিলাৰ কৃষকৰ একাউণ্টতো ৭০০ কোটি টকা জমা হৈছে। মই সুখী যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিত প্ৰযুক্তিৰ অধিক ব্যৱহাৰ কৰি সঠিক হিতাধিকাৰীৰ ওচৰলৈ যাবলৈ সক্ষম হৈছে। আনকি কেইমাহমান পূৰ্বে বিকাশ ভাৰত সংকল্প যাত্ৰাৰ সময়তো এক কোটিৰো অধিক কৃষকে এই আঁচনিখনত যোগদান কৰিছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰিবলৈ চৰকাৰে বহু নিয়মো সৰল কৰি তুলিছে। যেতিয়া সঠিক উদ্দেশ্য আৰু সেৱাৰ মনোভাৱ থাকে তেতিয়া কৃষকৰ সুবিধা আৰু জনস্বাৰ্থৰ কাম ক্ষিপ্ৰতাৰে কৰা হয়।

ভাই-ভনী,

একবিংশ শতিকাৰ ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাত সমগ্ৰ কৃষি ব্যৱস্থাৰ ডাঙৰ ভূমিকা আছে। আমি বিশ্ব বজাৰখনক মনত ৰাখি বৈশ্বিক চিন্তা কৰিব লাগিব। আমি দাইল আৰু তৈলবীজত স্বাৱলম্বী হ’ব লাগিব। আৰু কৃষি ৰপ্তানিৰ ক্ষেত্ৰত আগশাৰীৰ দেশত পৰিণত হ’ব লাগিব। এতিয়া চাওক, বাৰাণসীৰ লংৰা আম, জৌনপুৰৰ মূলা, গাজীপুৰৰ ভেন্দি, এনে বহু সামগ্ৰী আজি বহিঃৰাজ্যৰ বজাৰ পাইছে। জিলা পৰ্যায়ত এক জিলা এক পণ্য আৰু ৰপ্তানি কেন্দ্ৰৰ সৃষ্টিৰ লগে লগে ৰপ্তানি আৰু উৎপাদনৰ মানদণ্ডও বৃদ্ধি পাইছে। এতিয়া আমি দেশখনক পেকেজড খাদ্যৰ বৈশ্বিত বজাৰত নতুন উচ্চতালৈ লৈ যাব লাগিব আৰু মোৰ সপোন হৈছে যে বিশ্বৰ প্ৰতিখন ডাইনিং টেবুলত ভাৰতৰ খাদ্য শস্য বা খাদ্য সামগ্ৰী থকা উচিত। গতিকে আমি শূন্য প্ৰভাৱ, শূন্য ত্ৰুটি খেতিৰ মন্ত্ৰটোও প্ৰচাৰ কৰিব লাগিব। মোটা শস্যৰ উৎপাদনেই হওক-শ্ৰী অন্ন, ঔষধি গুণ থকা শস্য বা প্ৰাকৃতিক খেতিৰ দিশত আগবাঢ়িছে। প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰৰ জৰিয়তে কৃষকৰ বাবে এক বৃহৎ সহায়ক ব্যৱস্থা গঢ়ি তোলা হৈছে।

 

|

ভাই-ভনীসকল,

সভাত আমাৰ বৃহৎ সংখ্যক মাতৃ-ভগ্নী উপস্থিত হৈছে। মাতৃ-ভগ্নী অবিহনে কৃষি-কৰ্মৰ কল্পনা কৰাটো অসম্ভৱ। সেয়ে এতিয়া খেতিৰ নতুন দিশ দিয়াৰ ক্ষেত্ৰত মাতৃ-ভগ্নীৰ ভূমিকাও সম্প্ৰসাৰিত হৈছে। নমো ড্ৰ’ন দিদিৰ দৰে কৃষি সখী অনুষ্ঠানো তেনে এক প্ৰচেষ্টা। আশাকৰ্মী হিচাপে ভগ্নীসকলৰ কাম আমি দেখিছোঁ। ডিজিটেল ইণ্ডিয়া সৃষ্টিৰ ক্ষেত্ৰত ভগ্নীসকলৰ ভূমিকা আমি বেংক সখী হিচাপে দেখিছোঁ। এতিয়া কৃষি সখীৰ ৰূপত খেতিৰ নতুন শক্তি পোৱা দেখিবলৈ পাম। আজি ৩০ হাজাৰৰো অধিক সহযোগী গোটক কৃষি সখী হিচাপে প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে। বৰ্তমান এই আঁচনি ১২খন ৰাজ্যত আৰম্ভ কৰা হৈছে। আগন্তুক সময়ত সমগ্ৰ দেশৰ হাজাৰ হাজাৰ গোট ইয়াৰ সৈতে সংযুক্ত হ’ব। এই অভিযানে ৩ কোটি লাখপতি দিদি সৃষ্টিতো সহায় কৰিব।

ভাই-ভনী,

যোৱা ১০ বছৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিগত ৭ বছৰত কাশীৰ কৃষকৰ বাবে এটা সুযোগ পাইছে। সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিছে। কাশীত বানাছ ডেইৰী ক্লাষ্টাৰ স্থাপন হওক, কৃষকৰ বাবে নিৰ্মাণ কৰা ক্ষয়িষ্ণু কাৰ্গো চেণ্টাৰ হওক, বিভিন্ন কৃষি শিক্ষা আৰু গৱেষণা কেন্দ্ৰই হওক অথবা ইণ্টিগ্ৰেটেড পেক হাউচেই হওক, আজি এই সকলোবোৰৰ বাবেই কাশী আৰু পূৰ্বাঞ্চলৰ কৃষকসকল অতি শক্তিশালী হৈ পৰিছে, তেওঁলোকৰ উপাৰ্জন বৃদ্ধি পাইছে। বানাছ ডেইৰীয়ে বাৰাণসীত আৰু ইয়াৰ আশে-পাশে থকা খেতিয়ক আৰু গৰুপালকৰ ভাগ্য সলনি কৰাৰ কাম কৰি আহিছে। আজি এই দুগ্ধ শাখাই প্ৰতিদিনে প্ৰায় ৩ লাখ লিটাৰ গাখীৰ সংগ্ৰহ কৰি আছে। কেৱল বাৰাণসীৰ পৰা ১৪ হাজাৰৰো অধিক গৰু পালক আৰু আমাৰ পৰিয়ালৰ এই দুগ্ধ শাখাত পঞ্জীয়ন কৰা হৈছে। এতিয়া বানাছ ডেইৰীয়ে আগন্তুক ডেৰ বছৰত কাশীৰ আৰু ১৬ হাজাৰ গৰু পালক সংযোজন কৰিবলৈ ওলাইছে। বানাছ ডেইৰী অহাৰ পাছত বাৰাণসীতৰ বহু গাখীৰ উৎপাদকৰ আয় ৫ লাখ টকা পৰ্যন্ত বৃদ্ধি পাইছে। লগতে প্ৰতি বছৰে কৃষকক বোনাছ দিয়া হৈছে। যোৱা বছৰো গৰু পালকৰ বেংক একাউণ্টলৈ ১০০ কোটিতকৈ অধিক বোনাছ প্ৰেৰণ কৰা হৈছিল। কৃষকক ভাল জাতৰ গীৰ আৰু সাহিৱাল গৰুও দি আছে বানাছ ডেইৰীয়ে। ইয়াৰ বাবেই তেওঁৰ উপাৰ্জনো বৃদ্ধি পাইছে।

 

|

বন্ধুসকল,

আমাৰ চৰকাৰেও বাৰাণসীত মাছমৰীয়াৰ আয় বৃদ্ধিৰ বাবে অহৰহ কাম কৰি আছে। প্ৰধানমন্ত্ৰী মৎস্য সম্পাদ যোজনাৰ দ্বাৰা উপকৃত হৈছে শ শ কৃষক। এতিয়া তেওঁলোকে কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাও লাভ কৰিছে। চন্দৌলিত সমীপতে ৭০ কোটি টকা ব্যয় সাপেক্ষে এখন আধুনিক মাছৰ বজাৰো নিৰ্মাণ কৰা হৈছে। ইয়াৰ দ্বাৰা বাৰাণসীৰ মীন পালনৰ লগত জড়িত কৃষকসকলো উপকৃত হ’ব।

বন্ধুসকল,

মই সুখী যে প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিয়েও বাৰাণসীত ব্যাপক সফলতা লাভ কৰিছে। ইয়াৰ প্ৰায় ৪০ হাজাৰ লোকে এই আঁচনিৰ অধীনত পঞ্জীয়ন কৰিছে। বাৰাণসীত ২১০০ৰো অধিক ঘৰত সৌৰ পেনেল স্থাপন কৰা হৈছে। বৰ্তমান ৩ হাজাৰৰো অধিক ঘৰত সৌৰ পেনেল স্থাপনৰ কাম চলি আছে। প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ সৈতে সংযুক্ত বেছিভাগ ঘৰেই দুগুণ লাভ কৰিছে। কেৱল তেওঁৰ বিদ্যুতৰ বিল শূন্য হোৱাই নহয়, ২-৩ হাজাৰ টকা উপাৰ্জন কৰিবলৈও আৰম্ভ কৰিছে।

 

|

বন্ধুসকল,

বিগত ১০ বছৰত বাৰাণসীত চহৰ আৰু ইয়াৰ আশে-পাশে থকা গাঁওসমূহত কৰা সংযোগৰ কামেও বহুখিনি সহায় কৰিছে। আজি কাশীত দেশৰ প্ৰথমটো চিটি ৰ’পৱে প্ৰকল্পৰ কাম চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। গাজীপুৰ, আজমগড় আৰু জৌনপুৰৰ গড়কাপ্তানী সংযোগী ৰিং ৰোডটো উন্নয়নৰ পথত পৰিণত হৈছে। ফুলৰীয়া আৰু চৌকাঘাটত উৰণীয়া সেতু নিৰ্মাণৰ ফলত যান-জঁটৰ সমস্যাত ভুগি থকা বাৰাণসীবাসীক যথেষ্ট সকাহ দিছে। কাশী, বাৰাণসী আৰু কেণ্টৰ ৰে’ল ষ্টেচনসমূহে এতিয়া নতুন ৰূপত পৰ্যটক আৰু বাৰাণসীৰ লোকক আদৰণি জনাইছে। বাবাটপুৰ বিমানবন্দৰৰ নতুন ৰূপে কেৱল যাতায়তৰ বাবেই নহয়, ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা প্ৰদান কৰিছে। গংগা ঘাটত চলি থকা উন্নয়ন, বি এইচ ইউত নতুন স্বাস্থ্য সুবিধা নিৰ্মাণ, চহৰৰ পুখুৰীৰ নতুন ৰূপ, বাৰাণসীৰ বিভিন্ন স্থানত নতুন ব্যৱস্থাৰ বিকাশে কাশীবাসীক গৌৰৱ অনুভৱ কৰাইছে। কাশীত ক্ৰীড়া ক্ষেত্ৰত যি কাম চলি আছে, নতুন ষ্টেডিয়ামৰ কামেও যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।

বন্ধুসকল,

আমাৰ কাশী সাংস্কৃতিক ৰাজধানীত পৰিণত হৈছে, আমাৰ কাশী জ্ঞানৰ ৰাজধানী হৈছে, আমাৰ কাশী সকলো জ্ঞানৰ ৰাজধানী হৈ আহিছে। কিন্তু এই সকলোবোৰৰ সমান্তৰালকৈ কাশী এনে এখন চহৰত পৰিণত হৈছে যিয়ে সমগ্ৰ বিশ্বক দেখুৱাইছে যে এই ঐতিহ্যমণ্ডিত চহৰখনেও নগৰ উন্নয়নৰ এক নতুন অধ্যায় লিখিব পাৰে। উন্নয়নৰ লগতে ঐতিহ্যৰ মন্ত্ৰ কাশীৰ সকলো ঠাইতে দেখা যায়। আৰু এই বিকাশৰ দ্বাৰা কেৱল কাশীয়েই লাভৱান হোৱা নাই। পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিয়ালে কাম-কাজ আৰু প্ৰয়োজনৰ বাবে কাশীলৈ আহে। এই সকলোবোৰ কামৰ পৰাও তেওঁলোক সকলোৱে বহুত সহায় পায়।

 

|

বন্ধুসকল,

বাবা বিশ্বনাথৰ কৃপাত কাশীৰ বিকাশৰ এই নতুন কাহিনী অবিৰতভাৱে চলি থাকিব। আকৌ এবাৰ কৃষক বন্ধু-বান্ধৱী আৰু দেশৰ লগত জড়িত সকলো কৃষক ভাই-ভনীক আন্তৰিকতাৰে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আকৌ এবাৰ কাশীবাসীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

নমঃ পাৰ্বতী পতায়ে!

হৰ হৰ মহাদেৱ!

 

  • Dheeraj Thakur January 31, 2025

    जय श्री राम,
  • Dheeraj Thakur January 31, 2025

    जय श्री राम
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 19, 2024

    BJP
  • Amrita Singh September 26, 2024

    हर हर महादेव
  • HEMANGINI RAVAL September 19, 2024

    🙏🏻🙏🏻
  • दिग्विजय सिंह राना September 18, 2024

    हर हर महादेव
  • Vivek Kumar Gupta September 01, 2024

    नमो ...🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta September 01, 2024

    नमो .................🙏🙏🙏🙏🙏
  • Subhash Sudha August 30, 2024

    bjp
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Laying the digital path to a developed India

Media Coverage

Laying the digital path to a developed India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
This decade is becoming the decade of Uttarakhand: PM Modi at Harsil
March 06, 2025
QuoteBlessed to be in Devbhoomi Uttarakhand once again: PM
QuoteThis decade is becoming the decade of Uttarakhand: PM
QuoteDiversifying our tourism sector, making it perennial, is very important for Uttarakhand: PM
QuoteThere should not be any off season, tourism should be on in every season in Uttarakhand: PM
QuoteOur governments at Center and state are working together to make Uttarakhand a developed state: PM

गंगा मैया की जय।

गंगा मैया की जय।

गंगा मैया की जय।

भारत माता की जय।

भारत माता की जय।

भारत माता की जय!

उत्तराखंड का म्यारा प्यारा भै-वैण्यों, आप सबी तैं मेरी सेवा-सौंली, नमस्कार!

यहां के ऊर्जावान मुख्यमंत्री, मेरे छोटे भाई पुष्कर सिंह धामी जी, केंद्रीय मंत्री श्री अजय टम्टा जी, राज्य के मंत्री सतपाल महाराज जी, संसद में मेरे साथी और भारतीय जनता पार्टी के प्रदेश अध्यक्ष महेंद्र भट्ट जी, संसद में मेरे साथी माला राज्य लक्ष्मी जी, विधायक सुरेश चौहान जी, सभी गणमान्य लोग, भाइयों और बहनों।

सबसे पहले मैं माणा गांव में कुछ दिन पहले जो हादसा हुआ है, उस पर अपना दु:ख व्यक्त करता हूं। मैं हादसे में जान गंवाने वाले साथियों के परिवारों के प्रति अपनी संवेदना प्रकट करता हूं। संकट की घड़ी में देश के लोगों ने जो एकजुटता दिखाई है, उससे पीड़ित परिवारों को बहुत हौसला मिला है।

|

साथियों,

उत्तराखंड की ये भूमि, हमारी ये देवभूमि, आध्यात्मिक ऊर्जा से ओतप्रोत है। चार धाम और अनंत तीर्थों का आशीर्वाद, जीवनदायिनी मां गंगा का ये शीतकालीन गद्दी स्थल, आज एक बार फिर यहाँ आकर, आप सब अपने परिवारजनों से मिलकर, मैं धन्य हो गया हूं। माँ गंगा की कृपा से ही मुझे दशकों तक उत्तराखंड की सेवा का सौभाग्य मिला है। मैं मानता हूँ, उन्हीं के आशीर्वाद से मैं काशी तक पहुंचा, और अब सांसद के रूप में काशी की सेवा कर रहा हूँ। और इसलिए, मैंने काशी में कहा भी था- मुझे माँ गंगा ने बुलाया है। और कुछ महीने पहले मुझे ये भी अनुभूति हुई कि जैसे मां गंगा ने मुझे अब गोद ले लिया है। ये माँ गंगा की ही दुलार है। अपने इस बच्चे के प्रति उनका स्नेह है कि आज मैं उनके मायके मुखवा गांव आया हूँ। यहाँ मुझे मुखीमठ-मुखवा में दर्शन पूजन का भी सौभाग्य प्राप्त हुआ है।

साथियों,

आज हर्षिल की इस धरती पर आया हूं तो मैं अपनी दीदी-भुलियों के स्नेह को भी याद कर रहा हूं। वो मुझे हर्षिल का राजमा और दूसरे लोकल प्रोडक्ट्स भेजती रहती हैं। आपके इस लगाव और उपहार के लिए मैं आपका आभारी हूं।

साथियों,

कुछ साल पहले जब मैं बाबा केदारनाथ के दर्शन के लिए, बाबा के चरणों में गया था, तो बाबा के दर्शन-अर्चन के बाद मेरे मुंह से अचानक कुछ भाव प्रकट हुए थे, और मैं बोल पड़ा था- ये दशक उत्तराखंड का दशक होगा। वो शब्द मेरे थे, भाव मेरे थे, लेकिन उनके पीछे सामर्थ्य देने की शक्ति स्वयं बाबा केदारनाथ ने दी थी। मैं देख रहा हूँ, बाबा केदार के आशीर्वाद से धीरे-धीरे वो शब्द, वो भाव सच्चाई में, हकीकत में बदल रहे हैं। ये दशक उत्तराखंड का बन रहा है। यहां उत्तराखंड की प्रगति के लिए नए-नए रास्ते खुल रहे हैं। जिन आकांक्षाओं को लेकर उत्तराखंड का जन्म हुआ था, उत्तराखंड के विकास के लिए जो संकल्प हमने लिए थे, नित नई सफलताओं और नए लक्ष्यों की ओर बढ़ते हुए वो संकल्प आज पूरे हो रहे हैं। इसी दिशा में, शीतकालीन पर्यटन एक और बड़ा महत्वपूर्ण कदम है। इसके माध्यम से उत्तराखंड के आर्थिक सामर्थ्य को साकार करने में बहुत बड़ी मदद मिलेगी। मैं इस अभिनव प्रयास के लिए धामी जी को, उत्तराखंड सरकार को बहुत-बहुत बधाई देता हूँ, और उत्तराखंड की प्रगति के लिए कामना करता हूँ।

|

साथियों,

अपने टूरिज्म सेक्टर को diversify करना, बारहमासी बनाना, 365 दिन, ये उत्तराखंड के लिए बहुत जरूरी है। मैं चाहता हूं कि उत्तराखंड में कोई भी सीजन हो, कोई भी सीजन ऑफ सीजन ना हो, हर सीजन में टूरिज्म ऑन रहे। अब ऑफ नहीं ऑन का जमाना। अभी पहाड़ों पर पर्यटन सीजन के हिसाब से चलता है। आप सब जानते हैं, मार्च, अप्रैल, मई, जून के महीने में बड़ी संख्या में पर्यटक आते हैं, लेकिन इसके बाद उनकी गिनती बहुत कम हो जाती है। सर्दियों में अधिकतर होटल्स, resorts और होमस्टे खाली पड़े रहते हैं। ये असंतुलन उत्तराखंड में, साल के एक बड़े हिस्से में आर्थिक सुस्ती ला देता है, इससे पर्यावरण के लिए भी चुनौती पैदा होती है।

साथियों,

सच्चाई ये है कि अगर देश-विदेश के लोग सर्दियों के मौसम में यहाँ आएं, तो उन्हें सच्चे अर्थ में देवभूमि की आभा का वास्तविक परिचय मिलेगा। विंटर टूरिज्म में यहां लोगों को ट्रैकिंग, स्कीइंग जैसी Activities का रोमांच, सचमुच में रोमांचित कर देगा। धार्मिक यात्रा के लिए भी उत्तराखंड में सर्दियों का समय बेहद खास होता है। कई तीर्थ स्थलों पर इसी समय विशेष अनुष्ठान भी होते हैं। यहां मुखवा गांव में ही देखिए, यहाँ जो धार्मिक अनुष्ठान किया जाता है, वो हमारी प्राचीन और अद्भुत परंपरा का हिस्सा है। इसलिए, उत्तराखंड सरकार का बारहमासी पर्यटन का विजन, 365 दिन के पर्यटन का विजन लोगों को दिव्य अनुभूतियों से जुड़ने का अवसर देगा। इससे यहां साल भर उपलब्ध रहने वाले रोजगार के अवसर विकसित होंगे, इसका बड़ा फायदा उत्तराखंड के स्थानीय लोगों को होगा, यहां के युवाओं को होगा।

साथियों,

उत्तराखंड को विकसित राज्य बनाने के लिए हमारी डबल इंजन सरकार मिलकर काम कर रही हैं। चारधाम-ऑल वेदर रोड, आधुनिक एक्सप्रेस-वे, राज्य में रेलवे, विमान औऱ हेलीकॉप्टर सेवाओं का विस्तार, 10 वर्षों में उत्तराखंड में तेजी से विकास हुआ है। अभी कल ही उत्तराखंड के लिए केंद्र सरकार ने बहुत बड़े निर्णय लिए हैं। कल केंद्रीय कैबिनेट ने केदारनाथ रोपवे प्रोजेक्ट और हेमकुंड रोपवे प्रोजेक्ट को मंजूरी दे दी है। केदारनाथ रोपवे बनने के बाद जो यात्रा 8 से 9 घंटे में पूरी होती है, अब उसे लगभग 30 मिनट में पूरा किया जाएगा। इससे बुजुर्गों, बच्चों, महिलाओं के लिए केदारनाथ यात्रा और सुगम हो जाएगी। इन रोप-वे प्रोजेक्ट्स पर हजारों करोड़ रुपए खर्च किए जाएंगे। मैं उत्तराखंड समेत पूरे देश को इन प्रोजेक्ट्स की बधाई देता हूं।

|

साथियों,

आज पहाड़ों पर इको लॉग हट्स, कन्वेंशन सेंटर, हेलीपैड इंफ्रास्ट्रक्चर पर फोकस भी किया जा रहा है। उत्तराखंड के टिम्मर-सैण महादेव, माणा गांव, जादुंग गांव में टूरिज्म इंफ्रास्ट्रक्चर नए सिरे से विकसित हो रहा है, और देशवासियों को पता होगा, शायद नहीं होगा, 1962 में जब चीन ने भारत पर आक्रमण किया, तब ये हमारा जादुंग गांव को खाली करवा दिया गया था, ये हमारे दो गांव खाली कर दिए गए थे। 60-70 साल हो गए, लोग भूल गए, हम नहीं भूल सकते, हमने उन दो गांवों को फिर से बसाने का अभियान चलाया है, और बहुत बड़ा टूरिस्ट डेस्टिनेशन बनाने की दिशा में हम आगे बढ़ रहे हैं। और इसी का परिणाम है कि उत्तराखंड में पर्यटकों की संख्या इस एक दशक में तेजी से बढ़ी है। 2014 से पहले चारधाम यात्रा पर हर साल औसतन 18 लाख यात्री आते थे। अब हर साल लगभग 50 लाख तीर्थयात्री आने लगे हैं। इस साल के बजट में 50 Tourist destinations को विकसित करने का प्रावधान किया गया है। इन destinations पर होटलों को इंफ्रास्ट्रक्चर का दर्जा दिया जाएगा। इससे पर्यटकों के लिए सुविधाएं बढ़ेंगी और स्थानीय रोजगार को भी बढ़ावा मिलेगा।

साथियों,

हमारा प्रयास है, उत्तराखंड के बॉर्डर वाले इलाकों को भी पर्यटन का विशेष लाभ मिले। पहले सीमावर्ती गांवों को आखिरी गाँव कहा जाता था। हमने ये सोच बदल दी, हमने कहा ये आखिरी गांव नहीं है, ये हमारे प्रथम गाँव कहा। उनके विकास के लिए वाइब्रेंट विलेज प्रोग्राम शुरू किया। इस क्षेत्र के भी 10 गांव इस योजना में शमिल किए गए हैं, और मुझे बताया गया, उस गांव से भी कुछ बंधु आज यहां हमारे सामने मौजूद हैं। नेलांग और जादुंग गांव, जिसका मैंने वर्णन किया, 1962 में क्या हुआ था, फिर से बसाने का काम शुरू किया गया है। आज यहां से जादुंग के लिए मैंने अभी-अभी बाइक रैली को रवाना किया। हमने होमस्टे बनाने वालों को मुद्रा योजना का लाभ देने का ऐलान किया है। उत्तराखंड सरकार भी राज्य में होमस्टे को बढ़ावा देने में जुटी है। जो गांव इतने दशकों तक इंफ्रास्ट्रक्चर से वंचित रहें, वहाँ नए होमस्टे खुलने से पर्यटन बढ़ रहा है, लोगों की आय बढ़ रही है।

साथियों,

आज मैं देवभूमि से, देश के पूरब-पश्चिम-उत्तर-दक्षिण, और मध्य भी, हर कोने के लोगों से, खासकर युवा पीढ़ी से, और मां गंगा के मायके से, इस पवित्र भूमि से, देश की नौज़वान पीढ़ी को विशेष रूप से आह्वान कर रहा हूं, आग्रह कर रहा हूं।

|

साथियों,

सर्दियों में देश के बड़े हिस्से में जब कोहरा होता है, सूर्यदेव के दर्शन नहीं होते, तब पहाड़ों पर धूप का आनंद मिल रहा होता है। ये एक स्पेशल इवेंट बन सकता है। और गढ़वाली में इसे क्या कहेंगे? 'घाम तापो पर्यटन', सही है ना? 'घाम तापो पर्यटन'। इसके लिए देश के कोने-कोने से लोग उत्तराखंड जरूर आयें। खासकर, हमारे कॉरपोरेट वर्ल्ड के साथी, वे विंटर टूरिज्म का हिस्सा बनें। Meetings करनी हों, conferences करनी हों, exhibitions करने हों, तो विंटर का समय और देवभूमि, इससे होनहार कोई जगह नहीं हो सकती है। मैं कॉरपोरेट वर्ल्ड के बड़े महानुभावों से भी आग्रह करूंगा, वो अपने बड़े-बड़े सेमिनार्स के लिए उत्तराखंड आएं, माइस सेक्टर को explore करें। यहाँ आकर लोग योग और आयुर्वेद के जरिए recharge और re-energise भी हो सकते हैं। देश की यूनिवर्सिटीज, प्राइवेट स्कूल्स और कॉलेज में, मैं उन सब नौज़वान साथियों से भी कहूंगा कि students के विंटर ट्रिप्स के लिए आप उत्तराखंड को पसंद कीजिए।

साथियों,

हमारे यहाँ हजारों करोड़ की इकोनॉमी, वेडिंग इकोनॉमी है, शादियों में हजारों करोड़ रूपये का खर्च होता है, बहुत बड़ी इकोनॉमी है। आपको याद होगा, मैंने देश के लोगों से आग्रह किया था- Wed in India, हिन्दुस्तान में शादी करों, आजकल लोग दुनिया के देशों में चले जाते हैं, यहां क्या कमी है भई? पैसे यहां खर्च करो ना, और उत्तराखंड से बढ़िया क्या हो सकता है। मैं चाहूँगा कि सर्दियों में destination वेडिंग के लिए भी उत्तराखंड को देशवासी प्राथमिकता दें। इसी तरह भारत की फिल्म इंडस्ट्री से भी मेरी अपेक्षाएं हैं। उत्तराखंड को मोस्ट फिल्म फ्रेंडली स्टेट का पुरस्कार मिला हुआ है। यहां तेजी के साथ आधुनिक सुविधाएं डेवलप हो रही हैं। इसलिए सर्दियों के दिनों में फिल्म की शूटिंग्स के लिए भी उत्तराखंड, पूरे भारत का फेवरेट डेस्टिनेशन बन सकता है।

साथियों,

दुनिया के कई देशों में विंटर टूरिज़्म काफी पॉपुलर है। उत्तराखंड में विंटर टूरिज़्म को बढ़ावा देने के, और इसके लिए हम ऐसे देशों से बहुत कुछ सीख सकते हैं। मैं चाहूँगा, उत्तराखंड के टूरिज़्म सेक्टर से जुड़े सभी स्टेकहोल्डर्स, होटल और resorts उन देशों की जरूर स्टडी करें। अभी मैं यहां, एक छोटी सी प्रदर्शनी लगी है, उसको मैंने देखा, बहुत प्रभावित करने वाला मुझे लगा, जो कल्पना की गई है, जो लोकेशंस तय किए गए हैं, जो आधुनिक रचनाएं खड़ी की जा रही हैं, एक-एक लोकेशन का, एक-एक चित्र इतना प्रभावित करने वाला था, जैसे मन कर रहा था, मेरे 50 साल पुरानी वो जिंदगी के दिन, मैं फिर एक बार यहां आपके बीच आकर के बिताऊ, और हर डेस्टिनेशन पर कभी जाने का मौका तलाशू, इतने बढ़िया बना रहे हैं। मैं उत्तराखंड सरकार से कहूंगा कि जो विदशों से स्टडी हो, और स्टडी से निकले एक्शनेबल प्वाइंट्स पर सक्रिय रूप से काम करे। हमें स्थानीय परंपराओं, म्यूजिक, डांस और कुजीन को बढ़ावा देना होगा। यहां कई हॉट स्प्रिंग्स हैं, सिर्फ बद्रीनाथ जी में ही है, ऐसा नहीं है, और भी है, उन क्षेत्रों को वेलनेस स्पा के रूप में भी विकसित किया जा सकता है। शांत और बर्फीले क्षेत्रों में विंटर योगा रिट्रीट का आयोजन किया जा सकता है। मैं सभी बड़े-बड़े साधु-महात्माओं को, मठ-मंदिर के मठाधिपतियों को, सभी योगाचार्यों को, उनसे भी आग्रह करूंगा कि वे साल में एक योगा कैंप अपने शिष्यों का, विंटर में उत्तराखंड में लगाए। विंटर सीजन के लिए स्पेशल वाइल्ड लाइफ सफारी का आकर्षण उत्तराखंड की विशेष पहचान बन सकता है। यानि हमें 360 डिग्री अप्रोच के साथ आगे बढ़ना होगा, हर स्तर पर काम करना होगा।

|

साथियों,

सुविधाओं के विकास के अलावा, लोगों तक जानकारी पहुंचाना भी उतना ही अहम होता है। इसके लिए मैं देश के युवा content creators, आजकल सोशल मीडिया में, बहुत बड़ी संख्या में influencers हैं, content creators हैं, वे अपने यहाँ बैठे-बैठे भी मेरे उत्तराखंड की, मेरी देवभूमि की सेवा कर सकते हैं, वे भी पुण्य कमा सकते हैं। आप देश के पर्यटन सेक्टर को गति देने में, लोगों तक जानकारी पहुंचाने में बहुत बड़ी भूमिका निभा सकते हैं, जो भूमिका निभाई है, उसका और विस्तार करने की जरूरत है। आप उत्तराखंड की विंटर टूरिज़्म की इस मुहिम का भी हिस्सा बनिए, और मैं तो चाहूंगा कि उत्तराखंड सरकार एक बड़ा कंपटीशन आयोजित करें, ये जो content creators हैं, influencers हैं, वे 5 मिनट की, विंटर टूरिज्म की प्रमोशन की फिल्म बनाएं, उनकी कंपटीशन हो और जो अच्छी से अच्छी बनाएं, उसको बढ़िया से बढ़िया इनाम दिया जाए, देशभर के लोगों को कहा जाए, आइए मैदान में, बहुत बड़ा प्रचार-प्रसार होना शुरू हो जाएगा। और मुझे विश्वास है जब ऐसे कंपटीशन करेंगे, तो नई-नई जगहों को एक्सप्लोर करके, नई-नई फिल्में बनाएंगे, लोगों को बताएंगे।

साथियों,

मुझे विश्वास है, आने वाले वर्षों में हम इस सेक्टर में तेज गति से विकास के साक्षी बनेंगे। एक बार फिर 365 दिन का, बारहमासी टूरिज्म अभियान, इसके लिए मैं उत्तराखंड के सभी भाई-बहनों को शुभकामनाएं देता हूं, बधाई देता हूं और राज्य सरकार का अभिनदंन करता हूं। आप सब मेरे साथ बोलिए-

गंगा मैया की जय।

गंगा मैया की जय।

गंगा मैया की जय।

बहुत-बहुत धन्यवाद।