Quoteছাৰ এম এম বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধাঞ্জলি
Quote“‘সবকা প্ৰয়াস’ৰ জৰিয়তে ভাৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে”
Quote“কৰ্ণাটকত দৰিদ্ৰ লোকক সেৱা আগবঢ়োৱা ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ গৌৰৱময় পৰম্পৰা আছে”
Quote‘আমাৰ চৰকাৰে দুখীয়াৰ কল্যাণৰ বাবে কাম কৰে। কানাড়াকে ধৰি সকলো ভাৰতীয় ভাষাতে চিকিৎসা শিক্ষাৰ বিকল্প সুবিধা দিয়া হৈছে”
Quote“আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিছো”
Quote“স্বাস্থ্য সম্পৰ্কীয় নীতিত আমি মহিলাক শীৰ্ষ অগ্ৰাধিকাৰ দিছো”

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বসৱৰাজ বোম্মই জী, সদগুৰু শ্ৰী মধুসূদন সাই জী, মঞ্চত উপবিষ্ট বিশিষ্ট লোক, ভদ্ৰলোক আৰু মহিলাসকল।

কৰ্ণাটকৰ ভ্ৰাতৃ-ভগ্নীসকলক নমস্কাৰ জনালোঁ।

ইমান উদ্যম আৰু উৎসাহেৰে আপোনালোক সকলোৱে বহু সপোন আৰু নতুন সংকল্পৰে সেৱাৰ এই মহান ধাৰাটোৰ সৈতে জড়িত হৈ আছে, তাৰ বাবে আপোনাসৱৰ শলাগ লৈছোঁ। আপোনাসৱক লগ পোৱাটোও মোৰ বাবে পৰম সৌভাগ্যৰ কথা। আপোনাসৱৰ ওচৰত মই অতিশয় কৃতজ্ঞ। চিকবল্লাপুৰ আধুনিক ভাৰতৰ অন্যতম স্থপতি ছাৰ এম. বিশ্বেশ্বৰায়ৰ জন্মস্থান। ক্ষন্তেক পূৰ্বে মই ছাৰ বিশ্বেশ্বৰায়ৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণৰ লগতে তেওঁৰ সংগ্ৰহালয় দৰ্শনৰ সৌভাগ্য লাভ কৰিলোঁ। এই পবিত্ৰ ভূমিক প্ৰণাম জনাইছোঁ। এই পৱিত্ৰ ভূমিৰপৰা প্ৰেৰণা লৈ কৃষক আৰু সাধাৰণ লোকৰ বাবে তেওঁ নতুন-নতুন উদ্ভাৱন, উৎকৃষ্ট অভিযান্ত্ৰিক প্ৰকল্প গঢ়িছিল।

|

সতীৰ্থসকল,

এই ভূমিয়ে সত্য সাই গ্ৰামৰ ৰূপতো দেশৰ সেৱাৰ এক বিশিষ্ট আৰ্হি দাঙি ধৰিছে। শিক্ষা আৰু স্বাস্থ্যৰ জৰিয়তে ইয়াত মানৱ সেৱাৰ কাম যিদৰে অব্যাহত আছে, সেয়া সঁচাকৈয়ে আশ্চৰ্য্যজনক। আজি এই চিকিৎসা মহাবিদ্যালয়খন আৰম্ভ হৈছে, এই অভিযান অধিক সুদৃঢ় হৈ পৰিছে। শ্ৰী মধুসূদন সাই ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চে প্ৰতি বছৰে একাধিক নতুন প্ৰতিভাৱান চিকিৎসকক দেশৰ লাখ-লাখ লোকৰ সেৱাৰ বাবে সাজু কৰি তুলিব।

|

ভ্ৰাতৃ-ভগ্নীসকল,

স্বাধীনতাৰ অমৃত মহোৎসৱত দেশৰ উন্নয়ন সাধনৰ সংকল্প গ্ৰহণ কৰা হৈছে। বহু সময়ত জনতাই সুধিছে যে ভাৰত ইমান কম সময়তে কেনেকৈ উন্নত হৈ উঠিব? তেতিয়া মই কৈছিলো, ২০৪৭ত স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ হ’ব। তেতিয়া জনতাই প্ৰশ্ন কৰিছিল যে ইমান কম সময়ত ভাৰত কেনেকৈ বিকশিত হ’ব? ইমানবোৰ প্ৰত্যাহ্বান, ইমান কাম আছে, কম সময়ৰ ভিতৰত কেনেকৈ সম্পূৰ্ণ হ’ব? এই প্ৰশ্নৰ উত্তৰ এটাই, শক্তিশালী উত্তৰ, দৃঢ়তাৰে ভৰা উত্তৰ, সাফল্য লাভৰ শক্তিৰে পৰিপূৰ্ণ উত্তৰ আৰু সেই উত্তৰটোৱেই হৈছে সকলোৰে প্ৰচেষ্টা। প্ৰতিজন দেশবাসীৰ যৌথ প্ৰচেষ্টাতহে এয়া সম্ভৱ হ’ব। সেইবাবেই বিজেপি চৰকাৰে অহৰহ সকলোৰে অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰি আহিছে। এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আমাৰ সামাজিক সংগঠন, ধৰ্মীয় সংগঠনসমূহৰ ভূমিকাও গুৰুত্বপূৰ্ণ। কৰ্ণাটকত সন্ত, আশ্ৰমৰ এক বিশাল পৰম্পৰা আছে। এই ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানসমূহে বিশ্বাস আৰু আধ্যাত্মিকতাৰ লগতে দৰিদ্ৰ, দলিত, পিছপৰা, আদিবাসীসকলৰ সবলীকৰণত মনোনিৱেশ কৰি আহিছে। আপোনালোকৰ সংগঠনে কৰি থকা সামাজিক কামেও সকলোৰে প্ৰচেষ্টাৰ মনোভাৱক সুদৃঢ় কৰিছে।

সতীৰ্থসকল,

মই জানো, শ্ৰী সত্য সাই বিশ্ববিদ্যালয়ৰ মূলমন্ত্ৰ হৈছে- "যোগঃ কৰ্ম কৌশলম"। অৰ্থাৎ কৰ্মত দক্ষতাৰ সংযোজন। যোৱা ৯ বছৰে ভাৰততো আমি অতিশয় আন্তৰিকতাৰে, অতিশয় দক্ষতাৰে কাম কৰিবলৈ সক্ষম হৈছো। দেশখনত চিকিৎসা শিক্ষাৰ সৈতে জড়িত একাধিক সংস্কাৰ সাধন কৰা হৈছে। ইয়াৰ লগে-লগে চৰকাৰকে প্ৰমুখ্য কৰি আন-আন সংগঠনৰ বাবে চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাটো সহজ হৈ পৰিছে। এনেদৰে আকাংক্ষিত জিলাসমূহত ৪০ খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে, যিসমূহ জিলা উন্নয়নৰ প্ৰতিটো দিশতে পিছ পৰি আছিল, তাতেই চিকিৎসা মহাবিদ্যালয়সমূহ স্থাপন কৰা হৈছে।

|

সতীৰ্থসকল,

যোৱা ৯ বছৰত দেশত চিকিৎসা শিক্ষাৰ আসনৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে। স্বাধীনতাৰ ৭৫ বছৰৰ তুলনাত আগন্তুক ১০ বছৰত চিকিৎসকৰ সংখ্যা অধিক হৈ উঠিব। দেশত অব্যাহত এই কৰ্মৰাজিৰ সুফল কৰ্ণাটকেও লাভ কৰিছে। আজি কৰ্ণাটকত প্ৰায় ৭০ খন চিকিৎসা মহাবিদ্যালয় আছে। ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ বাবে বিগত বছৰসমূহত নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়সমূহৰ ভিতৰত এখন চিকবল্লাপুৰতো নিৰ্মাণ কৰা হৈছে। এইবাৰৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত আমি ১৫০ খন নাৰ্চিং ইনষ্টিটিউট নিৰ্মাণৰ কথাও ঘোষণা কৰিছো। ইয়াৰ বাবেই নাৰ্চিঙৰ ক্ষেত্ৰতো যুৱক-যুৱতীসকলৰ বাবে একাধিক সুযোগ সৃষ্টি হ’ব।

সতীৰ্থসকল,

আজি আপোনালোকৰ মাজলৈ আহি ভাৰতৰ চিকিৎসা বৃত্তিৰ সন্মুখত থকা এটা প্ৰত্যাহ্বানৰ কথাও উল্লেখ কৰিব বিচাৰিছো। এই প্ৰত্যাহ্বানৰ বাবেই গাঁৱৰ যুৱক-যুৱতী, দৰিদ্ৰ, পিছপৰা সমাজৰ বাবে চিকিৎসক হোৱাটো অতি কঠিন হৈ পৰিছিল। ৰাজনৈতিক স্বাৰ্থৰ বাবে একাংশ দলে ভোট বেংকৰ অৰ্থে ভাষাৰ খেল খেলিছিল। কিন্তু সঁচাকৈয়ে ভাষাটোক শক্তিশালী কৰিবলৈ, যিমান হ’ব লাগিছিল, সেয়া হৈ নুঠিল। কানাড়া ইমান চহকী ভাষা, দেশৰ গৌৰৱ বৃদ্ধি কৰা ভাষা! পূৰ্বৰ চৰকাৰসমূহে কানাড়া ভাষাত চিকিৎসা, অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা উপলব্ধকৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। এই ৰাজনৈতিক দলসমূহে গাঁৱৰ দৰিদ্ৰ, দলিত আৰু পিছপৰা পৰিয়ালৰ পুত্ৰ-কন্যাসকলো ডাক্তৰ আৰু অভিযন্তা হোৱাটো বিচৰা নাছিল। দৰিদ্ৰৰ স্বাৰ্থত কাম কৰি আমাৰ চৰকাৰে কানাড়াকে প্ৰমুখ্য কৰি সকলো ভাৰতীয় ভাষাতে চিকিৎসা শিক্ষা অধ্যয়নৰ বিকল্প সুবিধা প্ৰশস্ত কৰিছে।

|

ভ্ৰাতৃ-ভগ্নীসকল,

দেশত এনে ৰাজনীতি দীৰ্ঘদিনে অব্যাহত আছিল, য’ত দৰিদ্ৰ লোকক কেৱল ভোট বেংক হিচাপেহে গণ্য কৰা হৈছিল। আনহাতে বিজেপি চৰকাৰে দৰিদ্ৰৰ সেৱাক সৰ্বোচ্চ কৰ্তব্য হিচাপে বিবেচনা কৰিছে। আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাস্থ্যক অগ্ৰাধিকাৰ প্ৰদান কৰিছো। আমি দেশত সুলভ ঔষধৰ দোকান জন ঔষধি কেন্দ্ৰ খুলিছো। আজি সমগ্ৰ দেশতে এনে প্ৰায় ১০,০০০ জন ঔষধি কেন্দ্ৰ আছে, ইয়াৰ ভিতৰত এক হাজাৰৰো অধিক কেন্দ্ৰ কেৱল কৰ্ণাটকতে আছে। এই কেন্দ্ৰসমূহৰ বাবেই কৰ্ণাটকৰ দৰিদ্ৰ লোকসকলে ঔষধৰ বাবে হাজাৰ-হাজাৰ কোটি টকা ব্যয়ৰপৰা ৰক্ষা পৰিছে।

সতীৰ্থসকল,

এটা সময়ত দৰিদ্ৰ লোকসকলে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যাবলৈ সাহস কৰিব পৰা নাছিল। বিজেপি চৰকাৰে দৰিদ্ৰ লোকসকলৰ এই উদ্বেগ অনুধাৱনেৰে ইয়াৰ সমাধান কৰিলে। আজি আয়ুষ্মান ভাৰত যোজনাই দৰিদ্ৰ পৰিয়ালৰ বাবে উন্নত চিকিৎসালয়ৰ দুৱাৰ মুকলি কৰিছে। বিজেপি চৰকাৰে দৰিদ্ৰ লোকক ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা প্ৰদান কৰিছে। কৰ্ণাটকৰ লাখ-লাখ লোকো এই আঁচনিৰদ্বাৰা উপকৃত হৈছে।

সতীৰ্থসকল,

পূৰ্বে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, আঁঠু সলনি কৰা, ডায়েলাইছিছ কৰা এই সকলোবোৰো ব্যয়বহুল আছিল। দৰিদ্ৰৰ চৰকাৰ বিজেপি চৰকাৰে তেওঁলোকলৈ বিনামূলীয়াভাৱে এনে সেৱাসমূহ যোগান ধৰিছে। বিনামূলীয়া ডায়েলাইছিছৰ সুবিধাই দৰিদ্ৰ লোকসকলকো হাজাৰ-হাজাৰ কোটি টকা ব্যয়ৰপৰা ৰক্ষা কৰিছে।

|

সতীৰ্থসকল,

আমি স্বাস্থ্য সম্পৰ্কীয় নীতিত মাতৃ আৰু ভগ্নীসকলক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছো। মাতৃৰ স্বাস্থ্য, মাতৃৰ পুষ্টি ভাল হোৱা মাত্ৰেকে সমগ্ৰ প্ৰজন্মৰ স্বাস্থ্যৰ উন্নতি হয়। গতিকে শৌচাগাৰ নিৰ্মাণৰ আঁচনিয়েই হওক, বিনামূলীয়া গেছ সংযোগৰ আঁচনিয়েই হওক, প্ৰতিঘৰ গৃহস্থীতে টেপৰ পানী যোগানৰ আঁচনিয়েই হওক, বিনামূলীয়াভাৱে চেনিটেৰী পেড প্ৰদানৰ আঁচনিয়েই হওক বা পুষ্টিকৰ খাদ্যৰ বাবে বেংকলৈ পোনপটীয়াকৈ ধন প্ৰেৰণেই হওক, এই সকলোবোৰ মাতৃসকল-ভগ্নীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে। এতিয়া গাঁওসমূহত মুকলি কৰা স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰসমূহত একাধিক ৰোগৰ পৰীক্ষাৰ প্ৰচেষ্টা চলোৱা হৈছে। লক্ষ্য হৈছে প্ৰাৰম্ভিক পৰ্য্যায়তে ৰোগসমূহ চিনাক্ত কৰা। ইয়াৰ লগে-লগে আমি মাতৃ-ভগ্নীসকলৰ জীৱনৰ এক বৃহৎ সংকট ৰোধত সফল হৈছো। বোম্মই জী আৰু তেওঁৰ টীমটোক অভিনন্দন জনাইছো। কৰ্ণাটকতো ৯ হাজাৰৰো অধিক স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ স্থাপন কৰা হৈছে। আমাৰ চৰকাৰে যুৱতীসকলক এনে এটা জীৱন প্ৰদানৰ কামত ব্যস্ত হৈ আছে, যাতে তেওঁলোক নিজেই সুস্থ হৈ থাকে আৰু ভৱিষ্যতে তেওঁলোকৰ সন্তানো সুস্থ হৈ থাকে।

ভ্ৰাতৃ-ভগ্নীসকল,

আজি কৰ্ণাটক চৰকাৰক আৰু এটা সাফল্যৰ বাবে প্ৰশংসা কৰিব খুজিছো। বিগত বছৰকেইটাত বিজেপি চৰকাৰে এএনএম আৰু আশা ভগ্নীসকলক অধিক সবল কৰি তুলিছে। তেওঁলোকক আধুনিক প্ৰযুক্তিৰ গেজেট প্ৰদান কৰা হৈছে, তেওঁলোকৰ কাম সহজ কৰি তোলা হৈছে। কৰ্ণাটকত আজি প্ৰায় ৫০ হাজাৰ আশা আৰু এএনএম কৰ্মী, প্ৰায় এক লাখ পঞ্জীয়নভুক্ত নাৰ্ছ আৰু আন-আন স্বাস্থ্যকৰ্মী আছে। এই সকলো বন্ধু-বান্ধৱীক সম্ভৱপৰ সকলো সা-সুবিধা প্ৰদানেৰে তেওঁলোকৰ জীৱনটো সহজ কৰি তুলিবলৈ চেষ্টা কৰিছে ডাবল ইঞ্জিন চৰকাৰে।

|

সতীৰ্থসকল,

লগতে মাতৃ আৰু ভগ্নীসকলৰ স্বাস্থ্য, তেওঁলোকৰ অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰটো ডাবল ইঞ্জিন চৰকাৰে সম্পূৰ্ণ মনোযোগ প্ৰদান কৰিছে। এই ভূমি গাখীৰ আৰু ৰেচমৰ দেশ। আমাৰ চৰকাৰেই গো-পালকসকলৰ বাবেও কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা সুনিশ্চিত কৰিছে। আমাৰ চৰকাৰে জীৱ-জন্তুৰ স্বাস্থ্যৰ বাবে সৰ্ববৃহৎ বিনামূলীয়া টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰিছে। এই অভিযানত ১২ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। ডাবল ইঞ্জিন চৰকাৰে দুগ্ধ সমবায়ত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবেও প্ৰচেষ্টা গ্ৰহণ কৰিছে। গ্ৰামাঞ্চলৰ মহিলাৰ আত্মসহায়ক গোটসমূহকো সবলীকৰণ কৰা হৈছে।

সতীৰ্থসকল,

দেশখন সুস্থ হোৱা, সকলোৱে উন্নয়নৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা মাত্ৰেকে আমি এখন উন্নত ভাৰতৰ লক্ষ্যত ক্ষীপ্ৰতাৰে উপনীত হ’ব পাৰিম। মানৱ সেৱাৰ এই মহান প্ৰচেষ্টাৰ বাবে শ্ৰী মধুসূদন সাই ইনষ্টিটিউটৰে জড়িত সকলো সহকৰ্মীলৈ পুনৰ এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

ভগৱান সাই বাবাৰ প্ৰতি মোৰ অতিশয় গভীৰ বিশ্বাস আছে আৰু লগতে আমাৰ শ্ৰীনিবাস জীৰ সৈতেও অধিক ঘনিষ্ঠ সম্পৰ্ক। এই সম্পৰ্কৰ প্ৰায় ৪০ বছৰ হ'ল। মই তেওঁৰ সন্তান আৰু যেতিয়াই মই আপোনালোকৰ মাজলৈ আহোঁ, তেতিয়াই এই সম্পৰ্কৰ নবীকৰণ হয়, পুৰণি স্মৃতিৰাজিয়ে দোলা দিয়ে আৰু মোৰ অধিক শক্তিশালীভাৱে সংযোগ স্থাপনৰ মন যায়।

মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে মই পুনৰ এবাৰ আপোনালোকক অতিশয় কৃতজ্ঞতা জনালোঁ। আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ।

 

  • krishangopal sharma Bjp January 16, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 16, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 16, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 16, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 16, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻👍
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How India’s ‘Digital Lifeline’ UPI Is Transforming Payments At Home & Abroad

Media Coverage

How India’s ‘Digital Lifeline’ UPI Is Transforming Payments At Home & Abroad
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Our government is making the vision of women-led development the axis of development: PM Modi in Bhopal, Madhya Pradesh
May 31, 2025
QuotePM inaugurates, lays foundation stone of multiple development projects in Bhopal
QuoteThe name of Lokmata Devi Ahilyabai Holkar fills us with reverence, Words fall short to speak about her great personality: PM
QuoteDevi Ahilyabai was a great guardian of India's heritage: PM
QuoteMata Ahilyabai is a symbol of invaluable contribution of our women power in nation building: PM
QuoteOur government is making the vision of women-led development the axis of development: PM
QuoteThe Namo Drone Didi campaign is encouraging the rural women, increasing their income: PM
QuoteToday, a large number of women scientists are working in all our major space missions: PM
QuoteOperation Sindoor has also become a symbol of the strength of our women power: PM

मध्य प्रदेश के राज्यपाल श्रीमान मंगुभाई पटेल, हमारे लोकप्रिय मुख्यमंत्री श्रीमान मोहन यादव जी, टेक्नोलॉजी के माध्यम से हमारे साथ जुड़े हुए केंद्रीय मंत्री, इंदौर से तोखन साहू जी, दतिया से राम मोहन नायडू जी, सतना से मुरलीधर मोहोल जी, यहां मंच पर उपस्थित राज्य के उपमुख्यमंत्री जगदीश देवड़ा जी, राजेंद्र शुक्ला जी, लोकसभा में मेरे साथी वी डी शर्मा जी, अन्य मंत्रिगण, जनप्रतिनिधिगण और विशाल संख्या में आए हुए मेरे प्यारे भाइयों और बहनों।

सबसे पहले मैं मां भारती को भारत की मातृशक्ति को प्रणाम करता हूं। आज यहां इतनी बड़ी संख्या में माताएं-बहनें-बेटियां हमें आशीर्वाद देने आई हैं। मैं आप सभी बहनों के दर्शन पाकर धन्य हो गया हूं।

भाइयों और बहनों,

आज लोकमाता देवी अहिल्याबाई होल्कर जी की तीन सौवीं जन्म जयंती है।140 करोड़ भारतीयों के लिए ये अवसर प्रेरणा का है, राष्ट्र निर्माण के लिए हो रहे भागीरथ प्रयासों में अपना योगदान देने का है। देवी अहिल्याबाई कहती थीं, कि शासन का सही अर्थ जनता की सेवा करना और उनके जीवन में सुधार लाना होता है। आज का कार्यक्रम, उनकी इस सोच को आगे बढ़ाता है। आज इंदौर मेट्रो की शुरुआत हुई है। दतिया और सतना भी अब हवाई सेवा से जुड़ गए हैं। ये सभी प्रोजेक्ट मध्य प्रदेश में सुविधाएं बढ़ाएंगे, विकास को गति देंगे और रोजगार के अनेक नए अवसर बनाएंगे। मैं आज इस पवित्र दिवस पर विकास के इन सारे कामों के लिए आप सबको, पूरे मध्य प्रदेश को बहुत-बहुत बधाई देता हूं।

|

साथियों,

लोकमाता देवी अहिल्याबाई होलकर, ये नाम सुनते ही मन में श्रद्धा का भाव उमड़ पड़ता है। उनके महान व्यक्तित्व के बारे में बोलने के लिए शब्द कम पड़ जाते हैं। देवी अहिल्याबाई प्रतीक हैं, कि जब इच्छाशक्ति होती है, दृढ़ प्रतिज्ञा होती है, तो परिस्थितियां कितनी ही विपरीत क्यों ना हों, परिणाम लाकर दिखाया जा सकता है। ढाई-तीन सौ साल पहले, जब देश गुलामी की जंजीरों में जकड़ा हुआ था, उस समय ऐसे महान कार्य कर जाना, कि आने वाली अनेक पीढ़ियां उसकी चर्चा करें, ये कहना तो आसान है, करना आसान नहीं था।

साथियों,

लोकमाता अहिल्याबाई ने प्रभु सेवा और जन सेवा, इसे कभी अलग नहीं माना। कहते हैं, वे हमेशा शिवलिंग अपने साथ लेकर चलती थीं। उस चुनौतीपूर्ण कालखंड में एक राज्य का नेतृत्व कांटों से भरा ताज, कोई कल्पना कर सकता है, कांटों से भरा ताज पहनने जैसा वो काम, लेकिन लोकमाता अहिल्याबाई ने अपने राज्य की समृद्धि को नई दिशा दी। उन्होंने गरीब से गरीब को समर्थ बनाने के लिए काम किया। देवी अहिल्याबाई भारत की विरासत की बहुत बड़ी संरक्षक थीं। जब देश की संस्कृति पर, हमारे मंदिरों, हमारे तीर्थ स्थलों पर हमले हो रहे थे, तब लोकमाता ने उन्हें संरक्षित करने का बीड़ा उठाया, उन्होंने काशी विश्वनाथ सहित पूरे देश में हमारे अनेकों मंदिरों का, हमारे तीर्थों का पुनर्निर्माण किया। औऱ ये मेरा सौभाग्य है कि जिस काशी में लोकमाता अहिल्याबाई ने विकास के इतने काम किए, उस काशी ने मुझे भी सेवा का अवसर दिया है। आज अगर आप काशी विश्वनाथ महादेव के दर्शन करने जाएंगे, तो वहां आपको देवी अहिल्याबाई की मूर्ति भी वहाँ पर मिलेगी।

|

साथियों,

माता अहिल्याबाई ने गवर्नेंस का एक ऐसा उत्तम मॉडल अपनाया, जिसमें गरीबों और वंचितों को सबसे ज्यादा प्राथमिकता दी गई। रोजगार के लिए, उद्यम बढ़ाने के लिए उन्होंने अनेक योजनाओं को शुरू किया। उन्होंने कृषि और वन-उपज आधारित कुटीर उद्योग और हस्तकला को प्रोत्साहित किया। खेती को बढ़ावा देने के लिए, छोटी-छोटी नहरों की जाल बिछाई, उसे विकसित किया, उस जमाने में आप सोचिए 300 साल पहले। जल संरक्षण को बढ़ावा देने के लिए उन्होंने कितने ही तालाब बनवाए और आज तो हम लोग भी लगातार कह रहे हैं, catch the rain, बारिश के एक एक बूंद पानी को बचाओ। देवी अहिल्या जी ने ढाई सौ-तीन सौ साल पहले हमें ये काम बताया था। किसानों की आय बढ़ाने के लिए उन्होंने कपास और मसालों की खेती को प्रोत्साहित किया। आज ढाई सौ-तीन सौ साल के बाद भी हमें बार बार किसानों को कहना पड़ता है, कि crop diversification बहुत जरूरी है। हम सिर्फ धान की खेती करके या गन्ने की खेती करके अटक नहीं सकते, देश की जरूरतों को, सारी चीजों को हमें diversify करके उत्पादित करना चाहिए। उन्होंने आदिवासी समाज के लिए, घुमन्तु टोलियों के लिए, खाली पड़ी जमीन पर खेती की योजना बनाई। ये मेरा सौभाग्य है, कि मुझे एक आदिवासी बेटी, आज जो भारत के राष्ट्रपति पद पर विराजमान है, उनके मार्गदर्शन में मेरे आदिवासी भाई-बहनों की सेवा करने का मौका मिला है। देवी अहिल्या ने विश्व प्रसिद्ध माहेश्वरी साड़ी के लिए नए उद्योग लगाए और बहुत कम लोगों को पता होगा, कि देवी अहिल्या जी हूनर की पारखी थी और वो जूनागढ़ से गुजरात में, जूनागढ़ से कुछ परिवारों को माहेश्वर लाईं और उनको साथ जोड़कर के, आज से ढाई सौ-तीन सौ साल पहले ये माहेश्वरी साड़ी का काम आगे बढ़ाया, जो आज भी अनेक परिवारों को वो गहना बन गया है, और जिससे हमारे बुनकरों को बहुत फायदा हुआ।

साथियों,

देवी अहिल्याबाई को कई बड़े सामाजिक सुधारों के लिए भी हमेशा याद रखा जाएगा। आज अगर बेटियों की शादी की उम्र की चर्चा करें, तो हमारे देश में कुछ लोगों को सेक्यूलरिज्म खतरे में दिखता है, उनको लगता है ये हमारे धर्म के खिलाफ है। ये देवी अहिल्या जी देखिए, मातृशक्ति के गौरव के लिए उस जमाने में बेटियों की शादी की उम्र के विषय में सोचती थीं। उनकी खुद की शादी छोटी उम्र में हुई थी, लेकिन उनको सब पता था, बेटियों के विकास के लिए कौन सा रास्ता होना चाहिए। ये देवी अहिल्या जी थीं, उन्होंने महिलाओं का भी संपत्ति में अधिकार हो, जिन स्त्रियों के पति की असमय मृत्यु हो गई हो, वो फिर विवाह कर सकें, उस कालखंड में ये बातें करना भी बहुत मुश्किल होता था। लेकिन देवी अहिल्याबाई ने इन समाज सुधारों को भरपूर समर्थन दिया। उन्होंने मालवा की सेना में महिलाओं की एक विशेष टुकड़ी भी बनाई थी। ये पश्चिम की दुनिया के लोगों को पता नहीं है। हमें कोसते रहते हैं, हमारी माताओं बहनों के अधिकारों के नाम पर हमें नीचा दिखाने की कोशिश करते हैं। ढाई सौ-तीन सौ साल पहले हमारे देश में सेना में महिलाओं का होना, साथियों महिला सुरक्षा के लिए उन्होंने गांवों में नारी सुरक्षा टोलियां, ये भी बनाने का काम किया था। यानी माता अहिल्याबाई, राष्ट्र निर्माण में हमारी नारीशक्ति के अमूल्य योगदान का प्रतीक हैं। मैं, समाज में इतना बड़ा परिवर्तन लाने वाली देवी अहिल्या जी को आज श्रद्धापूर्वक नमन करता हूं, उनके चरणों में प्रणाम करता हूं और मैं उनसे प्रार्थना करता हूं, कि आप जहां भी हों, हम सभी पर अपना आशीर्वाद बरसाए।

साथियों,

देवी अहिल्या का एक प्रेरक कथन है, जो हम कभी भूल नहीं सकते। और उस कथन का अगर मोटे-मोटे शब्दों में मैं कहूं, उसका भाव यही था, कि जो कुछ भी हमें मिला है, वो जनता द्वारा दिया ऋण है, जिसे हमें चुकाना है। आज हमारी सरकार लोकमाता अहिल्याबाई के इन्हीं मूल्यों पर चलते हुए काम कर रही है। नागरिक देवो भव:- ये आज गवर्नेंस का मंत्र है। हमारी सरकार, वीमेन लेड डवलपमेंट के विजन को विकास की धुरी बना रही है। सरकार की हर बड़ी योजना के केंद्र में माताएं-बहनें-बेटियां हैं। आप भी जानती हैं, गरीबों के लिए 4 करोड़ घर बनाए जा चुके हैं और इनमें से अधिकतर घर हमारी माताओं-बहनों के नाम पर हैं, मालिकाना हक मेरी माताओं-बहनों को दिया है। इनमें से ज्यादातर महिलाएं ऐसी हैं, जिनके नाम पर पहली बार कोई संपत्ति दर्ज हुई है। यानी देश की करोड़ों बहनें पहली बार घर की मालकिन बनी हैं।

|

साथियों,

आज सरकार, हर घर तक नल से जल पहुंचा रही है, ताकि हमारी माताओं-बहनों को असुविधा न हो, बेटियां अपनी पढ़ाई में ध्यान दे सकें। करोड़ों बहनों के पास पहले, बिजली, एलपीजी गैस और टॉयलेट जैसी सुविधाएं भी नहीं थीं। ये सुविधाएं भी हमारी सरकार ने पहुंचाईं। और ये सिर्फ सुविधाएं नहीं हैं, ये माताओं-बहनों के सम्मान का हमारी तरफ से एक नम्र प्रयास है। इससे गांव की, गरीब परिवारों की माताओं-बहनों के जीवन से अनेक मुश्किलें कम हुईं हैं।

साथियों,

पहले माताएं-बहनें अपनी बीमारियां छुपाने पर मजबूर थीं। गर्भावस्था के दौरान अस्पताल जाने से बचती थीं। उनको लगता था, कि इससे परिवार पर बोझ पड़ेगा और इसलिए दर्द सहती थीं, लेकिन परिवार में किसी को बताती नहीं थीं। आयुष्मान भारत योजना ने उनकी इस चिंता को भी खत्म किया है। अब वो भी अस्पताल में 5 लाख रुपए तक का मुफ्त इलाज करा सकती हैं।

साथियों,

महिलाओं के लिए पढ़ाई और दवाई के साथ ही जो बहुत जरूरी चीज है, वो कमाई भी है। जब महिला की अपनी आय होती है, तो घर में उसका स्वाभिमान और बढ़ जाता है, घर के निर्णयों में उसकी सहभागिता और बढ़ जाती है। बीते 11 वर्षों में हमारी सरकार ने देश की महिलाओं को आर्थिक रूप से सशक्त करने के लिए निरंतर काम किया है। आप कल्पना कर सकते है, 2014 से पहले, आपने मुझे सेवा करने का मौका दिया उसके पहले, 30 करोड़ से ज्यादा बहनें ऐसी थीं, जिनका कोई बैंक खाता तक नहीं था। हमारी सरकार ने इन सभी के बैंक में जनधन खाते खुलवाए, इन्हीं खातों में अब सरकार अलग-अलग योजनाओं का पैसा सीधा उनके खाते में भेज रही है। अब वे गांव हो या शहर अपना कुछ ना कुछ काम कर रही हैं, आर्थिक उपार्जन कर रही हैं, स्वरोजगार कर रही हैं। उन्हें मुद्रा योजना से बिना गारंटी का लोन मिल रहा है। मुद्रा योजना की 75 प्रतिशत से ज्यादा लाभार्थी, ये हमारी माताएं-बहनें-बेटियां हैं।

|

साथियों,

आज देश में 10 करोड़ बहनें सेल्फ हेल्प ग्रुप्स से जुड़ी हैं, जो कोई न कोई आर्थिक गतिविधि करती हैं। ये बहनें अपनी कमाई के नए साधन बनाएं, इसके लिए सरकार लाखों रुपयों की मदद कर रही है। हमने ऐसी 3 करोड़ बहनों को लखपति दीदी बनाने का संकल्प लिया है। मुझे संतोष है कि अब तक डेढ़ करोड़ से ज्यादा बहनें, लखपति दीदी बन भी चुकी हैं। अब गांव-गांव में बैंक सखियां लोगों को बैंकिंग से जोड़ रही हैं। सरकार ने बीमा सखियां बनाने का अभियान भी शुरु किया है। हमारी बहनें-बेटियां अब देश को बीमा की सुरक्षा देने में भी बहुत बड़ी भूमिका निभा रही हैं।

साथियों,

एक समय था, जब नई टेक्नोलॉजी आती थी, तो उससे महिलाओं को दूर रखा जाता था। हमारा देश आज उस दौर को भी पीछे छोड़ रहा है। आज सरकार का प्रयास है कि आधुनिक टेक्नॉलॉजी में भी हमारी बहनें, हमारी बेटियां आगे बढ़कर के नेतृत्व दें। अब जैसे आज खेती में ड्रोन क्रांति आ रही है। इसको हमारी गांव की बहनें ही नेतृत्व दे रही हैं। नमो ड्रोन दीदी अभियान से गांव की बहनों का हौसला बढ़ रहा है, उनकी कमाई बढ़ रही है और गांव में उनकी एक नई पहचान बन रही है।

साथियों,

आज बहुत बड़ी संख्या में हमारी बेटियां वैज्ञानिक बन रही हैं, डॉक्टर-इंजीनियर और पायलट बन रही हैं। हमारे यहां साइंस और मैथ्स पढ़ने वाली बेटियों की संख्या लगातार बढ़ रही है। आज जितने भी हमारे बड़े स्पेस मिशन हैं, उनमें बड़ी संख्या में वैज्ञानिक के नाते हमारी माताएं-बहनें-बेटियां काम कर रही हैं। चंद्रयान थ्री मिशन, पूरा देश गौरव कर रहा है। चंद्रयान थ्री मिशन में तो 100 से अधिक महिला वैज्ञानिक और इंजीनियर शामिल थीं। ऐसे ही जमाना स्टार्ट अप्स का है, स्टार्ट अप्स के क्षेत्र में भी हमारी बेटियां अदभुत काम कर रही हैं। देश में लगभग पैंतालीस परसेंट स्टार्ट अप्स की, उसमे कम से कम एक डायरेक्टर कोई न कोई हमारी बहन है, कोई न कोई हमारी बेटी है, महिला है। और ये संख्या लगातार बढ़ रही है।

साथियों,

हमारा प्रयास है, कि नीति निर्माण में बेटियों की भागीदारी लगातार बढ़े। बीते एक दशक में इसके लिए एक के बाद एक अनेक कदम उठाए गए हैं। हमारी सरकार में पहली बार पूर्ण कालिक महिला रक्षामंत्री बनीं। पहली बार देश की वित्तमंत्री, एक महिला बनीं। पंचायत से लेकर पार्लियामेंट तक, महिलाओं की संख्या लगातार बढ़ रही है। इस बार 75 सांसद महिलाएं हैं। लेकिन हमारा प्रयास है कि ये भागीदारी और बढ़े। नारीशक्ति वंदन अधिनियम के पीछे भी यही भावना है। सालों तक इस कानून को रोका गया, लेकिन हमारी सरकार ने इसे पारित करके दिखाया। अब संसद और विधानसभाओं में महिला आरक्षण पक्का हो गया है। कहने का अर्थ ये है कि भाजपा सरकार, बहनों-बेटियों को हर स्तर पर, हर क्षेत्र में सशक्त कर रही है।

|

साथियों,

भारत संस्कृति और संस्कारों का देश है। और सिंदूर, ये हमारी परंपरा में नारीशक्ति का प्रतीक है। राम भक्ति में रंगे हनुमान जी भी सिंदूर को ही धारण किए हुए हैं। शक्ति पूजा में हम सिंदूर का अर्पण करते हैं। और यही सिंदूर अब भारत के शौर्य का प्रतीक बना है।

साथियों,

पहलगाम में आतंकियों ने सिर्फ भारतीयों का खून ही नहीं बहाया, उन्होंने हमारी संस्कृति पर भी प्रहार किया है। उन्होंने हमारे समाज को बांटने की कोशिश की है। और सबसे बड़ी बात, आतंकवादियों ने भारत की नारीशक्ति को चुनौती दी है। ये चुनौती, आतंकवादियों और उनके आकाओं के लिए काल बन गई है काल। ऑपरेशन सिंदूर, आतंकवादियों के खिलाफ भारत के इतिहास का सबसे बड़ा और सफल ऑपरेशन है। जहां पाकिस्तान की सेना ने सोचा तक नहीं था, वहां आतंकी ठिकानों को हमारी सेनाओं ने मिट्टी में मिला दिया। सैंकड़ों किलोमीटर अंदर घुसकर के मिट्टी में मिला दिया। ऑपरेशन सिंदूर ने डंके की चोट पर कह दिया है, कि आतंकवादियों के जरिए छद्म युद्ध, proxy war नहीं चलेगा। अब घर में घुसकर भी मारेंगे और जो आतंकियों की मदद करेगा, उसको भी इसकी भारी कीमत चुकानी पड़ेगी। अब भारत का एक-एक नागरिक कह रहा है, 140 करोड़ देशवासियों की बुलंद आवाज कह रही है- अगर, अगर तुम गोली चलाओगे, तो मानकर चलों गोली का जवाब गोले से दिया जाएगा।

साथियों,

ऑपरेशन सिंदूर हमारी नारीशक्ति के सामर्थ्य का भी प्रतीक बना है। हम सभी जानते हैं, कि BSF का इस ऑपरेशन में कितना बड़ा रोल रहा है। जम्मू से लेकर पंजाब, राजस्थान और गुजरात की सीमा तक बड़ी संख्या में BSF की हमारी बेटियां मोर्चे पर रही थीं, मोर्चा संभाल रही थीं। उन्होंने सीमापार से होने वाली फायरिंग का मुंहतोड़ जवाब दिया। कमांड एंड कंट्रोल सेंटर्स से लेकर दुश्मन की पोस्टों को ध्वस्त करने तक, BSF की वीर बेटियों ने अद्भुत शौर्य दिखाया है।

|

साथियों,

आज दुनिया, राष्ट्ररक्षा में भारत की बेटियों का सामर्थ्य देख रही है। इसके लिए भी बीते दशक में सरकार ने अनेक कदम उठाए हैं। स्कूल से लेकर युद्ध के मैदान तक, आज देश अपनी बेटियों के शौर्य पर अभूतपूर्व भरोसा कर रहा है। हमारी सेना ने पहली बार सैनिक स्कूलों के दरवाज़े बेटियों के लिए खोले हैं। 2014 से पहले एनसीसी में सिर्फ 25 प्रतिशत कैडेट्स ही बेटियां होती थीं, आज उनकी संख्या 50 प्रतिशत की तरफ आगे बढ़ रही है। कल के दिन देश में एक औऱ नया इतिहास बना है। आज अखबार में देखा होगा आपने, नेशनल डिफेंस एकेडमी यानी NDA से महिला कैडेट्स का पहला बैच पास आउट हुआ है। आज सेना, नौसेना और वायुसेना में बेटियां अग्रिम मोर्चे पर तैनात हो रही हैं। आज फाइटर प्लेन से लेकर INS विक्रांत युद्धपोत तक, वीमेन ऑफीसर्स अपनी जांबाजी दिखा रही हैं।

साथियों,

हमारी नौसेना की वीर बेटियों के साहस का ताज़ा उदाहरण भी देश के सामने है। आपको मैं नाविका सागर परिक्रमा के बारे में बताना चाहता हूं। नेवी की दो वीर बेटियों ने करीब ढाई सौ दिनों की समुद्री यात्रा पूरी की है, धरती का चक्कर लगाया है। हज़ारों किलोमीटर की ये यात्रा, उन्होंने ऐसी नाव से की जो मोटर से नहीं बल्कि हवा से चलती है। सोचिए, ढाई सौ दिन समंदर में, इतने दिनों तक समंदर में रहना, कई कई हफ्ते तक जमीन के दर्शन तक नहीं होना और ऊपर से समंदर का तूफान कितना तेज होता है, हमें पता है, खराब मौसम, भयानक तूफान, उन्होंने हर मुसीबत को हराया है। ये दिखाता है, कि चुनौती कितनी भी बड़ी हो, भारत की बेटियां उस पर विजय पा सकती हैं।

साथियों,

नक्सलियों के खिलाफ ऑपरेशन हों या फिर सीमापार का आतंक हो, आज हमारी बेटियां भारत की सुरक्षा की ढाल बन रही हैं। मैं आज देवी अहिल्या की इस पवित्र भूमि से, देश की नारीशक्ति को फिर से सैल्यूट करता हूं

|

साथियों,

देवी अहिल्या ने अपने शासनकाल में विकास के कार्यों के साथ साथ विरासत को भी सहेजा। आज का भारत भी विकास और विरासत, दोनों को साथ लेकर चल रहा है। आधुनिक इंफ्रास्ट्रक्चर के निर्माण को देश कैसे गति दे रहे है, आज का कार्यक्रम इसका उदाहरण है। आज मध्य प्रदेश को पहली मेट्रो सुविधा मिली है। इंदौर पहले ही स्वच्छता के लिए दुनिया में अपनी पहचान बना चुका है। अब इंदौर की पहचान उसकी मेट्रो से भी होने जा रही है। यहां भोपाल में भी मेट्रो का काम तेज़ी से चल रहा है। मध्य प्रदेश में, रेलवे के क्षेत्र में व्यापक काम हो रहा है। कुछ दिन पहले ही केंद्र सरकार ने रतलाम-नागदा रूट को चार लाइनों में बदलने के लिए स्वीकृति दे दी है। इससे इस क्षेत्र में और ज्यादा ट्रेनें चल पाएंगी, भीड़भाड़ कम होगी। केंद्र सरकार ने इंदौर–मनमाड रेल परियोजना को भी मंजूरी दे दी है।

साथियों,

आज मध्य प्रदेश के दतिया और सतना भी हवाई यात्रा के नेटवर्क से जुड़ गए हैं। इन दोनों हवाई अड्डों से बुंदेलखंड और विंध्य क्षेत्र में एयर कनेक्टिविटी बेहतर होगी। अब माँ पीतांबरा, मां शारदा देवी और पवित्र चित्रकूट धाम के दर्शन करना और सुलभ हो जाएगा।

|

साथियों,

आज भारत, इतिहास के उस मोड़ पर है, जहां हमें अपनी सुरक्षा, अपने सामर्थ्य और अपनी संस्कृति, हर स्तर पर काम करना है। हमें अपना परिश्रम बढ़ाना है। इसमें हमारी मातृशक्ति, हमारी माताओं-बहनों-बेटियों की भूमिका बहुत बड़ी है। हमारे सामने लोकमाता देवी अहिल्याबाई जी की प्रेरणा है। रानी लक्ष्मीबाई, रानी दुर्गावती, रानी कमलापति, अवंतीबाई लोधी, कित्तूर की रानी चेनम्मा, रानी गाइडिन्ल्यू, वेलु नाचियार, सावित्री बाई फुले, ऐसे हर नाम हमें गौरव से भर देते हैं। लोकमाता अहिल्याबाई की ये तीन सौवीं जन्मजयंती, हमें निरंतर प्रेरित करती रहे, आने वाली सदियों के लिए हम एक सशक्त भारत की नींव मजबूत करें, इसी कामना के साथ आप सभी को फिर से एक बार बहुत-बहुत शुभकामनाएं देता हूं। अपना तिरंगा ऊपर उठाकर के मेरे साथ बालिए –

भारत माता की जय!

भारत माता की जय!

भारत माता की जय!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!