“30th and 31st October are a source of great inspiration for everyone as the former is the death anniversary of Govind Guru ji and the latter is the birth anniversary of Sardar Patel ji”
“India’s development story has become a matter of discussion around the world”
“Whatever resolution Modi takes, he fulfills it”
“Scope of irrigation in North Gujarat has increased manifold in 20-22 years owing to irrigation projects”
“Water conservation scheme started in Gujarat has now taken the form of Jal Jeevan Mission for the country”
“More than 800 new village dairy cooperative societies have also been formed in North Gujarat”
“Unprecedented work of linking our heritage with development is being done in the country today”

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

অনুগ্ৰহ কৰি সকলোৱে কওঁ আহকচোন, যাতে আমাৰ মাত গৈ অম্বাজীৰ ওচৰ পায়গৈ।

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

 

মঞ্চত উপৱিষ্ট গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই ডাঙৰীয়া, সকলো মন্ত্ৰী, সংসদত মোৰ সতীৰ্থ আৰু গুজৰাট বিজেপিৰ সভাপতি ভ্ৰাতৃ চিআৰ পাটিল, সকলো সাংসদ আৰু বিধায়ক। তহচিল পঞ্চায়ত আৰু জিলা পঞ্চায়তৰ সকলো সদস্য আৰু মোৰ মৰমৰ গুজৰাটৰ পৰিয়ালৰ সদস্যসকল।

পোন প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰক ধন্যবাদ জনাইছো যে মই আপোনালোকৰ মাজলৈ অহাৰ এক সুযোগ লাভ কৰিছোঁ। আপোনালোক সকলোৰে ওচৰলৈ আহি, আপোনালোক সকলোকে লগ পাই পুলকিত হৈছোঁ। আজি ৩০ অক্টোবৰ আৰু কাইলৈ ৩১ অক্টোবৰ, এই দুয়োটা দিন আমাৰ সকলোৰে বাবে অতি প্ৰেৰণাদায়ক দিন। আজি স্বাধীনতা সংগ্ৰামত জনজাতীয় লোকসকলক নেতৃত্ব প্ৰদানেৰে বৃটিছক বিৰক্ত কৰি তোলা গোবিন্দ গুৰুজীৰ মৃত্যু বাৰ্ষিকী। আৰু কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী। আমাৰ প্ৰজন্মই সঁচা অৰ্থত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি স্থাপনেৰে চৰ্দাৰ চাহেবৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা প্ৰকাশ কৰিছে আৰু আগন্তুক প্ৰজন্মই চৰ্দাৰ চাহেবৰ প্ৰতিমূৰ্তি দেখা মাত্ৰেকে ৰোমাঞ্চিত হৈ উঠিব। গুৰু গোবিন্দজীয়ে সমগ্ৰ জীৱন ভাৰত মাতৃৰ স্বাধীনতাৰ সংগ্ৰামত আৰু জনজাতীয় সমাজৰ সেৱাত অতিবাহিত কৰিছিল, তেওঁৰ সেৱা আৰু দেশপ্ৰেমৰ মনোভাৱ ইমানেই গভীৰ আছিল যে ই ত্যাগৰ পৰম্পৰাৰ সৃষ্টি কৰিছিল। আৰু তেওঁ নিজেই ত্যাগৰ প্ৰতীক হৈ পৰিল।

 

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

ইয়ালৈ অহাৰ পূৰ্বে মা অম্বাৰ চৰণত আশীৰ্বাদ লোৱাৰ সুযোগ পাইছিলোঁ, সুখ অনুভৱ কৰিছিলোঁ, মা অম্বাৰ সৌন্দৰ্য্য দেখি, মা অম্বাৰ ঠাইৰ সৌন্দৰ্য্য দেখি আনন্দিত হৈছোঁ। পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান হাতত লোৱাৰ বাবে আপোনাসৱক অভিনন্দন জনাইছোঁ। মা অম্বাৰ আশীৰ্বাদ যেন সদায়েই আমি লাভ কৰোঁ। ইয়াত অভূতপূৰ্বভাৱে উন্নয়নৰ কাম অব্যাহত আছে। মা অম্বাৰ আশীৰ্বাদত আজি প্ৰায় ৬ হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধনৰ সুযোগ পাইছোঁ। এই প্ৰকল্প, এই সকলোবোৰ প্ৰকল্পই কৃষকসকলৰ ভাগ্য সমৃদ্ধ কৰিবলৈ আগবাঢ়িছে। উত্তৰ গুজৰাটৰ সামগ্ৰিক উন্নয়নৰ বাবে ইয়াক দেশখনৰ সৈতে সংযোগ কৰিবলৈ যোগাযোগ ব্যৱস্থাৰ অতি উত্তম ব্যৱহাৰ কৰা হৈছে। আমাৰ মহেচাণাৰ আশে-পাশে থকা আটাইকেইখন জিলাই হওঁক, পতন, বানাস্কান্থা, সবৰকান্থা, মহিসাগৰ, খেদা, আহমেদাবাদ, গান্ধীনগৰেই হওঁক, উন্নয়নৰ কাম অব্যাহত আছে। ইমানখিনি লোকৰ সুচলতাৰ বাবে কামৰ দ্ৰুত গতিৰে অব্যাহত আছে। এইসমূহ উন্নয়নমূলক কামৰ বাবে গুজৰাটৰ জনসাধাৰণক অভিনন্দন জনাব বিচাৰিছোঁ।

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

ভাৰতৰ উন্নয়নৰ বিষয়ে আজি সমগ্ৰ বিশ্বতে চৰ্চা চলিছে। আপোনাসৱে নিশ্চয় দেখিছে যে আমাৰ ভাৰতে চন্দ্ৰযানক চন্দ্ৰলৈ পঠিয়াইছে। আমাৰ ভাৰত য'ত উপনীত হৈছে, বিশ্বৰ কোনেও সেই স্থানত উপনীত হোৱা নাই। জি-২০ত বিশ্বৰ নেতাসকলে ভাৰতৰ চুক-কোণে গৈছিল আৰু অৱশেষত দিল্লীতো ভাৰতৰ গৌৰৱ তথা ভাৰতৰ জনসাধাৰণৰ সম্ভাৱনা দেখিছিল, বিশ্বখন আচৰিত হৈ পৰিছিল বন্ধুসকল। বিশ্বৰ নেতাসকলৰ ভাৰতৰ প্ৰতি থকা কৌতুহল দূৰ হৈছিল। ভাৰতৰ শক্তি আৰু সামৰ্থ্য সমগ্ৰ বিশ্বৰ দৃষ্টিগোচৰ হৈছে। আজি ভাৰতত অধিক আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। পথ, ৰেল বা বিমানবন্দৰেই হওঁক, আজি ভাৰতৰ চুক-কোণে আৰু গুজৰাটৰ চুক-কোণে সকলো বিনিয়োগ হৈ আছে। বছৰ-বছৰ পূৰ্বে তাৰ কোনো লেখ-জোখ নাছিল বন্ধুসকল। আজি ইমান গুৰুত্বপূৰ্ণ কাম অব্যাহত আছে। এটা কথা আপোনালোকে ভালদৰেই জানে যে উন্নয়নৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰা হৈছে, সিদ্ধান্তবোৰ সাহসেৰে লোৱা হৈছে আৰু গুজৰাট দ্ৰুতগতিত আগবাঢ়িছে। আপোনাসৱে জানে যে আপোনালোকৰ নৰেন্দ্ৰ ভাই, আপোনাসৱে হয়তো অনুভৱ কৰা নাই যে প্ৰধানমন্ত্ৰী আহিছে। আপোনালোকৰ নৰেন্দ্ৰ ভাই অহা যেন অনুভৱ হৈছে। আপোনাসৱে নৰেন্দ্ৰ ভাইক জানে যে এবাৰ তেওঁ সংকল্প ল’লে, তেওঁ সেয়া বাস্তৱায়িত কৰে। আপোনালোক সকলোৱে মোক ভালদৰেই জানে। আজি দেশত দ্ৰুত বিকাশ ঘটিছে আৰু আজি বিশ্বত ইয়াকে লৈ আলোচনা অব্যাহত আছে। ইয়াৰ মূলতে কি শক্তি আছে জানেনে? ইয়াৰ মূলত কি শক্তি আছে? এয়া এই দেশৰ লাখ-লাখ মানুহৰ শক্তি। দেশত এখন সুস্থিৰ চৰকাৰ আছে। আমি গুজৰাটত অভিজ্ঞ, গুজৰাটত দীৰ্ঘদিন ধৰি এখন সুস্থিৰ চৰকাৰ থকাৰ বাবে আৰু সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ থকাৰ বাবে আমি ইটোৰ-পিছত সিটো সিদ্ধান্ত ল’বলৈ সক্ষম হৈছোঁ আৰু গুজৰাট ইয়াৰপৰা লাভৱান হৈছে। জল সংকটৰ সন্মুখীন হোৱা এই অঞ্চলটো আজি উন্নয়নৰ পথত আগবাঢ়িছে। ইয়াৰ মূলতে শক্তি আছে। আজি আমাৰ চৌদিশে নতুন-নতুন উন্নয়নৰ ক্ষেত্ৰ আছে। সেই সময়ত খোৱাপানীৰ সমস্যা আছিল। জলসিঞ্চনৰ পানী নাছিল, উত্তৰ গুজৰাটৰ প্ৰায় সমগ্ৰ অঞ্চলটো আন্ধাৰ জ’নত আবদ্ধ হৈ পৰিছিল। আৰু তলত পানী আছিল, হাজাৰ-বাৰশ ফুট তলত। বহু বিপদৰ মাজত জীয়াই থাকি আমি সকলোৱে এই বিপদৰপৰা ওলাই আহিছো। আগতে কৃষকে কষ্টেৰে শস্য লাভ কৰিছিল। এই পৰিস্থিতিত আমি উত্তৰ গুজৰাটৰ জীৱনযাত্ৰা সলনিৰ সংকল্প লৈছিলো। ইয়াত এটা গুৰুত্বপূৰ্ণ কাম কৰা হৈছিল আৰু সংযোগৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। পানী যোগানেই হওঁক, জলসিঞ্চন ইত্যাদিয়েই হওঁক, ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। কৃষিৰ বিকাশৰ বাবে সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰা হৈছিল। তাৰ বাবেই এতিয়া গুজৰাট ক্ৰমান্বয়ে ঔদ্যোগিক বিকাশৰ দিশত আগবাঢ়িছে। আৰু আমাৰ উদ্দেশ্য আছিল যে উত্তৰ গুজৰাটৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰক। কাৰণ ইয়াত কৰ্মসংস্থাপন নাছিল, অথচ আজি উদ্যোগৰ ধ্বজা উৰিছে। আগতে সাগৰলৈ যোৱা নৰ্মদা আৰু মাহীৰ পানী এতিয়া আমাৰ পথাৰত উপনীত হৈছে। আজি ২০-২৫ বছৰ বয়সীয়া যুৱক-যুৱতীসকলে হয়তো নাজানে যে তেওঁলোকৰ পিতৃ-মাতৃয়ে জীৱনত কিমান অসুবিধাৰ সন্মুখীন হৈছিল। আজি আমি এনে এখন গুজৰাট গঢ়ি তুলিছো যে কাৰোৰে যাতে কোনো বিপদ নহয়। সুজলাম-সুফলাম আঁচনি আৰু আজি মই বাৰে-বাৰে উত্তৰ গুজৰাটৰ কৃষকসকলক ধন্যবাদ জনাইছো যে তেওঁলোকে এবাৰতে সুজলাম-সুফলামৰ বাবে মাটি দিছিল। এই অঞ্চলৰ ৰাইজক সৰ্বাধিক সবৰমতীৰ পানী যোগানৰ ব্যৱস্থা কৰা হৈছিল। আমি ছটা বেৰেজ নিৰ্মাণ কৰিলোঁ, আমি তেওঁলোকৰ বাবে কাম কৰিলোঁ আৰু আজি এটা বেৰেজ উদ্বোধনৰ কামো কৰা হৈছে। আমাৰ কৃষক ভাই সকল আৰু শ-শ গাঁও ইয়াৰদ্বাৰা যথেষ্ট উপকৃত হ'বলৈ গৈছে।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

এই জলসিঞ্চনৰ আঁচনিসমূহে নিশ্চয় কাম কৰিছে, যোৱা ২০-২২ বছৰত উত্তৰ গুজৰাটত জলসিঞ্চনৰ পৰিসৰ প্ৰায় বহুগুণে বৃদ্ধি পাইছে। আৰু মই সুখী যে যেতিয়া মই উত্তৰ গুজৰাটৰ ৰাইজক কৈছিলো যে আমি সিঁচি জলসিঞ্চন কৰিব লাগিব, তেতিয়া সকলোৱে ইয়াক গ্ৰহণ কৰা নাছিল আৰু কৈছিল, ছাৰ, ইয়াত কি হ’ব? এতিয়া মোৰ উত্তৰ গুজৰাটৰ প্ৰতিখন জিলাই সিঁচি জলসিঞ্চন, ক্ষুদ্ৰ জলসিঞ্চন আৰু নতুন কৌশল গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ বাবেই উত্তৰ গুজৰাটৰ কৃষকসকলে বহু ধৰণৰ শস্যৰ খেতি কৰাৰ সম্ভাৱনা আছে। জলসিঞ্চনৰ বাবে সমগ্ৰ গুজৰাটৰ শুকান অঞ্চলসমূহ উপকৃত হৈছে। য'ত এসময়ত কৃষকে অসুবিধাত জীৱন কটাইছিল আৰু কঠিন পৰিস্থিতিত শস্যৰ খেতি কৰিছিল, আজি তেওঁ তাৰপৰা ওলাই আহিছে। আপোনালোকৰ হয়তো মনত আছে, ক’ভিডৰ পিছত বিশ্বত দুটা কথা আলোচনা হৈছিল, এটা আমাৰ হালধি আৰু আনটো আমাৰ ইছাবগোল। আজি সমগ্ৰ বিশ্বতে ইয়াকে লৈ আলোচনা কৰা হৈছে। আজি ইছাবগোলৰ ৯০ শতাংশ উত্তৰ গুজৰাটত সংসাধন কৰা হয়। আৰু ইছাবগোলে বিদেশতো প্ৰশংসা লাভ কৰিছে। ইছাবগোলৰ ব্যৱহাৰ জনসাধাৰণৰ মাজত বাঢ়িছে। আজি উত্তৰ গুজৰাটত ফলমূল, শাক-পাচলি আৰু আলুৰ উৎপাদন বাঢ়িছে। আলু, বিলাহী, আনকি আম, আমলখি, ডালিম, নেমু আদিও বাঢ়িছে। আৰু উত্তৰ গুজৰাটৰ আলু সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছে। আজি উত্তৰ গুজৰাটত ৰপ্তানি মানৰ আলুৰ উৎপাদন আৰম্ভ হৈছে। ফ্ৰেন্স ফ্ৰাই আৰু ইয়াৰে উৎপাদিত সামগ্ৰী আজি বহিঃৰাষ্ট্ৰলৈ যাবলৈ আৰম্ভ কৰিছে। আজি ডিছাৰ আলু আৰু জৈৱিক কৃষিৰ কেন্দ্ৰ হিচাপে বিকশিত হৈছে। আৰু ইয়াৰ বিশেষ চাহিদা আছে। বানাস্কান্থাত ডাঙৰ-ডাঙৰ আলু সংসাধন প্ৰকল্প স্থাপন কৰা হৈছে। মহেচাণাত এগ্ৰ’ ফুড পাৰ্ক নিৰ্মাণ কৰা হৈছে, এতিয়া আমি বানাস্কান্থাতো মেগা ফুড পাৰ্ক নিৰ্মাণৰ কাম আগুৱাই লৈ গৈছো।

মোৰ পৰিয়ালৰ সদস্যসকল,

এই উত্তৰ গুজৰাটত মোৰ মা-দেউতাই মূৰত পানীৰ কলহ লৈ ৫-১০ কিলোমিটাৰ খোজ কাঢ়িবলগীয়া হৈছিল। আজি ঘৰলৈ টেপেৰে পানী আহিবলৈ ধৰিলে, মোৰ মা-দেউতাৰপৰা যি আশীৰ্বাদ পাইছো আৰু মই সদায় মা-দেউতাৰ আশীৰ্বাদ পাই আহিছো আৰু কেৱল গুজৰাটতে নহয়, ভাৰতৰ চুক-কোণৰপৰা মা-দেউতাৰপৰা আশীৰ্বাদ পাইছো। পানীৰ দৰে মৌলিক সা-সুবিধা, শৌচাগাৰৰ দৰে সা-সুবিধাৰ বাবেই জলক্ৰান্তিৰ অভিযান আগবঢ়াই নিয়া হৈছে। ভগ্নীসকলৰ নেতৃত্বত এই ব্যৱস্থা গঢ় লৈ উঠিছে। আমিও প্ৰতিটো ঘৰতে পানী সংৰক্ষণৰ অভিযানত গুৰুত্ব দিছো। যাৰ বাবে গুজৰাটৰ ঘৰবোৰত পানী যোগান ধৰা হৈছে, ভাৰতৰ ঘৰবোৰত পানী যোগান ধৰাৰ কাম চলি আছে। হৰ ঘৰ জল অভিযানেই হওঁক, আমাৰ জনজাতীয় অঞ্চলেই হওঁক বা সৰু-সৰু পৰ্বতমালাই হওঁক, কোটি-কোটি লোকৰ জীৱনযাত্ৰা সলনিৰ কাম কৰা হৈছে।

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

মোৰ ভনীহঁত দুগ্ধ খণ্ডত জড়িত হৈ আছে, ক’ব পাৰো যে মোৰ গুজৰাটৰ দুগ্ধ কাৰখানাবোৰ মোৰ পিতৃ-মাতৃৰ কষ্টৰ বাবেই চলি আছে আৰু দুগ্ধ খণ্ডৰ উন্নয়নৰ বাবে ঘৰৰ উপাৰ্জন সুস্থিৰ হৈ পৰিছে আজি, য’ত মোৰ মা আৰু ভগ্নীসকলৰ এক বৃহৎ অৱদান আছে। তেওঁলোকে সহজে গাখীৰৰ ব্যৱসায় কৰিব পাৰে। যোৱা বছৰ উত্তৰ গুজৰাটত শ-শ নতুন পশু চিকিৎসালয় নিৰ্মাণ কৰা হৈছে, ইয়াৰ কাৰণ হ’ল ইয়াৰ শক্তি আমি বুজি পাওঁ। আমি জীৱ-জন্তুৰ সুস্বাস্থ্য নিশ্চিত কৰা, উত্তম সেৱা প্ৰদান কৰা আৰু আমাৰ জীৱ-জন্তুৰ গাখীৰৰ উৎপাদনশীলতা বৃদ্ধিত মনোনিৱেশ কৰিছো। এইদৰে আমি আগুৱাই গৈছো যাতে দুটা জীৱ-জন্তুৰপৰা পোৱা গাখীৰ পাবলৈ চাৰিটা জীৱ-জন্তু পালনৰ প্ৰয়োজন নাই। যোৱা দুটা দশকত আমি গুজৰাটত ৮০০ ৰোধিক নতুন গাঁও দুগ্ধ সমবায় সমিতি গঠন কৰিছো। আজি বানাচ ডেইৰীয়েই হওঁক, দুধসাগৰ ডেইৰীয়েই হওঁক, শবাৰ ডেইৰীয়েই হওঁক, ইয়াৰ অভূতপূৰ্ব সম্প্ৰসাৰণ ঘটিছে। আৰু দেশৰ ভিন্ন প্ৰান্তৰপৰা, বিদেশৰপৰা মানুহ আহে এই দুগ্ধৰ মডেলটো চাবলৈ। গাখীৰৰ লগতে আমি বৃহৎ প্ৰচেছিং চেন্টাৰো স্থাপন কৰিছো যাতে কৃষকসকলে অন্য উৎপাদিত সামগ্ৰী লাভ কৰে।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

দুগ্ধ খণ্ডৰ কৃষকসকলে জানে যে জীৱ-জন্তু তেওঁলোকৰ বাবে কিমান ডাঙৰ সম্পত্তি আৰু কৃষকৰ পশুধন ৰক্ষাৰ বাবে মোদীয়ে ক’ভিডৰ সময়ত আপোনালোকলৈ ভেকচিন বিনামূলীয়াকৈ পঠিয়াইছিল আৰু প্ৰতিটো প্ৰাণ ৰক্ষা কৰিছিল। আমি কেৱল মানুহকেই নহয়, জীৱ-জন্তুকো প্ৰতিষেধক দিছো। আৰু প্ৰায় ১৫ হাজাৰ কোটি টকা ব্যয়-সাপেক্ষে জীৱ-জন্তুৰ বাবে বিনামূলীয়া টিকাকৰণ অভিযান চলি আছে। ইয়াত বৃহৎ সংখ্যক কৃষক আৰু গো-পালক আছে, তেওঁলোকক অনুৰোধ কৰিছো যে তেওঁলোকৰ জীৱ-জন্তুৰ এই টিকাকৰণ কৰক, ই তেওঁলোকৰ জীৱনৰ বাবে অতি উপযোগী। টিকাকৰণ কৰিব লাগে, বন্ধু-বান্ধৱীসকল, গাখীৰ বিক্ৰী হয় কিন্তু এতিয়া গৰুৰ গোবৰৰ ব্যৱসায়ো কৰিব লাগে, খেতিয়কে ইয়াৰপৰাও উপাৰ্জন লাভ কৰিব লাগে, আমি গৰুৰ গোবৰৰপৰা ধন উপাৰ্জনৰ কাম কৰি আছো, এই কাম সমগ্ৰ দেশতে চলি আছে। আৰু আমাৰ বানাচ ডেইৰীত আমি গৰুৰ গোবৰৰপৰা চিএনজি গছ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছো। আজি সকলোতে স্থাপন কৰা হৈছে গোবৰধন যোজনাৰ উদ্যোগ। বাঅ’গেছ, বাঅ’ চিএনজি আৰম্ভ কৰা হৈছে আৰু এতিয়া দেশত এটা ডাঙৰ বাঅ’ ইন্ধন অভিযানো চলি আছে, যাৰ বাবে মোৰ কৃষকসকলে নিজৰ পথাৰত উৎপন্ন হোৱা পশু আৱৰ্জনাবোৰৰপৰা উপাৰ্জন কৰিব পাৰে। সেয়া নিশ্চিত কৰাৰ বাবেও কাম চলি আছে। আমিও গৰুৰ গোবৰক বিদ্যুতলৈ ৰূপান্তৰিত কৰাৰ দিশত আগবাঢ়িছো।

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

উত্তৰ গুজৰাটে আজি উন্নয়নৰ নতুন শিখৰ স্পৰ্শ কৰাৰ কাৰণ হ’ল দিনে-নিশাই উন্নয়নমূলক কাম-কাজ চলি আছে। কেইটামান দশকৰ আগতে আমি ভাবি আছিলো যে উত্তৰ গুজৰাটলৈ কোনো উদ্যোগ আহিব নোৱাৰে, আজি দেখিব বিৰামগামৰ পৰা, মণ্ডলৰ পৰা বহুচৰাজীলৈকে এই সমগ্ৰ অঞ্চলটো মহেচাণাৰ ফালে আহি আছে। আৰু উত্তৰ গুজৰাটৰ ফালে গৈ এই ফালটো ৰন্ধনপুৰৰ ফালে গৈ আছে। কল্পনা কৰকচোন, এই অঞ্চলৰ ভিতৰতে সমগ্ৰ অটোমোবাইল উদ্যোগটো সম্প্ৰসাৰিত হৈছে। এটা সময় আছিল যেতিয়া মোৰ উত্তৰ গুজৰাটৰ ৰাইজে কৰ্মসংস্থাপনৰ বাবে ওলাই যাব লগা হৈছিল আৰু আজি বাহিৰৰ পৰা মানুহ সংস্থাপনৰ বাবে উত্তৰ গুজৰাটলৈ আহিবলৈ আৰম্ভ কৰিছে। দহ বছৰৰ ভিতৰত আমি উদ্যোগীকৰণৰ দিশত আগবাঢ়িছো। আজি আয় দুগুণ হৈছে। খাদ্য প্ৰক্ৰিয়াকৰণৰ লগতে মহেচাণাত ঔষধ আৰু অভিযান্ত্ৰিক উদ্যোগৰো বিকাশ আৰম্ভ হৈছে। বানাস্কান্থা, সবৰকান্থাই মৃৎশিল্পৰ দিশত আগবাঢ়িছে।

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

আগন্তুক সময়ত সেউজ হাইড্ৰ’জেনৰ ৰূপত শক্তিশালী মাধ্যমেৰে দেশখন আগবাঢ়ি যাব। আৰু তাতো উত্তৰ গুজৰাটৰ অৱদান বৃহৎ হ’বলৈ গৈ আছে। ইয়াত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব আৰু এতিয়া এই অঞ্চলটোক গুৰুত্বপূৰ্ণ সৌৰশক্তি কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে। আপোনাসৱে মধেৰাত সূৰ্য্য গ্ৰাম দেখিছিল, কিন্তু সূৰ্য্যৰ শক্তিৰে সমগ্ৰ উত্তৰ গুজৰাট উজ্জ্বলভাৱে আগবাঢ়ি যাব। প্ৰথমে পদনত আৰু তাৰ পিছত বানাস্কান্থাত সৌৰ উদ্যোগ নিৰ্মাণ কৰা হৈছিল আৰু এতিয়া মধেৰা ২৪ ঘন্টাই সৌৰ শক্তিৰে চলি আছে। উত্তৰ গুজৰাটে সৌৰ শক্তিৰ সুযোগ লৈছে। চৰকাৰৰ ছাদৰ ওপৰত সৌৰ নীতি, ঘৰত নিজে চলোৱা সৌৰ, নিজৰ ঘৰতে বিনামূলীয়াকৈ বিদ্যুৎ পাব পাৰি, চৰকাৰক বাকী বিদ্যুৎ বিক্ৰীও কৰিব পাৰি, সেই দিশত কাম কৰা হৈছে। আগতে ধন দিও বিদ্যুৎ পোৱা নাছিল, এতিয়া গুজৰাটৰ ৰাইজে সেই বিদ্যুৎ বিক্ৰী কৰিব পাৰিব, আমি এই দিশত আগবাঢ়িছো।

 

বন্ধুসকল,

আজি ৰেলৱেৰ বাবে বহু কাম কৰা হৈছে, গুজৰাটে ৫ হাজাৰ কোটিৰো অধিক টকা মূল্যৰ প্ৰকল্প পাইছে। মহেচাণা-আহমেদাবাদৰ মাজত সমৰ্পিত কৰিডৰ, এইটো এটা ডাঙৰ কাম হ’ব, ইয়াৰপৰা বিপুল লাভ হ’ব, ইয়াৰ উদ্বোধন কৰা হৈছে। ইয়াৰ ফলত পিপাভাভ, পোৰবন্দৰ, জামনগৰ বন্দৰসমূহৰ সংযোগ বৃদ্ধি পাব। আৰু গুজৰাটৰ উন্নয়নৰ গতি বৃদ্ধি পাব। কৃষক, গো-পালক আৰু উদ্যোগ সকলোৱে ইয়াৰ দ্বাৰা উপকৃত হ’ব আৰু তাৰ বাবেই ইয়াত উদ্যোগটোৰ সম্প্ৰসাৰণৰ সকলো সম্ভাৱনা আছে। উত্তৰ গুজৰাটত লজিষ্টিকছৰ বাবে হাব সৃষ্টি হ’ব, ষ্ট’ৰেজৰ বাবে ডাঙৰ-ডাঙৰ ছেক্টৰ সৃষ্টি হ’ব, তাৰ বাবে বিপুল শক্তিৰ ব্যৱস্থা হ’বলৈ গৈ আছে।

মোৰ পৰিয়ালৰ সদস্যসকল,

যোৱা ৯ বছৰত ইষ্ট এণ্ড ৱেষ্ট ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ কাম প্ৰায় ২৫০০ কিলোমিটাৰ সম্পূৰ্ণ হৈছে। যাত্ৰীবাহী ৰেলেই হওঁক বা মালবাহী ৰেল, ইয়াত সকলোৱে বিপুল সুবিধা লাভ কৰিছে আৰু শেষ ষ্টেচনলৈকে সুবিধা যাতে উপলব্ধ হয় তাৰ ব্যৱস্থা কৰা হৈছে। মালবাহী কৰিডৰৰ সুবিধাটো হ’ল আজি যদি ট্ৰাক আৰু টেংকাৰে যিকোনো সামগ্ৰী কঢ়িয়াই যায়, তেন্তে ইয়াৰ বাবে বহু সময় লাগে আৰু ব্যয়বহুলো এয়া। এতিয়া তাতো লাভ হ’ব আৰু গতিও বৃদ্ধি পাব। এই সমৰ্পিত মালবাহী কৰিডৰত ডাঙৰ ডাঙৰ বাহন আৰু সামগ্ৰী ভৰ্তি ট্ৰাক ৰেলৰ ওপৰত নিব পৰা যায়। বানাচত আপোনাসৱে নিশ্চয় দেখিছে যে গাখীৰ কঢ়িয়াই অনা ট্ৰাক এখন ৰেৱাৰী পালেহি। ইয়াৰ বাবে সময় ৰাহি হয়, গাখীৰ নষ্ট নহয় আৰু কৃষকৰ উপাৰ্জনো বৃদ্ধি হয়। এই অঞ্চলৰ কৃষকৰ গাখীৰৰ টেংকাৰ পালানপুৰ, হাৰিয়ানা আৰু ৰেৱাৰীলৈয়ো গৈ আছে।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

আপোনালোকৰ হয়তো মনত আছে যে মই আগতে কচ্চৰ কথা কৈছিলোঁ। এসময়ত কোনেও কচ্চৰ নাম ল’ব নিবিচাৰিছিল আৰু আজি কচ্চৰ ৰণ উৎসৱ উদযাপন কৰা হৈছে। মই ক’ব বিচৰা কথাটো হ’ল গুজৰাটৰ উজ্জ্বল ভৱিষ্যতৰ বাবে, দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মই নিজৰ মাটিৰ আশীৰ্বাদ গ্ৰহণ কৰিছোঁ, যি মাটিয়ে মোক ডাঙৰ কৰিছে। মই আগৰ তুলনাত অধিক ক্ষীপ্ৰতাৰে উন্নয়নৰ কাম কৰিম, কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ শক্তি। গুজৰাট আৰু দেশৰ সপোন যে ২০৪৭ত যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব, তেতিয়া এই দেশ এখন উন্নত দেশ হ’ব লাগে। ই বিশ্বৰ আন দেশসমূহৰ সমতুল্য হ’ব লাগে। তাৰ বাবে আমি কাম হাতত লৈছো। এই বিশ্বৰ মোৰ সকলো জ্যেষ্ঠ আৰু আত্মীয়, মই আপোনালোকৰ মাজলৈ আহিছো, অনুগ্ৰহ কৰি মোক আশীৰ্বাদ কৰক যাতে মই সম্পূৰ্ণ শক্তিৰে কাম কৰিব পাৰো, যিমান পাৰো কাম কৰিব পাৰো, সম্পূৰ্ণ নিষ্ঠাৰে কৰিব পাৰো, এই আশাৰে আমি সম্বস্বৰে কওঁ আহক,

 

মোৰ পৰিয়ালৰ সদস্যসকল,

আপোনালোকৰ হয়তো মনত আছে যে মই আগতে কচ্চৰ কথা কৈছিলোঁ। এসময়ত কোনেও কচ্চৰ নাম ল’ব নিবিচাৰিছিল আৰু আজি কচ্চৰ ৰণ উৎসৱ উদযাপন কৰা হৈছে। মই ক’ব বিচৰা কথাটো হ’ল গুজৰাটৰ উজ্জ্বল ভৱিষ্যতৰ বাবে, দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মই নিজৰ মাটিৰ আশীৰ্বাদ গ্ৰহণ কৰিছোঁ, যি মাটিয়ে মোক ডাঙৰ কৰিছে। মই আগৰ তুলনাত অধিক ক্ষীপ্ৰতাৰে উন্নয়নৰ কাম কৰিম, কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ শক্তি। গুজৰাট আৰু দেশৰ সপোন যে ২০৪৭ত যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব, তেতিয়া এই দেশ এখন উন্নত দেশ হ’ব লাগে। ই বিশ্বৰ আন দেশসমূহৰ সমতুল্য হ’ব লাগে। তাৰ বাবে আমি কাম হাতত লৈছো। এই বিশ্বৰ মোৰ সকলো জ্যেষ্ঠ আৰু আত্মীয়, মই আপোনালোকৰ মাজলৈ আহিছো, অনুগ্ৰহ কৰি মোক আশীৰ্বাদ কৰক যাতে মই সম্পূৰ্ণ শক্তিৰে কাম কৰিব পাৰো, যিমান পাৰো কাম কৰিব পাৰো, সম্পূৰ্ণ নিষ্ঠাৰে কৰিব পাৰো, এই আশাৰে আমি সম্বস্বৰে কওঁ আহক,

 

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়।

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।