Quote“সফল ক্ৰীড়াবিদসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰে আৰু নিজৰ পথৰ প্ৰতিটো বাধা অতিক্ৰম কৰে”
Quote“খেল মহাকুম্ভৰ দৰে অনুষ্ঠানৰ আয়োজন কৰি সাংসদসকলে নতুন প্ৰজন্মৰ ভৱিষ্যত গঢ় দিছে”
Quote“স্থানীয় প্ৰতিভাক স্কাউটিং আৰু উলিয়াই অনাৰ ক্ষেত্ৰত সাংসদ খেল মহাকুম্ভই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে”
Quote“সমাজত ক্ৰীড়াই উপযুক্ত সন্মান লাভ কৰিছে”
Quote“টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিৰ অধীনত প্ৰায় ৫০০ অলিম্পিকৰ সম্ভাৱনাক বিকশিত কৰা হৈছে”
Quote“স্থানীয় পৰ্যায়তো ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুবিধা প্ৰদানৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে”
Quote“যোগৰ দ্বাৰা আপোনাৰ শৰীৰটো সুস্থ হোৱাৰ লগতে আপোনাৰ মনো জাগ্ৰত হ’ব”

সকলোকে নমস্কাৰ জনাইছো,

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সতীৰ্থ, আমাৰ ডেকা বন্ধু ভাই হৰিশ দ্বিবেদী জী, বিভিন্ন ক্ৰীড়াৰ খেলুৱৈ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক, আন সকলো জনপ্ৰতিনিধি, আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, যুৱক-যুৱতী আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

এইখন আমাৰ বস্তী, যি মহৰ্ষি বশিষ্ঠৰ পবিত্ৰ ভূমি; শ্ৰম আৰু ধ্যান, তপস্যা আৰু ত্যাগৰ ভূমি। আৰু, এজন খেলুৱৈৰ বাবে তেওঁৰ খেলখনো আধ্যাত্মিক অনুশীলন, তপস্যাৰ দৰে। আৰু এজন সফল খেলুৱৈৰ লক্ষ্যও অতিশয় সঠিক আৰু তাৰ পিছত তেওঁ ইটোৰ পিছত সিটো নতুন পৰ্য্যায়ত জয়লাভেৰে আগবাঢ়ি যায়। আমাৰ সাংসদ ভ্ৰাতৃ হৰিশ দ্বিবেদীৰ কঠোৰ পৰিশ্ৰমৰ বিনিময়ত বস্তীত ইমান বিশাল খেল মহাকুম্ভৰ আয়োজন হোৱাত মই সন্তোষ পাইছো। এই খেল মহাকুম্ভই পৰম্পৰাগতভাৱে ভাৰতীয় ক্ৰীড়াৰ প্ৰতি সুপৰিচিত স্থানীয় ক্ৰীড়াবিদসকলক এক নতুন সুযোগ প্ৰদান কৰিব। মই জানিব পাৰিছো যে ভাৰতৰ প্ৰায় ২০০ জন সাংসদে নিজ-নিজ স্থানত একেধৰণৰ সাংসদ ক্ৰীড়া অনুষ্ঠানৰ আয়োজন কৰিছে য’ত হাজাৰ-হাজাৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে। ময়ো কাশীৰ সাংসদ। গতিকে মোৰ সংসদীয় সমষ্টি কাশীত এনে এক ধাৰাবাহিক ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। বহু ঠাইত এনে খেল মহাকুম্ভৰ আয়োজন আৰু সাংসদ ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজনেৰে নতুন প্ৰজন্মসমূহৰ ভৱিষ্যৎ গঢ় দিবলৈ সকলো সাংসদে কাম কৰি আছে। সংসাদ খেল মহাকুম্ভত উন্নত প্ৰদৰ্শন কৰা যুৱ ক্ৰীড়াবিদসকলক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহত উন্নত প্ৰশিক্ষণৰ বাবেও বাছনি কৰা হৈছে। ইয়াৰদ্বাৰা দেশখনৰ যুৱ শক্তি বহুলাংশে লাভান্বিত হ’ব। এই মহাকুম্ভতে ৪০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে। আৰু মোক কোৱা হৈছে যে যোৱা বছৰৰ তুলনাত এই সংখ্যা তিনিগুণ বেছি। আপোনালোক সকলোকে, মোৰ যুৱ বন্ধু-বান্ধৱীসকলক, এই ক্ৰীড়াৰ বাবে শুভকামনা জনাইছো। এতিয়া খো-খো চাবলৈ সুযোগ পালো। আমাৰ যুৱতীসকলে যি সপ্ৰতিভতাৰে দলৰ সৈতে আৰু সম্পূৰ্ণ দলীয় মনোভাৱেৰে খেলিছে, সেয়া অনন্য। সঁচাকৈয়ে খেলখন চাই বৰ ভাল লাগিল। মোৰ হাত চাপৰি শুনা পাইছে নে নাই নাজানো। কিন্তু এই সকলো কন্যাকে অভিনন্দন জনাইছো। তেওঁলোকে মোক খো-খো খেল উপভোগৰ সুযোগ প্ৰদান কৰিলে।

|

সতীৰ্থসকল,

সাংসদ খেল মহাকুম্ভৰ আন এক বিশেষ বৈশিষ্ট আছে। আমাৰ বহু সংখ্যক কন্যাই ইয়াত অংশগ্ৰহণ কৰিছে। আৰু মোৰ বিশ্বাস যে বস্তী, পূৰ্বাঞ্চল, উত্তৰ প্ৰদেশ আৰু দেশখনৰ কন্যাসকলে এনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। মাত্ৰ কেইদিনমান পূৰ্বে আমি দেখিলো যে আমাৰ দেশৰ অধিনায়ক শ্বেফালী বাৰ্মাই মহিলাৰ ১৯ বছৰ অনূৰ্ধ টি-২০ বিশ্বকাপত উন্নত প্ৰদৰ্শন কৰিছিল। কন্যা শ্বেফালীয়ে একেৰাহে পাঁচটা বলত পাঁচটা চাৰিৰে অ’ভাৰৰ শেষৰ বলটো ছয় মাৰি এক অ’ভাৰতে ২৬ ৰান সংগ্ৰহ কৰিছিল। ভাৰতৰ চুকে-কোণেও এনে বহু প্ৰতিভা আছে। এই ক্ৰীড়া প্ৰতিভাসমূহক বিচাৰি উলিওৱা আৰু গ্ৰুমিং কৰাত এই সাংসদ খেল মহাকুম্ভৰ এক বৃহৎ ভূমিকা আছে।

সতীৰ্থসকল,

এটা সময়ত খেলা-ধূলাক পাঠ্যক্ৰমৰ বাহিৰৰ কাম হিচাপে গণ্য কৰা হৈছিল। অৰ্থাৎ পঢ়া-শুনাৰ বাহিৰে ইয়াক কেৱল সময় অতিবাহিত কৰাৰ মাধ্যম বুলি গণ্য কৰা হৈছিল। ল’ৰা-ছোৱালীক একে কথাই কোৱা আৰু একে কথাই শিকোৱা হৈছিল। ইয়াৰ বাবেই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সমাজত এনে এক মানসিকতা গঢ় লৈ উঠিছে যে ক্ৰীড়া ইমান গুৰুত্বপূৰ্ণ নহয়, ই জীৱন আৰু ভৱিষ্যতৰ অংগ নহয়। এই মানসিকতাই দেশখনৰ বহু লোকচান কৰে।

কিমান সক্ষম যুৱক-যুৱতী, কিমান প্ৰতিভা যে খেলপথাৰৰপৰা আঁতৰি থাকিল। যোৱা ৮-৯ বছৰত এই পুৰণি চিন্তাধাৰাৰ পৰিৱৰ্তে দেশখনে ক্ৰীড়াৰ বাবে এক উন্নত পৰিবেশ গঢ়ি তোলাৰ অৰ্থে কাম কৰি আহিছে। সেইবাবেই এতিয়া অধিক শিশু আৰু আমাৰ যুৱক-যুৱতীসকলে ক্ৰীড়াক কেৰিয়াৰৰ বিকল্প হিচাপে গ্ৰহণ কৰিছে। ফিটনেছৰপৰা স্বাস্থ্যলৈকে, দলীয় বন্ধনৰপৰা আৰম্ভ কৰি মানসিক চাপৰপৰা উপশম লাভৰ উপায়লৈকে, পেছাদাৰী সফলতাৰপৰা ব্যক্তিগত উন্নতিলৈকে মানুহে ক্ৰীড়াৰ বিভিন্ন সুবিধা দেখিবলৈ পাইছে। আৰু এতিয়া অভিভাৱকসকলেও খেলক গুৰুত্বসহকাৰে লোৱাটো সুখৰ কথা। এই পৰিৱৰ্তন আমাৰ সমাজৰ লগতে ক্ৰীড়াৰ বাবেও মংগলজনক। ক্ৰীড়াই এতিয়া সামাজিক প্ৰতিপত্তি লাভ কৰিবলৈ সক্ষম হৈছে।

|

আৰু সতীৰ্থসকল,

ৰাইজৰ চিন্তাধাৰাৰ এই পৰিৱৰ্তনৰ প্ৰত্যক্ষ লাভ ক্ৰীড়াৰ ক্ষেত্ৰত দেশখনৰ কৃতিত্বত দেখা যায়। আজি ভাৰতে অহৰহ নতুন অভিলেখ ৰচনা কৰি আছে। অলিম্পিকত আমি এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিলো। পেৰা অলিম্পিকত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা হৈছে। বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ প্ৰদৰ্শন এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। আৰু বন্ধুসকল, মোৰ ডেকা বন্ধুসকল, এয়া মাত্ৰ আৰম্ভণিহে। আমাৰ যাত্ৰা দীঘলীয়া, নতুন লক্ষ্যত উপনীত হ’ব লাগিব, বহু নতুন অভিলেখ সৃষ্টি কৰিবলৈ বাকী আছে।

সতীৰ্থসকল,

ক্ৰীড়া এক দক্ষতা আৰু ই এক স্বভাৱো। ক্ৰীড়া এক প্ৰতিভা আৰু ই এক দৃঢ়তাও। ক্ৰীড়াৰ বিকাশত প্ৰশিক্ষণৰ নিজস্ব গুৰুত্ব আছে আৰু ক্ৰীড়া প্ৰতিযোগিতাসমূহ অবিৰতভাৱে অনুষ্ঠিত হৈ থকাটোও প্ৰয়োজনীয়। ইয়াৰ ফলত খেলুৱৈসকলে নিজৰ প্ৰতিভা অবিৰতভাৱে পৰীক্ষা কৰাৰ সুযোগ পায়। বিভিন্ন স্তৰত, বিভিন্ন অঞ্চলত ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিতকৰণে খেলুৱৈসকলক বহু সহায় কৰে। ইয়াৰ লগে-লগে খেলুৱৈসকলে কেৱল নিজৰ সম্ভাৱনা সম্পৰ্কে জানিব পৰাই নহয়, বৰঞ্চ নিজ-নিজ কৌশল বিকশিত কৰিবলৈয়ো সক্ষম হয়। খেলুৱৈসকলৰ প্ৰশিক্ষকসকলেও জানে যে তেওঁ যি শিষ্যক শিকাইছে, ক’ত অগ্ৰগতিৰ প্ৰয়োজন আছে, ক’ত সন্মুখৰ খেলুৱৈজনে তেওঁক বাধা দিছে, তেওঁৰ কি-কি অভাৱ বাকী আছে। সেইবাবেই সাংসদ মহাকুম্ভৰপৰা ৰাষ্ট্ৰীয় ক্ৰীড়ালৈকে খেলুৱৈসকলক সৰ্বাধিক সুযোগ প্ৰদান কৰা হৈছে। সেইবাবেই আজি দেশখনত অধিক সংখ্যক যুৱ ক্ৰীড়া, বিশ্ববিদ্যালয় ক্ৰীড়া, শীতকালীন ক্ৰীড়া অব্যাহত আছে। প্ৰতি বছৰে হাজাৰ-হাজাৰ খেলুৱৈয়ে এই খেলসমূহত অংশগ্ৰহণ কৰি আছে। খেল’ ইণ্ডিয়া অভিযানৰ অধীনত আমাৰ চৰকাৰে খেলুৱৈসকলক আৰ্থিক সাহায্যও আগবঢ়াইছে। বৰ্তমান দেশত ২৫০০ ৰোধিক খেলুৱৈক খেল’ ইণ্ডিয়া অভিযানৰ অধীনত প্ৰতিমাহে ৫০ হাজাৰৰো অধিক টকা প্ৰদান কৰি অহা হৈছে। আমাৰ চৰকাৰৰ টাৰ্গেট অলিম্পিক প'ডিয়াম আঁচনি (TOPS) ৰ জৰিয়তে অলিম্পিক অভিমুখী ক্ৰীড়াবিদসকলক সহায় কৰিছে। এই আঁচনিৰ অধীনতো প্ৰতিমাহে প্ৰায় ৫০০ খেলুৱৈক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ একাংশ খেলুৱৈৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে তেওঁলোকক ২.৫ কোটিৰপৰা ৭ কোটি টকালৈকে সহায় কৰিছে।

সতীৰ্থসকল,

আজিৰ নৱ্য ভাৰতে ক্ৰীড়া খণ্ডটোৱে সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বান সমাধানৰো চেষ্টা চলাইছে। আমাৰ খেলুৱৈসকলে যাতে পৰ্য্যাপ্ত সম্পদ, প্ৰশিক্ষণ, কাৰিকৰী জ্ঞান, আন্তঃৰাষ্ট্ৰীয় মঞ্চ লাভ কৰে আৰু তেওঁলোকক বাছনিৰ ক্ষেত্ৰত স্বচ্ছতা প্ৰকাশ পাই, সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে। আজি বস্তী আৰু আন-আন জিলাত ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে, ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে, প্ৰশিক্ষকৰ ব্যৱস্থা কৰা হৈছে। দেশজুৰি এক হাজাৰৰো অধিক খেল’ ইণ্ডিয়াৰ জিলা কেন্দ্ৰও স্থাপন কৰা হৈছে। মই সুখী যে ইয়াৰে ৭৫০ টাৰো অধিক কেন্দ্ৰ সম্পূৰ্ণ হৈ উঠিছে। সমগ্ৰ দেশৰ সকলো খেলপথাৰৰ জিঅ’-টেগিঙৰ ব্যৱস্থা কৰা হৈছে যাতে খেলুৱৈসকলে প্ৰশিক্ষণ গ্ৰহণৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নহয়।

|

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে মণিপুৰত এখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ লগতে উত্তৰ প্ৰদেশৰ মিৰাটতো এখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম অব্যাহত আছে। আৰু মই জানিব পাৰিছো যে উত্তৰ প্ৰদেশতো বহু নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। ক্ৰীড়াক প্ৰোৎসাহিতকৰণৰ বাবে উত্তৰ প্ৰদেশৰ বহু জিলাত ক্ৰীড়া হোষ্টেলো খোলা হৈছে। স্থানীয় পৰ্য্যায়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সা-সুবিধা প্ৰদানৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে। অৰ্থাৎ, মোৰ ডেকা বন্ধুসকল, তোমালোকৰ ওচৰত অপৰিসীম সুযোগ আছে। তোমালোকে এতিয়া জয়ৰ ধ্বজা উৰুৱাব লাগিব। দেশখনৰ নামে উজ্জ্বল কৰিব লাগিব।

সতীৰ্থসকল,

প্ৰতিজন ক্ৰীড়াবিদে জানে, ফিট হৈ থকাটো অতিশয় গুৰুত্বপূৰ্ণ আৰু এই ক্ষেত্ৰত ফিট ইণ্ডিয়া আন্দোলনে এক বিশেষ ভূমিকা পালন কৰিছে। ফিটনেছৰ ক্ষেত্ৰত আপোনালোক সকলোৱে আৰু এটা কাম কৰিব পাৰে। যোগাসনক আপোনালোকৰ জীৱন-যাত্ৰাত অন্তৰ্ভুক্ত কৰিব পাৰে। যোগাসনৰদ্বাৰা আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব আৰু আপোনালোকৰ মনটোও প্ৰফ্ফুলিত হৈ থাকিব। ইয়াৰ উপযোগিতা আপোনালোকৰ খেলতো প্ৰত্যক্ষ কৰিব। একেদৰে প্ৰতিজন খেলুৱৈৰ বাবে পুষ্টিকৰ খাদ্যও সমানেই গুৰুত্বপূৰ্ণ। আমাৰ বাজৰা সাধাৰণতে আমাৰ গাঁৱৰ প্ৰতিঘৰ গৃহস্থীতে খোৱা হয়, এই বাজৰাই খাদ্য তালিকাত এক বৃহৎ ভূমিকা পালন কৰিব পাৰে। আপোনালোকৰ অৱগত যে ভাৰতৰ উদ্যোগত ২০২৩ ক আন্তৰ্জাতিক বাজৰা বৰ্ষ হিচাপে পালন কৰা হৈছে। আপোনালোকে আপোনালোকৰ ডায়েট চাৰ্টত বাজৰাক অন্তৰ্ভুক্ত কৰা মাত্ৰেকে ই আপোনালোকক উন্নত স্বাস্থ্যতো সহায় কৰিব।

সতীৰ্থসকল,

মই নিশ্চিত যে আমাৰ সকলো যুৱক-যুৱতীয়ে ইয়াত ক্ৰীড়াৰ লগতে জীৱন সম্পৰ্কে বহুখিনি শিকিব আৰু আপোনালোকৰ এই শক্তি ক্ৰীড়াক্ষেত্ৰৰপৰা বিস্তাৰিত হৈ দেশখনৰ শক্তি হৈ পৰিব। হৰিশ জীক অভিনন্দন জনাইছো। অতিশয় আগ্ৰহেৰে তেওঁ এই কামৰ আঁৰত জড়িত হৈ আছে।

|

আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনালো। অশেষ ধন্যবাদ।

  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 13, 2024

    🙏🏻🙏🏻👏🏻✌️
  • ज्योती चंद्रकांत मारकडे February 12, 2024

    जय हो
  • ज्योती चंद्रकांत मारकडे February 12, 2024

    जय हो
  • Babla sengupta December 24, 2023

    Babla sengupta
  • Raghvendra singh parihar February 03, 2023

    namo modi
  • अनन्त राम मिश्र January 22, 2023

    बिलकुल सही कहा आपने
  • Sanjay Kumar January 21, 2023

    नटराज 🖊🖍पेंसिल कंपनी दे रही है मौका घर बैठे काम करें 1 मंथ सैलरी होगा आपका ✔30000 एडवांस 10000✔मिलेगा पेंसिल पैकिंग करना होगा खुला मटेरियल आएगा घर पर माल डिलीवरी पार्सल होगा अनपढ़ लोग भी कर सकते हैं पढ़े लिखे लोग भी कर सकते हैं लेडीस 😍भी कर सकती हैं जेंट्स भी कर सकते हैं,9813796221 Call me 📲📲 ✔ ☎व्हाट्सएप नंबर☎☎ आज कोई काम शुरू करो 24 मां 🚚डिलीवरी कर दिया जाता है एड्रेस पर✔✔✔ 9813796221 Callme sir
  • Banani January 20, 2023

    Plz take care Sir
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Once Neglected, Mathura's Govardhan Station Gets Parking, Footbridge After Inauguration By PM Modi

Media Coverage

Once Neglected, Mathura's Govardhan Station Gets Parking, Footbridge After Inauguration By PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, North East is emerging as the ‘Front-Runner of Growth’: PM Modi at Rising North East Investors Summit
May 23, 2025
QuoteThe Northeast is the most diverse region of our diverse nation: PM
QuoteFor us, EAST means - Empower, Act, Strengthen and Transform: PM
QuoteThere was a time when the North East was merely called a Frontier Region.. Today, it is emerging as the ‘Front-Runner of Growth’: PM
QuoteThe North East is a complete package for tourism: PM
QuoteBe it terrorism or Maoist elements spreading unrest, our government follows a policy of zero tolerance: PM
QuoteThe North East is becoming a key destination for sectors like energy and semiconductors: PM

केंद्रीय मंत्रिमंडल के मेरे सहयोगी ज्योतिरादित्य सिंधिया जी, सुकांता मजूमदार जी, मणिपुर के राज्यपाल अजय भल्ला जी, असम के मुख्यमंत्री हिमंत बिश्व शर्मा जी, अरुणाचल प्रदेश के मुख्यमंत्री पेमा खांडू जी, त्रिपुरा के मुख्यमंत्री माणिक साहा जी, मेघालय के मुख्यमंत्री कोनराड संगमा जी, सिक्किम के मुख्यमंत्री प्रेम सिंह तमांग जी, नागालैंड के मुख्यमंत्री नेफ्यू रियो जी, मिजोरम के मुख्यमंत्री लालदुहोमा जी, सभी इंडस्ट्री लीडर्स, इन्वेस्टर्स, देवियों और सज्जनों!

आज जब मैं राइज़िंग नॉर्थईस्ट के इस भव्य मंच पर हूँ, तो मन में गर्व है, आत्मीयता है, अपनापन है, और सबसे बड़ी बात है, भविष्य को लेकर अपार विश्वास है। अभी कुछ ही महीने पहले, यहां भारत मंडपम् में हमने अष्टलक्ष्मी महोत्सव मनाया था, आज हम यहां नॉर्थ ईस्ट में इन्वेस्टमेंट का उत्सव मना रहे हैं। यहां इतनी बड़ी संख्या में इंडस्ट्री लीडर्स आए हैं। ये दिखाता है कि नॉर्थ ईस्ट को लेकर सभी में उत्साह है, उमंग है और नए-नए सपने हैं। मैं सभी मंत्रालयों और सभी राज्यों की सरकारों को इस काम के लिए बहुत-बहुत बधाई देता हूं। आपके प्रयासों से, वहां इन्वेस्टमेंट के लिए एक शानदार माहौल बना है। नॉर्थ ईस्ट राइजिंग समिट, इसकी सफलता के लिए मेरी तरफ से, भारत सरकार की तरफ से आपको बहुत-बहुत शुभकामनाएं देता हूं।

|

साथियों,

भारत को दुनिया का सबसे Diverse Nation कहा जाता है, और हमारा नॉर्थ ईस्ट, इस Diverse Nation का सबसे Diverse हिस्सा है। ट्रेड से ट्रेडिशन तक, टेक्सटाइल से टूरिज्म तक, Northeast की Diversity, ये उसकी बहुत बड़ी Strength है। नॉर्थ ईस्ट यानि Bio Economy और Bamboo, नॉर्थ ईस्ट यानि टी प्रोडक्शन एंड पेट्रोलियम, नॉर्थ ईस्ट यानि Sports और Skill, नॉर्थ ईस्ट यानि Eco-Tourism का Emerging हब, नॉर्थ ईस्ट यानि Organic Products की नई दुनिया, नॉर्थ ईस्ट यानि एनर्जी का पावर हाउस, इसलिए नॉर्थ ईस्ट हमारे लिए ‘अष्टलक्ष्मी’ हैं। ‘अष्टलक्ष्मी’ के इस आशीर्वाद से नॉर्थ ईस्ट का हर राज्य कह रहा है, हम निवेश के लिए तैयार हैं, हम नेतृत्व के लिए तैयार हैं।

साथियों,

विकसित भारत के निर्माण के लिए पूर्वी भारत का विकसित होना बहुत जरूरी है। और नॉर्थ ईस्ट, पूर्वी भारत का सबसे अहम अंग है। हमारे लिए, EAST का मतलब सिर्फ एक दिशा नहीं है, हमारे लिए EAST का मतलब है – Empower, Act, Strengthen, and Transform. पूर्वी भारत के लिए यही हमारी सरकार की नीति है। यही Policy, यही Priority, आज पूर्वी भारत को, हमारे नॉर्थ ईस्ट को ग्रोथ के सेंटर स्टेज पर लेकर आई है।

साथियों,

पिछले 11 वर्षों में, जो परिवर्तन नॉर्थ ईस्ट में आया है, वो केवल आंकड़ों की बात नहीं है, ये ज़मीन पर महसूस होने वाला बदलाव है। हमने नॉर्थ ईस्ट के साथ केवल योजनाओं के माध्यम से रिश्ता नहीं जोड़ा, हमने दिल से रिश्ता बनाया है। ये आंकड़ा जो मैं बता रहा हूं ना, सुनकर के आश्चर्य होगा, Seven Hundred Time, 700 से ज़्यादा बार हमारे केंद्र सरकार के मंत्री नॉर्थ ईस्ट गए हैं। और मेरा नियम जाकर के आने वाला नहीं था, नाइट स्टे करना कंपलसरी था। उन्होंने उस मिट्टी को महसूस किया, लोगों की आंखों में उम्मीद देखी, और उस भरोसे को विकास की नीति में बदला, हमने इंफ्रास्ट्रक्चर को सिर्फ़ ईंट और सीमेंट से नहीं देखा, हमने उसे इमोशनल कनेक्ट का माध्यम बनाया है। हम लुक ईस्ट से आगे बढ़कर एक्ट ईस्ट के मंत्र पर चले, और इसी का परिणाम आज हम देख रहे हैं। एक समय था, जब Northeast को सिर्फ Frontier Region कहा जाता था। आज ये Growth का Front-Runner बन रहा है।

|

साथियों,

अच्छा इंफ्रास्ट्रक्चर, टूरिज्म को attractive बनाता है। जहां इंफ्रास्ट्रक्चर अच्छा होता है, वहां Investors को भी एक अलग Confidence आता है। बेहतर रोड्स, अच्छा पावर इंफ्रास्ट्रक्चर और लॉजिस्टिक नेटवर्क, किसी भी इंडस्ट्री की backbone है। Trade भी वहीं Grow करता है, जहाँ Seamless Connectivity हो, यानि बेहतर इंफ्रास्ट्रक्चर, हर Development की पहली शर्त है, उसका Foundation है। इसलिए हमने नॉर्थ ईस्ट में Infrastructure Revolution शुरू किया है। लंबे समय तक नॉर्थ ईस्ट अभाव में रहा। लेकिन अब, नॉर्थ ईस्ट Land of Opportunities बन रहा है। हमने नॉर्थ ईस्ट में कनेक्टिविटी इंफ्रास्ट्रक्चर पर लाखों करोड़ रुपए खर्च किए हैं। आप अरुणाचल जाएंगे, तो सेला टनल जैसे इंफ्रास्ट्रक्चर आपको मिलेगा। आप असम जाएंगे, तो भूपेन हज़ारिका ब्रिज जैसे कई मेगा प्रोजेक्ट्स देखेंगे, सिर्फ एक दशक में नॉर्थ ईस्ट में 11 Thousand किलोमीटर के नए हाईवे बनाए गए हैं। सैकड़ों किलोमीटर की नई रेल लाइनें बिछाई गई हैं, नॉर्थ ईस्ट में एयरपोर्ट्स की संख्या दोगुनी हो चुकी है। ब्रह्मपुत्र और बराक नदियों पर वॉटरवेज़ बन रहे हैं। सैकड़ों की संख्या में मोबाइल टावर्स लगाए गए हैं, और इतना ही नहीं, 1600 किलोमीटर लंबी पाइपलाइन का नॉर्थ ईस्ट गैस ग्रिड भी बनाया गया है। ये इंडस्ट्री को ज़रूरी गैस सप्लाई का भरोसा देता है। यानि हाईवेज, रेलवेज, वॉटरवेज, आईवेज, हर प्रकार से नॉर्थ ईस्ट की कनेक्टिविटी सशक्त हो रही है। नॉर्थ ईस्ट में जमीन तैयार हो चुकी है, हमारी इंड़स्ट्रीज को आगे बढ़कर, इस अवसर का पूरा लाभ उठाना चाहिए। आपको First Mover Advantage से चूकना नहीं है।

साथियों,

आने वाले दशक में नॉर्थ ईस्ट का ट्रेड पोटेंशियल कई गुना बढ़ने वाला है। आज भारत और आसियान के बीच का ट्रेड वॉल्यूम लगभग सवा सौ बिलियन डॉलर है। आने वाले वर्षों में ये 200 बिलियन डॉलर को पार कर जाएगा, नॉर्थ ईस्ट इस ट्रेड का एक मजबूत ब्रिज बनेगा, आसियान के लिए ट्रेड का गेटवे बनेगा। और इसके लिए भी हम ज़रूरी इंफ्रास्ट्रक्चर पर तेज़ी से काम कर रहे हैं। भारत-म्यांमार-थाईलैंड ट्रायलेटरल हाईवे से म्यांमार होते हुए थाईलैंड तक सीधा संपर्क होगा। इससे भारत की कनेक्टिविटी थाईलैंड, वियतनाम, लाओस जैसे देशों से और आसान हो जाएगी। हमारी सरकार, कलादान मल्टीमोडल ट्रांजिट प्रोजेक्ट को तेजी से पूरा करने में जुटी है। ये प्रोजेक्ट, कोलकाता पोर्ट को म्यांमार के सित्तवे पोर्ट से जोड़ेगा, और मिज़ोरम होते हुए बाकी नॉर्थ ईस्ट को कनेक्ट करेगा। इससे पश्चिम बंगाल और मिज़ोरम की दूरी बहुत कम हो जाएगी। ये इंडस्ट्री के लिए, ट्रेड के लिए भी बहुत बड़ा वरदान साबित होगा।

साथियों,

आज गुवाहाटी, इम्फाल, अगरतला ऐसे शहरों को Multi-Modal Logistics Hubs के रूप में भी विकसित किया जा रहा है। मेघालय और मिज़ोरम में Land Custom Stations, अब इंटरनेशनल ट्रेड को नया विस्तार दे रहे हैं। इन सारे प्रयासों से नॉर्थ ईस्ट, इंडो पेसिफिक देशों में ट्रेड का नया नाम बनने जा रहा है। यानि आपके लिए नॉर्थ ईस्ट में संभावनाओं का नया आकाश खुलने जा रहा है।

|

साथियों,

आज हम भारत को, एक ग्लोबल Health And Wellness Solution Provider के रुप में स्थापित कर रहे हैं। Heal In India, Heal In India का मंत्र, ग्लोबल मंत्र बने, ये हमारा प्रयास है। नॉर्थ ईस्ट में नेचर भी है, और ऑर्गोनिक लाइफस्टाइल के लिए एक परफेक्ट डेस्टिनेशन भी है। वहां की बायोडायवर्सिटी, वहां का मौसम, वेलनेस के लिए मेडिसिन की तरह है। इसलिए, Heal In India के मिशन में इन्वेस्ट करने के, मैं समझता हूं उसके लिए आप नॉर्थ ईस्ट को ज़रूर एक्सप्लोर करें।

साथियों,

नॉर्थ ईस्ट के तो कल्चर में ही म्यूज़िक है, डांस है, सेलिब्रेशन है। इसलिए ग्लोबल कॉन्फ्रेंसेस हों, Concerts हों, या फिर Destination Weddings, इसके लिए भी नॉर्थ ईस्ट बेहतरीन जगह है। एक तरह से नॉर्थ ईस्ट, टूरिज्म के लिए एक कंप्लीट पैकेज है। अब नॉर्थ ईस्ट में विकास का लाभ कोने-कोने तक पहुंच रहा है, तो इसका भी पॉजिटिव असर टूरिज्म पर पड़ रहा है। वहां पर्यटकों की संख्या दोगुनी हुई है। और ये सिर्फ़ आंकड़े नहीं हैं, इससे गांव-गांव में होम स्टे बन रहे हैं, गाइड्स के रूप में नौजवानों को नए मौके मिल रहे हैं। टूर एंड ट्रैवल का पूरा इकोसिस्टम डेवलप हो रहा है। अब हमें इसे और ऊंचाई तक ले जाना है। Eco-Tourism में, Cultural-Tourism में, आप सभी के लिए निवेश के बहुत सारे नए मौके हैं।

साथियों,

किसी भी क्षेत्र के विकास के लिए सबसे जरूरी है- शांति और कानून व्यवस्था। आतंकवाद हो या अशांति फैलाने वाले माओवादी, हमारी सरकार जीरो टॉलरेंस की नीति पर चलती है। एक समय था, जब नॉर्थ ईस्ट के साथ बम-बंदूक और ब्लॉकेड का नाम जुड़ा हुआ था, नॉर्थ ईस्ट कहते ही बम-बंदूक और ब्लॉकेड यही याद आता था। इसका बहुत बड़ा नुकसान वहां के युवाओं को उठाना पड़ा। उनके हाथों से अनगिनत मौके निकल गए। हमारा फोकस नॉर्थ ईस्ट के युवाओं के भविष्य पर है। इसलिए हमने एक के बाद एक शांति समझौते किए, युवाओं को विकास की मुख्य धारा में आने का अवसर दिया। पिछले 10-11 साल में, 10 thousand से ज्यादा युवाओं ने हथियार छोड़कर शांति का रास्ता चुना है, 10 हजार नौजवानों ने। आज नॉ़र्थ ईस्ट के युवाओं को अपने ही क्षेत्र में रोजगार के लिए, स्वरोजगार के लिए नए मौके मिल रहे हैं। मुद्रा योजना ने नॉर्थ ईस्ट के लाखों युवाओं को हजारों करोड़ रुपए की मदद दी है। एजुकेशन इंस्टीट्यूट्स की बढ़ती संख्या, नॉर्थ ईस्ट के युवाओं को स्किल बढ़ाने में मदद कर रही है। आज हमारे नॉर्थ ईस्ट के युवा, अब सिर्फ़ इंटरनेट यूज़र नहीं, डिजिटल इनोवेटर बन रहे हैं। 13 हजार किलोमीटर से ज्यादा ऑप्टिकल फाइबर, 4जी, 5जी कवरेज, टेक्नोलॉजी में उभरती संभावनाएं, नॉर्थ ईस्ट का युवा अब अपने शहर में ही बड़े-बडे स्टार्टअप्स शुरू कर रहा है। नॉर्थ ईस्ट भारत का डिजिटल गेटवे बन रहा है।

|

साथियों,

हम सभी जानते हैं कि ग्रोथ के लिए, बेहतर फ्यूचर के लिए स्किल्स कितनी बड़ी requirement होती है। नॉर्थ ईस्ट, इसमें भी आपके लिए एक favourable environment देता है। नॉर्थ ईस्ट में एजुकेशन और स्किल डेवलपमेंट इकोसिस्टम पर केंद्र सरकार बहुत बड़ा निवेश कर रही है। बीते दशक में, Twenty One Thousand करोड़ रुपये से ज्यादा नॉर्थ ईस्ट के एजुकेशन सेक्टर पर इन्वेस्ट किए गए हैं। करीब साढ़े 800 नए स्कूल बनाए गए हैं। नॉर्थ ईस्ट का पहला एम्स बन चुका है। 9 नए मेडिकल कॉलेज बनाए गए हैं। दो नए ट्रिपल आईटी नॉर्थ ईस्ट में बने हैं। मिज़ोरम में Indian Institute of Mass Communication का कैंपस बनाया गया है। करीब 200 नए स्किल डेवलपमेंट इंस्टीट्यूट, नॉर्थ ईस्ट के राज्यों में स्थापित किए गए हैं। देश की पहली स्पोर्ट्स यूनिवर्सिटी भी नॉर्थ ईस्ट में बन रही है। खेलो इंडिया प्रोग्राम के तहत नॉर्थ ईस्ट में सैकड़ों करोड़ रुपए के काम हो रहे हैं। 8 खेलो इंडिया सेंटर ऑफ एक्सीलेंस, और ढाई सौ से ज्यादा खेलो इंडिया सेंटर अकेले नॉर्थ ईस्ट में बने हैं। यानि हर सेक्टर का बेहतरीन टेलेंट आपको नॉर्थ ईस्ट में उपलब्ध होगा। आप इसका जरूर फायदा उठाएं।

साथियों,

आज दुनिया में ऑर्गेनिक फूड की डिमांड भी बढ़ रही है, हॉलिस्टिक हेल्थ केयर का मिजाज बना है, और मेरा तो सपना है कि दुनिया के हर डाइनिंग टेबल पर कोई न कोई भारतीय फूड ब्रैंड होनी ही चाहिए। इस सपने को पूरा करने में नॉर्थ ईस्ट का रोल बहुत महत्वपूर्ण है। बीते दशक में नॉर्थ ईस्ट में ऑर्गेनिक खेती का दायरा दोगुना हो चुका है। यहां की हमारी टी, पाइन एप्पल, संतरे, नींबू, हल्दी, अदरक, ऐसी अनेक चीजें, इनका स्वाद और क्वालिटी, वाकई अद्भुत है। इनकी डिमांड दुनिया में बढ़ती ही जा रही है। इस डिमांड में भी आपके लिए संभावनाएं हैं।

|

साथियों,

सरकार का प्रयास है कि नॉर्थ ईस्ट में फूड प्रोसेसिंग यूनिट्स लगाना आसान हो। बेहतर कनेक्टिविटी तो इसमें मदद कर ही रही है, इसके अलावा हम मेगा फूड पार्क्स बना रहे हैं, कोल्ड स्टोरेज नेटवर्क को बढ़ा रहे हैं, टेस्टिंग लैब्स की सुविधाएं बना रहे हैं। सरकार ने ऑयल पाम मिशन भी शुरु किया है। पाम ऑयल के लिए नॉर्थ ईस्ट की मिट्टी और क्लाइमेट बहुत ही उत्तम है। ये किसानों के लिए आय का एक बड़ा अच्छा माध्यम है। ये एडिबल ऑयल के इंपोर्ट पर भारत की निर्भरता को भी कम करेगा। पाम ऑयल के लिए फॉर्मिंग हमारी इंडस्ट्री के लिए भी बड़ा अवसर है।

साथियों,

हमारा नॉर्थ ईस्ट, दो और सेक्टर्स के लिए महत्वपूर्ण डेस्टिनेशन बन रहा है। ये सेक्टर हैं- एनर्जी और सेमीकंडक्टर। हाइड्रोपावर हो या फिर सोलर पावर, नॉर्थ ईस्ट के हर राज्य में सरकार बहुत निवेश कर रही है। हज़ारों करोड़ रुपए के प्रोजेक्ट्स स्वीकृत किए जा चुके हैं। आपके सामने प्लांट्स और इंफ्रास्ट्रक्चर पर निवेश का अवसर तो है ही, मैन्युफेक्चरिंग का भी सुनहरा मौका है। सोलर मॉड्यूल्स हों, सेल्स हों, स्टोरेज हो, रिसर्च हो, इसमें ज्यादा से ज्यादा निवेश ज़रूरी है। ये हमारा फ्यूचर है, हम फ्यूचर पर जितना निवेश आज करेंगे, उतना ही विदेशों पर निर्भरता कम होगी। आज देश में सेमीकंडक्टर इकोसिस्टम को मजबूत करने में भी नॉर्थ ईस्ट, असम की भूमिका बड़ी हो रही है। बहुत जल्द नॉर्थ ईस्ट के सेमीकंडक्टर प्लांट से पहली मेड इन इंडिया चिप देश को मिलने वाली है। इस प्लांट ने, नॉर्थ ईस्ट में सेमीकंडक्टर सेक्टर के लिए, अन्य cutting edge tech के लिए संभावनाओं के द्वार खोल दिए हैं।

|

साथियों,

राइज़िंग नॉर्थ ईस्ट, सिर्फ़ इन्वेस्टर्स समिट नहीं है, ये एक मूवमेंट है। ये एक कॉल टू एक्शन है, भारत का भविष्य, नॉर्थ ईस्ट के उज्ज्वल भविष्य से ही नई उंचाई पर पहुंचेगा। मुझे आप सभी बिजनेस लीडर्स पर पूरा भरोसा है। आइए, एक साथ मिलकर भारत की अष्टलक्ष्मी को विकसित भारत की प्रेरणा बनाएं। और मुझे पूरा विश्वास है, आज का ये सामूहिक प्रयास और आप सबका इससे जुड़ना, आपका उमंग, आपका कमिटमेंट, आशा को विश्वास में बदल रहा है, और मुझे पक्का विश्वास है कि जब हम सेकेंड राइजिंग समिट करेंगे, तब तक हम बहुत आगे निकल चुके होंगे। बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद !