International Exhibition-cum-Convention Centre (IECC) complex named ‘Bharat Mandapam’
Unveils the G-20 coin and G-20 stamp
“Bharat Mandapam is a call for India’s capabilities and new energy of the nation, it is a philosophy of India’s grandeur and will power”
“‘Anubhav Mandapam’ of Bhagwan Basaveshwara is the inspiration behind the name ‘Bharat Mandapam’”
“This Bharat Mandapam is a beautiful gift by us Indians to our democracy as we celebrate the 75th anniversary of Independence”
“In the 21st century, we will have to have construction suitable for the 21st century”
“India is moving ahead with the principle of ‘Think Big, Dream Big, Act Big’”
“Development journey of India is unstoppable now. In the third term of the government, India will be among the top three economies of the world. This is Modi’s guarantee”
“We took the G-20 meetings to more than 50 cities in the country showcasing India's diversity through this”

নমস্কাৰ,
মোৰ সন্মুখত এক অপূর্ব দৃশ্য দেখিবলৈ পাইছোঁ। যি অনিন্দ্যসুন্দৰবিশালবিহঙ্গম দৃষ্টিত অসাধাৰণ। আৰু আজিৰ এই যি উপলক্ষইয়াৰ অন্তৰালত যি কল্পনাযাক আজি মই যেতিয়া বাস্তৱায়িত হোৱা দেখিছোঁসেই স্বপ্নক যেতিয়া চকুৰ আগত সঁচা হোৱা দেখিছোঁতেতিয়া মোৰ মনলৈ এটি বিখ্যাত কবিতাৰ লাইন উচ্চাৰণৰ ইচ্ছা জাগিছে:-

नया प्रात हैनई बात हैनई किरण हैज्योति नई।

नई उमंगेंनई तरंगेनई आस हैसाँस नई।

उठो धरा के अमर सपूतोपुनः नया निर्माण करो।

जन-जन के जीवन में फिर से नई स्फूर्तिनव प्राण भरो।


(নতুন প্ৰভাতনতুন কথানতুন কিৰণজ্যোতি নতুন।
নতুন উদ্যমনতুন ঢৌনতুন আশানিঃশ্বাস নতুন।
উঠা পৃথিৱীৰ অমৰ সুপুত্রসকলআকৌ নতুন নিৰ্মাণ কৰা।
প্রত্যেক মানুহৰ জীৱনত আকৌ নতুন স্ফুৰ্তিনতুন প্রাণ সঞ্চাৰ কৰা।)


আজিৰ এই দিব্য আৰু অনিন্দ্যসুন্দৰ 'ভাৰত মণ্ডপমদেখি প্রত্যেক ভাৰতবাসী আনন্দিতআনন্দত ভৰপুৰ তথা গর্ব বোধ কৰিছে। 'ভাৰত মণ্ডপম'ল ভাৰতৰ সম্ভাৱনাভাৰতৰ নতুন শক্তিৰ আহ্বান। 'ভাৰত মণ্ডপম'ল ভাৰতৰ মহিমা তথা ভাৰতৰ ইচ্ছাশক্তিৰ এক মূর্ত ৰূপ। কৰোণাৰ কঠিন সময়ত যেতিয়া সর্বত্র কাম বন্ধ আছিলতেতিয়া আমাৰ দেশৰ শ্রমজীৱী মানুহে দিনে-নিশাই পৰিশ্রম কৰি ইয়াৰ নির্মাণকাৰ্য সম্পন্ন কৰিছে।


আজিমোৰ হৃদয়ৰ গভীৰৰ পৰামই 'ভাৰত মণ্ডপমনির্মাণৰ সৈতে জড়িত প্রত্যেক শ্রমিকভাই আৰু ভনীক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। আজি পুৱা মই এই কর্মীসকলৰ সৈতে দেখা কৰাৰ সুযোগ পাইছোঁআমাৰ এই কর্মীসকলক সন্মান জনোৱাৰ সৌভাগ্য মোৰ হৈছে। তেওঁলোকৰ পৰিশ্রমৰ এই ফচল দেখি আজি সমগ্ৰ ভাৰত বিস্মিতসমগ্ৰ ভাৰত উচ্ছ্বসিত!

 

মই এই নতুন আন্তর্জাতিক কনভেনশ্যন চেণ্টাৰ- 'ভাৰত মণ্ডপম'-ৰ বাবে ৰাজধানী দিল্লীৰ জনগণক আৰু দেশৰ মানুহক অভিনন্দন জনাইছোঁ। আজি ইয়ালৈ দেশৰ প্রতিটো প্রান্তৰ পৰা অতিথিসকল আহিছেমই তেওঁলোক সকলোকে আদৰণি জনাইছোঁ। মই সেই কোটি কোটি মানুহক অভিনন্দন জনাইছোঁ যিসকলে বর্তমান টিভি আৰু ছচিয়েল মিডিয়াৰ মাধ্যমত আমাৰ সৈতে যুক্ত আছে।


বন্ধুসকল,
আজিৰ দিনটো এনেয়েও প্রত্যেক ভাৰতবাসীৰ বাবে এটা ঐতিহাসিক দিনআজি কার্গিল বিজয় দিৱস। দেশৰ শত্রুহঁতে যি দুঃসাহস দেখুৱাইছিল ভাৰতমাতাৰ সাহসী পুত্র-কন্যাই  পৰাক্রম প্রদর্শনৰ মাধ্যমত তেওঁলোকক পৰাজিত কৰিছিল। এটা কৃতজ্ঞ জাতিৰ ফালৰ পৰামই প্রতিজন বীৰক শ্রদ্ধা জনাইছোঁ যিসকলে কার্গিল যুদ্ধত তেওঁলোকৰ জীৱন উৎসর্গ কৰিছে।

বন্ধুসকল,

অলপ আগতেই আমাৰ পীযূষ জীয়ে কৈছে, 'ভাৰত মণ্ডপম'-ৰ এই নামৰ অন্তৰালত আছে ভগৱান বসভেশ্বৰৰ 'অনুভৱ মণ্ডপম'-ৰ অনুপ্রেৰণা। অনুভৱ মণ্ডপম মানে বিতর্ক আৰু সংলাপৰ গণতান্ত্রিক পদ্ধতিৰ বিকাশঅনুভৱ মণ্ডপম মানে প্রত্যেকৰ নিজস্ব আৰু সমষ্টিগত অভিব্যক্তি আৰু মতামত প্রকাশৰ মাধ্যম। আজি বিশ্বই স্বীকাৰ কৰিছে যে ভাৰত মাডাৰ অফ ডেমোক্রেচি’ বা গণতন্ত্রৰ জননী। তামিলনাডুৰ উত্তৰমেৰু অঞ্চলত পোৱা শিলালিপিৰ পৰা আৰম্ভ কৰি উত্তৰ ভাৰতৰ বৈশালী পর্যন্ত পোৱা বিভিন্ন শিলালিপিত বিধৃত আমাৰ নানা গণতান্ত্রিক ঐতিহ্যৰ ইতিহাসৰ পৰা উঠি অহা ভাৰতৰ স্পন্দিত গণতন্ত্র বহু শতাব্দী ধৰি আমাৰ গর্ব।


আজিযেতিয়া আমি স্বাধীনতাৰ ৭৫ বছৰ পূর্তি উপলক্ষ্যে অমৃত মহোৎসৱ উদযাপন কৰিছোঁআজিৰ ভাৰতীয়সকলৰ পক্ষৰ পৰা আমাৰ গণতন্ত্রক দিয়া এটি সুন্দৰ উপহাৰ হ'ল এই 'ভাৰত মণ্ডপম'। কেইবা সপ্তাহ পিছতইয়াত জি-২০ গোষ্ঠীভুক্ত দেশসমূহৰ নানা অনুষ্ঠান আয়োজিত হ'বিশ্বৰ প্রধান দেশসমূহৰ ৰাষ্ট্রপ্রধানসকল ইয়াত উপস্থিত থাকিব। সমগ্র বিশ্বই এই বিশাল 'ভাৰত মণ্ডপম'ৰ পৰা দেখিবলৈ পাব ভাৰতৰ আগুৱাই যোৱাৰ সপক্ষে লোৱা নানা পদক্ষেপ আৰু অনুভৱ কৰিব ভাৰতৰ ক্রমবর্ধমান মর্যাদাক।


বন্ধুসকল,
আজি যেতিয়া সমগ্ৰ বিশ্ব আন্তঃসংযুক্তআন্তঃ-নির্ভৰশীলতেতিয়া আন্তর্জাতিক পর্যায়ত বিভিন্ন কর্মসূচী আৰু শীর্ষ সন্মিলনৰ ধাৰাবাহিকতা অব্যাহত আছে। এনে ধৰণৰ অনুষ্ঠান কেতিয়াবা এখন দেশত আকৌ কেতিয়াবা অন্য দেশত আয়োজিত হয়। এনে অৱস্থাত ভাৰতৰ ৰাজধানী দিল্লীত আন্তর্জাতিক পর্যায়ৰ এটা কনভেনশ্যন চেণ্টাৰ গঢ়ি তোলাৰ অত্যন্ত প্রয়োজন আছিল। ইয়াত যি আয়োজন আছিলযি হলবিলাক আছিলসেইবোৰ বহু যুগ আগতে গঢ়ি তোলা হৈছিল। বিগত শতাব্দীৰ সেই পুৰণি ব্যৱস্থা আজি আৰু একবিংশ শতাব্দীৰ ভাৰতৰ সৈতে তাল মিলাব পৰা নাই। একৈশ শতকৰ ভাৰততএকৈশ শতকৰ চাহিদা পূৰাবলৈ আমাৰ এনেকুৱা নতুন নতুন অনেক পৰিকাঠামো গঢ়ি তুলিব লাগিব।

 

সেয়ে এই বিশাল নির্মাণএই 'ভাৰত মণ্ডপআজি আমাৰ দেশবাসীৰ সন্মুখত গঢ়ি উঠিছেআপোনালোকৰ সন্মুখত প্রস্তুত। 'ভাৰত মণ্ডপমভাৰত আৰু বিদেশৰ পৰা অহা ডাঙৰ ডাঙৰ প্রদর্শকসকলৰ অনুকূল পৰিকাঠামো প্রদান কৰিব। 'ভাৰত মণ্ডপমদেশত সন্মিলন পর্যটনৰ এটি প্রধান ধাৰক হৈ উঠিব। 'ভাৰত মণ্ডপম'য়ে আমাৰ ষ্টাৰ্টআপবিলাকৰ শক্তি প্রদর্শনৰ এটি মাধ্যম হৈ উঠিব। 'ভাৰত মণ্ডপমআমাৰ চিনেমা-জগতআমাৰ শিল্পীসকলৰ অভিনয়ৰ সাক্ষী হৈ উঠিব।


'ভাৰত মণ্ডপমআমাৰ হস্তশিল্পীসকলৰকাৰিকৰসকলৰতাঁতীসকলৰ কঠোৰ পৰিশ্রমক এটি আন্তর্জাতিক মানৰ মঞ্চ প্রদানৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ মাধ্যম হৈ উঠিবলৈ গৈছে আৰু 'ভাৰত মণ্ডপমআত্মনির্ভৰ ভাৰত আৰু স্থানীয় পণ্যৰ প্রচাৰৰ বাবে সৰৱ হৈ উঠিব, ‘লোকেল ফৰ ভোকেল’ অভিযানৰ প্রতিফলন হৈ উঠিব। অর্থাৎ অর্থনীতিৰ পৰা বাস্তুশাস্ত্রবাণিজ্যৰ পৰা প্রযুক্তিএই ধৰণৰ প্রতিটো আয়োজনৰ বাবে ব্যাপক প্রচেষ্টাৰ প্রতিফলন এই পৰিসৰত দেখা যাবএই ক্ষেত্রত এই 'ভাৰত মণ্ডপমএটি বিশাল মঞ্চত পৰিণত হ'ব।


বন্ধুসকল,
ভাৰত মণ্ডপৰ দৰে এনেকুৱা পৰিকাঠামো কেইবা দশক আগতেই ইয়াত নিৰ্মাণ হোৱা উচিত আছিল। কিন্তু মোৰ ভাব হয়বহু কামেই মোৰ হাতেৰে উদ্বোধনৰ বাবে নির্ধাৰিত আছিল। আৰু আমি দেখিছোঁপৃথিৱীৰ কোনো দেশত অলিম্পিক ছামিট অনুষ্ঠিত হ'লে সেই দেশৰ প্রোফাইল গোটেই বিশ্বত সম্পূর্ণ সলনি হৈ যায়। আজিৰ বিশ্বত এই কথাবোৰৰ গুৰুত্ব বহু ডাঙৰ হৈ উঠিছে আৰু দেশৰ প্রোফাইলো বহু ক্ষেত্রত অত্যন্ত গুৰুত্বপূর্ণ। আৰু  এই ধৰণৰ উন্নত মানৰ পৰিকাঠামো গঢ়ি উঠিলে সিও এইক্ষেত্রত কিবা নহয় কিবা উপায়ে মূল্য সংযোজন কৰে।


কিন্তু আমাৰ দেশত ভিন্ন চিন্তাৰ কিছু মানুহো আছে। ইয়াত নেতিবাচক চিন্তাভাবনা কৰা মানুহৰো অভাব নাই। এই নির্মাণকার্যক বন্ধ কৰাৰ বাবে সেই নেতিবাচক চিন্তাবিদসকলে কিমান যে চেষ্টা নকৰিছিলনানা মঞ্চত বহু ধুমুহা তোলা হয়কোনো কোনো আদালতৰ  শৰণাপন্নও হয়আদালতত ঘুৰি ফুৰে। কিন্তু য'ত সত্য থাকেতাত ঈশ্বৰো থাকেসহায়ক হয়। আৰু এইভাবেই এতিয়া এই অনিন্দ্যসুন্দৰ কেম্পাছ আপোনালোকৰ চকুৰ আগত গঢ়ি উঠিছে।


প্রকৃততেকিছু লোকৰ মাজত এটা প্রৱণতা থাকেতেওঁলোকে প্রতিটো ভাল উদ্যোগক বন্ধ কৰাৰভাল কামক বাধা দিয়াৰ চেষ্টা কৰি থাকে। এতিয়া আপোনালোকৰ মনত থাকিব যেতিয়া কর্তব্য পথ’  তৈয়াৰ হৈছিলকি কি গল্প আৰু গুজব বতাহত উৰিছিলআনকি খবৰৰ কাগজবোৰৰ প্রথম পৃষ্ঠাত ব্রেকিং নিউজত কি কি লেখা চলিছিলআদালততো কিমান মামলা হৈছে নাজানো। কিন্তু এতিয়া সেই কর্তব্য পথ তৈয়াৰ হৈ গৈছেসেইবোৰ মানুহেও আজি চুপেচাপে দমিত সুৰত কৈছেভাল কিবা হৈছেদেশৰ গৌৰৱ বাঢ়িছে। আজি মই নিশ্চিত যে কিছু সময় পাছতসেই নিন্দুক দলৰ মানুহবোৰে এই ভাৰত মণ্ডপমক লৈও খোলামেলা কথা ক'ব পাৰে বা নোৱাৰিলেও তেওঁলোকে মনে মনে এই কথা মানি ল'আৰু আনকি কোনো কোনোৱে নানা অনুষ্ঠানত বক্তৃতা দিবলৈ ইয়ালৈ আহিব পাৰে।


বন্ধুসকল,
কোনো দেশ বা সমাজেবিচ্ছিন্নভাৱে পৰিকল্পনা কৰিবিচ্ছিন্নভাৱে টুকুৰা টুকুৰ কাম কৰি কেতিয়াও সার্বিকভাৱে আগুৱাই যাব নোৱাৰে। আজিএই কনভেনশ্যন চেণ্টাৰতএই 'ভাৰত মণ্ডপ'ও সেই সত্যৰ সাক্ষী যে আমাৰ চৰকাৰে কেনেকৈ সামগ্রিকভাৱে কাম কৰিছেবহু আগুৱাই চিন্তা কৰিছে। এই ধৰণৰ কেন্দ্রবোৰলৈ অহা যাতে সহজ হৈ উঠেদেশৰ বিভিন্ন প্রান্ত আৰু বিদেশৰ পৰা ডাঙৰ কোম্পানীবোৰ যাতে ইয়ালৈ আহিব পাৰেতাক সুনিশ্চিত কৰিবলৈ আজি ভাৰতে ১৬০খনৰো বেছি দেশৰ নাগরৰিকৰ বাবে ই-কনফাৰেন্স ভিছা পৰিসেৱা আৰম্ভ কৰিছে। অর্থাৎ ইয়াক কেৱল এনেকৈ গঢ়ি তোলা হোৱা নাইইয়াৰ বাবে সমগ্ৰ ছাপ্লাই চেইন বা সৰবৰাহ শৃংখলা আৰু ছিষ্টেম চেইন বা ব্যৱস্থা শৃংখলা সজোৱা হৈছে।

 

২০১৪ চনতদিল্লী বিমানবন্দৰৰ ক্ষমতা বার্ষিক প্রায় ৫০ মিলিয়ন যাত্রী ব্যৱস্থাপনা পৰিচালনা কৰাৰ উপযোগী আছিল। আজি ইয়াত বার্ষিক প্রায় ৭৫ মিলিয়ন যাত্রী বাঢ়িছে। টার্মিনেল ২ আৰু ৪র্থ ৰাণৱেও আৰম্ভ হৈছে। গ্রেটাৰ নয়ডাৰ জেওৱাৰত আন্তর্জাতিক বিমানবন্দৰ আৰম্ভ হোৱাৰ পাছত ই অধিক শক্তি পাব। বিগত বছৰবোৰতহোটেল শিল্পও দিল্লী-এনচিআৰত বহু প্রসাৰিত হৈছে। অর্থাৎআমি খুব পৰিকল্পিতভাৱে সন্মিলন পর্যটনৰ বাবে এটা সম্পূর্ণ ইকো-ছিষ্টেম গঢ়ি তোলাৰ চেষ্টা কৰিছোঁ।


বন্ধুসকল,
তাৰ উপৰিও ইয়াতএই ৰাজধানী দিল্লীত বিগত বছৰবোৰত যিবোৰ নির্মাণকাৰ্য হৈছে সেইবোৰে নিঃসন্দেহে  দেশৰ গর্ব বঢ়াই দিছে। এনে ভাৰতীয় কোন আছেযাৰ শিৰ দেশৰ নতুন সংসদ ভবন দেখিলে ওখ নহ'আজি দিল্লীত গঢ়ি উঠিছে নেশ্যনেল ৱাৰ মেমোৰিয়েলপুলিচ মেমোৰিয়েল আৰু বাবা চাহেব আম্বেদকাৰ মেমোৰিয়েল। বর্তমান খুব দ্রুতগতিত কর্তব্য পথৰ আশেপাশে চৰকাৰৰ বিভিন্ন দপ্তৰৰ বাবে সমস্ত আধুনিক সুবিধাসম্পন্ন নতুন নতুন ভৱন নির্মাণৰ কাম চলিছে। আমাৰ কর্ম সংস্কৃতিৰ সমান্তৰালকৈ কামৰ পৰিৱেশতো পৰিৱর্তন আনিব লাগিব।


আপোনালোক সকলোৱে নিশ্চই দেখিছে যে আজিৰ নতুন প্রজন্মই আমাৰ গঢ়ি তোলা প্রাইম মিনিষ্টাৰ্ছ মিউজিয়াম’ ঘুৰি দেখে দেশৰ সকলো প্রধানমন্ত্রী আৰু তেওঁলোকৰ অৱদান সম্পর্কে জনাৰ সুযোগ পাইছে। শীঘ্রেই দিল্লীত গঢ়ি উঠিব বিশ্বৰ বৃহত্তম যাদুঘৰহয়ঠিকেই শুনিছেএয়া আপোনালোকৰ বাবে যেনেকৈ এটি সুখবৰতেনেকৈ ই বিশ্বৰ বাবেও এটি সুখবৰ যেশীঘ্রেই দিল্লীত বিশ্বৰ বৃহত্তম যাদুঘৰ গঢ়ি উঠিব। আৰু মই যেতিয়া কৈছোঁ যে বিশ্বৰ বৃহত্তম যাদুঘৰতেতিয়া সঁচাই বিশ্বৰ বৃহত্তম যাদুঘৰ যুগে যুগেন’ শীঘ্রেই ভাৰতত গঢ়ি উঠিবলৈ গৈছে।


বন্ধুসকল,
সমগ্ৰ বিশ্বই আজি ভাৰতৰ ফালে চাই আছে। ভাৰতে আজি সেই সকলো অর্জন কৰিছে যি আগতে অকল্পনীয় আছিলকোনেও কল্পনাও কৰিব পৰা নাছিল। ডাঙৰ হ'বলৈ হ'লে ডাঙৰ ভাবিব লাগিবডাঙৰ লক্ষ্য অর্জন কৰিব লাগিব। সেয়ে, “Think Big, Dream Big, Act Big” বা ডাঙৰ ভাবাডাঙৰ স্বপ্ন দেখাডাঙৰ কাম কৰা’ নীতি গ্রহণ কৰি ভাৰত আজি দ্রুত আগুৱাই গৈছে। আৰু এইটোও কোৱা হৈছে- ‘যিমান ওখত আকাশ সিমান ওখলৈ উঠা!’ আমি আগতকৈ আৰু ডাঙৰ ডাঙৰ নির্মাণ কৰিছোঁআমি আগতকৈ আৰু উন্নত মানৰ নির্মাণ কৰিছোঁআমি আগতকৈ দ্রুত নির্মাণ কৰিছোঁ।


পূবৰ পৰা পশ্চিমলৈউত্তৰৰ পৰা দক্ষিণলৈভাৰতৰ পৰিকাঠামো সলনি হৈছে। বিশ্বৰ বৃহত্তম ছলাৰ উইণ্ড পার্ক’ আজি ভাৰতত নিৰ্মাণ হৈছে। বিশ্বৰ সর্বোচ্চ ৰে'লসেতু আজি ভাৰতত। সমুদ্রপৃষ্ঠৰ পৰা ১০ হাজাৰ ফুটৰো বেছি উচ্চতাত বিশ্বৰ দীর্ঘতম সুৰঙ্গপথ আজি ভাৰতত গঢ়ি উঠিছে। বিশ্বৰ উচ্চতম মটৰযোগ্য স্থল পথো আজি ভাৰতত। বিশ্বৰ বৃহত্তম ক্রিকেট ষ্টেডিয়াম আজি ভাৰতত। বিশ্বৰ সবাতোকৈ ওখ মূর্তি আজি ভাৰতত। এছিয়াৰ দ্বিতীয় বৃহত্তম ৰে'-পথ সেতুখনো ভাৰতত। আজি ভাৰত বিশ্বৰ সেই সমস্ত দেশৰ ভিতৰত অন্যতম য'ত গ্রিন হাইড্রোজেন’ বা পৰিৱেশবান্ধৱ হাইড্রোজেনক লৈ ইমান ডাঙৰ কাম কৰা হৈছে।


বন্ধুসকল,
এই কাৰ্যকালত আৰু আগৰ কাৰ্যকালত আমাৰ চৰকাৰৰ কামৰ ফল আজি সমগ্ৰ দেশে দেখিছে। আজি দেশৰ বিশ্বাস দৃঢ় হৈ উঠিছে যে এতিয়া ভাৰতৰ উন্নয়ন যাত্রা স্তব্ধ নহয়। আপুনি জানে যে আমাৰ প্রথম কাৰ্যকালৰ আৰম্ভণিতেভাৰত বিশ্ব অর্থনীতিত ১০ নম্বৰত আছিল। যেতিয়া দেশৰ মানুহে আমাক দায়িত্ব দিছে,  কাম দিছেতেতিয়া আমি দহ নম্বৰত আছিলোঁ। দ্বিতীয় কাৰ্যকালতআজি ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতি। আৰু মই কথাৰ কথা নহয়ট্রেক ৰেকর্ডৰ ভিত্তিত এই কথা কৈছোঁ।


মই দেশক আশ্বস্ত কৰিম যে তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ প্রথম তিনিটা অর্থনীতিৰ এটা হ'ব। অর্থাৎ বন্ধুসকলতৃতীয় কাৰ্যকালত ভাৰত গর্বেৰে প্রথম তিনিখন অর্থনীতিৰ দেশৰ অন্যতম হৈ উঠিব। তৃতীয় কাৰ্যকালতভাৰত যে শীর্ষ তিনিটা অর্থনীতিৰ অন্যতম হৈ উঠিবই এয়া মোদীৰ গেৰান্টি। মই দেশবাসীক আশ্বস্ত কৰিছোঁ যে ২০২৪ চনৰ পাছত আমাৰ তৃতীয় কাৰ্যকালত দেশৰ উন্নয়নৰ যাত্রা আৰু দ্রুত আগুৱাই যাব। আৰু আমাৰ তৃতীয় কাৰ্যকালতআপোনালোকে নিজৰ চকুৰ আগত নিজৰ সপোনবোৰ পূৰণ হোৱা দেখিব।

 

বন্ধুসকল,

আজি ভাৰতত নতুন নতুন নির্মাণৰ বিপ্লৱ চলিছে। বিগত ৯ বছৰতভাৰতত আধুনিক পৰিকাঠামো নির্মাণৰ বাবে প্রায় ৩৪ লাখ কোটি টকা ব্যয় কৰা হৈছে। চলিত বছৰৰ বাজেটতো মূলধন ব্যয় ৰখা হৈছে ১০ লাখ কোটি টকা। নতুন নতুন বিমানবন্দৰনতুন নতুন এক্সপ্রেছৱেনতুন নতুন ৰে'ল ৰুটনতুন নতুন উন্নতমানৰ সেতুনতুন নতুন হাস্পতালযি গতি আৰু মাপত ভাৰতে আজি কাম কৰিছে সেয়া সঁচাই নজিৰবিহীন।

বিগত ৭০ বছৰতমই অন্য কাৰোবাৰ সমালোচনা কৰাৰ বাবে কোৱা নাইতথাপি হিচাপৰ বাবে কিছু প্রসঙ্গ প্রয়োজন। আৰু সেয়ে সেই ৰেফাৰেন্সৰ ভিত্তিতেই কথা কৈছোঁ। স্বাধীনতাৰ পাছত বিগত ৭০ বছৰত ভাৰতত প্রায় ২০ হাজাৰ কিলোমিটাৰ ৰে'ললাইন বৈদ্যুতিকীকৰণ হৈছিল। তাত বিগত ৯ বছৰত ভাৰতত প্রায় ৪০ হাজাৰ কিলোমিটাৰ ৰে'ললাইন বিদ্যুতায়িত হৈছে। ২০১৪ চনৰ আগতেপ্রতি মাহত মাত্র ৬০০ মিটাৰকিলোমিটাৰ নাভাবিবআমাৰ দেশত মাত্র ৬০০ মিটাৰকৈ নতুন মেট্রো লাইন বহুওৱা হৈছিল। আজিভাৰতত প্রতি মাহত ৬ কিলোমিটাৰকৈ নতুন মেট্রো লাইনৰ কাম সম্পূৰ্ণ কৰা হৈছে।

২০১৪ চনৰ আগতে দেশত ৪ লাখ কিলোমিটাৰৰো কম গ্রামীণ স্থলপথ আছিল। বর্তমান দেশত ৭ লাখ ২৫ হাজাৰ কিলোমিটাৰৰ বেছি গ্রামীণ পথ আছে। ২০১৪ চনৰ আগতেআমাৰ দেশত প্রায় ৭০টা বিমানবন্দৰ আছিল। বর্তমান দেশত বিমানবন্দৰৰ সংখ্যাও বাঢ়ি এতিয়া প্রায় দেড়শ হৈছেগৈ। ২০১৪ চনৰ আগতেচহৰৰ চিটি গেছ বিতৰণ ব্যৱস্থাও দেশৰ মাত্র ৬০খন চহৰত আছিল। এতিয়া চিটি গেছ বিতৰণ ব্যৱস্থা দেশৰ ৬০০খনৰো বেছি চহৰত পাইছে।

বন্ধুসকল,

আজি পৰিৱর্তিত ভাৰতে পুৰণি চেলেঞ্জবিলাক দূৰ কৰি আগুৱাই গৈছে। আমি প্রতিটো সমস্যাৰ স্থায়ী সমাধানৰ ওপৰত জোৰ দিছোঁ। আৰু ইয়াৰ এটা উদাহৰণ প্রধানমন্ত্রী গতিশক্তি নেশ্যনেল মাষ্টাৰ প্ল্যান। ইণ্ডাষ্ট্ৰিৰ বন্ধুসকল ইয়াত বহি আছেমই বিচাৰোঁ যে আপোনালোকে ঘৰলৈ উভতি গৈ সেই পর্টেলটো চাওক। প্রধানমন্ত্রী গতিশক্তি নেশ্যনেল মাষ্টাৰ প্ল্যানে দেশত ৰে'লপথ – স্থলপথৰ দৰে ভৌতিক পৰিকাঠামো নির্মাণৰ ক্ষেত্রতস্কুল-হাস্পতাল নির্মাণৰ ক্ষেত্রতএই ধৰণৰ যাৱতীয় সামাজিক পৰিকাঠামো নির্মাণৰ ক্ষেত্রত এক বিশাল গেম চেঞ্জাৰ হিচাপে প্রমাণিত হ'বলৈ গৈ আছে। ইয়াত বিভিন্ন পর্যায়ৰ ১৬০০টাৰো বেছি বিভিন্ন স্তৰৰ তথ্যাৱলীক ইতিমধ্যেই ডিজিটেল প্লেটফর্মলৈ তুলি অনা হৈছে। চেষ্টা কৰা হৈছে যাতে দেশৰ সময় আৰু দেশৰ অর্থ যেন আগৰ দৰে নষ্ট নহয়।

বন্ধুসকল,

ভাৰতৰ সন্মুখত আজি বিশাল সুযোগ। আজিৰ পৰা এশ বছৰৰ আগতেমই বিগত শতাব্দীৰ কথা কৈছোঁ১০০ বছৰৰ আগতে যেতিয়া ভাৰতে স্বাধীনতাৰ বাবে যুদ্ধ কৰিছিলবিগত শতাব্দীৰ সেই তৃতীয় দশকৰ পৰিস্থিতিৰ দিশত মই আপোনালোকৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰোঁ। মনত ৰাখিব ১৯২৩১৯৩০ কালখণ্ডবিগত শতাব্দীৰ তৃতীয় দশকটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ আছিল। একেদৰে একবিংশ শতাব্দীৰ এই তৃতীয় দশকো সমান গুৰুত্বপূর্ণ হৈ উঠিছে।

বিগত শতাব্দীৰ তৃতীয় দশকত আকাংক্ষা আছিল স্বাধীনতালক্ষ্য আছিল স্বশাসনআৰু আজি লক্ষ্য হ'ল এখন সমৃদ্ধ ভাৰতএখন উন্নত ভাৰত। বিগত শতাব্দীৰ তৃতীয় দশকত দেশে মুক্তিৰ পথত যাত্রা কৰিছিলস্বাধীনতাৰ প্রতিধ্বনি শুনা গৈছিল দেশৰ অৰঙে দৰঙে। স্বৰাজ আন্দোলনৰ সমস্ত ধাৰাসমস্ত ধাৰণা – সেয়া লাগে বিপ্লৱৰ পথেই হওক বা অসহযোগৰ পথসমস্ত পথেই আছিল সম্পূর্ণ সচেতনশক্তিৰে পৰিপূর্ণযাৰ ফলশ্রুতিত ২৫ বছৰৰ ভিতৰত দেশ স্বাধীন হৈছে। আমাৰ স্বাধীনতাৰ স্বপ্ন পূৰণ হৈছে। আৰু বর্তমান শতাব্দীৰ এই তৃতীয় দশকতঅহা ২৫ বছৰৰ বাবে আমাৰ লক্ষ্য হৈছে দেশক এখন আত্মনির্ভৰ আৰু  উন্নত দেশত পৰিণত কৰা। আমি ইতিমধ্যেই এখন আত্মনির্ভৰ ভাৰতএখন উন্নত ভাৰতৰ স্বপ্ন লৈ যাত্রা আৰম্ভ কৰিছোঁ। অহা ২৫ বছৰত আমি ভাৰতক সেই উচ্চতা দিব লাগিবআমি সেই সাফল্যত উপনীত হ'ব লাগিবযাৰ স্বপ্ন প্রত্যেক স্বাধীনতা সংগ্রামীয়ে দেখিছিল।

আজি সমস্ত দেশবাসী১৪০ কোটি ভাৰতীয়ই এই সংকল্প বাস্তৱায়নৰ বাবে দিন-ৰাতি এক কৰি কাম কৰিব লাগিব। আৰু বন্ধুসকলনিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁচকুৰ আগত এটাৰ পাছত এটা সাফল্য দেখিছোঁ। মই দেশৰ শক্তিক ভালদৰেই বুজিছোঁদেশৰ সম্ভাৱনাক জানো আৰু তাৰ ভিত্তিতেই কৈছোঁমই বহু আত্মবিশ্বাসেৰে কওঁভাৰত মণ্ডপত থিয় হৈমই এই যোগ্য লোকসকলৰ সন্মুখত কৈছোঁ যে ভাৰতে উন্নয়ন কৰিব পাৰেভাৰত অৱশ্যেই উন্নত দেশত পৰিণত হ'ব পাৰে। ভাৰতে দাৰিদ্র্য দূৰ কৰিব পাৰিবঅৱশ্যেই পাৰিব। আৰু আজি মই আপোনালোকক ক'ব খোজোঁ যে মোৰ এই বিশ্বাসৰ অন্তৰালত কি ভিত্তি আছে!

নীতি আয়োগৰ ৰিপোর্টত প্রকাশ কৰা হৈছে যে ভাৰতত বিগত মাত্র পাঁচ বছৰত ১৩.৫ কোটি মানুহ দাৰিদ্র্যসীমাৰ পৰা ওলাই আহিছে। অন্যান্য আন্তর্জাতিক সংস্থাসমূহেও কৈছে যে ভাৰতত চৰম দাৰিদ্র্য শেষ হোৱাৰ পথত। অর্থাৎ বিগত ৯ বছৰত দেশত যি নীতিমালা আমি তৈয়াৰ কৰিছোঁআমাৰ চৰকাৰে যি যি সিদ্ধান্ত লৈছেসেইবোৰে দেশক সঠিক পথত লৈ গৈছে।

বন্ধুসকল,

দেশৰ উন্নয়ন তেতিয়াই হয় যেতিয়া চৰকাৰৰ সন্মুখত স্পষ্ট উদ্দেশ্যসঠিক নীতি আৰু দেশত অর্থৱহ পৰিৱর্তন অনাৰ উপযুক্ত নীতিমালা থাকে। ভাৰতৰ অধ্যক্ষতাৰ সময়কালত সমগ্ৰ দেশত আয়োজিত জি-২০ শীর্ষ সন্মিলনৰ নানা অনুষ্ঠানো ইয়াৰ একোটা অনুপ্রেৰণামূলক উদাহৰণ। আমি জি-২০ক কেৱল ৰাজধানী বা একোখন চহৰএকোখন ঠাইত সীমাবদ্ধ ৰখা নাই। আমি দেশৰ ৫০খনৰো বেছি চহৰত জি-২০ সন্মিলনৰ আয়োজন কৰিছোঁ। আমি ইয়াৰ মাধ্যমত অন্যান্য দেশৰ মাননীয় প্রতিনিধিসকলৰ সন্মুখত  ভাৰতৰ বৈচিত্র্যক তুলি ধৰিছোঁ। আমি বিশ্বক দেখুৱাইছোঁ ভাৰতৰ প্রকৃত সাংস্কৃতিক শক্তি কিভাৰতৰ ঐতিহ্য কেনেকুৱাবৈচিত্র্যৰ মাজতো ভাৰত কেনেকৈ আগুৱাই গৈছে। ভাৰতে কেনেকৈ প্রতিনিয়ত বৈচিত্র্যক উদযাপন কৰে।

আজি সমগ্ৰ বিশ্বৰ পৰা মানুহ ভাৰতলৈ আহিছে এইবোৰ অনুষ্ঠানত ভাগ ল'বলৈ। জি-২০ সন্মিলনবোৰৰ বাবে বহু চহৰত নতুন নতুন পৰিসেৱা গঢ়ি তোলা হৈছিলপুৰণি পৰিসেৱাবোৰৰ আধুনিকীকৰণ কৰা হৈছিল। ইয়াত দেশৰ উপকাৰ হৈছেদেশৰ মানুহৰ উপকাৰ হৈছে। আৰু এয়াই সুশাসনএয়াই তো গুড গভৰ্ণেন্স। নেশ্যন ফাৰ্ষ্ট’ বা দেশ সর্বাগ্রেআৰু চিটিজেন ফাৰ্ষ্ট’ বা নাগৰিক সর্বাগ্রেৰ চেতনা অনুসৰণ কৰি আমি ভাৰতক উন্নত ভাৰতত পৰিণত কৰাৰ পথত আগুৱাই গৈছোঁ।

বন্ধুসকল,

এই গুৰুত্বপূর্ণ উদ্বোধন অনুষ্ঠান উপলক্ষে আপোনালোক সকলো ইয়ালৈ অহা মানেই আপোনালোকে নিজৰ হৃদয়ৰ কোণত ভাৰতৰ বাবে যি স্বপ্ন আছে সেইবিলাক লালন পালন কৰাৰ এটি সুযোগ পালে। আৰু এবাৰভাৰত মণ্ডপমৰ দৰে এটি অত্যাধুনিক পৰিসেৱা সম্পন্ন  চমৎকাৰ পৰিকাঠামো উন্নয়নৰ বাবে মই দিল্লীৰ জনসাধাৰণক আৰু দেশৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ। আৰু আপোনালোক ইয়াত ইমান বিপুল সংখ্যাত আহি হাজিৰ হৈছেতাৰবাবে মই আকৌ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ।

ধন্যবাদ!

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।