QuoteStresses the need for insulating our planet against the next pandemic
QuoteDuring the pandemic digital technology helped us cope, connect, comfort and console: PM
QuoteDisruption does not have to mean despair, we must keep the focus on the twin foundations of repair and prepare: PM
QuoteThe challenges our planet faces can only be overcome with a collective spirit and a human centric approach: PM
QuoteThis pandemic is not only a test of our resilience, but also of our imagination. It is a chance to build a more inclusive, caring and sustainable future for all: PM
QuoteIndia is home to one of the world's largest start-up eco systems, India offers what innovators and investors need: PM
QuoteI invite the world to invest in India based on the five pillars of: Talent, Market, Capital, Eco-system and, Culture of openness: PM
QuoteFrance and Europe are our key partners, our partnerships must serve a larger purpose in service of humanity: PM

মহোদয়, মোৰ ভাল বন্ধু ৰাষ্ট্ৰপতি মেকৰ’ন,

মি. মৌৰিচ লেভি, পাবলিচিচ গ্ৰুপৰ অধ্যক্ষ,

বিশ্বৰ সকলো প্ৰান্তৰ অংশগ্ৰহণকাৰীসকল,

নমস্কাৰ!

এই কঠিন সময়ত সফলতাৰে ভিভাটেক আয়োজন কৰা বাবে আয়োজকসকললৈ অভিনন্দন৷

এই মঞ্চখনে ফ্ৰান্সৰ প্ৰযুক্তিগত কৰ্ম-আঁচনি প্ৰতিফলিত কৰে৷ ভাৰত আৰু ফ্ৰান্সে বিভিন্ন বিষয়বস্তুৰ উপৰত নিবিড়ভাৱে কাম কৰি আহিছে৷ এইবোৰৰ মাজত, প্ৰযুক্তি আৰু ডিজিটেলো সহযোগিতাৰ ক্ষেত্ৰখনসমূহ হিচাপে উদয় হৈছে৷ তেনে সহযোগিতা আৰু অধিক বৃদ্ধি পোৱাটো সময়ৰ এক আহ্বান৷ ইয়ে কেৱল আমাৰ দেশসমূহকে সহায় নকৰিব বৰঞ্চ সমগ্ৰ বিশ্বকো বহুলভাৱে সহায় কৰিব৷

বহু যুৱক-যুৱতীয়ে ফ্ৰান্স অ’পেন অতি উৎসাহেৰে উপভোগ কৰে৷ আমাৰ এক প্ৰযুক্তিগত কোম্পানীসমূহৰ মাজৰে এটা কোম্পানী, ইনফোচিচ এ এই প্ৰতিযোগীতাত প্ৰযুক্তিগত সহযোগীতা আগবঢ়াই৷ তেনেদৰে, ফ্ৰান্সৰ কোম্পানী এটোচ ভাৰতত ক্ষিপ্ৰতম চুপাৰ কম্পিউটাৰ তৈয়াৰ কৰা এক প্ৰকল্পত জড়িত৷ সেয়া লাগিলে ফ্ৰান্সৰ কেপগেমিনি এ হওঁক বা ভাৰতৰ টিচিএচ আৰু উইপ্ৰ’ ই হওঁক, আমাৰ আইটি প্ৰতিভাই কোম্পানীসমূহ আৰু সমগ্ৰ বিশ্বতে সেৱা আগবঢ়াই আহিছে৷

বন্ধুসকল,

মই বিশ্বাসী কৰো- যত প্ৰচলিত ব্যৱস্থা বিফল হয়, তাতে উদ্ভাৱনে সহায় কৰিব পাৰে৷ এইটো দেখা গ’ল ক’ভিড-১৯ বিশ্ব মহামাৰীৰ সময়ত, যিটো আমাৰ সময়ৰ আটাইতকৈ ডাঙৰ ব্যাঘাত৷ সকলো ৰাষ্ট্ৰই ক্ষতিগ্ৰস্থ হৈছে আৰু ভৱিষ্যতৰ বাবে উদ্বেগ অনুভৱ কৰিছিল৷ ক’ভিড-১৯ এ আমাৰ বহুতো প্ৰচলিত ব্যৱস্থাৰ পৰীক্ষা লৈছিল৷ তথাপিও, উদ্ভাৱনে আহি এইসমূহ ৰক্ষা কৰিলে৷ উদ্ভাৱন বুলি মই বুজাব বিছাৰিছো:

মহামাৰীৰ পূৰ্ববৰ্তী উদ্ভাৱন

মহামাৰীৰ পৰবৰ্তী উদ্ভাৱন

যেতিয়া মই মহামাৰীৰ পূৰ্ববৰ্তী উদ্ভাৱনৰ কথা কৈছো, তেতিয়া মই ইতিমধ্যে আমাৰ মাজত বিদ্যমান অগ্ৰগতিসমূহৰ কথা উল্লেখ কৰিছো যিয়ে আমাক মহামাৰীৰ সময়ত সহায় কৰিছিল৷ ডিজিটেল প্ৰযুক্তিয়ে আমাক মোকাবিলা কৰিবলৈ, সংযুক্ত হৈ থাকিবলৈ, স্বাচ্ছন্দ্যকৰভাৱে আৰু প্ৰবোধ প্ৰদানত সহায় কৰিছিল৷ জিজিটেল মাধ্যমেৰে, আমি কাম কৰিব পাৰো, আমাৰ প্ৰিয়জনৰ সৈতে কথা-বতৰা পাতিব পাৰো, আৰু আনক সহায় কৰিব পাৰো৷ ভাৰতৰ সাৰ্বজনীন তথা অনন্য বায়-মেট্ৰিক ডিজিটেল পৰিচয়ক প্ৰণালী- আধাৰ এ- দৰিদ্ৰসকলক সয়মমতে আৰ্থিক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিলে৷ আমি ৮০০ মিলিয়ন লোকক বিনামূলীয়া খাদ্য যোগান ধৰিব পাৰিছিলো, আৰু বহুতো পৰিয়ালক ৰন্ধ্ৰন-ইন্ধ্ৰনৰ আৰ্থিক সাহাৰ্য্যসমূহ প্ৰদান কৰিব পৰিছিলো৷ আমি শিক্ষাৰ্থীসকলৰ সহায়ৰ বাবে ভাৰতত দুটা ৰাজহুৱা শিক্ষা কাৰ্যসূচী- স্বয়ম আৰু দিক্ষা- কম সময়তে কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছিলো?

দ্বিতীয় অংশ, মহামাৰীৰ বাবে উদ্ভাৱনে কওঁতে বুজাই যে মানৱজাতিয়ে এই উপলক্ষত কিদৰে থিয় দিছিল আৰু ইয়াৰ বিৰূদ্ধে কিদৰে অধিক কাৰ্য্যকৰীভাৱে যুঁজ দিছিল৷ এই ক্ষেত্ৰত, আমাৰ ষ্টাৰ্টত-আপ খণ্ডৰ ভূমিকা, সৰ্বোচ্চ আছিল৷ আহক মই ভাৰতৰ এটা উদাহৰণ দিওঁ৷ যেতিয়া মহামাৰীয়ে আমাৰ উপকূলসমূহত আঘাট হানে, তেতিয়া আমাৰ পৰীক্ষা কৰাৰ ক্ষমতা পৰ্যাপ্ত পৰিমাণৰ নাছিল আৰু মাস্কসমূহ, পিপিই, ভেন্টিলেটসমূহ আৰু তেনেধৰণৰ সজুঁলিৰ অভাৱ আছিল৷ আমাৰ ব্যক্তিগত খণ্ডই এই অভাৱ পূৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ আমাৰ ডাক্তৰসকলে বিস্তৃতভাৱে টেলি-মেডিচিন গ্ৰহণ কৰিছিল যাতে কিছুমান কভিড আৰু কভিডৰ বাহিৰে অন্য সমস্যাসমূহ ভাৰ্চুৱেল পদ্ধতিৰে সম্বোধন কৰিব পাৰে৷ ভাৰতত দুটা ভেকচিন তৈয়াৰ কৰা হৈ আছে আৰু বহুতো বিকাশ বা ট্টায়েলৰ স্তৰত আছে৷ চৰকাৰৰ তৰফৰ পৰা, আমাৰ থলুৱা আইটি প্লেটফৰ্ম, আৰোগ্য-সেটু ই কাৰ্য্যকৰী সংস্পৰ্শ সন্ধান সক্ষম কৰিছে৷ আমাৰ COWIN ডিজিটেল প্লেটফৰ্মে ইতিমধ্যেই লক্ষ লক্ষ মানুহক ভেকচিন গ্ৰহণ কৰাত সহায় কৰিছে৷ যদি আমি উদ্ভাৱণ নকৰিলোহেতেন, তেনেহ’লে ক’ভিড-১৯ ৰ বিৰূদ্ধে আমাৰ যুঁজখন দূৰ্বল হৈ পৰিলহেতেন৷ আমি অৱশ্যেই এই উদ্ভাৱণী উদ্যম ত্যাগ নকৰা উচিত যাতে আমি পৰবৰ্তী আঘাতসমূহৰ বাবে অধিক সাজু হৈ থাকিব পাৰো৷

বন্ধুসকল,

প্ৰযুক্তি আৰু ষ্টাৰ্টত-আপ জগতত ভাৰতৰ গতিবিধিসমূহ সুপৰিচিত৷ আমাৰ দেশ বিশ্বৰ সৰ্ববৃহৎ ষ্টাৰ্টত-আপ পৰিস্থিতিতন্ত্ৰৰ আৱাসস্থল৷ সাম্প্ৰতিক বছৰসমূহত বহুতো ইউনিকৰ্ন আহিছে৷ উদ্ভাৱকসকল আৰু বিনিয়োগকাৰীসকলৰ যি প্ৰয়োজন ভাৰতে সেয়া প্ৰদান কৰে৷ মই পাঁচটা স্তম্ভঃ প্ৰতিভা, বজাৰ, মূলধন, পৰিস্থিতিতন্ত্ৰ আৰু, উন্মূক্ত সংস্কৃতিৰ উপৰত ভিত্তি কৰি ভাৰতত বিনিযোগৰ বাবে বিশ্বক আহ্বান জনাওঁ৷

ভাৰতৰ প্ৰযুক্তি প্ৰতিভাৰ যৌথ সম্পদ বিশ্বব্যাপী বিখ্যাত৷ ভাৰতীয় যুৱকসকলে বিশ্বৰ বহুতো জৰুৰীকালীন সমস্যাৰ প্ৰযুক্তিগত সমাধানসমূহ প্ৰদান কৰিছে৷ আজি, ভাৰতত এক দশমিক এক আঠ বিলিয়ন মোবাইল ফোন আছে আৰু সাত শ পসত্তৰ মিলিয়ন ইন্টাৰনেট ব্যৱহাৰকাৰী আছে৷ এইটো বহুটো দেশৰ জনসংখ্যাতকৈ অধিক৷ বিশ্বত ভাৰতত ডাটাৰ খৰচ সৰ্বাধিক আৰু সস্তীয়া৷ ভাৰতীয়সকল সামাজিক মাধ্যমৰ সৰ্ববৃহৎ ব্যৱহাৰকাৰী৷ এয়া এক বিচিত্ৰ আৰু বিস্তৃত বজাৰ যি আপোনাৰ বাবে ৰৈ আছে৷

বন্ধুসকল,

এই ডিজিটেল বিস্তাৰ পৰিচালনা কৰা হৈছে অত্যাধুনিক ৰাজহুৱা ডিজিটেল আন্তঃগাঠনি তৈয়াৰৰ দ্বাৰা৷ পাঁচশ তেইশ হাজাৰ কিলোমিটাৰ ফাইবাৰ অপটিক নেটৱৰ্ক ইতিমধ্যে আমাৰ এশ ছাপন্ন হাজাৰ গাওঁ পঞ্চায়তৰ সৈতে সংযোগ কৰা হৈছে৷ আহিব লগীয়া সময়ত আৰু বহুতো সংযোগ কৰা হ’ব৷ সমগ্ৰ দেশে ৰাজহুৱা ৱাই-ফাই আহি আছে৷ একেদৰে, ভাৰতে সক্ৰিয়ভাৱে কাম কৰি আছে উদ্ভাৱণৰ এক সংস্কৃতিক প্ৰতিপালনৰ বাবে৷ অটল উদ্ভাৱণী অভিযানৰ অধীনত সাত হাজাৰ পাঁচশ বিদ্যালয়ত অত্যাধুনিক উদ্ভাৱণী গৱেষণাগাৰ আছে৷ আমাৰ শিক্ষাৰ্থীসকলে, বিদেশৰ শিক্ষাৰ্থীসকলকো সামৰি অসংখ্য হেকাথ্ৰনত অংশগ্ৰহণ কৰে৷ এইটোই তেওঁলোকক অত্যন্ত প্ৰয়োজনীয় বিশ্ব প্ৰতিভা আৰু শ্ৰেষ্ঠ অনুশীলনসমূহৰ সংস্পৰ্শলৈ আনে৷

|

বন্ধুসকল,

যোৱা কিছুবছৰত, আমি বিভিন্ন ক্ষেত্ৰত বহুতো বাধাৰ সন্মূখীন হৈছো৷ ইয়াৰ বহুতো এতিয়াও আছে৷ তথাপিও, বাধা মানেই হতাশা নুবুজাই৷ তাৰ সলনি, আমি মেৰামতি আৰু সষ্টম এই দ্বৈত বুনিয়াদৰ উপৰত দৃষ্টি নিবন্ধ ৰাখিব লাগে৷ যোৱা বছৰ এইটো সময়ত, সমগ্ৰ বিশ্বই এক ভেকচিনৰ সন্ধান কৰিছিল৷ আজি, আমাৰ হাতত বেচ কেইটামান আছে৷ একেদৰে, আমি স্বাস্থ্য আন্তঃগাঠনি আৰু আমাৰ অৰ্থনীতিবোৰ মেৰামতি অব্যাহত ৰাখিব লগা হৈছে৷ আমাৰ ভাৰতত, খনন, মহাকাশ, বেংকিং, আণৱিক শক্তি আৰু বহুততে ক্ষেত্ৰকে ধৰি বিস্তৃত ক্ষেত্ৰসমূহত সংস্কাৰ বাস্তবায়িত কৰিছো৷ এইটোই ইয়াকে প্ৰতিপন্ন কৰে যে এখন ৰাষ্ট্ৰ হিচাপে ভাৰত অনুকূল আৰু গতিশীল, আনকি এনেধৰণৰ মহামাৰীৰ মাজতো৷ আৰু মই যেতিয়া কওঁ- সষ্টম- মই বুজাওঁ যেঃ পৰবৰ্তী মহামাৰীৰ বাবে আমাৰ গ্ৰহটোক নিলগাই ৰখা৷ পৰিবেশতান্ত্ৰিক অৱক্ষয় ৰোধ কৰাৰ বাবে আমাৰ দীৰ্ঘস্থায়ী জীৱনশৈলীসমূহৰ উপৰত দৃষ্টি ৰখাটো নিশ্চিত কৰা৷ তাৰোপৰি গৱেষণা তথা উদ্ভাৱণৰ বাবে সহযোগিতা শক্তিশালী কৰা৷

বন্ধুসকল,

আমাৰ গ্ৰহটোই মূখামূখী হোৱা প্ৰত্যাহ্বানসমূহৰ অতিক্ৰম কৰিব পাৰি কেৱলমাত্ৰ এক সন্মিলিত উদ্যম আৰু মানৱতা কেন্দ্ৰিক পদক্ষেপৰ জড়িয়তে৷ ইয়াৰ বাবে, মই ষ্টাৰ্টত-আপ সম্প্ৰদায়ক নেতৃত্ব ল’বলৈ আহ্বান জনাওঁ৷ ষ্টাৰ্টত-আপ ক্ষেত্ৰখনত যুৱকসকলৰ আধিপত্য আছে৷ এইসকলে মানুহ অতীতৰ বোজাৰ পৰা মুক্ত৷ তেওঁলোকৰ বাবে শ্ৰেষ্ঠ স্থান বিশ্ব ৰূপান্তৰ পৰিচালিত কৰা৷ আমাৰ ষ্টাৰ্টত-আপ এ স্বাস্থ্যখণ্ড, পৰিবেশ-হিতৈষী প্ৰযুক্তি আৱৰ্জনাৰ পুনৰ্ব্যৱহাৰ্য্যকৰণ সামৰি, কৃষি, শিক্ষাৰ বাবে নতুন যুগৰ সজুঁলিৰ দৰে ক্ষেত্ৰসমূহ নিশ্চয় অন্বেষণ কৰিব লাগে৷

|

বন্ধুসকল,

এক মুক্ত সমাজ আৰু অৰ্থনীতি হিচাপে, আন্তঃৰাষ্ট্ৰীয় প্ৰণালীৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ এক ৰাষ্ট্ৰ হিচাপে, ভাৰতৰ বাবে অংশীদাৰীত্ব গুৰুত্বপূৰ্ণ৷ ফ্ৰান্স আৰু ইউৰোপ আমাৰ গুৰু্ত্বপূৰ্ণ অংশীদাৰসকলৰ মাজত আছে৷ ৰাষ্ট্ৰপতি মেকৰ’ন সৈতে মোৰ কথোপকথনত, মে মাহত পাৰ্থোত ইউৰোপিয়ান সংঘৰ নেতৃত্ববৃন্দৰ সৈতে মোৰ সন্মিলনত, ষ্টাৰ্টত-আপৰ পৰা কোৱান্টাম কম্পিউটিংলৈ, ডিজিটেল অংশীদাৰীত্ব এক মূখ্য প্ৰাথমিকতা হিচাপে হিচাপে উদয় হৈছিল৷ ইতিহাসে দেখুৱাইছে যে নতুন প্ৰযুক্তিত নেতৃত্বই অৰ্থনৈতিক শক্তি, কৰ্মসংস্থাপন আৰু সমৃদ্ধি পৰিচালনা কৰে৷ কিন্তু, আমাৰ অংশীদাৰীত্বই অৱশ্যেই, মানৱতাৰ সেৱাত এক বৃহৎ উদ্দেশ্যেও পূৰণ কৰিব লাগে৷ এই মহামাৰীৰ কেৱল আমাৰ সহনশীলতাৰে নহয়, আনকি আমাৰ কল্পনাৰো পৰীক্ষা৷ এইটো আমাৰ সকলোৰে বাবে আৰু অধিক অন্তৰ্ভূক্ত, যত্নশীল আৰ দীৰ্ঘস্থায়ী ভৱিষ্যতত গঢ়ি তোলাৰ বাবে এক সুযোগ৷ ৰাষ্ট্ৰপতি মেকৰ’নৰ দৰে, মোৰ আমাৰ সেই ভৱিষ্যত অৰ্জনৰ বাবে বিজ্ঞানৰ শক্তিৰ আৰু উদ্ভাৱণৰ সম্ভাৱণাৰ উপৰত বিশ্বাস আছে৷

ধন্যবাদ৷

  • Devendra Kunwar October 17, 2024

    BJP
  • Reena chaurasia September 04, 2024

    बीजेपी
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp February 25, 2024

    नमो नमो नमो नमो नमो
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp February 25, 2024

    जय श्री राम
  • MLA Devyani Pharande February 17, 2024

    nice
  • Shivkumragupta Gupta July 02, 2022

    नमो नमो नमो नमो🌹🌷🌹
  • G.shankar Srivastav June 20, 2022

    नमस्ते
  • Laxman singh Rana June 19, 2022

    नमो नमो 🇮🇳
  • R N Singh BJP June 07, 2022

    jai hind
  • Jayanta Kumar Bhadra May 23, 2022

    Jay Sree Krishna
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Apple CEO Tim Cook confirms majority of iPhones sold in the US will come from India

Media Coverage

Apple CEO Tim Cook confirms majority of iPhones sold in the US will come from India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India's coastal states and our port cities will become key centres of growth for a Viksit Bharat: PM Modi in Thiruvananthapuram, Kerala
May 02, 2025
QuoteThe Vizhinjam International Deepwater Multipurpose Seaport in Kerala is a significant advancement in India's maritime infrastructure: PM
QuoteToday is the birth anniversary of Bhagwan Adi Shankaracharya. Adi Shankaracharya ji awakened the consciousness of the nation. I pay tribute to him on this auspicious occasion: PM
QuoteIndia's coastal states and our port cities will become key centres of growth for a Viksit Bharat: PM
QuoteGovernment in collaboration with the state governments has upgraded the port infrastructure under the Sagarmala project enhancing port connectivity: PM
QuoteUnder PM-Gatishakti, the inter-connectivity of waterways, railways, highways and airways is being improved at a fast pace: PM
QuoteIn the last 10 years investments under Public-Private Partnerships have not only upgraded our ports to global standards, but have also made them future ready: PM
QuoteThe world will always remember Pope Francis for his spirit of service: PM

केरल के गवर्नर राजेंद्र अर्लेकर जी, मुख्यमंत्री श्रीमान पी. विजयन जी, केंद्रीय कैबिनेट के मेरे सहयोगीगण, मंच पर मौजूद अन्य सभी महानुभाव, और केरल के मेरे भाइयों और बहनों।

एल्लावर्क्कुम एन्डे नमस्कारम्। ओरिक्कल कूडि श्री अनन्तपद्मनाभंडे मण्णिलेक्क वरान् साद्धिच्चदिल् एनिक्क अतियाय सन्तोषमुण्ड।

साथियों,

आज भगवान आदि शंकराचार्य जी की जयंती है। तीन वर्ष पूर्व सितंबर में मुझे उनके जन्मभूमि क्षेत्रम में जाने का सौभाग्य मिला था। मुझे खुशी है कि मेरे संसदीय क्षेत्र काशी में विश्वनाथ धाम परिसर में आदि शंकराचार्य जी की भव्य प्रतिमा स्थापित की गई है। मुझे उत्तराखंड के केदारनाथ धाम में आदि शंकराचार्य जी की दिव्य प्रतिमा के अनावरण का भी सौभाग्य मिला है। और आज ही देवभूमि उत्तराखंड में केदारनाथ मंदिर के पट खुले हैं, केरल से निकलकर, देश के अलग-अलग कोनों में मठों की स्थापना करके आदि शंकराचार्य जी ने राष्ट्र की चेतना को जागृत किया। इस पुनीत अवसर पर मैं उन्हें श्रद्धापूर्वक नमन करता हूं।

साथियों,

यहां एक ओर अपनी संभावनाओं के साथ उपस्थित ये विशाल समुद्र है। औऱ दूसरी ओर प्रकृति का अद्भुत सौंदर्य है। और इन सबके बीच अब new age development का सिंबल, ये विझिंजम डीप-वॉटर सी-पोर्ट है। मैं केरल के लोगों को, देश के लोगों को बहुत-बहुत बधाई देता हूं।

|

साथियों,

इस सी-पोर्ट को Eight thousand eight hundred करोड़ रुपए की लागत से तैयार किया गया है। अभी इस ट्रांस-शिपमेंट हब की जो क्षमता है, वो भी आने वाले समय में बढ़कर के तीन गुनी हो जाएगी। यहां दुनिया के बड़े मालवाहक जहाज आसानी से आ सकेंगे। अभी तक भारत का 75 परसेंट ट्रांस-शिपमेंट भारत के बाहर के पोर्ट्स पर होता था। इससे देश को बहुत बड़ा revenue loss होता आया है। ये परिस्थिति अब बदलने जा रही है। अब देश का पैसा देश के काम आएगा। जो पैसा बाहर जाता था, वो केरल और विझिंजम के लोगों के लिए नई economic opportunities लेकर आएगा।

साथियों,

गुलामी से पहले हमारे भारत ने हजारों वर्ष की समृद्धि देखी है। एक समय में ग्लोबल GDP में मेजर शेयर भारत का हुआ करता था। उस दौर में हमें जो चीज दूसरे देशों से अलग बनाती थी, वो थी हमारी मैरिटाइम कैपेसिटी, हमारी पोर्ट सिटीज़ की economic activity! केरल का इसमें बड़ा योगदान था। केरल से अरब सागर के रास्ते दुनिया के अलग-अलग देशों से ट्रेड होता था। यहां से जहाज व्यापार के लिए दुनिया के कई देशों में जाते थे। आज भारत सरकार देश की आर्थिक ताकत के उस चैनल को और मजबूत करने के संकल्प के साथ काम कर रही है। भारत के कोस्टल स्टेट्स, हमारी पोर्ट सिटीज़, विकसित भारत की ग्रोथ का अहम सेंटर बनेंगे। मैं अभी पोर्ट की विजिट करके आया हूं, और गुजरात के लोगों को जब पता चलेगा, कि इतना बढ़िया पोर्ट ये अडानी ने यहां केरल में बनाया है, ये गुजरात में 30 साल से पोर्ट पर काम कर रहे हैं, लेकिन अभी तक वहां उन्होंने ऐसा पोर्ट नहीं बनाया है, तब उनको गुजरात के लोगों से गुस्सा सहन करने के लिए तैयार रहना पड़ेगा। हमारे मुख्यमंत्री जी से भी मैं कहना चाहूंगा, आप तो इंडी एलायंस के बहुत बड़े मजबूत पिलर हैं, यहां शशि थरूर भी बैठे हैं, और आज का ये इवेंट कई लोगों की नींद हराम कर देगा। वहाँ मैसेज चला गया जहां जाना था।

साथियों,

पोर्ट इकोनॉमी की पूरे potential का इस्तेमाल तब होता है, जब इंफ्रास्ट्रक्चर और ease of doing business, दोनों को बढ़ावा मिले। पिछले 10 वर्षों में यही भारत सरकार की पोर्ट और वॉटरवेज पॉलिसी का ब्लूप्रिंट रहा है। हमने इंडस्ट्रियल एक्टिविटीज़ और राज्य के होलिस्टिक विकास के लिए तेजी से काम आगे बढ़ाया है। भारत सरकार ने, राज्य सरकार के सहयोग से सागरमाला परियोजना के तहत पोर्ट इंफ्रास्ट्रक्चर को अपग्रेड किया है, पोर्ट कनेक्टिविटी को भी बढ़ाया है। पीएम-गतिशक्ति के तहत वॉटरवेज, रेलवेज, हाइवेज और एयरवेज की inter-connectivity को तेज गति से बेहतर बनाया जा रहा है। Ease of doing business के लिए जो reforms किए गए हैं, उससे पोर्ट्स और अन्य इंफ्रास्ट्रक्चर सेक्टर में भी इनवेस्टमेंट बढ़ा है। Indian seafarers, उनसे जुड़े नियमों में भी भारत सरकार ने Reforms किए हैं। और इसके परिणाम भी देश देख रहा है। 2014 में Indian seafarers की संख्या सवा लाख से भी कम थी। अब इनकी संख्या सवा तीन लाख से भी ज्यादा हो गई है। आज भारत seafarers की संख्या के मामले में दुनिया के टॉप थ्री देशों की लिस्ट में शामिल हो गया है।

|

Friends,

शिपिंग इंडस्ट्री से जुड़े लोग जानते हैं कि 10 साल पहले हमारे शिप्स को पोर्ट्स पर कितना लंबा इंतज़ार करना पड़ता था। उन्हें unload करने में लंबा समय लग जाता था। इससे बिजनेस, इंडस्ट्री और इकोनॉमी, सबकी स्पीड प्रभावित होती थी। लेकिन, हालात अब बदल चुके हैं। पिछले 10 वर्षों में हमारे प्रमुख बंदरगाहों पर Ship turn-around time में 30 परसेंट तक की कमी आई है। हमारे पोर्ट्स की Efficiency में भी बढ़ोतरी हुई है, जिसके कारण हम कम से कम समय में ज्यादा कार्गो हैंडल कर रहे हैं।

साथियों,

भारत की इस सफलता के पीछे पिछले एक दशक की मेहनत और विज़न है। पिछले 10 वर्षों में हमने अपने पोर्ट्स की क्षमता को दोगुना किया है। हमारे National Waterways का भी 8 गुना विस्तार हुआ है। आज global top 30 ports में हमारे दो भारतीय पोर्ट्स हैं। Logistics Performance Index में भी हमारी रैकिंग बेहतर हुई है। Global shipbuilding में हम टॉप-20 देशों में शामिल हो चुके हैं। अपने बेसिक इंफ्रास्ट्रक्चर को ठीक करने के बाद हम अब ग्लोबल ट्रेड में भारत की strategic position पर फोकस कर रहे हैं। इस दिशा में हमने Maritime Amrit Kaal Vision लॉन्च किया है। विकसित भारत के लक्ष्य तक पहुँचने के लिए हमारी मैरिटाइम strategy क्या होगी, हमने उसका रोडमैप बनाया है। आपको याद होगा, G-20 समिट में हमने कई बड़े देशों के साथ मिलकर इंडिया मिडिल ईस्ट यूरोप कॉरिडोर पर सहमति बनाई है। इस रूट पर केरल बहुत महत्वपूर्ण position पर है। केरल को इसका बहुत लाभ होने वाला है।

साथियों,

देश के मैरीटाइम सेक्टर को नई ऊंचाई देने में प्राइवेट सेक्टर का भी अहम योगदान है। Public-Private Partnerships के तहत पिछले 10 वर्षों में हजारों करोड़ रुपए का निवेश हुआ है। इस भागीदारी से न केवल हमारे पोर्ट्स ग्लोबल स्टैंडर्ड पर अपग्रेड हुए हैं, बल्कि वो फ्यूचर रेडी भी बने हैं। प्राइवेट सेक्टर की भागीदारी से इनोवेशन और efficiency, दोनों को बढ़ावा मिला है। और शायद मीडिया के लोगों ने एक बात पर ध्यान केंद्रित किया होगा, जब हमारे पोर्ट मिनिस्टर अपना भाषण दे रहे थे, तो उन्होंने कहा, अडानी का उल्लेख करते हुए, उन्होंने कहा कि हमारी सरकार के पार्टनर, एक कम्युनिस्ट गवर्नमेंट का मंत्री बोल रहा है, प्राइवेट सेक्टर के लिए, कि हमारी सरकार का पार्टनर, ये बदलता हुआ भारत है।

|

साथियों,

हम कोच्चि में shipbuilding and repair cluster स्थापित करने की दिशा में भी आगे बढ़ रहे हैं। इस cluster के तैयार होने से यहां रोजगार के अनेक नए अवसर तैयार होंगे। केरल के local talent को, केरल के युवाओं को, आगे बढ़ने का मौका मिलेगा।

Friends,

भारत की shipbuilding capabilities को बढ़ाने के लिए देश अब बड़े लक्ष्य लेकर चल रहा है। इस साल बजट में भारत में बड़े शिप के निर्माण को बढ़ाने के लिए नई पॉलिसी की घोषणा की गई है। इससे हमारे मैन्युफैक्चरिंग सेक्टर को भी बढ़ावा मिलेगा। इसका सीधा लाभ हमारे MSME को होगा, और इससे बड़ी संख्या में employment के और entrepreneurship के अवसर तैयार होंगे।

साथियों,

सही मायनों में विकास तब होता है, जब इंफ्रास्ट्रक्चर भी बिल्ड हो, व्यापार भी बढ़े, और सामान्य मानवी की बेसिक जरूरतें भी पूरी हों। केरल के लोग जानते हैं, हमारे प्रयासों से पिछले 10 वर्षों में केरल में पोर्ट इंफ्रा के साथ-साथ कितनी तेजी से हाइवेज, रेलवेज़ और एयरपोर्ट्स से जुड़ा विकास हुआ है। कोल्लम बाईपास और अलापूझा बाईपास, जैसे वर्षों से अटके प्रोजेक्ट्स को भारत सरकार ने आगे बढ़ाया है। हमने केरल को आधुनिक वंदे भारत ट्रेनें भी दी हैं।

Friends,

भारत सरकार, केरल के विकास से देश के विकास के मंत्र पर भरोसा करती है। हम कॉपरेटिव फेडरिलिज्म की भावना से चल रहे हैं। बीते एक दशक में हमने केरल को विकास के सोशल पैरामीटर्स पर भी आगे ले जाने का काम किया है। जलजीवन मिशन, उज्ज्वला योजना, आयुष्मान भारत, प्रधानमंत्री सूर्यघर मुफ्त बिजली योजना, ऐसी अनेक योजनाओं से केरल के लोगों को बहुत लाभ हो रहा है।

साथियों,

हमारे फिशरमेन का बेनिफिट भी हमारी प्राथमिकता है। ब्लू रेवोल्यूशन और प्रधानमंत्री मत्स्य संपदा योजना के तहत केरल के लिए सैकड़ों करोड़ रुपए की परियोजनाओं को मंजूरी दी गई है। हमने पोन्नानी और पुथियाप्पा जैसे फिशिंग हार्बर का भी modernization किया है। केरल में हजारों मछुआरे भाई-बहनों को किसान क्रेडिट कार्ड्स भी दिये गए हैं, जिसके कारण उन्हें सैकड़ों करोड़ रुपए की मदद मिली है।

|

साथियों,

हमारा केरल सौहार्द और सहिष्णुता की धरती रहा है। यहाँ सैकड़ों साल पहले देश की पहली, और दुनिया की सबसे प्राचीन चर्च में से एक सेंट थॉमस चर्च बनाई गई थी। हम सब जानते हैं, हम सबके लिए कुछ ही दिन पहले दु:ख की बड़ी घड़ी आई है। कुछ दिन पहले हम सभी ने पोप फ्रांसिस को खो दिया है। भारत की ओर से उनके अंतिम संस्कार में शामिल होने के लिए हमारी राष्ट्रपति, राष्ट्रपति द्रौपदी मुर्मू जी वहाँ गई थीं। उसके साथ हमारे केरल के ही साथी, हमारे मंत्री श्री जॉर्ज कुरियन, वह भी गए थे। मैं भी, केरल की धरती से एक बार फिर, इस दुःख में शामिल सभी लोगों के प्रति अपनी संवेदना प्रकट करता हूँ।

साथियों,

पोप फ्रांसिस की सेवा भावना, क्रिश्चियन परम्पराओं में सबको स्थान देने के उनके प्रयास, इसके लिए दुनिया हमेशा उन्हें याद रखेगी। मैं इसे अपना सौभाग्य मानता हूं, कि मुझे उनके साथ जब भी मिलने का अवसर मिला, अनेक विषयों पर विस्तार से मुझे उनसे बातचीत का अवसर मिला। और मैंने देखा हमेशा मुझे उनका विशेष स्नेह मिलता रहता था। मानवता, सेवा और शांति जैसे विषयों पर उनके साथ हुई चर्चा, उनके शब्द हमेशा मुझे प्रेरित करते रहेंगे।

साथियों,

मैं एक बार फिर आप सभी को आज के इस आयोजन के लिए अपनी शुभकामनाएं देता हूं। केरल global maritime trade का बड़ा सेंटर बने, और हजारों नई जॉब्स क्रिएट हों, इस दिशा में भारत सरकार, राज्य सरकार के साथ मिलकर काम करती रहेगी। मुझे पूरा विश्वास है कि केरल के लोगों के सामर्थ्य से भारत का मैरीटाइम सेक्टर नई बुलंदियों को छुएगा।

नमुक्क ओरुमिच्च् ओरु विकसित केरलम पडत्तुयर्ताम्, जइ केरलम् जइ भारत l

धन्यवाद।