এটা ভয়ংকৰ দুৰ্ঘটনা হ'ল। অসহনীয় বেদনা মই অনুভৱ কৰিছোঁ আৰু অনেক ৰাজ্যৰ নাগৰিকে এই যাত্ৰাত কিবা নহয় কিবা তেওঁলোকে হেৰুৱালে। যিসকল লোকে নিজৰ জীৱন হেৰুৱালেএয়া বহত ডাঙৰ পীড়াদায়ক আৰু বেদনাৰেও শোকাৰ্ত মনক বিচলিত কৰা।

যিসকল পৰিয়ালৰ লোক আহত হৈছে তেওঁলোকৰ বাবেও চৰকাৰে তেওঁলোকৰ উত্তম স্বাস্থ্যৰ বাবে কোনো কৰণীয় বাকী নাৰাখে। যিসকল পৰিজনক আমি হেৰুৱাইছোঁ তেওঁলোকক তো ওভতাই আনিব নোৱাৰোঁকিন্তু চৰকাৰ তেওঁলোকৰ দুখতপৰিজনৰ দুখত তেওঁলোকৰ সৈতে আছে। চৰকাৰৰ বাবে এই ঘটনা অত্যন্ত গম্ভীৰসকলো ধৰণৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু যাকেই দোষী পোৱা যাবতেওঁৰ কঠোৰতকৈও কঠোৰ শাস্তি হওকতেওঁক ৰেহাই দিয়া নহ'ব।

মই ওড়িশা চৰকাৰৰোইয়াৰ প্ৰশাসনৰ সকলো বিষয়াৰ যি যিদৰে এই পৰিস্থিতিত নিজৰ ওচৰত যিয়েই ব্যৱস্থা আছিল তাৰেই মানুহৰ সহায় কৰাৰ প্ৰয়াস কৰে। ইয়াৰ নাগৰিকসকলকো হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ কিয়নো তেওঁলোকে এই সংকটৰ সময়ত লাগে ব্লাড ডনেশ্যনৰ কাম হওকলাগে উদ্ধাৰ অভিযানত সহায়ৰ কথা হওকযিয়েই তেওঁলোকে কৰিব পাৰিছিল তাকে কৰাৰ প্ৰয়াস কৰিছিল। বিশেষকৈ এই অঞ্চলৰ যুৱকসকলে গোটেই নিশা পৰিশ্ৰম কৰিলে।

মই এই অঞ্চলৰ নাগৰিকসকলকো শ্ৰদ্ধাৰে নমন কৰিছোঁ যে তেওঁলোকৰ সহযোগৰ কাৰণেই অপাৰেশ্যন দ্ৰুতগতিত আগবঢ়াব পৰা গ'ল। ৰে'লৱেই নিজৰ সম্পূৰ্ণ শক্তিসমগ্ৰ ব্যৱস্থা উদ্ধাৰ অভিযানত আগলৈ ৰিলিভৰ বাবে আৰু যিমান পাৰি সোনকালে ট্ৰেক ৰিষ্ট'ৰ হওকযাতায়াতৰ কাম দ্ৰুতগতিত আকৌ আহকএই তিনিওটা দৃষ্টিৰে সুবিচাৰিত ৰূপে প্ৰয়াস আগবঢ়ায়।

কিন্তু এই দুখৰ সময়ত মই আজি ঘটনাস্থলীলৈ গৈ সকলো বিষয় চাই আহিছোঁ। হাস্পতালতো যিসকল আহত নাগৰিক আছিলতেওঁলোকৰ সৈতে মই কথা পাতিলোঁ। মোৰ ওচৰত শব্দ নাই এই বেদনা প্ৰকট কৰিবলৈ। কিন্তু পৰমাত্মাই অমাক সকলোকে শক্তি দিয়ক যাতে অমি সোনকালেই এই দুখৰ সময়ৰ পৰা ওলআওঁ। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি এই ঘটনাৰ পৰাও বহু কথা শিকিম আৰু নিজৰ ব্যৱস্থাকো আৰু যিমান নাগৰিকৰ ৰক্ষাক প্ৰাথমিকতা দি আগবঢ়াম। দুখৰ সময়আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ এই পৰিজনসকলৰ বাবে।

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Amit Jha June 26, 2023

    #Seva
  • Prarabdh Kyal June 25, 2023

    Please ensure to check the electronic signalling system of the Entire East Coast Railway along the eastern Ghats. With the use of AI, a single station master can do such terrorist attacks and escape. I have seen the ground reality with my eyes of many stations and signals From Howrah to Vishakapatnam.
  • anmol goswami June 22, 2023

    Jay hind
  • Ram Pratap yadav June 09, 2023

    दुश्मन ने अपना काम कर दिया, देश को दुश्मन समूह को नष्ट करने से पहले विश्राम नही करना है तभी मृतकों की आत्मा शान्ति मिलेगी ऐसी घटना दुबारा न हो इसके लिए हर राष्ट्रवादी को देश का सिपाही बनना पडेगा।
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
11 years of Modi government: The transformation and the road ahead

Media Coverage

11 years of Modi government: The transformation and the road ahead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 জুন 2025
June 09, 2025

Citizens Appreciate 11 Years of Transformation: PM Modi's Vision for Viksit Bharat

Farm to Future: $1.4 Trillion Agricultural Vision under the Leadership of PM Modi