বাজেটত শিক্ষাক নিয়োগযোগ্যতা আৰু উদ্যমিতা ক্ষমতাৰ সৈতে সংযোগ কৰিবলৈ কৰা প্ৰচেষ্টা সম্প্ৰসাৰিত কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ!!

Education, Skill, Research এনেকুৱা বহু মহত্বপূৰ্ণ ক্ষেত্ৰৰ সৈতে জড়িত আপোনালোক সকলো মহানুভৱক বহুত বহুত অভিনন্দন। আজিৰ এই মন্থন এনেকুৱা সময়ত হৈছে যি সময়ত দেশে নিজৰ Personal, Intellectual, Industrial Temperament আৰু Talentক দিশ দৰ্শন কৰা সম্পূৰ্ণ Ecosystemক Transform কৰাৰ দিশত দ্ৰুত গতিত আগবাঢ়িছে। ইয়াক আৰু গতি দিবলৈ আপোনালোক সকলোৰে পৰা বাজেটৰ আগতেও পৰামৰ্শ লোৱা হৈছিল নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সন্দৰ্ভতো দেশৰ লাখ লাখ লোকৰ সৈতে দিহা-পৰামৰ্শ কৰাৰ সৌভাগ্য হৈছিল আৰু এতিয়া ইয়াৰ Implementationৰ বাবে আমি সকলোৱে লগ হৈ গতি কৰিব লাগিব।

বন্ধুগণ,

আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণৰ বাবে দেশৰ যুৱক-যুৱতীসকলৰ মাজত আত্মবিশ্বাস সিমানেই আৱশ্যকীয়। আত্মবিশ্বাস তেতিয়াই আহে, যেতিয়া যুৱক-যুৱতীসকলৰ নিজৰ education, নিজৰ knowledge, নিজৰ skillৰ ওপৰত সম্পূৰ্ণ ভৰষা থাকে, বিশ্বাস থাকে। আত্মবিশ্বাস তেতিয়াই আহে, যেতিয়া তেওঁলোকে উপলব্ধি কৰে যে তেওঁলোকৰ পঢ়া-শুনাই তেওঁলোকক নিজৰ কাম কৰাৰ সুযোগ দিছে আৰু আৱশ্যকীয় Skillও দিছে।

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি, এই ধাৰণাৰেই প্ৰস্তুত কৰা হৈছে। প্ৰি নাৰ্ছাৰীৰ পৰা পিএইচডিলৈকে, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰতিটো ব্যৱস্থা অতি সোনকালে স্থলাভিষিক্ত কৰিবৰ বাবে এতিয়া আমি খৰতকীয়াকৈ কাম কৰিব লাগে। কৰোণাৰ বাবে যদি গতি কিছু লেহেমীয়াও হৈছিল, তেন্তে এতিয়া তাৰ প্ৰভাৱৰ পৰা ওলাই আমি অলপ গতি বঢ়োৱাটোও আৱশ্যকীয় আৰু আগবাঢ়ি যোৱাও আৱশ্যকীয়।

এই বছৰৰ বাজেটো এই দিশত বহুত সহায়ক হিচাপে প্ৰতিপন্ন হ'ব। এই বছৰৰ বাজেটত healthৰ পিছত আনটো সবাতোকৈ ডাঙৰ focus হৈছে education, skill, research আৰু innovationৰ ওপৰতে। দেশৰ ইউনিভাৰছিটী, কলেজ আৰু R &D Institutionsত উন্নত Synergy, আজি আমাৰ দেশৰ সবাতোকৈ ডাঙৰ আৱশ্যকতা হৈ পৰিছে। এই কথা মনত ৰাখি Glue Grantৰ ব্যৱস্থা কৰা হৈছে, যাৰ জৰিয়তে এতিয়া ৯খন চহৰত ইয়াৰ বাবে আৱশ্যকীয় mechanism প্ৰস্তুত কৰিব পৰা যায়।

বন্ধুগণ,

Apprenticeshipৰ ওপৰত, Skill development আৰু upgradationৰ ওপৰত এই বাজেটত যি জোৰ দিয়া হৈছে সেয়াও অভূতপূৰ্ব। এই বাজেটত ইয়াক লৈ যিমানেই ব্যৱস্থা কৰা হৈছে, Higher Educationক লৈ দেশৰ approachত এক বৃহৎ Shift আহিব। যোৱা বছৰবিলাকত Educationক Employability আৰু Entrepreneurial Capabilitiesৰ সৈতে সংযোগ কৰাৰ যি প্ৰয়াস কৰা হৈছে, এই বাজেটে তাক আৰু বিস্তৃতি দিছে।

এই প্ৰয়োগসমূহৰ পৰিণাম স্বৰূপেই আজি scientific publicationsৰ বিষয়ত ভাৰত Top-3 দেশৰ শাৰীত আহিছে। PhD কৰোতাৰ সংখ্যা আৰু ষ্টাৰ্ট আপ ইক'ছিষ্টেমৰ বিষয়টো আমি পৃথিৱীত Top-3ত অৱতীৰ্ণ হৈছো।

Global Innovation Indexত ভাৰত পৃথিৱীৰ Top-50  Innovative Countriesত অন্তৰ্ভুক্ত হৈছে আৰু নিৰন্তৰ সংশোধন হৈ আছে। উচ্চ শিক্ষা, ৰিছাৰ্চ আৰু ইন'ভেচনক নিৰন্তৰ উৎসাহেৰে আমাৰ students আৰু young scientistsৰ বাবে নতুন সুযোগ বহুত বেছি বাঢ়ি আছে আৰু ভাল কথা এইটোও যে R&Dত কন্যাসকলৰ অংশগ্ৰহণত এক ভাল সন্তোষজনক বৃদ্ধি দেখিবলৈ পোৱা গৈছে।

বন্ধুগণ,

প্ৰথমবাৰ দেশৰ স্কুলসমূহত Atal Tinkering Labsৰ পৰা উচ্চ স্থানত Atal Incubation Centersলৈকে ফ'কাছ কৰি থকা হৈছে। দেশত ষ্টাৰ্ট আপছৰ বাবে Hackathonsৰ নতুন পৰম্পৰা দেশত হৈছে, যি দেশৰ যুৱক-যুৱতীসকল আৰু ইণ্ডাষ্ট্ৰী, উভয়ৰে বাবে বহুত ডাঙৰ শক্তি হৈ আছে। National Initiative for Developing and Harnessing Innovationৰ মাধ্যমতে চাৰে ৩ হাজাৰতকৈ অধিক Startup, nurture কৰা হৈছে।

এনেকৈয়ে, The National Super Computing Missionৰ জৰিয়তে, পৰম শিৱায়, পৰম শক্তি আৰু পৰম ব্ৰহ্মা, নামেৰে তিনিটা ছুপাৰ কম্পিউটাৰ IIT BHU, IIT-Kharagpur আৰু IISER, Puneত স্থাপন কৰা হৈছে। এই বছৰ দেশৰ এক ডজনতকৈও অধিক সংস্থানত এনেকুৱা ছুপাৰ কম্পিউটাৰ স্থাপন কৰাৰ পৰিকল্পনা আছে। IIT Kharagpur, IIT Delhi আৰু BHUত তিনিটা Sophisticated Analytical আৰু Technical Help Institutes (SATHI)য়েও সেৱা প্ৰদান কৰি আছে।

এই সকলো কামৰ বিষয়ে কোৱাটো আজি এই কাৰণেই প্ৰয়োজন কিয়নো ই চৰকাৰৰ vision, চৰকাৰৰ approachক দৰ্শাইছে। ২১ শতিকাৰ ভাৰতত ১৯ শতিকাৰ ধাৰণাক পিছ পেলাইহে আমি আগবাঢ়িব লাগিব।

বন্ধুগণ,

আমাৰ ইয়াত কোৱা হৈছে-

व्यये कृते वर्धते एव नित्यं विद्याधनं सर्वधन प्रधानम् ॥

অৰ্থাৎ বিদ্যা এনেকুৱা ধন, যি নিজৰ ওচৰত সীমিত ৰাখিলে নহয় বৰং ভগাই দিলে বাঢ়ে। সেয়ে বিদ্যাধন, বিদ্যাদান শ্ৰেষ্ঠ। Knowledgeক, researchক, সীমিত ৰখা দেশৰ সামৰ্থ্যৰ সৈতে বহুত ডাঙৰ অন্যায়। এই ধাৰণাৰেই স্পেচ হওক, atomic energy হওক, DRDO হওক, agricultural হওক, এনেকুৱা বহু sectorsৰ দুৱাৰ নিজৰ প্ৰতিভাশালী যুৱক-যুৱতীৰ বাবে খোলা হৈ আছে।

সম্প্ৰতি দুটা আৰু ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাৰ ফলত innovation, research আৰু developmentৰ সম্পূৰ্ণ Ecosystemৰ বহুত লাভ হ'ব। দেশে প্ৰথমবাৰ Meteorologyৰে জড়িত আন্তঃৰাষ্ট্ৰীয় মানকৰ ওপৰত থিয় হোৱা Indian Solutions পোৱা গৈছে আৰু এই ছিষ্টেম অহৰহ শক্তিশালী কৰি থকা হৈছে। ইয়াৰ ফলত R&D আৰু আমাৰ  productsৰ Global Competencyত বহুত সংশোধন আহিব।

ইয়াৰ উপৰিও সম্প্ৰতি Geo-spatial Dataক লৈও বহুত ডাঙৰ reform কৰা হৈছে। এতিয়া Space Data আৰু ইয়াৰে আধাৰিত Space Technologyক দেশৰ যুৱক-যুৱতীসকলৰ বাবে, দেশৰ যুৱ Entrepreneursৰ বাবে, Startupsৰ বাবে খুলি দিয়া হৈছে। মই আপোনালোক সকলো বন্ধুকে আহ্বান জনাওঁ যে এই ৰিফৰ্মছৰ বেছিকৈ ব্যৱহাৰ কৰক, বেছিকৈ লাভবান্বিত হওক।

বন্ধুগণ,

এই বছৰৰ বাজেটত Institution Making আৰু Accessৰ ওপৰত অধিক জোৰ দিয়া হৈছে। দেশত প্ৰথমবাৰ National Research Foundationৰ নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ বাবে ৫০ হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত researchৰ সৈতে জড়িত সংস্থানৰ Governance Structureৰ পৰা R&D, Academia আৰু Industryৰ linkage শক্তিশালী হ'ব। Biotechnologyৰে জড়িত ৰিছাৰ্চৰ বাবে বাজেটত ১০০ শতাংশতকৈ অধিক বৃদ্ধিয়ে চৰকাৰৰ প্ৰাথমিকতাক প্ৰতিপন্ন কৰিছে।

বন্ধুগণ,

ভাৰতৰ ফাৰ্মা আৰু ভেকচিনৰ সৈতে জড়িত  Researchersয়ে ভাৰতক সুৰক্ষা আৰু সন্মান দুয়োটা দিয়াইছে। নিজৰ এই সামৰ্থ্যক আৰু শক্তিশালী কৰিবলৈ চৰকাৰে প্ৰথমতেই ৭টা National Institutes of Pharmaceutical Education & Researchক ৰাষ্ট্ৰীয় মহত্বৰ সংস্থান বুলি ঘোষণা কৰিছে। এই ছেক্টৰত R&Dক লৈ প্ৰাইভেট ছেক্টৰৰ, আমাৰ ইণ্ডাষ্ট্ৰীৰ ভূমিকা বহুত প্ৰশংসনীয়। মোৰ বিশ্বাস যে এই ভূমিকাৰ অনাগত সময়ত অধিক বিস্তাৰ হ'ব।

বন্ধুগণ,

এতিয়া Biotechnologyৰ সামৰ্থ্যৰ পৰিসৰ দেশৰ খাদ্য সুৰক্ষা, দেশৰ পুষ্টি, দেশৰ কৃষিৰ হিতত কেনেকৈ ব্যাপক হয়, ইয়াৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে। কৃষকৰ আয় বৃদ্ধি কৰিবলৈ, তেওঁলোকৰ জীৱন উন্নত কৰি তুলিবলৈ Biotechnologyৰে জড়িত ৰিছাৰ্চত যিসকল বন্ধু লাগি আছে, দেশৰ তেওঁলোকৰ ওপৰত বহু আশা আছে। মোৰ ইণ্ডাষ্ট্ৰীৰ সকলো বন্ধুলৈ আহ্বান যে ইয়াত নিজৰ অংশগ্ৰহণ বৃদ্ধি কৰক। দেশত ১০টা Biotech University Research Joint Industry Translational Cluster (URJIT)ও নিৰ্মাণ কৰি থকা হৈছে। যাতে ইয়াত হ'বলগীয়া Inventions আৰু Innovationsৰ ইণ্ডাষ্ট্ৰীয়ে দ্ৰুতগতিত ব্যৱহাৰ কৰিব পাৰে। এনেকৈ দেশৰ ১০০তকৈ অধিক Aspirational Districtsত Biotech-কৃষক প্ৰগ্ৰেম হওক, Himalayan Bio-resource Mission Programme হওক বা Consortium Programme on Marine Biotechnology Network, ইয়াত ৰিছাৰ্চ আৰু ইণ্ডাষ্ট্ৰীৰ অংশীদাৰিত্ব উন্নত কেনেকৈ হ'ব পাৰে তাৰ বাবে আমি একেলগে কাম কৰিব লাগিব।

বন্ধুগণ,

Future Fuel, Green Energy আমাৰ Energyত আত্মনিৰ্ভৰতাৰ বাবে বহুত আৱশ্যকীয়। সেয়ে বাজেটত ঘোষিত Hydrogen Mission এটা বহুত ডাঙৰ সংকল্প। ভাৰতে Hydrogen Vehicleৰ Test কৰিলে। এতিয়া Hydrogenক ট্ৰেন্সপ'ৰ্টৰ Fuelৰ ৰূপত উপযোগিতা আৰু ইয়াৰ বাবে নিজক Industry Ready কৰি তুলিবলৈ এতিয়া আমি লগ হৈ আগবাঢ়িব লাগিব। ইয়াৰ উপৰিও সামুদ্ৰিক সম্পদৰ সৈতে জড়িত ৰিছাৰ্চতো নিজৰ সামৰ্থ্য আমি বঢ়াব লাগিব। চৰকাৰে Deep Sea Mission ও লঞ্চ কৰিব। এই মিছন, Goal-oriented হ'ব আৰু Multi-sectoral approachৰ ওপৰত আধাৰিত হ'ব, যাতে Blue Economyৰ Potentialক আমি সম্পূৰ্ণ ৰূপে Unlock কৰিব পাৰো।

বন্ধুগণ,

শিক্ষা প্ৰতিষ্ঠান, ৰিছাৰ্চৰে জড়িত প্ৰতিষ্ঠান আৰু ইণ্ডাষ্ট্ৰীৰ Collaborationক আমি অধিক শক্তিশালী কৰিব লাগিব। আমি নতুন ৰিছাৰ্চ Paper Publish কৰাৰ ওপৰত focus কৰিবই লাগিব, পৃথিৱীজুৰি যি Research Paper Publish হয়, তালৈকে ভাৰতৰ Researchersৰ, ভাৰতৰ Studentsৰ Access সহজ কেনেকৈ হয়, সেয়া সুনিশ্চিত কৰাটোও আজি সময়ৰ দাবী। চৰকাৰে নিজৰ স্তৰত ইয়াক লৈ কাম কৰি আছে, কিন্তু ইণ্ডাষ্ট্ৰীয়েও ইয়াত নিজৰ ফালৰ পৰা কনট্ৰিবিউট কৰিব লাগিব।

আমি এই কথা মনত ৰাখিব লাগিব যে Access আৰু Inclusion অনিবাৰ্য হৈ পৰিছে। আৰু Affordability, Accessৰ এটা বহুত ডাঙৰ পূৰ্বচৰ্ত। আৰু এটা কথা যাৰ ওপৰত আমি ফ'কাছ কৰিব লাগিব সেয়া হৈছে Globalক Localৰ সৈতে Integrate কেনেকৈ কৰিম। আজি ভাৰতৰ talentৰ সমগ্ৰ পৃথিৱীত বহুত demand আছে। ইয়াৰ বাবে প্ৰয়োজন Global Demandৰ প্ৰতি লক্ষ্য ৰাখি Skill Setsৰ  Mapping হওক আৰু তাৰ আধাৰত দেশত যুৱক-যুৱতীসকলক প্ৰস্তুত কৰা হওক।

International Campusesক ভাৰতলৈ অনাৰ কথাই হওক বা আকৌ অন্য দেশৰ Best Practicesক Collaborationসহ adopt কৰাই হওক, ইয়াৰ বাবে আমি কান্ধত কান্ধ মিলাই চলিব লাগিব। দেশৰ যুৱক-যুৱতীসকলক Industry Ready কৰি তোলাৰ লগতে নতুন প্ৰত্যাহ্বান, পৰিৱৰ্তিত টেকনলজিৰ সৈতে Skill Up gradation কৰাৰ প্ৰভাৱশালী মেকানিজমৰ বিষয়েও এক সংগঠিত প্ৰয়াসৰ প্ৰয়োজন। এই বাজেটত Ease of Doing Apprenticeship Programৰ জৰিয়তেও ইণ্ডাষ্ট্ৰী আৰু দেশৰ যুৱক-যুৱতীসকলৰ বহুত লাভ হ'ব। মোৰ বিশ্বাস আছে যে ইয়াতো ইণ্ডাষ্ট্ৰীৰ অংশীদাৰিত্ব বিস্তাৰিত হ'ব।

বন্ধুগণ,

Skill Development হওক বা পুনৰ Research আৰু Innovation, সেয়া Comprehension অৰ্থাৎ উপলব্ধি অবিহনে সম্ভৱ নহয়। সেয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মাধ্যমত দেশৰ Education Systemত এয়া সবাতোকৈ ডাঙৰ সংস্কাৰ অনা হৈছে। এই ৱেবিনাৰত বহা সকলো এক্সপাৰ্ট, সকলো শিক্ষাবিদতকৈ ভালদৰে এই কথা কোনে জানে যে বিষয়ৰ উপলব্ধিত ভাষাৰ এক বহুত ডাঙৰ যোগদান থাকে। নতুন National Education Policyত স্থানীয় ভাষাৰ অধিক ব্যৱহাৰৰ বাবে উদগণি দিয়া হৈছে।

এতিয়া এয়া সকলো শিক্ষাবিদৰ, প্ৰতিজন ভাষাবিদৰ দায়িত্ব যে দেশ আৰু পৃথিৱীৰ Best Content ভাৰতীয় ভাষাত কেনেকৈ প্ৰস্তুত হ'ব। টেকনলজিৰ এই যুগত এয়া সম্পূৰ্ণৰূপে সম্ভৱ। প্ৰাইমাৰীৰ পৰা উচ্চ শিক্ষালৈকে ভাৰতীয় ভাষাত এক উন্নত Content দেশৰ যুৱক-যুৱতীসকলে পাওক, এয়া আমি সুনিশ্চিত কৰিব লাগিব। Medical হওক, Engineering হওক, Technology হওক, Management হওক, এনেকুৱা প্ৰতিটো Expertiseৰ বাবে ভাৰতীয় ভাষাত Content প্ৰস্তুত কৰা প্ৰয়োজন।

মই আপোনালোকক আহ্বান জনাম যে আমাৰ দেশত talentৰ অভাৱ নাই। গাঁও হওক, দুখীয়া হওক, যাক নিজৰ ভাষাৰ বাহিৰে আন একো নাজানে তেওঁলোকৰ talent কম নহয়। ভাষাৰ বাবেই আমাৰ গাঁৱৰ, আমাৰ দুখীয়াৰ talentক আমি মৰিবলৈ দিব নালাগে। দেশত দেশৰ বিকাশ যাত্ৰাৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰাখিব নালাগে। ভাৰতৰ talent গাঁৱতো আছে, ভাৰতৰ talent দুখীয়াৰ ঘৰতো আছে, ভাৰতৰ talent কোনোবা নহয় কোনোবা ডাঙৰ ভাষাৰ পৰা বঞ্চিত হোৱা আমাৰ দেশৰ শিশুসকলৰ মাজতো আছে। আৰু সেয়েহে সেই talentৰ ব্যৱহাৰ ইমান ডাঙৰ দেশৰ বাবে সংযুক্ত কৰা খুবেই প্ৰয়োজন। সেয়ে ভাষাৰ barrierৰ পৰা বাহিৰ হৈ আমি তেওঁলোকৰ ভাষাত তেওঁলোকৰ talentক ফলে-ফুলে জাতিস্কাৰ হ'বলৈ সুযোগ দিয়া, ইয়াক Mission Modeত কৰাৰ প্ৰয়োজন আছে। বাজেটত ঘোষিত National Language Translation Missionৰ পৰা ইয়াৰ বাবে বহুত উদগণি পোৱা যাব।

বন্ধুগণ,

এয়া যিমান ব্যৱস্থাৱলী আছে, এয়া যিমান Reforms আছে, এয়া সকলোৰে অংশগ্ৰহণেৰেহে সম্পূৰ্ণ হ'ব। চৰকাৰ হওক, শিক্ষাবিদ হওক, এক্সপাৰ্ট হওক, ইণ্ডাষ্ট্ৰী হওক, Collaborative Approachৰ জৰিয়তে Higher Educationৰ ছেক্টৰক কেনেকৈ আগবঢ়াই নিব পাৰি, ইয়াৰ ওপৰত আজিৰ চৰ্চাত আপোনালোকৰ পৰামৰ্শ বহুত মূল্যৱান হ'ব, বহুত কামত আহিব। মোক কোৱা হৈছে যে অহা কেইটামান ঘন্টাত ইয়াৰ সৈতে জড়িত ৬টা থিমছৰ ওপৰত ইয়াত বিস্তৃতভাৱে আলোচনা হ'ব।

ইয়াৰ পৰা ওলোৱা পৰামৰ্শ আৰু সমাধানৰ পৰা দেশৰ বহুত আশা আছে। আৰু মই আপোনালোকক এই আহ্বান জনাম যে এতিয়া নীতিত এই পৰিৱৰ্তন হোৱা দৰকাৰ নে বাজেটত এই পৰিৱৰ্তন হোৱা দৰকাৰ, সেই সময় সম্পূৰ্ণ হৈছে। এতিয়া next 365 days, এক তাৰিখৰ পৰাই নতুন বাজেট, নতুন স্কীম দ্ৰুত গতিত কেনেকৈ ৰূপায়ণ হয়, সৰ্বাধিক হিন্দুস্তানৰ ভূ-ভাগত সেয়া কেনেকৈ পাবগৈ, অন্তিম ব্যক্তি পৰ্যন্ত য'ত পাবগৈ লাগে তাত কেনেকৈ পাবগৈ, Road Map কেনেকুৱা হ'ব, decision making কেনেকুৱা হ'ব। যি সৰুসুৰা hurdles আছে Implementationত তাৰ পৰা মুক্তি কেনেকৈ হ'ব; এই সকলো কথাৰ ওপৰত যিমানেই বেছি focus হ'ব সিমানেই বেছি লাভ এক এপ্ৰিলৰ পৰাই নতুন বাজেট বলৱৎ কৰাত হ'ব। আমাৰ ওচৰত যিমান সময় আছে, maximum ব্যৱহাৰ কৰাৰ অভিপ্ৰায় আছে।

মোৰ বিশ্বাস আছে যে আপোনালোকৰ ওচৰত অনুভৱ আছে, ভিন্ন ভিন্ন ক্ষেত্ৰৰ অনুভৱ আছে। আপোনালোকৰ বিচাৰ, আপোনালোকৰ অনুভৱ আৰু কিবা নহয় কিবা দায়িত্ব লোৱাৰ প্ৰস্তুতিয়ে আমাক ঈপ্সিত পৰিণাম নিশ্চয় দিব। মই আপোনালোক সকলোকে এই ৱেবিনাৰৰ বাবে, উত্তম বিচাৰৰ বাবে, Perfect Roadmapৰ বাবে অলেখ অলেখ শুভকামনা জনাইছো।

বহুত বহুত কৃতজ্ঞতা!!

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।