QuoteSummit is an addition of a new chapter to the Indo-German Partnership: PM
QuoteYear 2024 marks the 25th anniversary of the Indo-German Strategic Partnership, making it a historic year: PM
QuoteGermany's "Focus on India" document reflects the world recognising the strategic importance of India: PM
QuoteIndia has made significant strides, becoming a leading country in mobile and electronics manufacturing: PM
QuoteIndia is making rapid advancements in physical, social, and digital infrastructure: PM
QuotePrime Minister calls for a partnership between India's dynamism and Germany's precision

গুটেন এবেণ্ড!

ষ্টুটগাৰ্ট নিউজ9 গ্ল’বেল ছামিট (Stuttgart News9 Global Summit)লৈ অহা সকলো বন্ধুক মোৰ নমস্কাৰ!

মন্ত্ৰী উইনফ্ৰাইড, মোৰ কেবিনেট সহকৰ্মী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভদ্ৰ মহিলা আৰু সজ্জনসকল!

ভাৰত-জাৰ্মান অংশীদাৰিত্বত আজি এটা নতুন অধ্যায় সংযোজন কৰা হৈছে। ভাৰতৰ টিভি-৯ য়ে VfB Stuttgart, আৰু Baden-Württembergৰ সৈতে জাৰ্মানীত এই শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। মই সুখী যে ভাৰতৰ পৰা এটা মিডিয়া গ্ৰুপে আজিৰ তথ্য যুগত জাৰ্মানী আৰু জাৰ্মান জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰিছে। ইয়াৰ দ্বাৰা ভাৰতৰ জনসাধাৰণেও জাৰ্মানী আৰু জাৰ্মানীৰ জনসাধাৰণক বুজিবলৈ এক মঞ্চ লাভ কৰিব। মই এই কথাক লৈও আনন্দিত যে News-9 ইংৰাজী নিউজ চেনেলো মুকলি কৰা হৈছে।

বন্ধুসকল,

এই ছামিটৰ বিষয়বস্তু হৈছে ভাৰত-জাৰ্মানী: বহনক্ষম বৃদ্ধিৰ বাবে এক ৰোডমেপ। আৰু এই বিষয়বস্তুও দুয়োখন দেশৰ দায়িত্বশীল অংশীদাৰিত্বৰ প্ৰতীক। যোৱা দুদিনত আপোনালোক সকলোৱে অৰ্থনৈতিক বিষয়ৰ লগতে ক্ৰীড়া আৰু মনোৰঞ্জনৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত অতি ইতিবাচক আলোচনা কৰিছে।

 

|

বন্ধুসকল,

ভূ-ৰাজনৈতিক সম্পৰ্ক আৰু বাণিজ্য আৰু বিনিয়োগ দুয়োটা দিশতে ইউৰোপ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশলগত অঞ্চল। আৰু জাৰ্মানী আমাৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ। ভাৰত-জাৰ্মান কৌশলগত অংশীদাৰিত্বই ২০২৪ চনত ২৫ বছৰ সম্পূৰ্ণ কৰে। আৰু এই অংশীদাৰিত্বৰ বাবে এই বছৰটো ঐতিহাসিক আৰু বিশেষ হৈ ৰ’ল৷ মাত্ৰ যোৱা মাহত চ্যান্সেলৰ শ্বোলজ তৃতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণলৈ গৈছিল। ১২ বছৰৰ পাছত দিল্লীত জাৰ্মান বিজনেছৰ এছিয়া-পেচিফিক সন্মিলনৰ আয়োজন কৰা হয়। ইয়াত জাৰ্মানীয়ে ফ’কাচ অন ইণ্ডিয়া ডকুমেণ্ট প্ৰকাশ কৰে। কেৱল এয়াই নহয়, ভাৰতৰ বাবে দক্ষ শ্ৰমিকৰ কৌশলো মুকলি কৰা হ’ল। জাৰ্মানীয়ে প্ৰকাশ কৰা এইটোৱেই প্ৰথম দেশ নিৰ্দিষ্ট কৌশল।

বন্ধুসকল,

ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্ব হয়তো ২৫ বছৰ ধৰি প্ৰতিষ্ঠা হৈছে, কিন্তু আমাৰ ঘনিষ্ঠ সম্পৰ্ক শতিকা পুৰণি। ইউৰোপৰ প্ৰথম সংস্কৃত ব্যাকৰণ গ্ৰন্থ সৃষ্টি কৰা ব্যক্তিজন আছিল এজন জাৰ্মান। দুজন জাৰ্মান ব্যৱসায়ীৰ বাবে জাৰ্মানী ইউৰোপৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় য’ত তামিল আৰু তেলেগু ভাষাত কিতাপ প্ৰকাশ হয়। আজি জাৰ্মানীত প্ৰায় ৩ লাখ ভাৰতীয় বাস কৰে। ভাৰতৰ পৰা অহা ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে জাৰ্মান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে, আৰু ইয়াত অধ্যয়ন কৰা বিদেশী ছাত্ৰ-ছাত্ৰীৰ এইটোৱেই আটাইতকৈ ডাঙৰ গোটো। ভাৰত-জাৰ্মানী সম্পৰ্কৰ আন এটা দিশ ভাৰতত দেখা যায়। আজি ভাৰতত ১৮০০ৰো অধিক জাৰ্মান কোম্পানীয়ে কাম কৰি আছে। এই কোম্পানীসমূহেও যোৱা ৩-৪ বছৰত ১৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। আজি দুয়োখন দেশৰ মাজত প্ৰায় ৩৪ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য চলি আছে। অনাগত বছৰবোৰত এই ব্যৱসায় আৰু অধিক বৃদ্ধি পাব বুলি মোৰ বিশ্বাস। মই এই কথা কৈছোঁ কাৰণ ভাৰত আৰু জাৰ্মানীৰ পাৰস্পৰিক অংশীদাৰিত্ব বিগত কেইবছৰমানৰ পৰা ধাৰাবাহিকভাৱে শক্তিশালী হৈ আহিছে।

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি। বিশ্বৰ প্ৰতিখন দেশেই উন্নয়নৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব কৰিব বিচাৰে। জাৰ্মানীৰ ফ’কাচ অন ইণ্ডিয়া নথিখনো ইয়াৰ এক ডাঙৰ উদাহৰণ। এই নথিখনে দেখুৱাইছে যে আজি সমগ্ৰ বিশ্বই ভাৰতৰ কৌশলগত গুৰুত্ব কেনেকৈ স্বীকাৰ কৰিছে। বিগত ১০ বছৰ ধৰি ভাৰতত চলি থকা সংস্কাৰ, পৰিবেশন, ৰূপান্তৰৰ মন্ত্ৰই বিশ্বৰ চিন্তাধাৰাৰ এই পৰিৱৰ্তনত ডাঙৰ ভূমিকা লৈছে। ভাৰতে প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো খণ্ডতে নতুন নীতি নিৰ্ধাৰণ কৰিলে। একবিংশ শতিকাত দ্ৰুত বৃদ্ধিৰ বাবে নিজকে প্ৰস্তুত কৰিছিল। আমি ৰেড টেপ নাইকিয়া কৰি ইজ অৱ ডুইং বিজনেছৰ উন্নতি কৰিলোঁ। ভাৰতে ত্ৰিশ হাজাৰতকৈও অধিক কম্প্লাইয়েন্স নাইকিয়া কৰিলে, ভাৰতে নিজৰ বেংকসমূহক শক্তিশালী কৰিলে যাতে সময়োপযোগী আৰু সুলভ মূল্যৰ মূলধন উন্নয়নৰ বাবে উপলব্ধ হয়। আমি জি এছ টিৰ কাৰ্যক্ষম ব্যৱস্থা আনি জটিল কৰ ব্যৱস্থাটো সলনি আৰু সৰল কৰিলোঁ। আমি দেশত এক প্ৰগতিশীল আৰু সুস্থিৰ নীতি নিৰ্মাণৰ পৰিৱেশ সৃষ্টি কৰিলোঁ, যাতে আমাৰ ব্যৱসায়সমূহে আগবাঢ়ি যাব পাৰে। আজি ভাৰতত এক শক্তিশালী ভেটি স্থাপন কৰা হৈছে, যাৰ ওপৰত উন্নত ভাৰতৰ ভব্য অট্টালিকা নিৰ্মাণ হ’ব। আৰু ইয়াত জাৰ্মানী ভাৰতৰ নিৰ্ভৰযোগ্য অংশীদাৰ হ’ব।

 

|

বন্ধুসকল,

জাৰ্মানীৰ উন্নয়ন যাত্ৰাত উৎপাদন আৰু অভিযান্ত্ৰিকতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতেও বিশ্বৰ এক প্ৰধান উৎপাদন কেন্দ্ৰ হোৱাৰ দিশত আগবাঢ়িছে। ভাৰতে আজি মেক ইন ইণ্ডিয়াত যোগদান কৰা নিৰ্মাতাসকলক উৎপাদন সম্পৰ্কীয় প্ৰৰোচনা প্ৰদান কৰে। আৰু মই আপোনালোকক ক’বলৈ পাই সুখী যে আমাৰ মেনুফেকচাৰিং লেণ্ডস্কেপত এক বৃহৎ পৰিৱৰ্তন হৈছে। আজি ভাৰত মোবাইল আৰু ইলেক্ট্ৰনিকছ নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ। আজি ভাৰত বিশ্বৰ সৰ্ববৃহৎ দুচকীয়া বাহন নিৰ্মাতা। ই দ্বিতীয় বৃহত্তম ষ্টীল আৰু চিমেণ্ট নিৰ্মাতা, আৰু চতুৰ্থ বৃহত্তম চাৰিচকীয়া বাহন নিৰ্মাতা। ভাৰতৰ অৰ্ধপৰিবাহী উদ্যোগেও অতি শীঘ্ৰে বিশ্বত পতাকা উত্তোলন কৰিবলৈ ওলাইছে। এইটো এনেকুৱা হ’ল কাৰণ, যোৱা কেইবছৰমানৰ পৰা আমাৰ চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, লজিষ্টিক খৰচ হ্ৰাস, ব্যৱসায় কৰাত সহজতা আৰু সুস্থিৰ শাসনৰ বাবে নীতি নিৰ্ধাৰণ আৰু নতুন সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। যিকোনো দেশৰ দ্ৰুত বিকাশৰ বাবে আমি ভৌতিক, সামাজিক আৰু ডিজিটেল আন্তঃগাঁথনিৰ ওপৰত বিনিয়োগ বৃদ্ধি কৰাটো প্ৰয়োজনীয়। ভাৰতত এই তিনিটা ফ্ৰণ্টত আন্তঃগাঁথনি সৃষ্টিৰ কাম অতি দ্ৰুতগতিত চলি আছে। আজি বিশ্বই আমাৰ বিনিয়োগ আৰু উদ্ভাৱনৰ প্ৰভাৱ ডিজিটেল প্ৰযুক্তিৰ ওপৰত দেখিবলৈ পাইছে। বিশ্বৰ আটাইতকৈ অনন্য ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি থকা দেশ ভাৰত।

 

|

বন্ধুসকল,

আজি ভাৰতত বহুতো জাৰ্মান কোম্পানী আছে। এই কোম্পানীবোৰক বিনিয়োগ আৰু বৃদ্ধিৰ বাবে আমন্ত্ৰণ জনাইছোঁ। ভাৰতত এতিয়াও বহু জাৰ্মান কোম্পানীয়ে ভেটি স্থাপন কৰা নাই। ভাৰতলৈ আহিবলৈ তেওঁলোককো মই নিমন্ত্ৰণ জনাইছোঁ। আৰু যেনেকৈ মই দিল্লীৰ এছিয়া পেচিফিক কনফাৰেন্স অফ জাৰ্মান কোম্পানীজতো কৈছিলোঁ, ভাৰতৰ প্ৰগতিৰ সৈতে সংযোগ স্থাপনৰ- এয়াই সময়, সঠিক সময়। ভাৰতৰ গতিশীলতাৰ সৈতে জাৰ্মানীৰ নিখুঁততা, জাৰ্মানীৰ অভিযান্ত্ৰিকতাৰ সংমিশ্ৰণত ভাৰতৰ উদ্ভাৱন, এইটো আমাৰ সকলোৰে প্ৰচেষ্টা হ’ব লাগে। বিশ্বৰ এক প্ৰাচীন সভ্যতা হিচাপে আমি সদায় সমগ্ৰ বিশ্বৰ মানুহক আদৰি লৈ আহিছোঁ আৰু তেওঁলোকক আমাৰ দেশৰ অংগ কৰি আহিছোঁ। মই আপোনালোকক বিশ্বৰ সমৃদ্ধিশালী ভৱিষ্যতৰ নিৰ্মাণত সহযোগী হ’বলৈ আমন্ত্ৰণ জনাইছোঁ।

ধন্যবাদ।

ডানকে!

 

  • Jitendra Kumar April 28, 2025

    ❤️🙏🇮🇳
  • Jitender Kumar BJP Haryana Gurgaon MP January 25, 2025

    All news are fake, bastered news channel in India
  • Jitender Kumar BJP Haryana Gurgaon MP January 25, 2025

    All news Channels are bastered fake news providers
  • Jitender Kumar BJP Haryana Gurgaon MP January 25, 2025

    All media groups are bastered
  • Vivek Kumar Gupta January 22, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta January 22, 2025

    नमो ............................🙏🙏🙏🙏🙏
  • Dheeraj Thakur January 17, 2025

    जय श्री राम।
  • Dheeraj Thakur January 17, 2025

    जय श्री राम
  • Jayanta Kumar Bhadra January 14, 2025

    Jay 🕉 🕉
  • pramod kumar mahto January 12, 2025

    जय श्री राम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Explained: How PM Narendra Modi's Khelo India Games programme serve as launchpad of Indian sporting future

Media Coverage

Explained: How PM Narendra Modi's Khelo India Games programme serve as launchpad of Indian sporting future
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The government is focusing on modernizing the sports infrastructure in the country: PM Modi at Khelo India Youth Games
May 04, 2025
QuoteBest wishes to the athletes participating in the Khelo India Youth Games being held in Bihar, May this platform bring out your best: PM
QuoteToday India is making efforts to bring Olympics in our country in the year 2036: PM
QuoteThe government is focusing on modernizing the sports infrastructure in the country: PM
QuoteThe sports budget has been increased more than three times in the last decade, this year the sports budget is about Rs 4,000 crores: PM
QuoteWe have made sports a part of mainstream education in the new National Education Policy with the aim of producing good sportspersons & sports professionals in the country: PM

बिहार के मुख्यमंत्री श्रीमान नीतीश कुमार जी, केंद्रीय मंत्रिमंडल के मेरे सहयोगी मनसुख भाई, बहन रक्षा खड़से, श्रीमान राम नाथ ठाकुर जी, बिहार के डिप्टी सीएम सम्राट चौधरी जी, विजय कुमार सिन्हा जी, उपस्थित अन्य महानुभाव, सभी खिलाड़ी, कोच, अन्य स्टाफ और मेरे प्यारे युवा साथियों!

देश के कोना-कोना से आइल,, एक से बढ़ के एक, एक से नीमन एक, रउआ खिलाड़ी लोगन के हम अभिनंदन करत बानी।

साथियों,

खेलो इंडिया यूथ गेम्स के दौरान बिहार के कई शहरों में प्रतियोगिताएं होंगी। पटना से राजगीर, गया से भागलपुर और बेगूसराय तक, आने वाले कुछ दिनों में छह हज़ार से अधिक युवा एथलीट, छह हजार से ज्यादा सपनों औऱ संकल्पों के साथ बिहार की इस पवित्र धरती पर परचम लहराएंगे। मैं सभी खिलाड़ियों को अपनी शुभकामनाएं देता हूं। भारत में स्पोर्ट्स अब एक कल्चर के रूप में अपनी पहचान बना रहा है। और जितना ज्यादा भारत में स्पोर्टिंग कल्चर बढ़ेगा, उतना ही भारत की सॉफ्ट पावर भी बढ़ेगी। खेलो इंडिया यूथ गेम्स इस दिशा में, देश के युवाओं के लिए एक बहुत बड़ा प्लेटफॉर्म बना है।

साथियों,

किसी भी खिलाड़ी को अपना प्रदर्शन बेहतर करने के लिए, खुद को लगातार कसौटी पर कसने के लिए, ज्यादा से ज्यादा मैच खेलना, ज्यादा से ज्यादा प्रतियोगिताओं में हिस्सा, ये बहुत जरूरी होता है। NDA सरकार ने अपनी नीतियों में हमेशा इसे सर्वोच्च प्राथमिकता दी है। आज खेलो इंडिया, यूनिवर्सिटी गेम्स होते हैं, खेलो इंडिया यूथ गेम्स होते हैं, खेलो इंडिया विंटर गेम्स होते हैं, खेलो इंडिया पैरा गेम्स होते हैं, यानी साल भर, अलग-अलग लेवल पर, पूरे देश के स्तर पर, राष्ट्रीय स्तर पर लगातार स्पर्धाएं होती रहती हैं। इससे हमारे खिलाड़ियों का आत्मविश्वास बढ़ता है, उनका टैलेंट निखरकर सामने आता है। मैं आपको क्रिकेट की दुनिया से एक उदाहरण देता हूं। अभी हमने IPL में बिहार के ही बेटे वैभव सूर्यवंशी का शानदार प्रदर्शन देखा। इतनी कम आयु में वैभव ने इतना जबरदस्त रिकॉर्ड बना दिया। वैभव के इस अच्छे खेल के पीछे उनकी मेहनत तो है ही, उनके टैलेंट को सामने लाने में, अलग-अलग लेवल पर ज्यादा से ज्यादा मैचों ने भी बड़ी भूमिका निभाई। यानी, जो जितना खेलेगा, वो उतना खिलेगा। खेलो इंडिया यूथ गेम्स के दौरान आप सभी एथलीट्स को नेशनल लेवल के खेल की बारीकियों को समझने का मौका मिलेगा, आप बहुत कुछ सीख सकेंगे।

साथियों,

ओलंपिक्स कभी भारत में आयोजित हों, ये हर भारतीय का सपना रहा है। आज भारत प्रयास कर रहा है, कि साल 2036 में ओलंपिक्स हमारे देश में हों। अंतरराष्ट्रीय स्तर पर खेलों में भारत का दबदबा बढ़ाने के लिए, स्पोर्टिंग टैलेंट की स्कूल लेवल पर ही पहचान करने के लिए, सरकार स्कूल के स्तर पर एथलीट्स को खोजकर उन्हें ट्रेन कर रही है। खेलो इंडिया से लेकर TOPS स्कीम तक, एक पूरा इकोसिस्टम, इसके लिए विकसित किया गया है। आज बिहार सहित, पूरे देश के हजारों एथलीट्स इसका लाभ उठा रहे हैं। सरकार का फोकस इस बात पर भी है कि हमारे खिलाड़ियों को ज्यादा से ज्यादा नए स्पोर्ट्स खेलने का मौका मिले। इसलिए ही खेलो इंडिया यूथ गेम्स में गतका, कलारीपयट्टू, खो-खो, मल्लखंभ और यहां तक की योगासन को शामिल किया गया है। हाल के दिनों में हमारे खिलाड़ियों ने कई नए खेलों में बहुत ही अच्छा प्रदर्शन करके दिखाया है। वुशु, सेपाक-टकरा, पन्चक-सीलाट, लॉन बॉल्स, रोलर स्केटिंग जैसे खेलों में भी अब भारतीय खिलाड़ी आगे आ रहे हैं। साल 2022 के कॉमनवेल्थ गेम्स में महिला टीम ने लॉन बॉल्स में मेडल जीतकर तो सबका ध्यान आकर्षित किया था।

साथियों,

सरकार का जोर, भारत में स्पोर्ट्स इंफ्रास्ट्रक्चर को आधुनिक बनाने पर भी है। बीते दशक में खेल के बजट में तीन गुणा से अधिक की वृद्धि की गई है। इस वर्ष स्पोर्ट्स का बजट करीब 4 हज़ार करोड़ रुपए है। इस बजट का बहुत बड़ा हिस्सा स्पोर्ट्स इंफ्रास्ट्रक्चर पर खर्च हो रहा है। आज देश में एक हज़ार से अधिक खेलो इंडिया सेंटर्स चल रहे हैं। इनमें तीन दर्जन से अधिक हमारे बिहार में ही हैं। बिहार को तो, NDA के डबल इंजन का भी फायदा हो रहा है। यहां बिहार सरकार, अनेक योजनाओं को अपने स्तर पर विस्तार दे रही है। राजगीर में खेलो इंडिया State centre of excellence की स्थापना की गई है। बिहार खेल विश्वविद्यालय, राज्य खेल अकादमी जैसे संस्थान भी बिहार को मिले हैं। पटना-गया हाईवे पर स्पोर्टस सिटी का निर्माण हो रहा है। बिहार के गांवों में खेल सुविधाओं का निर्माण किया गया है। अब खेलो इंडिया यूथ गेम्स- नेशनल स्पोर्ट्स मैप पर बिहार की उपस्थिति को और मज़बूत करने में मदद करेंगे। 

|

साथियों,

स्पोर्ट्स की दुनिया और स्पोर्ट्स से जुड़ी इकॉनॉमी सिर्फ फील्ड तक सीमित नहीं है। आज ये नौजवानों को रोजगार और स्वरोजगार को भी नए अवसर दे रहा है। इसमें फिजियोथेरेपी है, डेटा एनालिटिक्स है, स्पोर्ट्स टेक्नॉलॉजी, ब्रॉडकास्टिंग, ई-स्पोर्ट्स, मैनेजमेंट, ऐसे कई सब-सेक्टर्स हैं। और खासकर तो हमारे युवा, कोच, फिटनेस ट्रेनर, रिक्रूटमेंट एजेंट, इवेंट मैनेजर, स्पोर्ट्स लॉयर, स्पोर्ट्स मीडिया एक्सपर्ट की राह भी जरूर चुन सकते हैं। यानी एक स्टेडियम अब सिर्फ मैच का मैदान नहीं, हज़ारों रोज़गार का स्रोत बन गया है। नौजवानों के लिए स्पोर्ट्स एंटरप्रेन्योरशिप के क्षेत्र में भी अनेक संभावनाएं बन रही हैं। आज देश में जो नेशनल स्पोर्ट्स यूनिवर्सिटी बन रही हैं, या फिर नई नेशनल एजुकेशन पॉलिसी बनी है, जिसमें हमने स्पोर्ट्स को मेनस्ट्रीम पढ़ाई का हिस्सा बनाया है, इसका मकसद भी देश में अच्छे खिलाड़ियों के साथ-साथ बेहतरीन स्पोर्ट्स प्रोफेशनल्स बनाने का है। 

मेरे युवा साथियों, 

हम जानते हैं, जीवन के हर क्षेत्र में स्पोर्ट्समैन शिप का बहुत बड़ा महत्व होता है। स्पोर्ट्स के मैदान में हम टीम भावना सीखते हैं, एक दूसरे के साथ मिलकर आगे बढ़ना सीखते हैं। आपको खेल के मैदान पर अपना बेस्ट देना है और एक भारत श्रेष्ठ भारत के ब्रांड ऐंबेसेडर के रूप में भी अपनी भूमिका मजबूत करनी है। मुझे विश्वास है, आप बिहार से बहुत सी अच्छी यादें लेकर लौटेंगे। जो एथलीट्स बिहार के बाहर से आए हैं, वो लिट्टी चोखा का स्वाद भी जरूर लेकर जाएं। बिहार का मखाना भी आपको बहुत पसंद आएगा।

साथियों, 

खेलो इंडिया यूथ गेम्स से- खेल भावना और देशभक्ति की भावना, दोनों बुलंद हो, इसी भावना के साथ मैं सातवें खेलो इंडिया यूथ गेम्स के शुभारंभ की घोषणा करता हूं।