Quoteএই উপলক্ষে স্মাৰক ডাক টিকট উন্মোচন প্ৰধানমন্ত্ৰীৰ
Quoteউত্তৰ-পূব ভাৰতৰ ‘অষ্টলক্ষ্মী’: প্ৰধানমন্ত্ৰী
Quoteঅষ্টলক্ষ্মী মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ উজ্জ্বল ভৱিষ্যত উদযাপন কৰা হৈছে। ই উন্নয়নৰ নতুন সূৰ্যোদয় হোৱাৰ উৎসৱ, যিয়ে এখন বিকশিত ভাৰতৰ মিছনক আগুৱাই লৈ যায়ঃ প্ৰধানমন্ত্ৰী
Quoteআমি উত্তৰ-পূবক আৱেগ, অৰ্থনীতি আৰু পৰিৱেশ বিজ্ঞানৰ ত্ৰিমূ্ৰ্তিৰ সৈতে সংযোগ কৰিছো: প্ৰধানমন্ত্ৰী

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।

বন্ধুসকল,

আজি সংবিধান নিৰ্মাতা বাবা চাহেব আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। বাবা চাহেবে নিৰ্মাণ কৰা সংবিধান, সংবিধানৰ ৭৫ বছৰৰ অভিজ্ঞতা… প্ৰতিজন দেশবাসীৰ বাবে এক বৃহৎ প্ৰেৰণা। আমি সকলো দেশবাসীৰ হৈ বাবা চাহেবক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ, তেওঁক প্ৰণাম জনাইছোঁ।

 

|

বন্ধুসকল,

আমাৰ এই ভাৰত মণ্ডপম বিগত ২ বছৰত বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সাক্ষী হৈ আহিছে। ইয়াত আমি দেখিলোঁ জি-২০ৰ ইমান ডাঙৰ আৰু সফল অনুষ্ঠান। কিন্তু আজিৰ অনুষ্ঠানটো আৰু বিশেষ। আজি দিল্লী উত্তৰ-পূবত পৰিণত হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যময় ৰঙে আজি ৰাজধানীত এক সুন্দৰ ৰামধেনুৰ সৃষ্টি কৰিছে। আজি আমি ইয়াত একত্ৰিত হৈ প্ৰথম অষ্টলক্ষ্মী মহোৎসৱ উদযাপন কৰিছোঁ। আগন্তুক তিনিদিনলৈ এই মহোৎসৱত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনীয়তাক সমগ্ৰ দেশ আৰু সমগ্ৰ বিশ্বৰ আগত প্ৰদৰ্শন কৰা হ'ব। ইয়াত বাণিজ্য আৰু ব্যৱসায়ৰ সৈতে জড়িত চুক্তি হ’ব, উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰীৰ সৈতে বিশ্ব পৰিচিত হ’ব, উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি আৰু ইয়াৰ খাদ্য সম্ভাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব। উত্তৰ-পূর্বাঞ্চলৰ পৰা আমাৰ সাফল্য লাভ কৰোঁতাসকল, যাৰ ভিতৰত বহু পদ্ম বঁটা বিজেতা ইয়াত উপস্থিত... তেওঁলোকৰ প্রেৰণাৰ ৰং বিয়পি পৰিব৷ এয়া প্ৰথম আৰু অনন্য অনুষ্ঠান, যেতিয়া উত্তৰ-পূৰ্বাঞ্চলত ইমান বৃহৎ পৰিসৰত বিনিয়োগৰ দুৱাৰ মুকলি হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক, শিপিনী, শিল্পকাৰৰ লগতে সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীৰ বাবে এই সুযোগ। উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনা কি, ইয়াত আয়োজন কৰা প্ৰদৰ্শনীলৈ বা ইয়াৰ বজাৰলৈ গ’লে ইয়াৰ বৈচিত্ৰ্য আৰু ইয়াৰ সম্ভাৱনা অনুভৱ কৰিব পাৰিম। অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজক, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বাসিন্দা, ইয়ালৈ অহা সকলো বিনিয়োগকাৰী, ইয়ালৈ অহা সকলো অতিথিক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ।

বন্ধুসকল,

যোৱা ১০০-২০০ বছৰৰ সময়ছোৱালৈ চালে আমি পশ্চিমীয়া বিশ্বৰ উত্থান দেখিবলৈ পাইছোঁ। পশ্চিমীয়া অঞ্চলে অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক প্ৰতিটো স্তৰতে বিশ্বত ছাপ এৰি থৈ গৈছে। আৰু প্ৰসংগক্ৰমে ভাৰততো আমি দেখিছোঁ যে যদি আমি আমাৰ দেশৰ সম্পূৰ্ণ মানচিত্ৰখন চাওঁ তেন্তে ভাৰতৰ বৃদ্ধিৰ কাহিনীত পশ্চিম অঞ্চলে ডাঙৰ ভূমিকা পালন কৰিছে। এই পশ্চিমকেন্দ্ৰিক যুগৰ পিছত এতিয়া কোৱা হয় যে একবিংশ শতিকাটো পূবৰ, এছিয়াৰ, পূবৰ আৰু ভাৰতৰ। এনে পৰিস্থিতিত মোৰ দৃঢ় বিশ্বাস যে ভাৰতৰ আগন্তুক সময়টোও পূব ভাৰতৰ, আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ। যোৱা দশকবোৰত আমি মুম্বাই, আহমেদাবাদ, দিল্লী, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ আদি বৃহৎ চহৰৰ উত্থান দেখিবলৈ পাইছোঁ। আগন্তুক দশকবোৰত আমি গুৱাহাটী, আগৰতলা, ইম্ফল, ইটানগৰ, গেংটক, কোহিমা, শ্বিলং, আইজল আদি চহৰৰ নতুন সম্ভাৱনা দেখিবলৈ ওলাইছোঁ। আৰু তাত অষ্টলক্ষ্মীৰ দৰে এই অনুষ্ঠানবোৰে ডাঙৰ ভূমিকা ল’ব।

 

|

বন্ধুসকল,

আমাৰ পৰম্পৰাত মাতৃ লক্ষ্মীক সুখ, স্বাস্থ্য আৰু সমৃদ্ধিৰ দেৱী বুলি কোৱা হয়। যেতিয়াই লক্ষ্মী দেৱীক পূজা কৰা হয় তেতিয়াই আমি তেওঁৰ আঠটা ৰূপ পূজা কৰোঁ। আদিলক্ষ্মী, ধনলক্ষ্মী, ধান্যলক্ষ্মী, গজলক্ষ্মী, সন্তানলক্ষ্মী, বীৰলক্ষ্মী, বিজয়লক্ষ্মী আৰু বিদ্যালক্ষ্মী, একেদৰে আঠখন ৰাজ্যৰ অষ্টলক্ষ্মী ভাৰতৰ উত্তৰ-পূবত বাস কৰে… অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিক্কিমত। উত্তৰ-পূৰ্বাঞ্চলৰ এই আঠখন ৰাজ্যত অষ্টলক্ষ্মী দেখা পোৱা যায়। এতিয়া প্ৰথম ৰূপটো হৈছে আদি লক্ষ্মী। আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে আদি সংস্কৃতিৰ প্ৰবল সম্প্ৰসাৰণ ঘটিছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে নিজস্ব পৰম্পৰা, নিজস্ব সংস্কৃতি উদযাপন কৰা হয়। মেঘালয়ৰ চেৰী ব্লছম উৎসৱ, নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ, অৰুণাচলৰ কমলা উৎসৱ, মিজোৰামৰ চাপচাৰ কুট উৎসৱ, অসমৰ বিহু, মণিপুৰী নৃত্য... উত্তৰ পূৰ্বাঞ্চলত ইমানবোৰ আছে।

বন্ধুসকল,

দ্বিতীয় লক্ষ্মী...ধন লক্ষ্মী অৰ্থাৎ প্ৰাকৃতিক সম্পদৰ উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰতো প্ৰচুৰ আশীৰ্বাদ আছে। আপুনিও জানে... উত্তৰ পূৰ্বাঞ্চলত খনিজ পদাৰ্থ, তেল, চাহ বাগিচা আৰু জৈৱ বৈচিত্ৰ্যৰ এক আচৰিত সংগম। তাত নবীকৰণযোগ্য শক্তিৰ বিপুল সম্ভাৱনা আছে। “ধন লক্ষ্মী”ৰ এই আশীৰ্বাদ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক আশীৰ্বাদ।

বন্ধুসকল,

তৃতীয় লক্ষ্মী… ধান্য লক্ষ্মীৰ উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰতো অপৰিসীম আশীৰ্বাদ আছে। আমাৰ উত্তৰ পূৰ্বাঞ্চল প্ৰাকৃতিক খেতি, জৈৱিক খেতি আৰু বাজৰাৰ বাবে বিখ্যাত। আমি গৌৰৱান্বিত যে ছিক্কিম ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ জৈৱিক ৰাজ্য। উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত ধান, বাঁহ, মছলা আৰু ঔষধি উদ্ভিদে তাত কৃষিৰ শক্তি দেখুৱাইছে। আজিৰ ভাৰতে সুস্থ জীৱনশৈলী আৰু পুষ্টিৰ সৈতে জড়িত সমাধান বিশ্ববাসীৰ বাবে আগবঢ়াব বিচাৰিছে... ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ ডাঙৰ ভূমিকা আছে।

 

|

বন্ধুসকল,

অষ্টলক্ষ্মীৰ চতুৰ্থ লক্ষ্মী হ'ল… গজ লক্ষ্মী। গজ লক্ষ্মী পদুমৰ ওপৰত বিৰাজমান আৰু তেওঁৰ চাৰিওফালে হাতী আছে। আমাৰ উত্তৰ পূৰ্বাঞ্চলত বিশাল অৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য যেনে কাজিৰঙা, মানস-মেহাও, আচৰিত ধৰণৰ গুহা, আকৰ্ষণীয় হ্ৰদ। গজলক্ষ্মীৰ আশীৰ্বাদে উত্তৰ পূৰ্বাঞ্চলক বিশ্বৰ আটাইতকৈ আচৰিত পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা আছে।

বন্ধুসকল,

পঞ্চম লক্ষ্মী হৈছে… সন্তান লক্ষ্মী অৰ্থাৎ উৎপাদনশীলতা, সৃষ্টিশীলতাৰ প্ৰতীক। সৃষ্টিশীলতা আৰু দক্ষতাৰ বাবে উত্তৰ পূৰ্বাঞ্চল পৰিচিত। ইয়াত প্ৰদৰ্শনীলৈ যোৱা লোকসকলে, বজাৰলৈ যোৱা লোকসকলে উত্তৰ-পূৰ্বাঞ্চলৰ সৃষ্টিশীলতা দেখিব। হস্ততাঁত আৰু হস্তশিল্পৰ এই দক্ষতাই সকলোৰে হৃদয় জয় কৰে। অসমৰ মুগা ছিল্ক, মণিপুৰৰ মইৰাং ফী, নগালেণ্ডৰ ৱানখী ফী, চাখেছাং চাদৰ… এনে ডজন ডজন জিআই টেগ কৰা সামগ্ৰী আছে, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ কলা আৰু সৃষ্টিশীলতাক প্ৰদৰ্শন কৰে।

বন্ধুসকল,

অষ্টলক্ষ্মীৰ ষষ্ঠ লক্ষ্মী হৈছে… বীৰ লক্ষ্মী। বীৰ লক্ষ্মী মানে সাহস আৰু শক্তিৰ সংগম। উত্তৰ পূৰ্বাঞ্চল নাৰী শক্তি সামৰ্থ্যৰ প্ৰতীক। মণিপুৰৰ নুপি লন আন্দোলন নাৰী শক্তিৰ নিদৰ্শন। উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলে দাসত্বৰ বিৰুদ্ধে কেনেকৈ বিগুল বজাইছিল, সেয়া ভাৰতৰ ইতিহাসত সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। ৰাণী গাইডিনলিউ, কনকলতা বৰুৱা, ৰাণী ইন্দিৰা দেৱী, ললনু ৰপিলিয়ানীৰ লোকগীতৰ পৰা আৰম্ভ কৰি আমাৰ স্বাধীনতা সংগ্ৰামলৈকে… উত্তৰ পূৰ্বাঞ্চলৰ নাৰী শক্তিয়ে সমগ্ৰ দেশক অনুপ্ৰাণিত কৰিছে। আজিও আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কন্যাই এই পৰম্পৰাক সমৃদ্ধ কৰি তুলিছে। আনকি ইয়ালৈ অহাৰ আগতে মই যোৱা ষ্টলবোৰতো বেছিভাগেই মহিলা আছিল। উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলৰ এই উদ্যোগীকৰণে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক এক শক্তি প্ৰদান কৰে যাৰ কোনো তুলনা নাই।

 

|

বন্ধুসকল,

অষ্টলক্ষ্মীৰ সপ্তম লক্ষ্মী হ'ল… জয় লক্ষ্মী। অৰ্থাৎ ই খ্যাতি আৰু গৌৰৱ দিবলৈ গৈ আছে। সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰতি যি আশা-আকাংক্ষা ৰাখিছে, তাত আজি আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজি যেতিয়া ভাৰতে নিজৰ সংস্কৃতি আৰু নিজৰ বাণিজ্যৰ বিশ্বব্যাপী সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, তেতিয়া উত্তৰ-পূবে ভাৰতক দক্ষিণ এছিয়া আৰু পূব এছিয়াৰ অপৰিসীম সুযোগৰ সৈতে সংযোগ কৰিছে।

বন্ধুসকল,

অষ্টলক্ষ্মীৰ অষ্টম লক্ষ্মী হ'ল… বিদ্যা লক্ষ্মী মানে জ্ঞান আৰু শিক্ষা। আধুনিক ভাৰত গঢ়াত সহায় কৰা শিক্ষাৰ বহুতো প্ৰধান কেন্দ্ৰ উত্তৰ-পূৰ্বাঞ্চলত। আইআইটি গুৱাহাটী, এনআইটি শিলচৰ, এনআইটি মেঘালয়, এনআইটি আগৰতলা, আৰু আইআইএম শ্বিলং… উত্তৰ পূৰ্বাঞ্চলত এনে বহু ডাঙৰ শিক্ষা কেন্দ্ৰ আছে। উত্তৰ-পূর্বাঞ্চলে লাভ কৰিছে প্রথমটো এইমছ৷ মণিপুৰতো নিৰ্মাণৰ কাম চলি আছে দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়। মেৰী কম, বাইচুং ভুটীয়া, মিৰাবাই চানু, লাভলিনা, সৰিতা দেৱী... উত্তৰ-পূর্বাঞ্চলে দেশক ইমানবোৰ এনে ক্ৰীড়া ব্যক্তিক দিছে। আজি উত্তৰ পূৰ্বাঞ্চলে ষ্টাৰ্টআপ, ছাৰ্ভিচ চেণ্টাৰ আৰু ছেমিকণ্ডাক্টৰ আদি প্ৰযুক্তি সম্পৰ্কীয় উদ্যোগতো আগবাঢ়ি আহিবলৈ আৰম্ভ কৰিছে। এইবোৰত কাম কৰি আছে হাজাৰ হাজাৰ যুৱকে। অৰ্থাৎ “বিদ্যা লক্ষ্মী” ৰূপত এই অঞ্চলটো যুৱক-যুৱতীসকলৰ শিক্ষা আৰু দক্ষতাৰ এক বৃহৎ কেন্দ্ৰ হৈ পৰিছে।

বন্ধুসকল,

অষ্টলক্ষ্মী মহোৎসৱ… উত্তৰ পূৰ্বাঞ্চলৰ উন্নত ভৱিষ্যতৰ উদযাপন। এয়া উন্নয়নৰ নতুন সূৰ্যোদয়ৰ উদযাপন… যিটোৱে এখন উন্নত ভাৰতৰ অভিযান ত্বৰান্বিত কৰিবলৈ গৈ আছে। আজি উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ প্ৰতি ইমান উৎসাহ। যোৱা দশকত আমি সকলোৱে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ এক আচৰিত যাত্ৰাৰ সাক্ষী হৈছোঁ। কিন্তু ইয়াত উপনীত হোৱাটো সহজ নাছিল। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক ভাৰতৰ বৃদ্ধিৰ কাহিনীৰ সৈতে সংযোগ কৰিবলৈ আমি সম্ভৱপৰ প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিছোঁ। দীৰ্ঘদিন ধৰি আমি দেখি আহিছোঁ যে কেনেকৈ উন্নয়নৰ জোখো ভোটৰ সংখ্যাৰ দ্বাৰা কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ভোট কম আৰু আসন কম। সেয়ে তাৰ উন্নয়নৰ প্ৰতি আগৰ চৰকাৰসমূহে গুৰুত্ব নিদিলে। অটল জীৰ চৰকাৰেই প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে সুকীয়া মন্ত্ৰালয়ৰ সৃষ্টি কৰিছিল।

 

|

বন্ধুসকল,

যোৱা দশকত আমি অন্তৰেৰে চেষ্টা কৰিছিলোঁ যে দিল্লীৰ পৰা আৰু আমাৰ হৃদয়ৰ পৰা দূৰত্বৰ অনুভৱ কমি যাব লাগে। কেন্দ্রীয় চৰকাৰৰ মন্ত্রীসকলে উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৭০০বাৰতকৈ অধিকবাৰ ভ্রমণ কৰি তাত থকা জনসাধাৰণৰ সৈতে বহু সময় কটায়৷ ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে চৰকাৰৰ আৱেগিক সংযোগ আৰু ইয়াৰ উন্নয়নৰ সৃষ্টি হৈছে। ইয়াৰ ফলত তাত থকা উন্নয়নক আচৰিত ধৰণৰ গতি প্ৰদান কৰিছে। এটা হিচাপ দিওঁ। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে ৯০ দশকত এটা নীতি ৰচনা কৰা হৈছিল। ইয়াৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ৫০টাতকৈও অধিক মন্ত্ৰালয়ে নিজৰ বাজেটৰ ১০ শতাংশ উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ কৰিবলগা হৈছিল। এই নীতি প্ৰণয়নৰ পিছৰে পৰা ২০১৪ চনলৈকে আমি কেৱল যোৱা ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলক সেই বাজেটতকৈ অধিক বাজেট দিছোঁ…। যোৱা এটা দশকত কেৱল এই এখন আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত ৫ লাখ কোটিতকৈ অধিক টকা ব্যয় হৈছে। ইয়াৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ সন্দৰ্ভত বৰ্তমানৰ চৰকাৰৰ অগ্ৰাধিকাৰ স্পষ্ট হৈ পৰে।

বন্ধুসকল,

এই আঁচনিৰ বাহিৰেও আমি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বহুতো ডাঙৰ বিশেষ আঁচনি আৰম্ভ কৰিছোঁ। পিএম-ডিভাইন, বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি আৰু নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ড… এই আঁচনিসমূহৰ জৰিয়তে বহুতো নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক সম্ভাৱনাক আগুৱাই নিয়াৰ বাবে আমি উন্নতি আঁচনিও আৰম্ভ কৰিছোঁ। নতুন উদ্যোগৰ বাবে যদি উন্নত পৰিৱেশৰ সৃষ্টি হয়, তেন্তে নতুন চাকৰিৰো সৃষ্টি হ’ব। এতিয়া অৰ্ধপৰিবাহী খণ্ডটো ভাৰতৰ বাবেও নতুন। এই নতুন খণ্ডটোক গতি প্ৰদান কৰিবলৈ আমি উত্তৰ-পূৰ্বাঞ্চল, অসমক বাছি লৈছোঁ। উত্তৰ-পূৰ্বাঞ্চলত যেতিয়া এই ধৰণৰ নতুন উদ্যোগ আহিব, তেতিয়া দেশৰ লগতে বিশ্বৰ বিনিয়োগকাৰীয়ে তাত নতুন সম্ভাৱনাৰ সন্ধান কৰিব।

 

|

বন্ধুসকল,

আৱেগ, অৰ্থনীতি আৰু পৰিৱেশ বিজ্ঞানৰ এই ত্ৰিবেণীৰে আমি উত্তৰ পূৰ্বাঞ্চলৰ সংযোগ স্থাপন কৰিছোঁ। উত্তৰ-পূৰ্বাঞ্চলত আমি কেৱল আন্তঃগাঁথনি নিৰ্মাণ কৰাই নহয়, ভৱিষ্যতৰ বাবে এক সুদৃঢ় ভেটিও গঢ়ি তুলিছোঁ। যোৱা দশকবোৰত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল সংযোগ। দূৰৈৰ চহৰবোৰলৈ যাবলৈ দিন-সপ্তাহ সময় লাগিছিল। পৰিস্থিতি এনেকুৱা আছিল যে বহু ৰাজ্যত ৰে’লৰ সুবিধাও উপলব্ধ নাছিল। গতিকে ২০১৪ চনৰ পিছত আমাৰ চৰকাৰে ভৌতিক আন্তঃগাঁথনিৰ লগতে সামাজিক আন্তঃগাঁথনিৰ ওপৰতো যথেষ্ট গুৰুত্ব দিলে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ মানদণ্ড আৰু জনসাধাৰণৰ জীৱনৰ মানদণ্ড দুয়োটাতে প্ৰচণ্ড উন্নতি ঘটিল। আমি প্ৰকল্পৰ ৰূপায়ণো ত্বৰান্বিত কৰিলোঁ। বহু বছৰ ধৰি চলি থকা প্ৰকল্পবোৰ সম্পূৰ্ণ হ’ল। বগী-বিল দলঙৰ উদাহৰণ লওক। বহু বছৰ ধৰি বাকী থকা এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আগতে ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ যোৱা যাত্ৰাত গোটেই দিনটো লাগিছিল। আজি মাত্ৰ ডেৰ ঘণ্টাত এই যাত্ৰা সম্পূৰ্ণ হৈছে। এনে বহু উদাহৰণ মই দিব পাৰোঁ।

বন্ধুসকল,

যোৱা ১০ বছৰত প্ৰায় ৫ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সম্পূৰ্ণ হৈছে। অৰুণাচল প্ৰদেশৰ চেলা সুৰংগ হওক, ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ হওক, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ সীমান্ত পথ… এইটোৱে এটা শক্তিশালী পথ সংযোগ সম্প্ৰসাৰণ কৰিছে। যোৱা বছৰ জি-২০ৰ সময়ত ভাৰতে আই-মেকৰ দৃষ্টিভংগী বিশ্বৰ আগত দাঙি ধৰিছিল। I-MAC অৰ্থাৎ ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ কৰিডৰে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সৈতে সংযোগ কৰিব।

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল সংযোগ বহুগুণে বৃদ্ধি পাইছে। এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সকলো ৰাজধানী ৰে’লযোগে সংযোগ কৰাৰ কাম সম্পূৰ্ণ হ’বলৈ ওলাইছে। উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমখন বন্দে ভাৰত ৰে’লো চলিবলৈ আৰম্ভ কৰিছে। যোৱা দহ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিমানবন্দৰ আৰু বিমান সেৱাৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত জলপথ নিৰ্মাণৰ কাম চলি আছে। ছাব্ৰুম লেণ্ডপ’ৰ্টৰ সৈতে পানীৰ সংযোগো উন্নত হৈছে।

 

|

বন্ধুসকল,

মোবাইল আৰু গেছ পাইপ-লাইন সংযোগৰ সন্দৰ্ভতো দ্ৰুত গতিত কাম চলি আছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যকে উত্তৰ-পূব গেছ গ্ৰীডৰ সৈতে সংযোগ কৰা হৈছে। তাত ১৬০০ কিলোমিটাৰতকৈও অধিক দীঘল গেছ পাইপলাইন স্থাপন কৰা হৈছে। আমাৰ গুৰুত্ব ইণ্টাৰনেট সংযোগৰ ওপৰতো। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ২৬০০ৰো অধিক ম’বাইল টাৱাৰ স্থাপন কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলত ১৩ হাজাৰ কিলোমিটাৰতকৈও অধিক অপটিকেল ফাইবাৰ স্থাপন কৰা হৈছে। মই সুখী যে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে ৫জি সংযোগ পাইছেগৈ।

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক আন্তঃগাঁথনিতো অভূতপূৰ্ব কাম কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত চিকিৎসা মহাবিদ্যালয়সমূহৰ যথেষ্ট সম্প্ৰসাৰণ হৈছে। এতিয়া কেন্সাৰৰ দৰে ৰোগৰ চিকিৎসাৰ বাবে তাত আধুনিক সা-সুবিধা নিৰ্মাণ কৰা হৈছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ ৰোগীয়ে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে। নিৰ্বাচনৰ সময়ত মই আপোনালোকক নিশ্চয়তা দিছিলোঁ যে ৭০ বছৰৰ ওপৰৰ বৃদ্ধসকলে বিনামূলীয়া চিকিৎসা লাভ কৰিব। আয়ুষ্মান বয় বন্দনা কাৰ্ডৰ জৰিয়তেও চৰকাৰে এই নিশ্চয়তা পূৰণ কৰিছে।

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগৰ উপৰিও আমি ইয়াৰ পৰম্পৰা, বস্ত্ৰশিল্প আৰু পৰ্যটনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছোঁ। ইয়াৰ সুবিধাটো হ’ল এতিয়া দেশবাসীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ অন্বেষণৰ বাবে বৃহৎ সংখ্যক আগবাঢ়ি আহিছে। উত্তৰ-পূর্বাঞ্চললৈ অহা পর্যটকৰ সংখ্যাও যোৱা দশকত প্রায় দুগুণ বৃদ্ধি পাইছে৷ বিনিয়োগ আৰু পৰ্যটন বৃদ্ধিৰ বাবে তাত নতুন ব্যৱসায় আৰু নতুন সুযোগৰ সৃষ্টি হৈছে। আন্তঃগাঁথনিৰ পৰা সংহতি, সংযোগৰ পৰা ঘনিষ্ঠতা, অৰ্থনৈতিকৰ পৰা আৱেগিক… এই সমগ্ৰ যাত্ৰাই উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন, অষ্টলক্ষ্মীৰ বিকাশক নতুন উচ্চতালৈ লৈ গৈছে।

 

|

বন্ধুসকল,

আজি অষ্টলক্ষ্মী ৰাজ্যৰ যুৱক-যুৱতীসকল ভাৰত চৰকাৰৰ এক ডাঙৰ অগ্ৰাধিকাৰ। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে সদায় উন্নয়ন বিচাৰে। বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে স্থায়ী শান্তিৰ বাবে অভূতপূৰ্ব জনসমৰ্থন দেখা গৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে হিংসাৰ পথ এৰি উন্নয়নৰ এক নতুন পথ গ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত বিগত দশকত বহু ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হৈছে। ৰাজ্যসমূহৰ মাজত সীমা বিবাদো অতি সৌহাৰ্দ্যপূৰ্ণভাৱে আগবাঢ়িছে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত হিংসাত্মক ঘটনা বহু পৰিমাণে হ্ৰাস পাইছে। বহু জিলাৰ পৰা AFSPA আঁতৰাই দিয়া হৈছে। আমি একেলগে অষ্টলক্ষ্মীৰ নতুন ভৱিষ্যৎ লিখিব লাগিব আৰু ইয়াৰ বাবে চৰকাৰে প্ৰতিটো পদক্ষেপ লৈছে।

বন্ধুসকল,

উত্তৰ-পূর্বাঞ্চলৰ উৎপাদিত সামগ্ৰী বিশ্বৰ প্রতিখন বজাৰত উপনীত হোৱাটো আমাৰ সকলোৰে আকাংক্ষা৷ সেয়ে এক জিলা এক পণ্য অভিযানৰ অধীনত প্ৰতিখন জিলাৰ পৰা উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ কৰা হৈছে। ইয়াত আয়োজন কৰা প্ৰদৰ্শনী আৰু গ্ৰামীণ হাটৰ বজাৰত আমি উত্তৰ-পূৰ্বাঞ্চলৰ বহু সামগ্ৰী চাব পাৰোঁ আৰু কিনিব পাৰোঁ। উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰীৰ বাবে Vocal for Local ৰ মন্ত্ৰ প্ৰচাৰ কৰোঁ। মই সদায় তাৰ সামগ্ৰী মোৰ বিদেশী অতিথিসকলক উপহাৰ দিবলৈ চেষ্টা কৰোঁ। ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ আচৰিত শিল্প আৰু কলাক স্বীকৃতি দিয়া হয়। দেশবাসী আৰু লগতে দিল্লীৰ জনসাধাৰণকো উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰীক তেওঁলোকৰ জীৱনশৈলীৰ অংশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাম।

বন্ধুসকল,

আজি মই আপোনালোক সকলোকে, এনেয়ে বহু বছৰ ধৰি, অহৰহ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাই-ভনীসকল তালৈ নিশ্চিতভাৱে যায়। আপুনি জানে গুজৰাটৰ পোৰবন্দৰত, পোৰবন্দৰ ওচৰৰ মাধৱপুৰ, তাত এখন মেলা হয়। সেই মাধৱপুৰ মেলালৈ মই আগতীয়াকৈ নিমন্ত্ৰণ জনাইছোঁ। মাধৱপুৰ মেলা ভগৱান শ্ৰীকৃষ্ণ আৰু দেৱী ৰুক্মিণীৰ বিবাহৰ উৎসৱ। আৰু দেৱী ৰুক্মিণী তো উত্তৰ-পূৰ্বাঞ্চলৰে কন্যা। মই উত্তৰ-পূৰ্বাঞ্চলৰ মোৰ সকলো পৰিয়ালৰ সদস্যকে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া, মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হয়, ৰাম নৱমীৰ লগতে, সেই মেলাখনত উপস্থিত থাকিবলৈও আহ্বান জনাম। আৰু মই বিচাৰিম, সেই সময়তো একেধৰণৰ এখন হাট গুজৰাটতো স্থাপন কৰিব লাগে যাতে তাতো এখন বিশাল বজাৰ পোৱা যায়, আৰু আমাৰ উত্তৰ-পূবৰ ভাই-ভনীসকলে যিবোৰ সামগ্ৰী প্ৰস্তুত কৰে, তেওঁলোকৰ উপাৰ্জনো হওক। ভগৱান শ্ৰীকৃষ্ণ আৰু অষ্টলক্ষ্মীৰ আশীৰ্বাদত আমি নিশ্চিতভাৱে উত্তৰ-পূৰ্বাঞ্চলক একবিংশ শতিকাত উন্নয়নৰ এক নতুন আৰ্হি প্ৰতিষ্ঠা কৰাটো দেখিবলৈ পাম। এই কামনাৰে মই মোৰ ভাষণৰ সামৰণি মাৰিছোঁ। মই ইয়াৰ বাবে বৃহৎ সফলতাৰ বাবে শুভকামনা জনাইছোঁ।

 

|

বন্ধুসকল,

আজি অষ্টলক্ষ্মী ৰাজ্যৰ যুৱক-যুৱতীসকল ভাৰত চৰকাৰৰ এক ডাঙৰ অগ্ৰাধিকাৰ। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে সদায় উন্নয়ন বিচাৰে। বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে স্থায়ী শান্তিৰ বাবে অভূতপূৰ্ব জনসমৰ্থন দেখা গৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে হিংসাৰ পথ এৰি উন্নয়নৰ এক নতুন পথ গ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত বিগত দশকত বহু ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হৈছে। ৰাজ্যসমূহৰ মাজত সীমা বিবাদো অতি সৌহাৰ্দ্যপূৰ্ণভাৱে আগবাঢ়িছে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত হিংসাত্মক ঘটনা বহু পৰিমাণে হ্ৰাস পাইছে। বহু জিলাৰ পৰা AFSPA আঁতৰাই দিয়া হৈছে। আমি একেলগে অষ্টলক্ষ্মীৰ নতুন ভৱিষ্যৎ লিখিব লাগিব আৰু ইয়াৰ বাবে চৰকাৰে প্ৰতিটো পদক্ষেপ লৈছে।

 

|

বন্ধুসকল,

উত্তৰ-পূর্বাঞ্চলৰ উৎপাদিত সামগ্ৰী বিশ্বৰ প্রতিখন বজাৰত উপনীত হোৱাটো আমাৰ সকলোৰে আকাংক্ষা৷ সেয়ে এক জিলা এক পণ্য অভিযানৰ অধীনত প্ৰতিখন জিলাৰ পৰা উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ কৰা হৈছে। ইয়াত আয়োজন কৰা প্ৰদৰ্শনী আৰু গ্ৰামীণ হাটৰ বজাৰত আমি উত্তৰ-পূৰ্বাঞ্চলৰ বহু সামগ্ৰী চাব পাৰোঁ আৰু কিনিব পাৰোঁ। উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰীৰ বাবে Vocal for Local ৰ মন্ত্ৰ প্ৰচাৰ কৰোঁ। মই সদায় তাৰ সামগ্ৰী মোৰ বিদেশী অতিথিসকলক উপহাৰ দিবলৈ চেষ্টা কৰোঁ। ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ আচৰিত শিল্প আৰু কলাক স্বীকৃতি দিয়া হয়। দেশবাসী আৰু লগতে দিল্লীৰ জনসাধাৰণকো উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰীক তেওঁলোকৰ জীৱনশৈলীৰ অংশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাম।

 

|

বন্ধুসকল,

আজি মই আপোনালোক সকলোকে, এনেয়ে বহু বছৰ ধৰি, অহৰহ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাই-ভনীসকল তালৈ নিশ্চিতভাৱে যায়। আপুনি জানে গুজৰাটৰ পোৰবন্দৰত, পোৰবন্দৰ ওচৰৰ মাধৱপুৰ, তাত এখন মেলা হয়। সেই মাধৱপুৰ মেলালৈ মই আগতীয়াকৈ নিমন্ত্ৰণ জনাইছোঁ। মাধৱপুৰ মেলা ভগৱান শ্ৰীকৃষ্ণ আৰু দেৱী ৰুক্মিণীৰ বিবাহৰ উৎসৱ। আৰু দেৱী ৰুক্মিণী তো উত্তৰ-পূৰ্বাঞ্চলৰে কন্যা। মই উত্তৰ-পূৰ্বাঞ্চলৰ মোৰ সকলো পৰিয়ালৰ সদস্যকে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া, মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হয়, ৰাম নৱমীৰ লগতে, সেই মেলাখনত উপস্থিত থাকিবলৈও আহ্বান জনাম। আৰু মই বিচাৰিম, সেই সময়তো একেধৰণৰ এখন হাট গুজৰাটতো স্থাপন কৰিব লাগে যাতে তাতো এখন বিশাল বজাৰ পোৱা যায়, আৰু আমাৰ উত্তৰ-পূবৰ ভাই-ভনীসকলে যিবোৰ সামগ্ৰী প্ৰস্তুত কৰে, তেওঁলোকৰ উপাৰ্জনো হওক। ভগৱান শ্ৰীকৃষ্ণ আৰু অষ্টলক্ষ্মীৰ আশীৰ্বাদত আমি নিশ্চিতভাৱে উত্তৰ-পূৰ্বাঞ্চলক একবিংশ শতিকাত উন্নয়নৰ এক নতুন আৰ্হি প্ৰতিষ্ঠা কৰাটো দেখিবলৈ পাম। এই কামনাৰে মই মোৰ ভাষণৰ সামৰণি মাৰিছোঁ। মই ইয়াৰ বাবে বৃহৎ সফলতাৰ বাবে শুভকামনা জনাইছোঁ।

বহুত বহুত ধন্যবাদ।

 

  • Jitendra Kumar April 16, 2025

    🙏🇮🇳❤️
  • krishangopal sharma Bjp February 19, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp February 19, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 19, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp February 19, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 19, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • Bhushan Vilasrao Dandade February 15, 2025

    जय हिंद
  • Bansi Bhaiya February 14, 2025

    Bjp
  • Dr Mukesh Ludanan February 08, 2025

    Jai ho
  • kshiresh Mahakur February 06, 2025

    11
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
After Operation Sindoor, a diminished terror landscape

Media Coverage

After Operation Sindoor, a diminished terror landscape
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The masterminds of terror now know that raising an eye against India will lead to nothing but destruction: PM at Adampur Air Base
May 13, 2025
QuoteInteracted with the air warriors and soldiers, Their courage and professionalism in protecting our nation are commendable: PM
Quote‘Bharat Mata ki Jai’ is not just a slogan, This is the oath of every soldier who puts his life at stake for the honour and dignity of his country: PM
QuoteOperation Sindoor is a trinity of India's policy, intent, and decisive capability: PM
QuoteWhen the Sindoor of our sisters and daughters was wiped away, we crushed the terrorists in their hideouts: PM
QuoteThe masterminds of terror now know that raising an eye against India will lead to nothing but destruction: PM
QuoteNot only were terrorist bases and airbases in Pakistan destroyed, but their malicious intentions and audacity were also defeated: PM
QuoteIndia's Lakshman Rekha against terrorism is now crystal clear,If there is another terror attack, India will respond and it will be a decisive response: PM
QuoteEvery moment of Operation Sindoor stands as a testament to the strength of India's armed forces: PM
QuoteIf Pakistan shows any further terrorist activity or military aggression, we will respond decisively, This response will be on our terms, in our way: PM
QuoteThis is the new India! This India seeks peace, But if humanity is attacked, India also knows how to crush the enemy on the battlefield: PM

भारत माता की जय!

भारत माता की जय!

भारत माता की जय!

इस जयघोष की ताकत अभी-अभी दुनिया ने देखी है। भारत माता की जय, ये सिर्फ उद्घोष नहीं है, ये देश के हर उस सैनिक की शपथ है, जो मां भारती की मान-मर्यादा के लिए जान की बाजी लगा देता है। ये देश के हर उस नागरिक की आवाज़ है, जो देश के लिए जीना चाहता है, कुछ कर गुजरना चाहता है। भारत माता की जय, मैदान में भी गूंजती है और मिशन में भी। जब भारत के सैनिक मां भारती की जय बोलते हैं, तो दुश्मन के कलेजे काँप जाते हैं। जब हमारे ड्रोन्स, दुश्मन के किले की दीवारों को ढहा देते हैं, जब हमारी मिसाइलें सनसनाती हुई निशाने पर पहुँचती हैं, तो दुश्मन को सुनाई देता है- भारत माता की जय! जब रात के अंधेरे में भी, जब हम सूरज उगा देते हैं, तो दुश्मन को दिखाई देता है- भारत माता की जय! जब हमारी फौजें, न्यूक्लियर ब्लैकमेल की धमकी की हवा निकाल देती हैं, तो आकाश से पाताल तक एक ही बात गूंजती है- भारत माता की जय!

साथियों,

वाकई, आप सभी ने कोटि-कोटि भारतीयों का सीना चौड़ा कर दिया है, हर भारतीय का माथा गर्व से ऊंचा कर दिया है। आपने इतिहास रच दिया है। और मैं आज सुबह-सुबह आपके बीच आया हूं, आपके दर्शन करने के लिए। जब वीरों के पैर धरती पर पड़ते हैं, तो धरती धन्य हो जाती है, जब वीरों के दर्शन का अवसर मिलता है, तो जीवन धन्य हो जाता है। और इसलिए मैं आज सुबह-सुबह ही आपके दर्शन करने के लिए यहां पहुंचा हूं। आज से अनेक दशक बाद भी जब भारत के इस पराक्रम की चर्चा होगी, तो उसके सबसे प्रमुख अध्याय आप और आपके साथी होंगे। आप सभी वर्तमान के साथ ही देश की आने वाली पीढ़ियों की, और उनके लिए भी नई प्रेरणा बन गए हैं। मैं वीरों की इस धरती से आज एयरफोर्स, नेवी और आर्मी के सभी जांबाजों, BSF के अपने शूरवीरों को सैल्यूट करता हूं। आपके पराक्रम की वजह से आज ऑपरेशन सिंदूर की गूंज हर कोने में सुनाई दे रही है। इस पूरे ऑपरेशन के दौरान हर भारतीय आपके साथ खड़ा रहा, हर भारतीय की प्रार्थना आप सभी के साथ रही। आज हर देशवासी, अपने सैनिकों, उनके परिवारों के प्रति कृतज्ञ है, उनका ऋणी है।

साथियों,

ऑपरेशन सिंदूर कोई सामान्य सैन्य अभियान नहीं है। ये भारत की नीति, नीयत और निर्णायक क्षमता की त्रिवेणी है। भारत बुद्ध की भी धरती है और गुरु गोबिंद सिंह जी की भी धरती है। गुरू गोबिंद सिंह जी ने कहा था- सवा लाख से एक लड़ाऊं, चिड़ियन ते मैं बाज़ तुड़ाऊं, तबै गुरु गोबिंद सिंह नाम कहाऊं।” अधर्म के नाश और धर्म की स्थापना के लिए शस्त्र उठाना, ये हमारी परंपरा है। इसलिए जब हमारी बहनों, बेटियों का सिंदूर छीना गया, तो हमने आंतकियों के फ़न को उनके घर में घुसके कुचल दिया। वो कायरों की तरह छिपकर आए थे, लेकिन वो ये भूल गए, उन्होंने जिसे ललकारा है, वो हिन्द की सेना है। आपने उन्हें सामने से हमला करके मारा, आपने आतंक के तमाम बड़े अड्डों को मिट्टी में मिला दिया, 9 आतंकी ठिकाने बर्बाद हुए, 100 से ज्यादा आतंकियों की मौत हुई, आतंक के आकाओं को अब समझ आ गया है, भारत की ओर नज़र उठाने का एक ही अंजाम होगा- तबाही! भारत में निर्दोष लोगों का खून बहाने का एक ही अंजाम होगा- विनाश और महाविनाश! जिस पाकिस्तानी सेना के भरोसे ये आतंकी बैठे थे, भारत की सेना, भारत की एयरफोर्स और भारत की नेवी ने, उस पाकिस्तानी सेना को भी धूल चटा दी है। आपने पाकिस्तानी फौज को भी बता दिया है, पाकिस्तान में ऐसा कोई ठिकाना नहीं है, जहां बैठकर आतंकवादी चैन की सांस ले सके। हम घर में घुसकर मारेंगे और बचने का एक मौका तक नहीं देंगे। और हमारे ड्रोन्स, हमारी मिसाइलें, उनके बारे में तो सोचकर पाकिस्तान को कई दिन तक नींद नहीं आएगी। कौशल दिखलाया चालों में, उड़ गया भयानक भालों में। निर्भीक गया वह ढालों में, सरपट दौड़ा करवालों में। ये पंक्तियां महाराणा प्रताप के प्रसिद्ध घोड़े चेतक पर लिखी गई हैं, लेकिन ये पंक्तियां आज के आधुनिक भारतीय हथियारों पर भी फिट बैठती हैं।

मेरे वीर साथियों,

ऑपरेशन सिंदूर से आपने देश का आत्मबल बढ़ाया है, देश को एकता के सूत्र में बाँधा है, और आपने भारत की सीमाओं की रक्षा की है, भारत के स्वाभिमान को नई ऊंचाई दी है।

साथियों,

आपने वो किया, जो अभूतपूर्व है, अकल्पनीय है, अद्भुत है। हमारी एयरफोर्स ने पाकिस्तान में इतना डीप, आतंक के अड्डों को टारगेट किया। सिर्फ 20-25 मिनट के भीतर, सीमापार लक्ष्यों को भेदना, बिल्कुल पिन पॉइंट टारगेट्स को हिट करना, ये सिर्फ एक मॉडर्न टेक्नोलॉजी से लैस, प्रोफेशनल फोर्स ही कर सकती है। आपकी स्पीड और प्रिसीजन, इस लेवल की थी, कि दुश्मन हक्का-बक्का रह गया। उसको पता ही नहीं चला कि कब उसका सीना छलनी हो गया।

साथियों,

हमारा लक्ष्य, पाकिस्तान के अंदर terror हेडक्वार्टर्स को हिट करने का था, आतंकियों को हिट करने का था। लेकिन पाकिस्तान ने अपने यात्री विमानों को सामने करके जो साजिश रची, मैं कल्पना कर सकता हूं, वो पल कितना कठिन होगा, जब सिविलियन एयरक्राफ्ट दिख रहा है, और मुझे गर्व है आपने बहुत सावधानी से, बहुत सतर्कता से सिविलियन एयरक्राफ्ट को नुकसान किए बिना, तबाह करके दिखाया, उसका जवाब दे दिया आपने। मैं गर्व के साथ कह सकता हूं, कि आप सभी अपने लक्ष्यों पर बिल्कुल खरे उतरे हैं। पाकिस्तान में आतंकी ठिकानों और उनके एयरबेस ही तबाह नहीं हुए, बल्कि उनके नापाक इरादे और उनके दुस्साहस, दोनों की हार हुई है।

साथियों,

ऑपरेशन सिंदूर से बौखलाए दुश्मन ने इस एयरबेस के साथ-साथ, हमारे अनेक एयरबेस पर हमला करने की कई बार कोशिश की। बार-बार उसने हमें टारगेट किया, लेकिन पाक के नाकाम, नापाक इरादे हर बार नाकाम हो गए। पाकिस्तान के ड्रोन, उसके UAV, पाकिस्तान के एयरक्राफ्ट और उसकी मिसाइलें, हमारे सशक्त एयर डिफेंस के सामने सब के सब ढेर हो गए। मैं देश के सभी एयरबेस से जुड़ी लीडरशिप की, भारतीय वायुसेना के हर एयर-वॉरियर की हृदय से सराहना करता हूं, आपने वाकई बहुत शानदार काम किया है।

साथियों,

आतंक के विरुद्ध भारत की लक्ष्मण रेखा अब एकदम स्पष्ट है। अब फिर कोई टैरर अटैक हुआ, तो भारत जवाब देगा, पक्का जवाब देगा। ये हमने सर्जिकल स्ट्राइक के समय देखा है, एयर स्ट्राइक के समय देखा है, और अब तो ऑपरेशन सिंदूर, भारत का न्यू नॉर्मल है। और जैसा मैंने कल भी कहा, भारत ने अब तीन सूत्र तय कर दिए हैं, पहला- भारत पर आतंकी हमला हुआ तो हम अपने तरीके से, अपनी शर्तों पर, अपने समय पर जवाब देंगे। दूसरा- कोई भी न्यूक्लियर ब्लैकमेल भारत नहीं सहेगा। तीसरा- हम आतंक की सरपरस्त सरकार और आतंक के आकाओं को अलग-अलग नहीं देखेंगे। दुनिया भी भारत के इस नए रूप को, इस नई व्यवस्था को समझते हुए ही आगे बढ़ रही है।

साथियों,

ऑपरेशन सिंदूर का एक-एक क्षण भारत की सेनाओं के सामर्थ्य की गवाही देता है। इस दौरान हमारी सेनाओं का को-ऑर्डिनेशन, वाकई मैं कहूंगा, शानदार था। आर्मी हो, नेवी हो या एयरफोर्स, सबका तालमेल बहुत जबरदस्त था। नेवी ने समुद्र पर अपना दबदबा बनाया। सेना ने बॉर्डर पर मजबूती दी। और, भारतीय वायुसेना ने अटैक भी किया और डिफेंड भी किया। BSF और दूसरे बलों ने भी अद्भुत क्षमताओं का प्रदर्शन किया है। Integrated air and land combat systems ने शानदार काम किया है। और यही तो है, jointness, ये अब भारतीय सेनाओं के सामर्थ्य की एक मजबूत पहचान बन चुकी है।

साथियों,

ऑपरेशन सिंदूर में मैनपावर के साथ ही मशीन का को-ऑर्डिनेशन भी अद्भुत रहा है। भारत के पारंपरिक एयर डिफेंस सिस्टम हों, जिन्होंने अनेक लड़ाइयां देखी हैं, या फिर आकाश जैसे हमारे मेड इन इंडिया प्लेटफॉर्म हों, इनको S-400 जैसे आधुनिक और सशक्त डिफेंस सिस्टम ने अभूतपूर्व मज़बूती दी है। एक मजबूत सुरक्षा कवच भारत की पहचान बन चुकी है। पाकिस्तान की लाख कोशिश के बाद भी, हमारे एयरबेस हों, या फिर हमारे दूसरे डिफेंस इंफ्रास्ट्रक्चर, इन पर आंच तक नहीं आई। और इसका श्रेय आप सभी को जाता है, और मुझे गर्व है आप सब पर, बॉर्डर पर तैनात हर सैनिक को जाता है, इस ऑपरेशन से जुड़े हर व्यक्ति को इसका श्रेय जाता है।

साथियों,

आज हमारे पास नई और cutting edge technology का ऐसा सामर्थ्य है, जिसका पाकिस्तान मुकाबला नहीं कर सकता। बीते दशक में एयरफोर्स सहित, हमारी सभी सेनाओं के पास, दुनिया की श्रेष्ठ टेक्नोलॉजी पहुंची है। लेकिन हम सब जानते हैं, नई टेक्नोलॉजी के साथ चुनौतियां भी उतनी ही बड़ी होती हैं। Complicated और sophisticated systems को मैंटेन करना, उन्हें efficiency के साथ ऑपरेट करना, एक बहुत बड़ी स्किल है। आपने tech को tactics से जोड़कर दिखा दिया है। आपने सिद्ध कर दिया है कि आप इस गेम में, दुनिया में बेहतरीन हैं। भारत की वायुसेना अब सिर्फ हथियारों से ही नहीं, डेटा और ड्रोन से भी दुश्मन को छकाने में माहिर हो गई है।

साथियों,

पाकिस्तान की गुहार के बाद भारत ने सिर्फ अपनी सैन्य कार्रवाई को स्थगित किया है। अगर, अगर पाकिस्तान ने फिर से आतंकी गतिविधि या सैन्य दुस्साहस दिखाया, तो हम उसका मुंहतोड़ जवाब देंगे। ये जवाब, अपनी शर्तों पर, अपने तरीके से देंगे। और इस निर्णय की आधारशिला, इसके पीछे छिपा विश्वास, आप सबका धैर्य, शौर्य, साहस और सजगता है। आपको ये हौसला, ये जुनून, ये जज्बा, ऐसे ही बरकरार रखना है। हमें लगातार मुस्तैद रहना है, हमें तैयार रहना है। हमें दुश्मन को याद दिलाते रहना है, ये नया भारत है। ये भारत शांति चाहता है, लेकिन, अगर मानवता पर हमला होता है, तो ये भारत युद्ध के मोर्चे पर दुश्मन को मिट्टी में मिलाना भी अच्छी तरह जानता है। इसी संकल्प के साथ, आइए एक बार फिर बोलें-

भारत माता की जय। भारत माता की जय।

भारत माता की जय।

वंदे मातरम। वंदे मातरम।

वंदे मातरम। वंदे मातरम।

वंदे मातरम। वंदे मातरम।

वंदे मातरम। वंदे मातरम।

वंदे मातरम।

बहुत-बहुत धन्यवाद।