Lauds Goa on the completion of 100% first dose coverage for the adult population
Remembers services of Shri Manohar Parikkar on the occasion
Goa has shown the great results of ‘Sabka Saath, Sabka Vikas, Sabka Vishwas and Sabka Prayas: PM
I have seen many birthdays and have always been indifferent to that but, in all my years, yesterday was a day that made me deeply emotional as 2.5 crore people got vaccinated: PM
Yesterday witnessed more than 15 lakh doses administered every hour, more than 26 thousand doses every minute and more than 425 doses every second: PM
Every achievement of Goa that epitomises the concept of Ek Bharat -Shreshth Bharat fills me with great joy: PM
Goa is not just a state of the country but also a strong marker of Brand India: PM

গোৱাৰ শক্তিবান আৰু লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ, গোৱাৰ সু-সন্তান শ্ৰীপদ নায়ক জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ মিত্ৰ ডা০ ভাৰতী...পৱাৰ জী, গোৱাৰ মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কসকল, উপস্থিত জন প্ৰতিনিধি, ‘ক’ৰোনা-যোদ্ধা’ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!


গোঁয়ছ্যা মহজা মোগাল ভাৱা বহীঁনো, তুমছে অভিনন্দন।


আপোনালোক আটাইকে ‘শ্ৰী গণেশ’ পৰ্বৰ বহুত বহুত শুভকামনা জনাইছো! কাইলৈ ‘অনন্ত চতুৰ্দশী’ৰ পবিত্ৰ উপলক্ষত আমি সকলোৱে ‘বাপ্পা’ক বিদায় জনাম, হাতত ‘অনন্ত সূত্ৰ’ও বান্ধিম। ‘অনন্ত সূত্ৰ’, অৰ্থাত্, জীৱনৰ বাবে সুখ-সমৃদ্ধি আৰু সুদীৰ্ঘ আয়ুসৰ আশীৰ্বাদ বিচাৰিম।


মোৰ ভাল লাগিছে যে এই পবিত্ৰ দিনটোৰ পূৰ্বে গোৱাৰ ৰাইজে নিজৰ হাতত, বাহুত জীৱন ৰক্ষা সূত্ৰ, অৰ্থাত্, প্ৰতিষেধক লোৱাৰো কাম সম্পূৰ্ণ কৰিলে। গোৱাৰ প্ৰতিগৰাকী যোগ্যতা লাভ কৰা ব্যক্তিয়ে প্ৰতিষেধকৰ এটা পালি গ্ৰহণ কৰিলে। ক’ৰোনা বিৰোধী যুঁজখনৰ বাবে এয়া সঁচাকৈ ডাঙৰ কথাই। ইয়াৰ বাবে গোৱাৰ সকলো ব্যক্তিকে বহুত বহুত অভিনন্দন জনাইছো।


বন্ধুসকল,
গোৱা এনেকুৱা এখন ৰাজ্য, য’ত ভাৰতৰ বৈচিত্ৰ্যৰ দৰ্শন কৰিব পৰা যায়। পূব আৰু পশ্চিমৰ সংস্কৃতি, থকা-মেলা, খোৱা-বোৱাৰ আচাৰ-আচৰণ ইয়াত একত্ৰে দেখিবলৈ পোৱা যায়। ইয়াত গণেশোত্সৱো উদযাপন কৰা হয়, দীপাৱলীও আড়ম্বৰপূৰ্ণ ভাবে পালন কৰা হয়, আৰু খ্ৰীষ্টমাছৰ সময়ত গোৱাৰ সৌন্দৰ্যই বাঢ়ি যায়। এইবোৰ কৰি গোৱাই নিজৰ পৰম্পৰাৰ নিৰ্বহণ কৰে। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাককো নিৰন্তৰ শক্তিশালী কৰি ৰখা গোৱাৰ প্ৰতিটো উপলব্ধিয়ে কেৱল মোকেই নহয়, সমগ্ৰ দেশকে আনন্দ দিয়ে, গৌৰৱবোধ কৰায়।


ভাই-ভনীসকল,
এই মহত্বপূৰ্ণ উপলক্ষত মোৰ বন্ধু, প্ৰকৃত কৰ্মযোগী, স্বৰ্গীয় মনোহৰ পাৰিকৰ জীৰ স্মৃতি মনলৈ অহাটো নিতান্তই স্বাভাৱিক। ১০০বছৰৰ সবাতোকৈ বৃহত্ সংকটৰে গোৱাই যিধৰণে যুঁজিছে, পাৰিকৰ জী যদি আজি আমাৰ মাজত উপস্থিত থাকিলহেতেন, তেঁৱো আপোনালোকৰ এই সাফল্যৰ বাবে, আপোনালোকৰ এই সিদ্ধিৰ বাবে গৌৰৱবোধ কৰিলেহেতেন!
গোৱাই, পৃথিৱীৰ সকলোতকৈ বৃহত্ আৰু দ্ৰুতগতিত সম্পন্ন হোৱা টীকাকৰণ অভিযান- সকলোকে প্ৰতিষেধক, বিনামূলীয়া প্ৰতিষেধক-ৰ সফলতাত উল্লেখনীয় ভূমিকা পালন কৰিছে। যোৱা কেইটামান মাহত গোৱাই মুষলধাৰ বৰষুণ, ঘূৰ্ণী, বানৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সৈতেও খুউব দক্ষতাৰে যুদ্ধ কৰিছিল। এইসমূহ প্ৰকৃতিক প্ৰত্যাহ্বানৰ মাজতো প্ৰমোদ সাৱন্ত জীৰ নেতৃত্বত বহুত পাৰদৰ্শিতাৰে এই যুদ্ধত যুঁজিছে। এইবোৰ প্ৰাকৃতিক দুৰ্যোগৰ মাজতো ক’ৰোনাৰ টীকাকৰণ অভিযানৰ গতিবেগ অব্যাহত ৰখাৰ বাবে প্ৰতিগৰাকী ‘ক’ৰোণা-যোদ্ধা’ৰ লগতে স্বাস্থ্যকৰ্মী, ‘টীম গোৱা’, আৰু এই অভিযানৰে জড়িত প্ৰতিগৰাকী ব্যক্তিকে মই অভিনন্দন জ্ঞাপন কৰিছো।


এই অনুষ্ঠানত বহু সংখ্যক বন্ধুয়ে আমাৰ সৈতে যিবোৰ অভিজ্ঞতাৰ কথা বিনিময় কৰিছে, তাৰ পৰা এটা কথা অনুমান কৰিব পাৰিছো যে এই অভিযান দৰাচলতেই এক কঠিন পৰিক্ৰমাই আছিল। বাৰিষাৰ কোবাল নদীয়ো পাৰ হৈ, প্ৰতিষেধকক সুৰক্ষিত ৰাখি, দূৰ-দূৰণি পৰ্যন্ত লৈ যোৱাৰ বাবে নিশ্চয় আন্তৰিকতা-কৰ্তব্যনিষ্ঠাৰ প্ৰয়োজন হয়। সমাজৰ প্ৰতি গভীৰ ভালপোৱা আৰু অপ্ৰতীম সাহস নাথাকিলে এয়া কেতিয়াও সম্ভৱ নহয়। আপোনালোক আটায়ে থমকি নৰৈ, ভাগৰক প্ৰশ্ৰয় নিদি মানৱতাৰ সেৱাত ব্ৰতী হৈ আছে। আপোনালোকৰ এই সেৱাক চিৰদিন মনত ৰখা হ’ব।


বন্ধুসকল,
সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস- এই সকলো কথাই কেনেকৈ উত্তম পৰিণাম প্ৰদান কৰিব পাৰে, এই কথা গোৱাৰ চৰকাৰ, গোৱাৰ নাগৰিক, গোৱাৰ ‘ক’ৰোনা-যোদ্ধা’, আগশাৰীত থাকি সেৱা আগবঢ়াওতা কৰ্মীসকলে কৰি দেখুৱালে। সামাজিক আৰু ভৌগলিক প্ৰত্যাহ্বানৰে যুঁজাৰ বাবে যিধৰণৰ সমন্বয়ৰ নিদৰ্শন গোৱাই দাঙি ধৰিলে, সেয়া দৰাচলতেই প্ৰশংসনীয়। প্ৰমোদ জী, আপোনাৰ লগতে আপোনাৰ সমগ্ৰ ‘টীম’টোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। ৰাজ্যখনৰ দূৰ-দূৰণিত, সকলো প্ৰান্ততো আন ৰাজ্যসমূহৰ দৰেই যে বহুত গতিবেগৰে টীকাকৰণ চলিছে এয়া তাৰেই ডাঙৰ উদাহৰণ।


মোৰ ভাল লাগিছে যে গোৱাই নিজৰ গতিবেগক লেহেমীয়া হ’বলৈ দিয়া নাই। এইখিনি সময়তো; আমি কথা-পাতি থকা সময়খিনিতো দ্বিতীয়টো পালি প্ৰদানৰ বাবে ৰাজ্যখনত ‘টীকা উত্সৱ’ চলি আছে। এনেধৰণৰ আন্তৰিক আৰু একনিষ্ঠ প্ৰয়াসৰ দ্বাৰাইহে সম্পূৰ্ণ টীকাকৰণৰ ক্ষেত্ৰত গোৱাই দেশৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে অগ্ৰসৰ হ’ব পাৰিছে। আৰু এয়াও ভাল কথা হৈছে যে, গোৱাই কেৱল ইয়াৰ স্থায়ী ভাবে বসতি কৰা নাগৰিকসকলকে নহয়, বৰং ইয়ালৈ অহা পৰ্যটক, বাহিৰৰ পৰা অহা শ্ৰমিকসকলকো প্ৰতিষেধক প্ৰদান কৰি আছে।


বন্ধুসকল,
মই আজি এই সুযোগতে দেশৰ সকলো চিকিত্সক, স্বাস্থ্যকৰ্মী, প্ৰশাসনৰে জড়িত সকলো বিষয়া-কৰ্মচাৰীৰো শলাগ ল’ব খুজিছো। সকলোৰে প্ৰয়াসৰ সুবাদতে কালি ভাৰতে এটা দিনতে আঢ়ৈ কোটিৰো অধিক লোকক প্ৰতিষেধক প্ৰদান কৰি অভিলেখ ৰচনা কৰিছিল। পৃথিৱীৰ ডাঙৰ ডাঙৰ, সমৃদ্ধ  আৰু সামৰ্থ্যবান বুলি গণ্য কৰা দেশসমূহেও কৰিব নোৱাৰা কাম ভাৰতে কৰি দেখুৱালে। কালি আমি দেখিছিলো, কেনেকৈ সংখ্যাৰ বিস্তাৰ হৈছিল, কেনেকৈ ‘ক’ভিড-ডেছবৰ্ড’-ৰ তথ্য দ্ৰুতগতিত পৰিৱৰ্তন হৈছিল। সেয়া দেখি মন উত্সাহৰে উথলি উঠিছিল।


কালি প্ৰতিটো ঘণ্টাত ১৫লাখৰো অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছিল, প্ৰতিটো মিনিটত ২৬হাজাৰৰো অধিক টীকা, প্ৰতিটো ছেকেণ্ডত ৪২৫ৰো অধিক লোকক প্ৰতিষেধক দিয়া হৈছিল। দেশৰ প্ৰান্তে প্ৰান্তে স্থাপন কৰা একলাখৰো অধিক টীকাকৰণ কেন্দ্ৰত ৰাইজক প্ৰতিষেধক প্ৰদানৰ দিহা কৰা হৈছিল। ভাৰতৰ নিজা প্ৰতিষেধক, প্ৰতিষেধকৰ বাবে ইমান বৃহত্ পৰিসৰৰ নেটৱৰ্ক, দক্ষতাসম্পন্ন মানৱ সম্পদ, এই সকলোবোৰে ভাৰতৰ প্ৰবল সামৰ্থ্যকে প্ৰতীয়মান কৰিছে।


বন্ধুসকল,
কালি আপোনালোকে যি সাফল্য আহৰণ কৰিলে, সেয়াই সমগ্ৰ বিশ্বকে, কেৱল প্ৰতিষেধকৰ সংখ্যাৰেই নহয়, ভাৰতৰ ওচৰত থকা সামৰ্থ্যৰ হিচাপেৰেও তৱধ মনাব। আৰু সেয়ে ইয়াৰ গৌৰৱগাঁথাৰ চৰ্চা কৰাটো প্ৰতিগৰাকী ভাৰতীয়ৰ কৰ্তব্য হোৱাৰ উপৰি ইয়াক স্বভাৱতো পৰিণত কৰা উচিত।


বন্ধুসকল, মই আজি মোৰ মনৰ কথাও ক’ব খুজিছো। জন্মদিন বহুত আহিল বহুত গ’ল, মই মনৰে সদায়ে এইবোৰ কথাৰ পৰা নিৰ্লিপ্ত হৈয়ে আহিছিলো। কিন্তু, মোৰ জীৱনত কালিৰ দিনটো সঁচাকৈয়ে আৱেগিক কৰি দিয়া দিন আছিল। জন্মদিন হয়তো বিভিন্ন ধৰণে উদযাপনৰ কৰিব পাৰি। মানুহে বেলেগ বেলেগ ধৰণে উদযাপন কৰেও চাগৈ। এয়া ভুল বুলি ভবা বিধৰ মানুহ মই নহয়। পিচে, আপোনালোক আটাইৰে প্ৰয়াসৰ বাবে কালিৰ দিনটো মোৰ বাবে বহুত বিশেষ দিন হৈ উঠিল।
চিকিত্সা ক্ষেত্ৰৰে জড়িত লোকসকল, যিসকলে যোৱা ডেৰটা-দুটা বছৰ কালে দিনে-ৰাতি একাকাৰ কৰিছে, নিজৰ জীৱনৰ কথা চিন্তা নকৰি, ক’ৰোনাৰে যুঁজাৰ ক্ষেত্ৰত দেশবাসীক সহায়ৰ হাত আগবঢ়াই আহিছে, তেওঁলোকেই কালি যি ধৰণে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত অভিলেখ ৰচনা কৰি দেখুৱালে, সেয়া নিতান্তই বহুত ডাঙৰ কথা আছিল। সকলোৱে এইক্ষেত্ৰত বহুত সহযোগিতা আগবঢ়াইছিল। ৰাইজে ইয়াক সেৱা বুলি গ্ৰহণ কৰিছিল। এয়া তেওঁলোকৰ কৰুণাসিক্ত অনুভৱ, কৰ্তব্যবোধ আছিল, যাৰ প্ৰেৰণাৰে আঢ়ৈকোটি টীকা প্ৰদানৰে অসম্ভৱো সম্ভৱ হৈ উঠিছিল।


আৰু মই ভাবো, প্ৰতিষেধকৰ প্ৰতিটো পালিয়ে, একোটা জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আঢ়ৈকোটিৰো অধিক গৰাকী ব্যক্তিক ইমান কম সময়ৰ ভিতৰত, ইমান ডাঙৰ সুৰক্ষা কৱচ প্ৰদান কৰা কথাই সঁচাকৈ অনাবিল আনন্দ দান কৰে। জন্মদিন আহিব, যাব, কিন্তু কালিৰ এই দিনটোৱে মোৰ মনটোক বাৰুকৈয়ে চুই গ’ল; ই মোৰ বাবে অবিস্মৰণীয় হৈ উঠিল। মই যিমানেই ধন্যবাদ নিদিও কিয় সেয়া কমেই হ’ব। মই হৃদয়ৰ নিৰ্ভৃতকোণৰ পৰা প্ৰতিগৰাকী দেশবাসীক প্ৰণিপাত জনাইছো, সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো।


প্ৰিয় ভাই-ভনীসকল,
ভাৰতৰ টীকাকৰণ অভিযান, কেৱল স্বাস্থ্য সুৰক্ষাৰে কৱচ নহয়, বৰং এক প্ৰকাৰে জীৱিকাৰো সুৰক্ষা কৱচ হয়। এতিয়া আমি যদি চাও হিমাচলত, প্ৰথম পালি প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ১০০শতাংশ সম্পূৰ্ণ হৈছে, গোৱাত ১০০শতাংশ সম্পূৰ্ণ হৈছে, চণ্ডীগড় আৰু লাক্ষাদ্বীপতো সকলো যোগ্যতাসম্পন্ন ব্যক্তিকে প্ৰথম পালি প্ৰদান কৰা হৈছে। ছিক্কিমতো অতি সোনকালেই ১০০শতাংশ সম্পূৰ্ণ হ’ব। আন্দামান নিকোবৰ, কেৰালা, লাডাক্ষ, উত্তৰাখণ্ড, দাদ্ৰা আৰু নগৰ হাভেলীও বহুত পিচ পৰি থকা নাই।


বন্ধুসকল,
এই কথাৰ বিশেষ চৰ্চা হোৱা নাই যদিও ভাৰতে নিজৰ টীকাকৰণ অভিযানত পৰ্যটন খণ্ডৰে জড়িত ৰাজ্যসমূহক বহুত প্ৰথমিকতা প্ৰদান কৰিছে। আৰম্ভণিতে আমি এই কথা উল্লেখ কৰা নাছিলো, কিয়নো ইয়াক লৈয়ো ৰাজনীতি হ’লহেতেন। পিচে, আমাৰ পৰ্যটন স্থলীসমূহ যিমান পাৰি সিমান সোনকালে খোলাটো খুবেই জৰুৰী আছিল। এতিয়া উত্তৰাখণ্ডতো ‘চাৰ-ধাম যাত্ৰা’ কৰিব পৰা যাব। আৰু এইবোৰ প্ৰয়াসৰ মাজত, গোৱাত ১০০শতাংশ হোৱাটো খুবেই গুৰুত্বপূৰ্ণ কথা হিচাপে পৰিগণিত হৈছে।


দেশৰ পৰ্যটন খণ্ডক পুনৰ জাগৃত কৰাৰ ক্ষেত্ৰত গোৱাৰ ভূমিকা বহুতেই গুৰুত্বপূৰ্ণ। আপোনালোকে ভাবকচোন, ‘হোটেল ইণ্ডাষ্ট্ৰী’ৰ মানুহখিনিয়েই হওক, টেক্সি চালকেই হওক, ফেৰীৱালাই হওক, অথবা দোকানীসকলেই হওক, যেতিয়া এই সকলোৱেই প্ৰতিষেধক গ্ৰহণ কৰিছে, তেতিয়াতো পৰ্যটকসকলেও সুৰক্ষাৰ এক নিশ্চয়তা অনুভৱ কৰি ইয়ালৈ আহিবলৈ সাহস কৰিব পাৰিব। এতিয়া গোৱাই পৃথিৱীৰ আঙুলিৰ মূৰত গণিব পৰা কেইখনমান আন্তঃৰাষ্ট্ৰীয় পৰ্যটন স্থলীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আগবাঢ়িছে, য’ত মানুহে প্ৰতিষেধকৰ সুৰক্ষা কৱচ লাভ কৰিব পাৰিছে।


বন্ধুসকল,
আগন্তুক পৰ্যটন ঋতুত ইয়াত আগৰ দৰেই ‘টুৰিষ্ট এক্টিভিটিজ’ হ’ব, দেশ আৰু পৃথিৱীৰ পৰ্যটকে যাতে ইয়াত আনন্দ উপভোগ কৰিবহি পাৰে আমি সকলোৱে তাকেই কামনা কৰিছো। এয়া তেতিয়াহে সম্ভৱ হ’ব, আমি যেতিয়া টীকাকৰণৰ দৰেই ক’ৰোনাৰে জড়িত সৱধানতাসমূহৰ ওপৰতো সিমানেই গুৰুত্ব প্ৰদান কৰিম। সংক্ৰমণ কমিছে যদিও এতিয়াও আমি এই ভাইৰাছটোক সহজ বুলি গণ্য কৰিলে নহ’ব। সুৰক্ষা আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি যিমান গুৰুত্ব দিম, পৰ্যটকো সিমান অধিক হাৰত ইয়ালৈ আহিব। 


বন্ধুসকল,
কেন্দ্ৰীয় চৰকাৰেও অলপতে বিদেশী পৰ্যটকক উত্সাহিত কৰাৰ বাবে বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতে আগন্তক ৫লাখ পৰ্যটকক ‘বিনামূলীয়া ভিছা’ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ভ্ৰমণ আৰু পৰ্যটনৰে জড়িত সংশ্লিষ্ট পক্ষসমূহকো ১০লাখ টকা পৰ্যন্ত ঋণ এশ শতাংশ চৰকাৰী ‘গেৰেণ্টী’ৰে দিয়াৰ ব্যৱস্থা কৰিছে। পঞ্জীয়ণকৃত ‘টুৰিষ্ট গাইড’সকলকো ১লাখ টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰ আগলৈও এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যিবোৰ পদক্ষেপ দেশৰ পৰ্যটন খণ্ডটোক দ্ৰুতগতিৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায়ক হ’ব।


বন্ধুসকল,
গোৱাৰ পৰ্যটন খণ্ডক আকৰ্ষণীয় কৰি তোলাৰ বাবে, ইয়াৰ কৃষক, মাচুৱৈ আৰু আন সকলো লোকৰ সুবিধাৰ বাবে আন্তঃগাঁথনিৰ ‘ডবল ইঞ্জিন’-ৰ চৰকাৰৰ ‘ডবল’ শক্তি পাই আছে। বিশেষকৈ ‘কানেক্টিভিটী’ৰে জড়িত আন্তঃগাঁথনিৰ ক্ষেত্ৰত গোৱাত অভুতপূৰ্ব ৰূপত কাম চলি আছে। মোপা-ত নিৰ্মিত ‘গ্ৰীণফিল্ড এয়াৰপ’ৰ্ট’টো আগন্তুক কেইটামান মাহৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব। এই বিমানবন্দৰক ৰাষ্ট্ৰীয় ঘাইপথৰে সংযোজিত কৰিবলৈ প্ৰায় ১২হাজাৰ কোটি টকাৰ বিনিয়োগৰে ৬লেনযুক্ত এটা আধুনিক ‘কানেক্টিং হাইৱে’’ও নিৰ্মাণ কৰি থকা হৈছে। গোৱাত কেৱল ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণতেই বিগত বছৰচেৰেকত বহু হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হৈছে।


আনন্দৰ কথা যে, ‘নৰ্থ গোৱা’ক ‘ছাউথ গোৱা’ৰে সংযোজিত কৰাৰ বাবে নিৰ্মাণ কৰা ঝুৰী ব্ৰিজ-ৰ উদ্বোধন আগন্তুক কেইটামান মাহৰ ভিতৰতে কৰিব পৰা যাব। আপোনালোকেও হয়তো জানে যে, পাণাজীৰ মাগোৰে ই সংযোজিত হ’ব। মোক জনোৱা মতে, গোৱাৰ মুক্তি সংগ্ৰামৰ অনন্য গাঁথাৰ সাক্ষী অগৌড়া ফৰ্টও অতি সোনকালেই ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব।


ভাই-ভনীসকল,
গোৱাৰ বিকাশৰ যি উত্তৰাধিকাৰিত্ব মনোহৰ পাৰিকৰ জীয়ে এৰি থৈ গৈছিল, সেয়া মোৰ বন্ধু ড০ প্ৰমোদ জী আৰু তেওঁৰ টীমে সম্পূৰ্ণ আন্তৰিকতাৰে আগবঢ়াই আনিছে। স্বাধীনতাৰ অমৃতকালত যেতিয়া দেশে আত্মনিৰ্ভৰতাৰ নতুন সংকল্পৰ সৈতে আগবাঢ়িব খুজিছে, তেতিয়াই গোৱাইয়ো স্বয়ংপূৰ্ণ গোৱাৰ সংকল্প গ্ৰহণ কৰিছে। মোক কোৱা হৈছে যে ‘আত্মনিৰ্ভৰ ভাৰত’, ‘স্বয়ংপূৰ্ণ গোৱা’ৰ এই সংকল্পৰ আধাৰত গোৱাত ৫০ৰো অধিক ‘কম্পনেণ্টছ’-ৰ নিৰ্মাণ আৰম্ভ কৰা হৈছে। এই কথাই ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাৰ বাবে গোৱাই যুৱপ্ৰজন্মৰ বাবে কৰ্মসংস্থানৰ নতুন সুযোগ তৈয়াৰ কৰাৰ বাবে কিমান গম্ভীৰতাৰে কাম কৰি আছে সেই কথাকে আঙুলিয়াই দিছে।


বন্ধুসকল,
আজি গোৱা কেৱল ক’ভিডৰ টীকাকৰণতে অগ্ৰণী নহয়, বৰং বিকাশৰ অনেক ক্ষেত্ৰতো দেশৰ অগ্ৰণী ৰাজ্যসমূহৰ অন্যতম হয়। গোৱাৰ গ্ৰামীণ আৰু চহৰাঞ্চলসমূহ সম্পূৰ্ণ ৰূপে ‘মুকলিত শৌচৰ পৰা মুক্ত’ হৈ উঠিছে। বিজুলী আৰু পানীৰ দৰে সা-সুবিধাসমূহৰ ক্ষেত্ৰতো গোৱাত ভালকৈ কাম চলি আছে। গোৱা দেশৰ এনে এখন ৰাজ্য য’ত এশ শতাংশ বিজুলীকৰণ সম্ভৱ কৰা হৈছে। প্ৰতি ঘৰকে নল সংযোজিত পানী যোগানৰ ক্ষেত্ৰতো গোৱাই অদ্ভুত সাফল্য লাভ কৰিছে। গোৱাৰ গাঁও অঞ্চলৰ প্ৰতিটো ঘৰলৈ নলৰে পানী যোগানৰ প্ৰয়াস সঁচায়ে প্ৰশংসনীয় হৈছে। ‘জল জীৱন মিছন’ৰ অধীনত বিগত ২টা বছৰত দেশে এই পৰ্যন্ত প্ৰায় ৫কোটি পৰিয়ালক নল সংযোজিত পানীৰ যোগান দিবলৈ সক্ষম হৈছে। গোৱাই এই অভিযানক যিধৰণে আগুৱাই নিছে, সেয়া গুড গভাৰ্নেন্স আৰু ইজ অব লিভিং-ক লৈ গোৱা চৰকাৰ প্ৰাথমিকতাকে স্পষ্ট কৰি তুলিছে।


ভাই-ভনীসকল,
‘সুশাসন’ৰ এই প্ৰশ্ৰুতিবদ্ধতাকে গোৱা চৰকাৰে ক’ৰোনা কালতো প্ৰদৰ্শিত কৰিছে। সকলো ধৰণৰ প্ৰত্যাহ্বান থকা স্বত্বেও, কেন্দ্ৰীয় চৰকাৰে গোৱালৈ যি সহায় আগবঢ়াইছে, তাক দ্ৰুতগতিৰে, কোনো বৈষম্যৰ অৱকাশ নৰখাকৈ প্ৰতিগৰাকী হিতাধিকাৰীক দিয়াৰ বাবে গোৱাৰ ‘টীম’য়ে কাম কৰিছে। প্ৰতিগৰাকী দুখীয়া, কৃষক, মাচুৱৈবন্ধুক সাহায্য দিয়াৰ ক্ষেত্ৰত সকলো উদ্যোগেই গ্ৰহণ কৰিছে। মাহ মাহ ধৰি গোৱাৰ দৰিদ্ৰ পৰিয়ালসমূহক বিনামূলীয়া ৰেচন সম্পূৰ্ণ সততাৰে দিয়াৰ ব্যৱস্থা কৰা হৈছে। বিনামূলীয়া গেছ চীলিণ্ডাৰ পোৱাত গোৱাৰ বহুসংখ্যক বাই-ভনীয়ে সংকটৰ মুহূৰ্তত সকাহ লাভ কৰিব পাৰিছে।


গোৱাৰ কৃষক পৰিয়ালসমূহক ‘পিএম কিষাণ সন্মান নিধি’-ৰ পৰা বহু কোটি টকা পোণপতীয়া ভাবে ‘বেংক একাউণ্ট’ৰ জৰিয়তে পোৱাৰ ব্যৱস্থা কৰা হৈছে। ক’ৰোনাকালতে ইয়াৰ ক্ষুদ্ৰ খেতিয়কসকলক ‘মিছন মোড’-ত ‘কিষাণ ক্ৰেডিট কাৰ্ড’ প্ৰদান কৰা হৈছে। এয়াই নহয়, গোৱাৰ পশুপালক, মাচুৱৈসকলকো প্ৰথমবাৰৰ বাবে বিশাল সংখ্যত ‘কিষাণ ক্ৰেডিট কাৰ্ড’ৰ সুবিধা প্ৰদান কৰা হৈছে। ‘পিএম স্বনিধি যোজনা’ৰ অধীনত গোৱাত পথৰ দাঁতিৰ দোকানীসকলক তাত্ক্ষণিক ঋণ দিয়াৰো কাম চলি আছে। এই সকলো প্ৰয়াসৰ সুবাদত গোৱাৰ ৰাইজে বানৰ সময়ত বহুখিনি সকাহ লাভ কৰিলে।


ভাই-ভনীসকল,
গোৱা অসীম সম্ভাৱনাপূৰ্ণ এখন প্ৰদেশ। গোৱা দেশৰ এখন ৰাজ্যই নহয়, বৰং ‘ব্ৰেণ্ড ইণ্ডিয়া’ৰো এক শক্তিশালী পৰিচয়ো হয়। সেয়ে গোৱাৰ এই ভূমিকাক বিস্তাৰিত ৰূপ দিয়াত আমি সকলোৱে হাত উজান দিয়াতো আমাৰ সকলোৰে এক দায়িত্বই হোৱা উচিত। গোৱাত আজি যিবোৰ ভাল কাম হৈ আছে, তাক অব্যাহত ৰখাতো বহুতেই আৱশ্যক হ’ব। বহু দিনৰ পিচত গোৱাই ৰাজনৈতিক স্থিৰতা আৰু সুশাসনৰ লাভ পাবলৈ সক্ষম হৈছে।


এই গতিশীলতাক গোৱাৰ ৰাইজে এনেদৰেই অব্যাহত ৰাখিব, এই কামনাৰেই আপোনালোক আটাইকে পুনৰাই বহুত বহুত শুভকামনা জনালো। প্ৰমোদজী আৰু তেওঁৰ সম্পূৰ্ণ ‘টীম’টোকো অভিনন্দন জনালো। 
 
সগল্যাঁক দেৱ বৰে কৰু
ধন্যবাদ !

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।