QuoteRo-Pax service will decrease transportation costs and aid ease of doing business: PM Modi
QuoteConnectivity boost given by the ferry service will impact everyone starting from traders to students: PM Modi
QuoteName of Ministry of Shipping will be changed to Ministry of Ports, Shipping and Waterways: PM Modi

যি কোনো প্ৰকল্পৰ কাম আৰম্ভ হ’লে কিদৰে ‘ইজ অফ ডুয়িং বিজনেছ’ৰ লগতে ‘ইজ অফ লিভিঙো’ বৃদ্ধি পাই ইয়াৰ উৎকৃষ্ট উদাহৰণ হ’ল এই প্ৰকল্পটো৷ ইয়াত আহি যি ৪–৫গৰাকী ভাই–ভনীৰ সৈতে কথা কোৱাৰ সুযোগ পাইছো, তেওঁলোকে যিদৰে নিজৰ অভিজ্ঞতাৰ কথা ক’লে, তীর্থযাত্রাৰ পৰা আৰম্ভ কৰি যান–বাহনৰ ন্যূনতম লোকচান, সময় ৰাহি অথবা কৃষি উৎপাদন বৃদ্ধি, অপচয় হ্রাস, সতেজ ফল আৰু শাক–পাছলি সৰবৰাহ দ্রুতগতিত ছুৰাটৰ দৰে ডাঙৰ বজাৰলৈ নিয়াৰ ইমান ভাল ব্যৱস্থা এই সকলো বন্ধুসকলৰ জীৱনত এক নতুন মাত্রা যোগ হোৱাত তেওঁলোক অতিশয় আনন্দিত হৈছে৷ তেওঁলোকে মোক জনায় যে এই প্ৰকল্পৰ ফলত কিদৰে তেওঁলোকৰ ব্যৱসায়–বাণিজ্যৰ কাম সুগম হ’ব, গতি বৃদ্ধি পাব৷ মই ভাৱো সেইবাবেই আজি আপোনালোক ইমান আনন্দিত হৈছে৷ আজি এই আনন্দময় পৰিৱেশত ব্যৱসায়ী, শ্ৰমিক, কর্মচাৰী, কৃষক, ছাত্ৰ–ছাত্রী প্ৰত্যেকৰ জীৱনত এই অভূতপূর্ব যোগাযোগ ব্যৱস্থাই ইতিবাচক প্ৰভাৱ পেলাব৷ যেতিয়া নিজৰ মাজত দূৰত্ব কমে, তেতিয়া মনটোও আনন্দৰে ভৰি পৰে৷

বন্ধুসকল,

আজিৰ এই প্ৰকল্পটো গুজৰাটৰ জনসাধাণৰ জীৱনত একপ্ৰকাৰ দীপাৱলী উৎসৱৰ উপহাৰ স্বৰূপে হৈছে৷ এই সর্বব্যাপী আনন্দৰ পৰিৱেশত মঞ্চত উপস্থিত গুজৰাটৰ মুখ্যমন্ত্রী শ্রী বিজয় ৰূপানীজী, মোৰ কেন্দ্রীয় মন্ত্রিসভাৰ সদস্য ভাই মনসুখভাই মাণ্ডভিয়াজী, ভাৰতীয় জনতা পার্টিৰ গুজৰাটৰ ৰাজ্যিক সভাপতি আৰু সাংসদ সদস্য শ্রী চি আৰ পাটিলজী, গুজৰাট চৰকাৰৰ সকলো মন্ত্রী, সাংসদ, বিধায়ক আৰু অন্যান্য জনপ্ৰতিনিধিসকলৰ লগতে বিভিন্ন স্থানৰ পৰা বিপুল সংখ্যাত ইয়ালৈ অহা মোৰ প্রিয় ভাই–ভনীসকল৷ আজি ঘোঘা আৰু হাজিৰাৰ মাজত ৰ’-পেক্স সেৱা আৰম্ভ হোৱাত সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট উভয় অঞ্চলৰ জনগণৰ বহু বছৰৰ সপোন বাস্তবায়িত হৈছে৷ হাজিৰাত আজি নতুন টার্মিনেল উদ্বোধন কৰাৰ জৰিয়তে ভাৱনগৰ আৰু ছুৰাটৰ মাজত স্থাপিত এই নতুন সামুদ্রিক যোগাযোগৰ বাবে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো৷

|

বন্ধুসকল,

ঘোঘা আৰু হাজিৰাৰ মাজত পথৰ দূৰত্ব প্রায় ৩৭৫ কিলোমিটাৰ, কিন্তু সমুদ্ৰপথেৰে সেয়া মাত্ৰ ৯০ কিলোমিটাৰ৷ ফলত, এই সেৱাৰ জৰিয়তে ১০–১২ ঘণ্টাৰ পৰিৱর্তে এতিয়া ৩–৪ ঘণ্টাতে এই দূৰত্ব অতিক্ৰম কৰিব পৰা যাব৷ ইমান সময় ৰাহি হোৱাৰ লগতে আপোনালোকৰ ব্যয়ো হ্ৰাস পাব৷ তদুপৰি, পথত যান–জঁট হ্ৰাস পালে প্ৰদূষণৰ মাত্রাও হ্রাস পাব৷ অলপ সময়ৰ পূৰ্বে যেনেকৈ কোৱা হৈছে, এবছৰত প্রায় ৮০,০০০ যাত্রী অর্থাৎ ৮০,০০০ যাত্রীৰ গাড়ী আৰু প্রায় ৩০ হাজাৰ ট্রাক এই সেৱাৰ দ্বাৰা উপকৃত হ’ব৷ ভাৱক, কিমান পৰিমাণৰ ইন্ধন ৰাহি হ’ব!

বন্ধুসকল,

আটাইতকৈ ডাঙৰ কথাটো হ’ল গুজৰাটৰ এক ডাঙৰ বাণিজ্য কেন্দ্রৰ সৈতে সৌৰাষ্ট্রৰ এই যোগাযোগ ব্যৱস্থা এই অঞ্চলৰ লোকসকলৰ জীৱনত বহুত পৰিবর্তন আনিব৷ এতিয়া সৌৰাষ্ট্ৰৰ কৃষক আৰু পশুপালকসকলে অতি সহজে ফল–মূল, শাক–পাছলি আৰু গাধীৰ নি ছুৰাটত বিক্ৰী কৰিব পাৰিব৷ আগতে এই দীর্ঘ পথ অতিক্ৰম কৰিবলগীয়া হৈছিল বাবে ট্রাকৰ ডালাৰ জোকাৰণিত বহু শাক–পাছলি নষ্ট হৈছিল৷ বিশেষকৈ, ফল আৰু শাক–পাছলিৰ যথেষ্ট লোকচান হৈছিল৷ এতিয়া সমুমপথেৰে পশুপালক আৰু কৃষকসকলে তেওঁলোকৰ সামগ্ৰী লৈ নিৰাপদে বজাৰ পাব পাৰিব৷ এইদৰে ছুৰাটৰ ব্যৱসায়ী বন্ধুসকল আৰু শ্ৰমিক বন্ধুসকলৰ যাতায়াত আৰু সহজ তথা ব্যয়সাধ্য হ’ব৷

|

বন্ধুসকল,

গুজৰাটত ৰ’-পেক্স ফেৰীৰ এই সেৱাৰ উন্নয়ন বহুত লোকৰ দিন–ৰাতিৰ পৰিশ্ৰমৰ ফল৷ ইমান সহজে এই সাফল্য পোৱা নাযায়৷ ইয়াৰ বাবে বহুত সমস্যাৰ মোকাবিলা কৰিলগীয়া হৈছে৷ আৰম্ভণিৰে পৰা মই এই প্ৰকল্পৰ সৈতে জড়িত আছিলো৷ সেইবাবে সকলো সমস্যা সম্পর্কে জানিছিলো৷ কিদৰে সেইবোৰ সমাধান কৰা হৈছে, কেতিয়াবা এনেকৈও ভৱা হৈছে –হয়তো এই প্ৰকল্প আৰু সফল নহ’ব৷ কিন্তু আমাৰ বাবে ই এটা মধুৰ অভিজ্ঞতা৷ গুজৰাটত মই এনে বহু সাফল্যৰ কাহিনী দেখিছো৷ কিন্তু ইয়াত যি পৰিশ্ৰম কৰিবলগীয়া হৈছে, সেয়া অতুলনীয়৷ মই সেই সকলো ইঞ্জিনিয়াৰ আৰু শ্ৰমিকৰ প্ৰতি আজি বিশেষভাবে কৃতজ্ঞতা জনাইছো, যিসকলে সাহস কৰি এই কামত লাগি আহিছে আৰু সমগ্ৰ অঞ্চলৰ লোকসকলৰ এই সপোন বাস্তবায়িত কৰি দেখুৱালে, তেওঁলোকৰ এই পৰিশ্ৰম আৰু সাহসে লাখ লাখ গুজৰাটীৰ বাবে এই নতুন সেৱা সম্ভৱ হৈছে, তেওঁলোক সকলোকে মই অভিনন্দন জনাইছো৷

বন্ধুসকল,

গুজৰাটত সামুদ্রিক বাণিজ্যৰ এক সমৃদ্ধ ঐতিহ্য আছে৷ অলপ সময়ৰ পূৰ্বে মনসুখভায়ে বিস্তৃতভাৱে কৈছিল, কিদৰে আমি যুগ যুগ ধৰি সামুদ্রিক বাণিজ্যৰ সৈতে জড়িত৷ কিন্তু বিগত দুই দশক ধৰি গুজৰাটত যিদৰে এই সামুদ্রিক সামর্থ্যক অনুধাৱন কৰি বন্দৰকেন্দ্রিক উন্নয়নক অগ্রাধিকাৰ দিয়া হৈছে, সেয়া প্ৰত্যেক গুজৰাটবাসীৰ বাবে এক গৌৰৱৰ বিষয়৷ এই কামৰ জৰিয়তে গুজৰাটৰ উপকূলৱর্তী অঞ্চলত পৰিকাঠামো উন্নয়নৰ বিভিন্ন প্ৰকল্পৰ কাম আগুৱাই গৈছে৷ ৰাজ্যত জাহাজ নির্মাণৰ নীতি–প্ৰণয়ন, জাহাজ নিৰ্মাণ পার্ক নির্মাণ অথবা বিশেষীকৃত পার্ক নির্মাণৰ দৰে প্ৰতিটো আন্তঃগাঁথনি উন্নয়নক অগ্রাধিকাৰ দিয়া হৈছে৷যেনে–দহেজ এলেকাত গোটা কার্গ’, কেমিকেল আৰু এলএনজি টার্মিনেল আৰ মুন্দ্রাত ক’ল টার্মিনেল নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে ভেচেল ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম আৰু গ্রাউণ্ড ব্রেকিং যোগাযোগ ব্যৱস্থাৰ প্ৰকল্পকো আমি সম্পূর্ণৰূপে উৎসাহ যোগাই আহিছো৷ এই সকলো প্ৰচেষ্টাৰ ফলত গুজৰাটৰ বন্দৰ ক্ষেত্ৰই নতুন লক্ষ্য উপনীত হ’ব পাৰিছে৷

|

বন্ধুসকল,

কেৱল বন্দৰত আন্তঃগাঁথনি নির্মাণেই নহয়, সেই বন্দৰসমূহৰ সমীপৰ এলেকাত বসবাস কৰা জনগণৰ জীৱন সহজ কৰি তোলাৰ বাবে বহু কাম কৰা হৈছে৷ উপকূলৱৰ্তী এলেকাৰ সম্পূর্ণ বাস্তৱ ব্যৱস্থাক আধুনিক কৰি তুলিবলৈ আমি যথেষ্ট কাম কৰিছো৷ সেয়া জাহাজ নির্মাণ উদ্যোগৰ কাম কৰাৰ বাবে স্থানীয় যুৱক–যুৱতীসকলৰ প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা বিকাশ কৰি তেওঁলোকৰ কর্মসংস্থাপন সুনিশ্চিত কৰা ইত্যাদি প্ৰচেষ্টাই গুজৰাটত বন্দৰকেন্দ্রিক উন্নয়নৰ পৰিধিক বহুত প্ৰসাৰিত কৰিছে৷ আমাৰ চৰকাৰে উপকূলৱৰ্তী এলেকাত সকলো ধৰণৰ বুনিয়াদী সেৱাৰ উন্নয়ন সুনিশ্চিত কৰিছে৷

বন্ধুসকল,

এই ধৰণৰ বহু প্ৰচেষ্টাৰ ফলত গুজৰাট আজি একপ্ৰকাৰ ভাৰতৰ সামুদ্রিক সিংহদ্বাৰ ৰূপে প্ৰতিষ্ঠিত হৈছে; সমৃদ্ধিৰ সিংহ দুৱাৰ! বিগত দুই দশকত পৰম্পৰাগত সমুদ্ৰ বন্দৰ পৰিচালন ব্যৱস্থাৰ বিপৰীতে সমগ্ৰ গুজৰাটত এক সংহত ঐক্যবদ্ধ মডেল আৰম্ভ কৰা হৈছে৷ এই মডেলে আজি এক মানদণ্ড ৰূপে বিকশিত হৈছে৷ বর্তমান মুন্দ্রা হ’ল ভাৰতৰ বৃহত্তম বহুমুখী বন্দৰ৷ ছিক্কা আটাইতকৈ ডাঙৰ সমুদ্ৰই আৱৰি থকা বন্দৰ৷ এই প্ৰচেষ্টাৰ ফলত গুজৰাটৰ বন্দৰসমূহে আজি দেশৰ প্ৰধান সামুদ্রিক কেন্দ্ৰ ৰূপে আত্মপ্ৰকাশ কৰিছে৷ বিগত বৰ্ষত দেশত মুঠ সামুদ্রিক বাণিজ্যৰ ৪০ শতাংশতকৈও অধিক এই গুজৰাট বন্দৰসমূহৰ জৰিয়তে সম্পন্ন হৈছে৷ এই তথ্য আজি মই প্ৰথম গুজৰাটবাসীক অৱগত কৰিছো৷

|

বন্ধুসকল,

আজি গুজৰাটত সামুদ্রিক বাণিজ্য বৃদ্ধিৰ জৰিয়তে সংশ্লিষ্ট আন্তঃগাঁথনি আৰু সক্ষমতা গঢ়াটো ত্বৰান্বিত কৰাৰ কাম চলিছে৷ যেনে গুজৰাটৰ মেৰিটাইম ক্লাষ্টাৰ, গুজৰাট মেৰিটাইম ইউনিভাৰ্চিটী, ভাৱনগৰত বিশ্বৰ প্ৰথম চিএনজি টার্মিনেল ইত্যাদি এই ধৰণৰ বহু সেৱা গুজৰাটত সৃষ্টি কৰা হৈছে৷ গিফট চিটীত নির্মীয়মান গুজৰাট মেৰিটাইম ক্লাস্টাৰ সমুদ্ৰ বন্দৰৰ পৰা আৰম্ভ কৰি সমুদ্ৰভিত্তিক সামগ্ৰী পৰিবহণত সমর্পিত এক উন্নত ব্যৱস্থা গঢ় লৈ উঠিব৷ এই ক্লাস্টাৰে চৰকাৰ, উদ্যোগ আৰু শিক্ষা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাক গুৰুত্ব দিব৷ ইয়াৰ ফলত এই ক্ষেত্রত মূল্য সংযোজনৰ জৰিয়তে কামৰ গতিও উৎকর্ষ বৃদ্ধি পাব৷

বন্ধুসকল,

বিগত বছৰসমূহত দহেজত ভাৰত প্ৰথম ৰাসায়নিক টার্মিনেল গঢ় লৈ উঠিছে৷ ইয়াৰ সমান্তৰালভাৱে প্ৰথম এলএনজি টার্মিনেলো গঢ় লৈ উঠিছে৷ এতিয়া ভাৱনগৰ বন্দৰত বিশ্বৰ প্ৰথম চিএনজি টার্মিনেল গঢ় লৈ উঠিছে৷ চিএনজি টার্মিনেলৰ উপৰি ভাৱনগৰ বন্দৰত ৰ’ ৰ’ টার্মিনেল আৰু লিকুইড কার্গ’ টার্মিনেল আৰু কণ্টেনাৰ টার্মিনেলৰ দৰে সেৱাও প্ৰস্তুত কৰা হৈছে৷ এই সকলো টার্মিনেল গঢ় লৈ উঠিলে ভাৱনগৰ বন্দৰৰ ক্ষমতা বহুতগুণে বৃদ্ধি পাব৷

বন্ধুসকল,

আমাৰ চৰকাৰে ঘোঘা আৰু দহেজৰ মাজত ফেৰী সেৱাও দ্রুতগতিত আৰম্ভ কৰাৰ প্ৰচেষ্টাৰে কাম কৰি আহিছে৷ এই প্ৰকল্প সম্পূর্ণ কৰাৰ ক্ষেত্রত বহুত প্রাকৃতিক বাধা–বিঘিনিৰ সন্মুখীণ হ’বলগীয়া হৈছে৷ আধুনিক প্ৰযুক্তিৰ জৰিয়তে সেই বাধা–বিঘিনি অতিক্ৰম কৰাৰ চেষ্টা কৰা হৈছে৷ মই ভাৱো অতিশীঘ্ৰে আমি ঘোঘা আৰু দহেজৰ মাজত এই ৰ’ ৰ’ সেৱা আৰম্ভ কৰিবলৈ সক্ষম হ’ম৷

বন্ধুসকল,

সামুদ্রিক বাণিজ্যৰ বাবে দক্ষতা বিকাশৰ জৰিয়তে বিশেষজ্ঞ গঢ় দিয়া, প্ৰশিক্ষিত মানৱ সম্পদৰ যোগান অব্যাহত ৰাখিবলৈ গুজৰাটৰ মেৰিটাইম ইউনিভাৰ্চিটী এক ডাঙৰ কেন্দ্ৰ৷ এয়া এই ধৰণৰ বিশেষজ্ঞ প্ৰশিক্ষণৰ উপযোগী দেশৰ প্ৰথম শিক্ষা প্ৰতিষ্ঠান৷ আজি ইয়াত সামুদ্রিক আইন আৰু আন্তর্জাতিক বাণিজ্যৰ আইন–কানুন সম্পর্কে পঢ়াশুনাৰ পৰা আৰম্ভ কৰি মেৰিটাইম মেনেজমেণ্ট, জাহাজ আৰু লজিষ্টিক্স বিষয়ত এমবিএলৈকে পঢ়াৰ সুবিধা আছে৷ বিশ্ববিদ্যালয়ৰ উপৰি মনসুখভায়ে অলপ সময়ত পূৰ্বে যি লোথালৰ কথা কৈছে তাত দেশৰ সমুদ্ৰ বাণিজ্যৰ ইতিহাস আৰু ঐতিহ্য সংৰক্ষণকাৰী দেশৰ প্ৰথম ৰাষ্ট্ৰীয় সংগ্ৰহালয় গঢ় দিয়াৰ লক্ষ্যৰে কাম কৰি থকা হৈছে৷

বন্ধুসকল,

আজিৰ ৰ’-পেক্স ফেৰী সেৱাই হওক অথবা কেইদিনমান পূৰ্বে আৰম্ভ কৰা ছী–প্লেন সেৱাৰ জৰিয়তে জলসম্পদভিত্তিক অর্থনীতি যথেষ্ট পৰিমাণে বিকশিত হৈ উঠিব৷ আপোনালোক দেখিছে কিমান ক্ষিপ্ৰতাৰে গুজৰাটে জল–স্থল–আকাশ–এই তিনিটা ক্ষেত্রৰ অর্থনীতিত আগুৱাই গৈছে৷ কেইদিনমান পূৰ্বে গিৰনাৰত ৰ’পৱে উদ্বোধনৰ মোৰ সৌভাগ্য হৈছে, এই সুবিধাই গুজৰাটলৈ অহা পর্যটকসকলৰ সেৱা প্ৰদানৰ জৰিয়তে পর্যটন উদ্যোগক নতুন গতি প্ৰদান কৰিব৷ আকাশীপথেৰে পর্যটনৰ এয়া এক নতুন মাধ্যম৷ তদুপৰি, ছী–প্লেন সেৱা উদ্বোধনৰো সৌভাগ্য হৈছে৷ এই উৰাজাহাজসমূহ এক পানীৰ পৰা উৰি আকৌ আন ঠাইত গৈ পানীতে অৱতৰণ কৰে৷ আজি সমুদ্রৰ মাজত বহু সময় কটোৱাৰ সুযোগ পাই গুজৰাটলৈ পর্যটক অহাৰ গতি কিমান বৃদ্ধি পাব, সেয়া আপোনালোক খুব ভালদৰে অনুমান কৰিব পাৰিছে৷

 

বন্ধুসকল,

যেতিয়া সমুদ্রৰ প্ৰসংগ উত্থাপন হৈছে, পানীৰ কথা উঠিছে, সেয়েহে আপোনালোকক কও মীনপালনৰ পৰা আৰম্ভ কৰি মৎস ব্যৱসায় আৰু ছী–উইড’ৰ খেতি আৰু নদী আৰু সমুদ্ৰপথত পৰিবহণ ব্যৱস্থা আৰু পর্যটন এই সকলো ক্ষেত্রত বিগত বছৰসমূহত বহুত ঐকান্তিক প্ৰচেষ্টাৰে দেশৰ নীল অর্থনীতিক বিকাশ সাধনৰ চেষ্টা কৰা হৈছে৷ আগতে সমুদ্ৰ অর্থনীতিৰ কথা কোৱা হৈছিল আৰু আজি আমি নীল অর্থনীতিৰ কথা কৈছো৷

বন্ধুসকল,

সমুদ্ৰ উপকূলৱৰ্তী সম্পূর্ণ ব্যৱস্থা আৰু মৎস্যজীৱি বন্ধুসকলৰ সহায়ৰ বাবে বিগত বৰ্ষত বহুত প্ৰকল্প আৰম্ভ কৰা হৈছে৷ মৎস্যজীৱিসকলৰ আধুনিক ট্ৰলাৰ প্ৰদান কৰাই হওক বা আর্থিক সহায় বা পৰিৱেশ বা সমুদ্ৰপথৰ সঠিক তথ্য প্ৰদানকাৰী নেভিগেচন ছিষ্টেম সেই ট্ৰলাৰগুসমূহ স্থাপনৰ জৰিয়তে আমি মৎস্যজীৱিসকলৰ নিৰাপত্তা আৰু সমৃদ্ধিক অগ্রাধিকাৰ দিছো৷ বৰ্তমান মৎস্য বাণিজ্যক উৎসাহ প্ৰদানৰ বাবে প্ৰধানমন্ত্রী মৎস্য সম্পদা যোজনা আৰম্ভ কৰা হৈছে৷ ইয়াৰ জৰিয়তে অহা বছৰসমূহ মীনপালনৰ দৰে আন্তঃগাঁথনি নির্মাণত ২০,০০০ কোটি টকা ব্যয় কৰা হ’ব৷ এই বিনিয়োগৰ জৰিয়তে গুজৰাটৰ লাখ লাখ মীন পালক পৰিয়াল উপকৃত হ’ব৷ দেশৰ অর্থনীতিও সমৃদ্ধ হ’ব৷

 

বন্ধুসকল,

আজি সমগ্ৰ দেশৰ সমুদ্ৰ সীমাত বন্দৰসমূহৰ ক্ষমতা বৃদ্ধি কৰা হৈছে আৰু দ্রুতগতিত বহু নতুন নতুন বন্দৰ নির্মাণৰ কামো চলি আছে৷ দেশৰ আভ্যন্তৰত যি প্রায় ২১,০০০ কিলোমিটাৰ জলপথ আছে, সেই জলপথক দেশৰ উন্নয়নত কিদৰে সৰ্বাধিক কামত লগোৱা হয়, সেই ক্ষেত্ৰত সুপৰিকল্পিতভাৱে কাম কৰা হৈছে৷ সাগৰমালা প্ৰকল্পৰ জৰিয়তে আজি সমগ্ৰ দেশত ৫০০তকৈও অধিক প্ৰকল্পৰ কাম চলিছে৷ ইতিমধ্যে লক্ষাধিক টকাতকৈ অধিক বিনিয়োগেৰ জৰিয়তে বহু প্ৰকল্পৰ কাম সম্পূর্ণ হৈছে৷

 

বন্ধুসকল,

সামুদ্রিক জলপথেই হওক বা নদীপথ; ভাৰতৰ কোনো দিনেই সম্পদ আৰু দক্ষতাৰ অভাৱ নাছিল৷ এইটো সকলোৱে জানে যে পথ বা ৰেলপথৰ তুলনাত জলপথ পৰিবহণ বহু সস্তা আৰু পৰিৱেশৰ বাবে কম ক্ষতিকাৰক হয়৷ সেয়েহে এই লক্ষ্যত এক সামগ্রিক দৃষ্টিভংগীৰে কাম কৰাটো ২০১৪ৰ পাছত সম্ভৱ হৈছে৷ এই নদীসমূহ, এই সমুদ্ৰ মোদী প্ৰধানমন্ত্রী হোৱাৰ পাছত অহা নাই, এইবোৰ আগৰ পৰাই আছিল৷ কিন্তু সেই দৃষ্টি নাছিল৷ যিটো ২০১৪ চনৰ পাছৰ পৰা দেশবাসীয়ে আজি অনুভৱ কৰিব পাৰিছে৷ আজি সমগ্ৰ দেশত নদীসমূহ যি অভ্যন্তৰীণ জলপথ গঢ়ি তোলাৰ কাম চলিছে, সেইবোৰৰ জৰিয়তে বহুত স্থলবেষ্টিত ৰাজ্যক সমুদ্রৰ সৈতে যুক্ত কৰা হৈছে৷ আজি বংগোপসাগৰ, ভাৰত মহাসাগৰ আৰু আৰৱ সাগৰত আমাৰ ক্ষমতা অভূতপূর্বধৰণে বিকাশ হোৱা পৰিলক্ষিত হৈছে৷ দেশৰ সমুদ্রিক জলসীমা যাতে আত্মনির্ভৰ ভাৰত এক গুৰুত্বপূর্ণ অংশ হৈ উঠে, সেই লক্ষ্যৰে নিৰন্তৰ কাম চলি আছে৷ চৰকাৰৰ এই প্ৰচেষ্টাসমূহ আৰু অধিক গতি প্ৰদান কৰিবলৈ এক ডাঙৰ পদক্ষেপ লোৱা হৈছে৷ জাহাজ মন্ত্ৰালয়ৰ নাম সলনি কৰি এতিয়া ইয়াৰ নাম বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় ৰখা হৈছে৷ তাৰ মানে এই মন্ত্ৰালয়ৰ কামৰ পৰিধি বিস্তাৰ কৰা হৈছে৷ উন্নত অর্থনীতিৰ দেশসমূহৰ মাজত অধিকাংশ দেশে জাহাজ পৰিবহণ মন্ত্ৰালয়ে বন্দৰ আৰু জলপথৰ দায়িত্ব চম্ভালে৷ ভাৰতেও জাহাজ মন্ত্ৰালয়ে বন্দৰ আৰু জলপথ উন্নয়নৰ বহুত কাম কৰি আহিছে৷ কিন্তু এতিয়া নাম পৰিৱর্তনৰ জৰিয়তে কামতো অধিক স্পষ্টতা পৰিলক্ষিত হ’ব বুলি মোৰ বিশ্বাস৷

 

বন্ধুসকল,

আত্মনির্ভৰ ভাৰতত নীল অর্থনীতি সমৃদ্ধ কৰিবলৈ সমুদ্ৰপথত সামগ্ৰী পৰিবহণো শক্তিশালী কৰাৰ প্ৰয়োজন আছে৷ কাৰণ, আমাৰ অর্থনীতিতো সামগ্ৰীপৰিবহণৰ ব্যয় সৰ্বাধিক৷ অর্থাৎ দেশৰ অটা অঞ্চলৰ পৰা অন্য এটা অঞ্চললৈ সামগ্ৰী পৰিবহণৰ ক্ষেত্রত ব্যয় অন্যান্য দেশৰ তুলনাত আমাৰ দেশত বেছি হয়৷ জলপথ পৰিবহণৰ জৰিয়তে এই সামগ্ৰী পৰিবহণৰ খৰচো বহুতপৰিমাণে কম কৰিব পাৰে৷ সেই বাবে আমি এনে ধৰণৰ পৰিকাঠামো উন্নয়নক গুৰুত্ব দিছো য’ত কার্গৰ বাধাহীন পৰিবহণ সুনিশ্চিত হ’ব৷ আজি এক উন্নত পৰিকাঠামোৰ সমান্তৰালভাৱে উন্নত মেৰিটাইম লজিষ্টিক্সৰ বাবে ছিংগল উইণ্ড ছিষ্টেমত কাম কৰাৰ দিশে অগ্ৰসৰ হৈছে৷

বন্ধুসকল,

সামগ্ৰী পৰিবহণত ব্যয় হাস্ৰ কৰিবলৈ এতিয়া দেশত বহুমুখী যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে এক সংহত দৃষ্টিভংগী আৰু সুদূৰপ্ৰসাৰী ভাৱনা লৈ আগুৱাই গৈছে৷ আমি চেষ্টা কৰিছো, যাতে পথ, ৰে’লপথ, আকাশীপথ আৰু জাহাজ পৰিবহণৰ দৰে পৰিকাঠামোৰ পাৰস্পৰিক যোগাযোগ আৰু উন্নত কৰা যায় আৰু সেয়া কৰিবলৈ আমি যি ধৰণৰ শিথিলতা বা বাধা–বিঘিনিৰ সন্মুখীন হও, সেইবোৰো কিদৰে দূৰ কৰিব পৰা যায়, সেই চেষ্টা চলিছে৷ দেশত বহু মাল্টিমডেল লজিষ্টিক পার্ক গঢ়ি তোলা হৈছে যাতে কেৱল আভ্যন্তৰীণ সামগ্ৰী পৰিবহণেই নহয়, আমাৰ প্ৰতিৱেশী দেশসমবহৰ সৈতে বহুমুখী যোগাযোগ ব্যৱস্থা উন্নয়নৰ ক্ষেত্রত মিলি কাম চলিছে৷ মোৰ দৃঢ় বিশ্বাস এই সকলো প্ৰচেষ্টাৰ ফলত আমি প্ৰতিবেশী দেশসমূহৰ পৰিবহণ ব্যয় বহুত হ্ৰাস কৰাত আমি সফল হ’ম৷ সামগ্ৰী পৰিবহণত ব্যয় নিয়ন্ত্ৰণৰ বাবে এই প্ৰচেষ্টাসমূহৰ জৰিয়তে আমাৰ অর্থনীতিয়েও নতুন প্রাণ সঞ্চাৰ হ’ব৷

 

বন্ধুসকল,

উৎসৱৰ এই দিনসমূহ দেশত যথেষ্ট পৰিমাণে কিনা–বেচা চলিছে৷ এই বেচা–কিনাৰ সময়ত মই ছুৰাটৰ জনগণক এক অনুৰোধ জনাও যে ছুৰাটৰ মানুহে নিয়মীয়াকৈ সমগ্ৰ পৃথিৱীত তেওঁলোকৰ ব্যৱসায়িক লেনদেনৰ বাবে প্ৰসিদ্ধ৷ সেইবাবে তেওঁলোকে যেন এই বেচা–কিনাৰ সময়ত ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰ নাপাহৰে৷ মই দেখিছো বহুতে মাটিৰ চাকি বিক্ৰীৰ জৰিয়তে আত্মনির্ভৰ হৈ উঠে৷ আমি কেৱল ভাৰতত প্ৰস্তুত কৰা চাকি কিনিম৷ কিন্তু আপোনালোকে যি যি সাজ পৰিধান কৰে, ঘৰৰ বা বাহিৰত যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰে, সেইবোৰৰ অধিকাংশই আমাৰ দেশৰ ক্ষুদ্ৰ শিল্পীসকলে নির্মাণ কৰিবলৈ সক্ষম৷ আমি তেওঁলোকক সুযোগ দিব নোৱাৰোনে? দেশক আগুৱাই নিয়াৰ দায়িত্বতো আমাৰ সকলোৰে আছে বন্ধুসকল৷ সেইবাবে আমাৰ ক্ষুদ্ৰ উদ্যোগৰ হস্তশিল্পীসকল, গাঁৱৰ মাতৃ–ভগ্নীসকলে প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ কৰিম আৰু সগৌৰৱে বিশ্ববাসীক কও যে এইবোৰ মোৰ গাঁৱৰ মানুহে বনাইছে, মোৰ জিলাৰ মানুহে বনাইছে, আমাৰ দেশৰ গাঁৱৰ লোকসকলে বনাইছে৷ দেখিব, আপোনালোকৰ বুকু গৌৰৱত উঠলি উঠিব৷ দীপাৱলী উৎসৱৰ আনন্দই বেলেগ গৈ পৰিব৷ সেইবাবে মই কও যে ‘ভোকেল ফৰ লোকেল’ৰ ক্ষেত্রত কোনো ধৰণৰ আপোচ নকৰিব৷

দেশে স্বাধীনতা লাভ কৰাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি পালনৰ লক্ষ্যে আগুৱাই গৈছে৷ তাৰপূৰ্বে আমি এই মন্ত্ৰক জীৱনৰ মূল মন্ত্ৰ হিচাপে পালন কৰিব লাগিব৷ আমাৰ পৰিয়াল, ঘৰৰ প্ৰত্যেক ব্যক্তিৰ মনত এই ভাৱ জগাই তুলিব লাগিব৷ সেই বাবে এইবাৰৰ দীপাৱলী যেন আমাৰ সকলোৰে প্ৰচেষ্টাত ‘ভোকেল ফৰ লোকেল’ৰ এক টার্নিং পইণ্ট হৈ উঠে–এই প্রার্থনা মই মোৰ গুজৰাটৰ ভাই–ভনীসকলৰ প্ৰতি কৰিছো৷ মই জানো এই অনুৰোধ কৰাৰ অধিকাৰ মোৰ আছে৷ আৰু এইটোও জানো আপোনালোক মোক হতাশ নকৰে৷ অলপ সময়ৰ পূৰ্বে নন্দলালজীয়ে কৈছিল, আপোনালোক মোক যি অনুৰোধ কৰিছিল, মই সেইবোৰ আখৰে আখৰে পালন কৰিছো৷ মই অতিশয় আনন্দিত যে মইও এদিন নন্দলালজীক যি কৈছিলো, সেয়া তেৱোঁ আখৰে আখৰে পালন কৰিছে৷ আপোনালোক সকলোৱেই মোৰ বাবে একো একোজন নন্দলাল৷ আহক, কষ্ট কৰো৷ আমি দেশৰ দুখীয়া লোকসকলৰ বাবে কিবা এটা কৰো৷ এনেদৰে দীপাৱলী পালন কৰো, যাতে তেওঁলোকৰ ঘৰতো দীপাৱলী উৎসব পালনৰ পৰিৱেশ গঢ়ি লৈ উঠে৷ এনেদৰে চাকি জ্বলাও যাতে দেশৰ প্ৰতিগৰাকী দুখীয়াৰ ঘৰত চাকি জ্বলে৷ ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰ পালনৰ জৰিয়তেহে এইটো সম্ভৱ৷ মোৰ দৃঢ় বিশ্বাস ক’ৰোনাৰ এই সংকটৰ সময়ত আপোনালোক সকলোৱেই অধিক সতর্কতাৰে উৎসৱ পালন কৰিব৷ আপোনালোক সকলো নিৰাপদে থাকিলেহে দেশো নিৰাপদে থাকিব৷

মোৰ প্রিয় ভাই–ভনীসকল, দেশৰ সকলো ভাই–ভনীসকলক মই আগতীয়াকৈ ধনতেৰাছ আৰু দীপাৱলীৰ শুভেচ্ছা জনাইছো৷ গুজৰাটৰ জনসাধৰণক নতুন বছৰৰ বহু বহু শুভকামনা জনাইছো৷ আপোনালোকৰ সকলোকে প্ৰতিটো উৎসৱৰ বাবে বহুত বহুত শুভকামনা জনাইছো৷

বহুত বহুত ধন্যবাদ৷

  • krishangopal sharma Bjp January 14, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 14, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌹
  • krishangopal sharma Bjp January 14, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌹🌷
  • शिवकुमार गुप्ता March 12, 2022

    जय भारत
  • शिवकुमार गुप्ता March 12, 2022

    जय हिंद
  • शिवकुमार गुप्ता March 12, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता March 12, 2022

    जय श्री राम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Namo Drone Didi, Kisan Drones & More: How India Is Changing The Agri-Tech Game

Media Coverage

Namo Drone Didi, Kisan Drones & More: How India Is Changing The Agri-Tech Game
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
In future leadership, SOUL's objective should be to instill both the Steel and Spirit in every sector to build Viksit Bharat: PM
February 21, 2025
QuoteThe School of Ultimate Leadership (SOUL) will shape leaders who excel nationally and globally: PM
QuoteToday, India is emerging as a global powerhouse: PM
QuoteLeaders must set trends: PM
QuoteIn future leadership, SOUL's objective should be to instill both the Steel and Spirit in every sector to build Viksit Bharat: PM
QuoteIndia needs leaders who can develop new institutions of global excellence: PM
QuoteThe bond forged by a shared purpose is stronger than blood: PM

His Excellency,

भूटान के प्रधानमंत्री, मेरे Brother दाशो शेरिंग तोबगे जी, सोल बोर्ड के चेयरमैन सुधीर मेहता, वाइस चेयरमैन हंसमुख अढ़िया, उद्योग जगत के दिग्गज, जो अपने जीवन में, अपने-अपने क्षेत्र में लीडरशिप देने में सफल रहे हैं, ऐसे अनेक महानुभावों को मैं यहां देख रहा हूं, और भविष्य जिनका इंतजार कर रहा है, ऐसे मेरे युवा साथियों को भी यहां देख रहा हूं।

साथियों,

कुछ आयोजन ऐसे होते हैं, जो हृदय के बहुत करीब होते हैं, और आज का ये कार्यक्रम भी ऐसा ही है। नेशन बिल्डिंग के लिए, बेहतर सिटिजन्स का डेवलपमेंट ज़रूरी है। व्यक्ति निर्माण से राष्ट्र निर्माण, जन से जगत, जन से जग, ये किसी भी ऊंचाई को प्राप्त करना है, विशालता को पाना है, तो आरंभ जन से ही शुरू होता है। हर क्षेत्र में बेहतरीन लीडर्स का डेवलपमेंट बहुत जरूरी है, और समय की मांग है। और इसलिए The School of Ultimate Leadership की स्थापना, विकसित भारत की विकास यात्रा में एक बहुत महत्वपूर्ण और बहुत बड़ा कदम है। इस संस्थान के नाम में ही ‘सोल’ है, ऐसा नहीं है, ये भारत की सोशल लाइफ की soul बनने वाला है, और हम लोग जिससे भली-भांति परिचित हैं, बार-बार सुनने को मिलता है- आत्मा, अगर इस सोल को उस भाव से देखें, तो ये आत्मा की अनुभूति कराता है। मैं इस मिशन से जुड़े सभी साथियों का, इस संस्थान से जुड़े सभी महानुभावों का हृदय से बहुत-बहुत अभिनंदन करता हूं। बहुत जल्द ही गिफ्ट सिटी के पास The School of Ultimate Leadership का एक विशाल कैंपस भी बनकर तैयार होने वाला है। और अभी जब मैं आपके बीच आ रहा था, तो चेयरमैन श्री ने मुझे उसका पूरा मॉडल दिखाया, प्लान दिखाया, वाकई मुझे लगता है कि आर्किटेक्चर की दृष्टि से भी ये लीडरशिप लेगा।

|

साथियों,

आज जब The School of Ultimate Leadership- सोल, अपने सफर का पहला बड़ा कदम उठा रहा है, तब आपको ये याद रखना है कि आपकी दिशा क्या है, आपका लक्ष्य क्या है? स्वामी विवेकानंद ने कहा था- “Give me a hundred energetic young men and women and I shall transform India.” स्वामी विवेकानंद जी, भारत को गुलामी से बाहर निकालकर भारत को ट्रांसफॉर्म करना चाहते थे। और उनका विश्वास था कि अगर 100 लीडर्स उनके पास हों, तो वो भारत को आज़ाद ही नहीं बल्कि दुनिया का नंबर वन देश बना सकते हैं। इसी इच्छा-शक्ति के साथ, इसी मंत्र को लेकर हम सबको और विशेषकर आपको आगे बढ़ना है। आज हर भारतीय 21वीं सदी के विकसित भारत के लिए दिन-रात काम कर रहा है। ऐसे में 140 करोड़ के देश में भी हर सेक्टर में, हर वर्टिकल में, जीवन के हर पहलू में, हमें उत्तम से उत्तम लीडरशिप की जरूरत है। सिर्फ पॉलीटिकल लीडरशिप नहीं, जीवन के हर क्षेत्र में School of Ultimate Leadership के पास भी 21st सेंचुरी की लीडरशिप तैयार करने का बहुत बड़ा स्कोप है। मुझे विश्वास है, School of Ultimate Leadership से ऐसे लीडर निकलेंगे, जो देश ही नहीं बल्कि दुनिया की संस्थाओं में, हर क्षेत्र में अपना परचम लहराएंगे। और हो सकता है, यहां से ट्रेनिंग लेकर निकला कोई युवा, शायद पॉलिटिक्स में नया मुकाम हासिल करे।

साथियों,

कोई भी देश जब तरक्की करता है, तो नेचुरल रिसोर्सेज की अपनी भूमिका होती ही है, लेकिन उससे भी ज्यादा ह्यूमेन रिसोर्स की बहुत बड़ी भूमिका है। मुझे याद है, जब महाराष्ट्र और गुजरात के अलग होने का आंदोलन चल रहा था, तब तो हम बहुत बच्चे थे, लेकिन उस समय एक चर्चा ये भी होती थी, कि गुजरात अलग होकर के क्या करेगा? उसके पास कोई प्राकृतिक संसाधन नहीं है, कोई खदान नहीं है, ना कोयला है, कुछ नहीं है, ये करेगा क्या? पानी भी नहीं है, रेगिस्तान है और उधर पाकिस्तान है, ये करेगा क्या? और ज्यादा से ज्यादा इन गुजरात वालों के पास नमक है, और है क्या? लेकिन लीडरशिप की ताकत देखिए, आज वही गुजरात सब कुछ है। वहां के जन सामान्य में ये जो सामर्थ्य था, रोते नहीं बैठें, कि ये नहीं है, वो नहीं है, ढ़िकना नहीं, फलाना नहीं, अरे जो है सो वो। गुजरात में डायमंड की एक भी खदान नहीं है, लेकिन दुनिया में 10 में से 9 डायमंड वो है, जो किसी न किसी गुजराती का हाथ लगा हुआ होता है। मेरे कहने का तात्पर्य ये है कि सिर्फ संसाधन ही नहीं, सबसे बड़ा सामर्थ्य होता है- ह्यूमन रिसोर्स में, मानवीय सामर्थ्य में, जनशक्ति में और जिसको आपकी भाषा में लीडरशिप कहा जाता है।

21st सेंचुरी में तो ऐसे रिसोर्स की ज़रूरत है, जो इनोवेशन को लीड कर सकें, जो स्किल को चैनेलाइज कर सकें। आज हम देखते हैं कि हर क्षेत्र में स्किल का कितना बड़ा महत्व है। इसलिए जो लीडरशिप डेवलपमेंट का क्षेत्र है, उसे भी नई स्किल्स चाहिए। हमें बहुत साइंटिफिक तरीके से लीडरशिप डेवलपमेंट के इस काम को तेज गति से आगे बढ़ाना है। इस दिशा में सोल की, आपके संस्थान की बहुत बड़ी भूमिका है। मुझे ये जानकर अच्छा लगा कि आपने इसके लिए काम भी शुरु कर दिया है। विधिवत भले आज आपका ये पहला कार्यक्रम दिखता हो, मुझे बताया गया कि नेशनल एजुकेशन पॉलिसी के effective implementation के लिए, State Education Secretaries, State Project Directors और अन्य अधिकारियों के लिए वर्क-शॉप्स हुई हैं। गुजरात के चीफ मिनिस्टर ऑफिस के स्टाफ में लीडरशिप डेवलपमेंट के लिए चिंतन शिविर लगाया गया है। और मैं कह सकता हूं, ये तो अभी शुरुआत है। अभी तो सोल को दुनिया का सबसे बेहतरीन लीडरशिप डेवलपमेंट संस्थान बनते देखना है। और इसके लिए परिश्रम करके दिखाना भी है।

साथियों,

आज भारत एक ग्लोबल पावर हाउस के रूप में Emerge हो रहा है। ये Momentum, ये Speed और तेज हो, हर क्षेत्र में हो, इसके लिए हमें वर्ल्ड क्लास लीडर्स की, इंटरनेशनल लीडरशिप की जरूरत है। SOUL जैसे Leadership Institutions, इसमें Game Changer साबित हो सकते हैं। ऐसे International Institutions हमारी Choice ही नहीं, हमारी Necessity हैं। आज भारत को हर सेक्टर में Energetic Leaders की भी जरूरत है, जो Global Complexities का, Global Needs का Solution ढूंढ पाएं। जो Problems को Solve करते समय, देश के Interest को Global Stage पर सबसे आगे रखें। जिनकी अप्रोच ग्लोबल हो, लेकिन सोच का एक महत्वपूर्ण हिस्सा Local भी हो। हमें ऐसे Individuals तैयार करने होंगे, जो Indian Mind के साथ, International Mind-set को समझते हुए आगे बढ़ें। जो Strategic Decision Making, Crisis Management और Futuristic Thinking के लिए हर पल तैयार हों। अगर हमें International Markets में, Global Institutions में Compete करना है, तो हमें ऐसे Leaders चाहिए जो International Business Dynamics की समझ रखते हों। SOUL का काम यही है, आपकी स्केल बड़ी है, स्कोप बड़ा है, और आपसे उम्मीद भी उतनी ही ज्यादा हैं।

|

साथियों,

आप सभी को एक बात हमेशा- हमेशा उपयोगी होगी, आने वाले समय में Leadership सिर्फ Power तक सीमित नहीं होगी। Leadership के Roles में वही होगा, जिसमें Innovation और Impact की Capabilities हों। देश के Individuals को इस Need के हिसाब से Emerge होना पड़ेगा। SOUL इन Individuals में Critical Thinking, Risk Taking और Solution Driven Mindset develop करने वाला Institution होगा। आने वाले समय में, इस संस्थान से ऐसे लीडर्स निकलेंगे, जो Disruptive Changes के बीच काम करने को तैयार होंगे।

साथियों,

हमें ऐसे लीडर्स बनाने होंगे, जो ट्रेंड बनाने में नहीं, ट्रेंड सेट करने के लिए काम करने वाले हों। आने वाले समय में जब हम Diplomacy से Tech Innovation तक, एक नई लीडरशिप को आगे बढ़ाएंगे। तो इन सारे Sectors में भारत का Influence और impact, दोनों कई गुणा बढ़ेंगे। यानि एक तरह से भारत का पूरा विजन, पूरा फ्यूचर एक Strong Leadership Generation पर निर्भर होगा। इसलिए हमें Global Thinking और Local Upbringing के साथ आगे बढ़ना है। हमारी Governance को, हमारी Policy Making को हमने World Class बनाना होगा। ये तभी हो पाएगा, जब हमारे Policy Makers, Bureaucrats, Entrepreneurs, अपनी पॉलिसीज़ को Global Best Practices के साथ जोड़कर Frame कर पाएंगे। और इसमें सोल जैसे संस्थान की बहुत बड़ी भूमिका होगी।

साथियों,

मैंने पहले भी कहा कि अगर हमें विकसित भारत बनाना है, तो हमें हर क्षेत्र में तेज गति से आगे बढ़ना होगा। हमारे यहां शास्त्रों में कहा गया है-

यत् यत् आचरति श्रेष्ठः, तत् तत् एव इतरः जनः।।

यानि श्रेष्ठ मनुष्य जैसा आचरण करता है, सामान्य लोग उसे ही फॉलो करते हैं। इसलिए, ऐसी लीडरशिप ज़रूरी है, जो हर aspect में वैसी हो, जो भारत के नेशनल विजन को रिफ्लेक्ट करे, उसके हिसाब से conduct करे। फ्यूचर लीडरशिप में, विकसित भारत के निर्माण के लिए ज़रूरी स्टील और ज़रूरी स्पिरिट, दोनों पैदा करना है, SOUL का उद्देश्य वही होना चाहिए। उसके बाद जरूरी change और रिफॉर्म अपने आप आते रहेंगे।

|

साथियों,

ये स्टील और स्पिरिट, हमें पब्लिक पॉलिसी और सोशल सेक्टर्स में भी पैदा करनी है। हमें Deep-Tech, Space, Biotech, Renewable Energy जैसे अनेक Emerging Sectors के लिए लीडरशिप तैयार करनी है। Sports, Agriculture, Manufacturing और Social Service जैसे Conventional Sectors के लिए भी नेतृत्व बनाना है। हमें हर सेक्टर्स में excellence को aspire ही नहीं, अचीव भी करना है। इसलिए, भारत को ऐसे लीडर्स की जरूरत होगी, जो Global Excellence के नए Institutions को डेवलप करें। हमारा इतिहास तो ऐसे Institutions की Glorious Stories से भरा पड़ा है। हमें उस Spirit को revive करना है और ये मुश्किल भी नहीं है। दुनिया में ऐसे अनेक देशों के उदाहरण हैं, जिन्होंने ये करके दिखाया है। मैं समझता हूं, यहां इस हॉल में बैठे साथी और बाहर जो हमें सुन रहे हैं, देख रहे हैं, ऐसे लाखों-लाख साथी हैं, सब के सब सामर्थ्यवान हैं। ये इंस्टीट्यूट, आपके सपनों, आपके विजन की भी प्रयोगशाला होनी चाहिए। ताकि आज से 25-50 साल बाद की पीढ़ी आपको गर्व के साथ याद करें। आप आज जो ये नींव रख रहे हैं, उसका गौरवगान कर सके।

साथियों,

एक institute के रूप में आपके सामने करोड़ों भारतीयों का संकल्प और सपना, दोनों एकदम स्पष्ट होना चाहिए। आपके सामने वो सेक्टर्स और फैक्टर्स भी स्पष्ट होने चाहिए, जो हमारे लिए चैलेंज भी हैं और opportunity भी हैं। जब हम एक लक्ष्य के साथ आगे बढ़ते हैं, मिलकर प्रयास करते हैं, तो नतीजे भी अद्भुत मिलते हैं। The bond forged by a shared purpose is stronger than blood. ये माइंड्स को unite करता है, ये passion को fuel करता है और ये समय की कसौटी पर खरा उतरता है। जब Common goal बड़ा होता है, जब आपका purpose बड़ा होता है, ऐसे में leadership भी विकसित होती है, Team spirit भी विकसित होती है, लोग खुद को अपने Goals के लिए dedicate कर देते हैं। जब Common goal होता है, एक shared purpose होता है, तो हर individual की best capacity भी बाहर आती है। और इतना ही नहीं, वो बड़े संकल्प के अनुसार अपनी capabilities बढ़ाता भी है। और इस process में एक लीडर डेवलप होता है। उसमें जो क्षमता नहीं है, उसे वो acquire करने की कोशिश करता है, ताकि औऱ ऊपर पहुंच सकें।

साथियों,

जब shared purpose होता है तो team spirit की अभूतपूर्व भावना हमें गाइड करती है। जब सारे लोग एक shared purpose के co-traveller के तौर पर एक साथ चलते हैं, तो एक bonding विकसित होती है। ये team building का प्रोसेस भी leadership को जन्म देता है। हमारी आज़ादी की लड़ाई से बेहतर Shared purpose का क्या उदाहरण हो सकता है? हमारे freedom struggle से सिर्फ पॉलिटिक्स ही नहीं, दूसरे सेक्टर्स में भी लीडर्स बने। आज हमें आज़ादी के आंदोलन के उसी भाव को वापस जीना है। उसी से प्रेरणा लेते हुए, आगे बढ़ना है।

साथियों,

संस्कृत में एक बहुत ही सुंदर सुभाषित है:

अमन्त्रं अक्षरं नास्ति, नास्ति मूलं अनौषधम्। अयोग्यः पुरुषो नास्ति, योजकाः तत्र दुर्लभः।।

यानि ऐसा कोई शब्द नहीं, जिसमें मंत्र ना बन सके। ऐसी कोई जड़ी-बूटी नहीं, जिससे औषधि ना बन सके। कोई भी ऐसा व्यक्ति नहीं, जो अयोग्य हो। लेकिन सभी को जरूरत सिर्फ ऐसे योजनाकार की है, जो उनका सही जगह इस्तेमाल करे, उन्हें सही दिशा दे। SOUL का रोल भी उस योजनाकार का ही है। आपको भी शब्दों को मंत्र में बदलना है, जड़ी-बूटी को औषधि में बदलना है। यहां भी कई लीडर्स बैठे हैं। आपने लीडरशिप के ये गुर सीखे हैं, तराशे हैं। मैंने कहीं पढ़ा था- If you develop yourself, you can experience personal success. If you develop a team, your organization can experience growth. If you develop leaders, your organization can achieve explosive growth. इन तीन वाक्यों से हमें हमेशा याद रहेगा कि हमें करना क्या है, हमें contribute करना है।

|

साथियों,

आज देश में एक नई सामाजिक व्यवस्था बन रही है, जिसको वो युवा पीढी गढ़ रही है, जो 21वीं सदी में पैदा हुई है, जो बीते दशक में पैदा हुई है। ये सही मायने में विकसित भारत की पहली पीढ़ी होने जा रही है, अमृत पीढ़ी होने जा रही है। मुझे विश्वास है कि ये नया संस्थान, ऐसी इस अमृत पीढ़ी की लीडरशिप तैयार करने में एक बहुत ही महत्वपूर्ण भूमिका निभाएगा। एक बार फिर से आप सभी को मैं बहुत-बहुत शुभकामनाएं देता हूं।

भूटान के राजा का आज जन्मदिन होना, और हमारे यहां यह अवसर होना, ये अपने आप में बहुत ही सुखद संयोग है। और भूटान के प्रधानमंत्री जी का इतने महत्वपूर्ण दिवस में यहां आना और भूटान के राजा का उनको यहां भेजने में बहुत बड़ा रोल है, तो मैं उनका भी हृदय से बहुत-बहुत आभार व्यक्त करता हूं।

|

साथियों,

ये दो दिन, अगर मेरे पास समय होता तो मैं ये दो दिन यहीं रह जाता, क्योंकि मैं कुछ समय पहले विकसित भारत का एक कार्यक्रम था आप में से कई नौजवान थे उसमें, तो लगभग पूरा दिन यहां रहा था, सबसे मिला, गप्पे मार रहा था, मुझे बहुत कुछ सीखने को मिला, बहुत कुछ जानने को मिला, और आज तो मेरा सौभाग्य है, मैं देख रहा हूं कि फर्स्ट रो में सारे लीडर्स वो बैठे हैं जो अपने जीवन में सफलता की नई-नई ऊंचाइयां प्राप्त कर चुके हैं। ये आपके लिए बड़ा अवसर है, इन सबके साथ मिलना, बैठना, बातें करना। मुझे ये सौभाग्य नहीं मिलता है, क्योंकि मुझे जब ये मिलते हैं तब वो कुछ ना कुछ काम लेकर आते हैं। लेकिन आपको उनके अनुभवों से बहुत कुछ सीखने को मिलेगा, जानने को मिलेगा। ये स्वयं में, अपने-अपने क्षेत्र में, बड़े अचीवर्स हैं। और उन्होंने इतना समय आप लोगों के लिए दिया है, इसी में मन लगता है कि इस सोल नाम की इंस्टीट्यूशन का मैं एक बहुत उज्ज्वल भविष्य देख रहा हूं, जब ऐसे सफल लोग बीज बोते हैं तो वो वट वृक्ष भी सफलता की नई ऊंचाइयों को प्राप्त करने वाले लीडर्स को पैदा करके रहेगा, ये पूरे विश्वास के साथ मैं फिर एक बार इस समय देने वाले, सामर्थ्य बढ़ाने वाले, शक्ति देने वाले हर किसी का आभार व्यक्त करते हुए, मेरे नौजवानों के लिए मेरे बहुत सपने हैं, मेरी बहुत उम्मीदें हैं और मैं हर पल, मैं मेरे देश के नौजवानों के लिए कुछ ना कुछ करता रहूं, ये भाव मेरे भीतर हमेशा पड़ा रहता है, मौका ढूंढता रहता हूँ और आज फिर एक बार वो अवसर मिला है, मेरी तरफ से नौजवानों को बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद।