আজি সমগ্ৰ দেশক অনুপ্ৰাণিত কৰা এনে সাতগৰাকী মহানুভৱৰ প্ৰতি বিশেষ কৃতজ্ঞতা ব্যক্ত কৰিছো, কিয়নো আপোনালোকে আপোনালোকৰ ব্যস্ত সময়সূচীৰ পৰা সময় উলিয়াইছে আৰু আপোনালোকৰ নিজৰ অনুভৱ ব্যক্ত কৰিছে। আপোনালোকে ফিটনেছৰ ভিন ভিন দিশৰ ওপৰত আপোনালোকৰ নিজৰ যিবোৰ অভিজ্ঞতা আেমাৰ সকলোৰে সমূখত বৰ্ণনা কৰিছে, সি নিশ্চিতভাৱে দেশৰ প্ৰতিটো প্ৰজন্মকে লাভৱান্বিত কৰিব, সেয়া মই অনুভৱ কৰিছো। আজিৰ এই আলোচনা যিকোনো বয়সৰ লোকৰ বাবে আৰু ভিন ভিন ৰুচি অভিৰুচিৰ লোকৰ বাবেই যথেষ্ট লাভদায়ক বিবেচিত হ’ব। ফিট ইণ্ডিয়া অভিযানৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে মই প্ৰতিগৰাকী দেশবাসীৰে সুস্বাস্থ্য কামনা কৰিছো।

এবছৰৰ ভিতৰতে এই ফিটনেছ অভিযান জনসাধাৰণৰ অভিযানত পৰিণত হৈছে, লগতে এক ধনাত্মক অভিযানো হৈছে। দেশত স্বাস্থ্য আৰু ফিটনেছক লৈ নিয়মিতভাৱে  সজাগতা বৃদ্ধি পাইছে। মই অতিকৈ সুখী যে যোগ, আসন, ব্যায়াম, বংকিং, ৰাণিং, ছুইমিং, স্বাস্থ্যসন্মত খাদ্যাভ্যাস, সুস্থ জীৱন শৈলী এইবোৰ এতিয়া আমাৰ স্বাভাৱিক সচেতনতাৰ অংশ হৈ পৰিছে।

|

বন্ধুসকল,

ফিট ইণ্ডিয়া অভিযানে নিজৰ প্ৰথমটো বৰ্ষ এনে এক সময়ত সম্পূৰ্ণ কৰিলে, যেতিয়া বছৰটোৰ ৬ টা মাহ অন্যান্য বিভিন্ন ধৰণৰ বাধা নিষেধৰ মাজেৰেই পাৰ কৰিবলগীয়া হ’ল। কিন্তু ফিট ইণ্ডিয়া অভিযানে নিজৰ প্ৰভাৱ আৰু প্ৰাসঙ্গিকতাক এই ক’ৰোনাৰ সময়ছোৱাত কাৰ্যকৰী কৰি দেখুৱাইছে। সঁচাকৈ, ফিট হৈ থকাটো সিমান কষ্টকৰ কাম নহয়, যিমান কষ্টকৰ বুলি মানুহৰ মনত ভ্ৰান্ত ধাৰণা আছে। সামান্য কিছু নিয়ম আৰু সামান্য কিছু পৰিশ্ৰমেৰে আপুনি চিৰকাল সুস্থ হৈ থাকিব পাৰে। ‘ফিটনেছ কি ডোজ, আধা ঘণ্টা ৰোজ, – এই মন্ত্ৰটোতেই সকলোৰে সুস্বাস্থ্য, সকলোৰে সুখ অন্তৰ্নিহিত হৈ আছে। সেয়া লাগিলে যোগাসনেই হওঁক, বেডমিণ্টনেই হওঁক, টেনিছেই হওঁক, বা ফুটবলেই হওঁক, কাৰাটেই হওঁক বা কাবাডীয়েই হওঁক, যিটোৱেই আপোনাৰ পচন্দ সেইটোৱেই অতি কমেও ৩০ মিনিট সময় কৰক বা খেলক। এতিয়া আমি দেখিবলৈ পাইছো যে যুৱ পৰিক্ৰমা মন্ত্ৰালয় আৰু স্বাস্থ্য মন্ত্ৰালয়ে একত্ৰিত হৈ বিভিন্ন ফিটনেছ প্ৰ’ট’কলো আৰম্ভ কৰিছে।

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বতে ফিটনেছক লৈ সজাগতাৰ সৃষ্টি হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই খাদ্যাভ্যাস, শাৰীৰিক কাৰ্যাৱলী আৰু স্বাস্থ্যৰ ওপৰত বৈশ্বিক কৌশল প্ৰস্তুত কৰিছে। শাৰীৰিক কাৰ্যাৱলীৰ ওপৰত বিশ্বজোৰা দিহা পৰামৰ্শও আগবঢ়োৱা হৈছে। আজি বিশ্বৰ বহু দেশেই ফিটনেছক লৈ ন ন লক্ষ্য স্থিৰ কৰিছে আৰু সেইবোৰৰ ওপৰত বহুতৰপীয়া কাম কৰিবলৈ লৈছে। অষ্ট্ৰেলিয়া, জাৰ্মানী, ব্ৰিটেইন, আমেৰিকা, এনে বহু দেশত এই সময়ত বহৎ মাত্ৰাত ফিটনেছ অভিযান চলি আছে, যাতে দেশসমূহৰ নাগৰিকসকলে যেন দৈনিক শাৰীৰিক অনুশীলন কৰে, শাৰীৰিক অনুশীলনৰ ৰুটিনৰ সৈতে জড়িত হয়।

|

বন্ধুসকল, আমাৰ আয়ুৰ্বেদ শাস্ত্ৰসমূহত কোৱা হৈছে –

সৰ্ব প্ৰাণী ভৃতাম্ নিত্যম্

আয়ুঃ যুক্তিম অপেক্ষতে

দৈৱে পুৰুষা কাৰে ছ

স্থিতম্ হি অশ্য বলা বলম

 

অৰ্থাৎ, এই সংসাৰত শ্ৰম, সফলতা, ভাগ্য সকলোবোৰেই আৰোগ্য আৰু সুস্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। স্বাস্থ্য থাকিলেহে ভাগ্য থাকিব, আৰু তেতিয়াহে সফলতা আহিব। যেতিয়া আমি নিয়মিত ৰূপত ব্যায়াম কৰো, নিজকে ফিট আৰু মজবুত কৰি ৰাখো, তেতিয়া আমাৰ মনত এক ভাৱনাৰ সৃষ্টি হয় যে আমি নিজেই নিজৰ নিৰ্মাতা। শৰীৰ ভালে থাকিলে নিজৰ মনতো এক আত্মবিশ্বাস গঢ় লৈ উঠে। ব্যক্তিৰ এই আত্মবিশ্বাসেই তেওঁক জীৱনৰ ভিন ভিন ক্ষেত্ৰত সফলতা প্ৰদান কৰে। এই কথাটোৱেই সমাজ আৰু দেশৰ ওপৰত প্ৰযোজ্য হয়। এটা পৰিয়াল, যিয়ে একেলগে খেলে, একেলগে ফিট হৈ থাকে।

|

এটা পৰিয়াল, যিয়ে একেলগে খেলে, একেলগে ফিট হৈ থাকে।

এই মহামাৰীৰ সময়ছোৱাত বহু পৰিয়ালে এই পৰীক্ষা কৰি চাইছে। একেলগে তেওঁলোকে খেলিছে, একেলগে যোগাসন কৰিছে, প্ৰাণায়াম কৰিছে, অনুশীলন কৰিছে, এলেগগে শৰীৰৰ ঘাম উলিয়াইছে। ইয়াৰ পৰা এটাই অনুভৱ হৈছে যে শাৰীৰিক ফিটনেছৰ বাবে এই উপায়ে কাৰ্যকৰী উপায় হিচাপে বিবেচিত হোৱাৰ লগতে আবেগিক সম্পৰ্ক উন্নীত হৈছে, বুজাবুজি বৃদ্ধি পাইছে, পাৰস্পৰিক সহযোগিতাও বৃদ্ধি পাইছে যিয়ে পৰিয়াল এটা একাত্ম হৈ থাকিবৰ বাবে প্ৰয়োজনীয় আটাইখিনি দিশেই প্ৰদান কৰিছে আৰু পৰিয়ালৰ এক শক্তি হিচাপে বিবেচিত হৈছে। সাধাৰণতে দেখা যায় যে যিকোনো ভাল অভ্যাস আমাক আমাৰ মা-দেউতাই শিকায়। কিন্তু ফিটনেছৰ ক্ষেত্ৰত এই বিষয়টো অলপ ওলোটা হৈছে। এতিয়া যুৱ সমাজে ইয়াৰ উদ্যোগ গ্ৰহণ কৰিছে, আগভাগ লৈছে। আৰু মা- দেউতাকো শাৰীৰিক অনুশীলন কৰিবলৈ উৎসাহিত কৰিছে।

 

বন্ধুসলকল, প্ৰবাদ আছে

মন চংগা তো কঠোতি মে গংগা

 

এই বাৰ্তা আধ্যাত্মিকভাৱে আৰু সামাজিকভাৱেও যথেষ্ট গুৰুত্বপূৰ্ণ, কিন্তু ইয়াত আৰু এক গভীৰ তত্ব নিহিত হৈ আছে, যিটো আমাৰ দৈনন্দিন জীৱনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াৰ এইটোও এক অৰ্থ যে আমাৰ মানসিক স্বাস্থ্যও যথেষ্ট গুৰুত্বপূৰ্ণ। অৰ্থাৎ sound mind is in a sound body. ইয়াৰ ওলোটা অৰ্থটোও ভুল নহয়। যেতিয়া আমাৰ মন ভালে থাকে, মন সুস্থ থাকে, তেতিয়া শৰীৰো সুস্থ হৈ থাকে। আৰু শেহতীয়াকৈ চৰ্চা হৈছে যে মনটোক সুস্থ কৰি ৰাখিবলৈ এটা উপায় আছে, মনটোক প্ৰসাৰিত কৰক, মনটোক বিস্তাৰিত কৰক। ব্যক্তিবিশে, যেতিয়া সংকুচিত ‘মই’টোৰ পৰা আগবাঢ়ি পৰিয়াল, সমাজ আৰু দেশক নিজৰেই প্ৰসাৰিত মনটোৰ অংশ বুলি ধৰি লয় তেতিয়াই তেওঁৰ নিজৰ মাজত এক আত্মবিশ্বাস গঢ় লৈ উঠে, মানসিকভাৱে শক্তিশালী হ’বৰ বাবে এক বৃহৎ ঔষধিৰ কাম কৰে ই। আৰু সেইবাবেই স্বামী বিবেকানন্দই কৈছিল – "শক্তি সামৰ্থ্যই জীৱন, দুৰ্বলতাই মৃত্যু। প্ৰসাৰতাই জীৱন, সংকোচনেই মৃত্যু।”

আজিকালি মানুহৰ সৈতে, সমাজৰ সৈতে, দেশৰ সৈতে জড়িত হ’বলৈ আৰু জড়িত হৈ থকাৰ পদ্ধতি আৰিু মাধ্যমৰ কোনো অভাৱ নাই, এতিয়া সুযোগেই সুযোগ। আৰু প্ৰেৰণাৰ বাবে আমাৰ ওচৰে পাজৰেও যথেষ্ট উদাহৰণ আছে। আজি আমি যি সাতগৰাকী মহান ব্যক্তিত্বক বাচনি কৰিছো, তেওঁলোকতকৈ আৰু ডাঙৰ প্ৰেৰণা কি হ’ব পাৰে, আমাৰ বাবে কৰণীয় কেৱল নিজৰ ৰুচি অভিৰুচি অনুসৰি কিছুমান কাম বাচনি কৰিব ল’ব লাগিব আৰু সেয়া নিয়মিতভাৱে কৰিব লাগিব। মই দেশবাসীক আহ্বান জনাও, প্ৰতিটো প্ৰজন্মৰে মহান ব্যক্তিত্বসকলক আহ্বান জনাও যে আপোনালোকে কিদৰে আনক সহায় কৰিব সেয়া থিৰাং কৰি লওঁক, নিজৰ সময়, নিজৰ জ্ঞান, নিজৰ দক্ষতা, শাৰীৰিক সহায়, যিয়েই নহওঁক, মুঠতে সহায় কৰাটো নিশ্চিত কৰক।

বন্ধুসকল, মোৰ বিশ্বাস যে দেশবাসীয়ে ফিট ইণ্ডিয়া অভিযানৰ সৈতে আৰু ব্যাপক ৰূপত জড়িত হৈ পৰিব আৰু আমি সকলোৱে লগলাগি দেশৰ জনসাধাৰণক ইয়াৰ সৈতে জড়িত কৰি যাম। ফিট ইণ্ডিয়া অভিযান প্ৰকৃততে এক হিট ইণ্ডিয়া অভিযানো হয়। সেইবাবে ভাৰত যিমানেই ফিট হ’ব, সিমানেই হিটো হ’ব। ইয়াত আপোনালোক সকলোৰে প্ৰয়াস সদায়েই সহায় কৰি যাব।

মই আপোনালোক সকলোকে শুভকামনাৰে আৰু সকলোকে আন্তৰিকতাৰে কওঁ যে আপোনালোক সকলোৱেই এই ফিট ইণ্ডিয়া অভিযানক এক নতুন শক্তি প্ৰদান কৰক, নতুন সংকল্পৰ সৈতে আগুৱাই লৈ যাওঁক, ফিট ইণ্ডিয়া ব্যক্তিসমষ্টিৰ এক অনবদ্য যাত্ৰাৰ অংশীদাৰ হওঁক। তাৰেই কামনাৰে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছো।

  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp November 17, 2023

    नमो नमो नमो नमो नमो
  • Laxman singh Rana July 29, 2022

    नमो नमो 🇮🇳🙏
  • Laxman singh Rana July 29, 2022

    नमो नमो 🇮🇳🌹
  • Laxman singh Rana July 29, 2022

    नमो नमो 🇮🇳
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Modi’s India hits back: How Operation Sindoor is the unveiling of a strategic doctrine

Media Coverage

Modi’s India hits back: How Operation Sindoor is the unveiling of a strategic doctrine
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
From the land of Sindoor Khela, India showcased its strength through Operation Sindoor: PM Modi in Alipurduar, West Bengal
May 29, 2025
QuoteThis is a decisive moment for West Bengal’s young generation. You hold the key to transforming the future of Bengal: PM in Alipurduar
QuoteFrom the land of Sindoor Khela, India showcased its strength through Operation Sindoor: PM Modi in West Bengal
QuoteTMC deliberately deny these benefits to Bengal’s poor, SC/ST/OBC communities, and tribal populations: PM’s strike against the TMC governance
QuoteThe voice of Bengal is loud and clear: Banglar chitkar, lagbe na nirmam shorkar! (Bengal’s cry: We reject a ruthless government!): PM Modi
QuoteA BJP-NDA government would bring development, security, and justice to every citizen: PM Modi’s reassurance in Bengal
QuoteTMC’s brutal governance has led to violence, unemployment, and corruption: PM while addressing Alipurduar

भारत माता की जय! जय जोहार
नॉमोश्कार।
बोरोरा आमार प्रोणाम नेबेन, छोटोरा भालोबाशा !
आप इतनी विशाल संख्या में यहां हमें आशीर्वाद देने आए हैं…मैं हृदय से बंगाल की जनता का अभिनंदन करता हूं। आज एवरेस्ट डे भी है। आज के दिन तेनजिंग नॉर्गे जी ने एवरेस्ट पर अपना परचम लहराया था। उनके सम्मान में हम भी अपना तिरंगा फहराएंगे। और आज ही महान स्वतंत्रता सेनानी रामानंद चटर्जी की जयंती भी है। ये महान संतानें, हमें प्रेरित करती हैं…बड़े संकल्पों की सिद्धि के लिए हौसला देती हैं।

साथियों,
21वीं सदी में भारत नए सामर्थ्य के साथ समृद्धि की नई गाथा लिख रहा है। आज देश का हर नागरिक…भारत को विकसित राष्ट्र बनाने के लिए जुटा है दिन रात जुटा हुआ है। और विकसित भारत बनाने के लिए पश्चिम बंगाल का विकसित होना बहुत ज़रूरी है। इसलिए... पश्चिम बंगाल को भी नई ऊर्जा के साथ जुटना है। बंगाल को फिर उसी भूमिका में आना होगा, जो कभी यहां की पहचान थी। इसके लिए ज़रूरी है कि पश्चिम बंगाल फिर से नॉलेज का...ज्ञान-विज्ञान का केंद्र बने। बंगाल- मेक इन इंडिया का एक बहुत बड़ा सेंटर बने। बंगाल, देश में पोर्ट लेड डवलपमेंट को गति दे। बंगाल अपनी विरासत पर गर्व करते हुए..उसे संरक्षित करते हुए तेज गति से आगे बढ़े।

|

साथियों,
केंद्र की भाजपा सरकार...इसी संकल्प के साथ काम कर रही है। भाजपा, पूर्वोदय की नीति पर चल रही है। बीते दशक में बीजेपी सरकार ने यहां के विकास के लिए हजारों करोड़ का निवेश किया है। अब से कुछ देर पहले यहां सिटी गैस डिस्ट्रीब्यूशन नेटवर्क का शुभारंभ भी हुआ है। केंद्र सरकार के प्रयासों से ही..कल्याणी एम्स बना है। न्यू अलीपुरद्वार और न्यू जलपाईगुड़ी जैसे रेलवे स्टेशनों का पुनर्विकास किया जा रहा है। बंगाल की व्यापारिक गतिविधियों को उत्तर भारत से जोड़ने के लिए.....डेडिकेटेड फ्रेट कॉरिडोर बन रहा है। कोलकाता मेट्रो का अभूतपूर्व विस्तार किया गया है। ऐेसे अनेक प्रोजेक्ट हैं जो भारत सरकार यहां पूरे करवाने का प्रयास कर रही है। भाजपा सरकार ईमानदारी से सबका साथ सबका विकास के मंत्र को लेकर बंगाल की प्रगति के लिए समर्पित है।
क्योंकि-
बांग्लार उदय तबेई,
विकशित भारोतेर जॉय!

साथियों,
ये समय पश्चिम बंगाल के लिए बहुत अहम है। ऐसे में, पश्चिम बंगाल के हर नौजवान पर आप सब पर बहुत बड़ा दायित्व है। आप सबने मिलकर के बंगाल का भविष्य तय करना है। आज पश्चिम बंगाल एक साथ कई संकटों से घिरा हुआ है। एक संकट समाज में फैली हिंसा और अराजकता का है। दूसरा संकट- माताओं-बहनों की असुरक्षा का है, उन पर हो रहे जघन्य अपराधों का है। तीसरा संकट- नौजवानों में फैल रही घोर निराशा का है, बेतहाशा बेरोजगारी का है। चौथा संकट, घनघोर करप्शन का है, यहां के सिस्टम पर लगातार कम होते जन विश्वास का है। और पांचवां संकट, गरीबों का हक छीनने वाली सत्ताधारी पार्टी की स्वार्थी राजनीति का है।

साथियों,
यहां मुर्शीदाबाद में जो कुछ हुआ...मालदा में जो कुछ हुआ… वो यहां की सरकार की निर्ममता का उदाहरण हैं। दंगों में गरीब माताओं-बहनों की जीवनभर की पूंजी राख कर दी गई। तुष्टीकरण के नाम पर गुंडागर्दी को खुली छूट दे दी गई है। जब सरकार चलाने वाले एक पार्टी के लोग, विधायक, कॉर्पोरेटर ही लोगों के घरों को चिन्हित करके जलाते हैं… और पुलिस तमाशा देखती है… तो उस भयावह स्थिति की कल्पना की जा सकती है। मैं बंगाल की भद्र जनता से पूछता हूं...क्या सरकारें ऐसे चलती हैं? ऐई भाबे शोरकार चले की ?

|

साथियों,
बंगाल की जनता पर हो रहे इन अत्याचारों से यहां की निर्मम सरकार को कोई फर्क नहीं पड़ता। यहां बात-बात पर कोर्ट को दखल देना पड़ता है। बिना कोर्ट के बीच में आए, कोई भी मामला सुलझता ही नहीं है। बंगाल की जनता को अब टीएमसी सरकार के सिस्टम पर भरोसा नहीं है। यहां की जनता के पास अब सिर्फ कोर्ट का आसरा ही है। इसलिए पूरा बंगाल कह रहा है---
बंगाल में मची चीख-पुकार...
नहीं चाहिए निर्मम सरकार
बांग्लार चीत्कार
लागबे ना निर्मम शोरकार

साथियों,
भ्रष्टाचार का सबसे बुरा असर नौजवानों पर पड़ता है, गरीब और मिडिल क्लास परिवारों पर होता है। भ्रष्टाचार कैसे चारों तरफ बर्बादी लाता है, ये हमने टीचर भर्ती घोटाले में देखा है। टीएमसी सरकार ने अपने शासनकाल में हज़ारों टीचर्स का फ्यूचर बर्बाद कर दिया है। उनके परिवारों को तबाह कर दिया, उनके बच्चों को असहाय छोड़ दिया। टीएमसी के घोटालेबाज़ों ने सैकड़ों गरीब परिवार के बेटे-बेटियों को अंधकार में धकेल दिया है। ये सिर्फ कुछ हज़ार टीचर्स के भविष्य के साथ खिलवाड़ नहीं है… बल्कि पश्चिम बंगाल के पूरे एजुकेशन सिस्टम को बर्बाद किया जा रहा है। टीचर्स के अभाव में लाखों बच्चों का भविष्य दांव पर है। इतना बड़ा पाप टीएमसी के नेताओं ने किया है। हद तो ये है कि ये लोग आज भी अपनी गलती मानने को तैयार नहीं है। उलटा देश की अदालत को न्यायपालिका को, कोर्ट को दोषी ठहराते हैं।

साथियों,
टीएमसी ने चाय बगान में काम करने वाले साथियों को भी नहीं छोड़ा है। यहां सरकार की कुनीतियों के कारण, टी गार्डन लगातार बंद होते जा रहे हैं...मजदूरों के हाथ से काम निकलता जा रहा है। यहां PF को लेकर जो कुछ भी हुआ है, वो बहुत शर्मनाक है। ये गरीब मेहनतकश लोगों की कमाई पर डाका डाला जा रहा है। TMC सरकार इसके दोषी लोगों को बचाने की कोशिश कर रही है। और मैं बंगाल के भाई-बहन आपको विश्वास दिलाने आया हूं कि भाजपा ये नहीं होने देगी।

साथियों,
राजनीति अपनी जगह पर है...लेकिन गरीब, दलित, पिछड़े, आदिवासी और महिलाओं से TMC क्यों दुश्मनी निकाल रही है? पश्चिम बंगाल के गरीब, SC/ST/OBC के लिए जो भी योजनाएं देश में चल रही हैं... उनमें से बहुत सारी योजनाएं यहां लागू ही नहीं होने दी जा रही है। पूरे देश में करोड़ों लोगों को आयुष्मान योजना के तहत मुफ्त इलाज मिल चुका है। लेकिन मुझे दुख के साथ कहना पड़ रहा है कि इसका फायदा पश्चिम बंगाल के मेरे भाइयो-बहनों को नहीं मिल रहा है। पश्चिम बंगााल का कोई साथी अगर दिल्ली, बेंगलुरू, चेन्नई गया है...उसको वहां मुफ्त इलाज नहीं मिल पाता है। क्योंकि निर्मम सरकार ने बंगाल के अपने लोगों को आयुष्मान कार्ड देने ही नही दिया। आज देशभर में 70 वर्ष से ऊपर के बुजुर्गों को 5 लाख रुपए तक मुफ्त इलाज की सुविधा मिल रही है। मैं तो चाहता हूं कि पश्चिम बंगाल में भी 70 वर्ष से ऊपर के सभी बुजुर्गों को मुफ्त इलाज की सुविधा मिले। लेकिन टीएमसी सरकार ये नहीं करने दे रही है। केंद्र की बीजेपी सरकार, देशभर में गरीब परिवारों को पक्के घर बनाकर दे रही है। लेकिन पश्चिम बंगाल में लाखों परिवारों का घर नहीं बन पा रहा है। क्योंकि टीएमसी के लोग इसमें कट-कमीशन की मांग कर रहे हैं। आखिर TMC सरकार आप लोगों को लेकर इतनी निर्मम क्यों हैं?

|

साथियों,
यहां की निर्मम सरकार के जितने उदाहरण दूं...वो कम हैं। पश्चिम बंगाल में बहुत बड़ी संख्या में हमारे विश्वकर्मा भाई-बहन है। ये लोग हाथ के हुनर से अनेक प्रकार के काम करते हैं। इनके लिए पहली बार भाजपा सरकार विश्वकर्मा योजना लाई है। इसके तहत देश के लाखों लोगों को ट्रेनिंग मिली है, पैसा मिला है, नए टूल मिले हैं, आसान ऋण मिला है। लेकिन पश्चिम बंगाल में 8 लाख एप्लीकेशन अभी लटकी पडी है। निर्मम सरकार उसपर बैठ गई है क्योंकि टीएममसी सरकार इस योजना को भी लागू नहीं कर रही है।

साथियों,
टीएमसी सरकार की मेरे आदिवासी भाई-बहनों से भी दुश्मनी कुछ कम नहीं है। देश में पहली बार जनजातियों में भी सबसे पिछड़ी जनजातियों के लिए पीएम जनमन योजना बनाई गई है। पश्चिम बंगाल में बहुत बड़ा आदिवासी समाज है। TMC सरकार, गरीब आदिवासियों का विकास भी नहीं होने दे रही है। उसने पीएम जनमन योजना को यहां लागू नहीं किया। टीएमसी हमारे आदिवासी समाज को भी वंचित ही रखना चाहती है।

साथियों,
TMC को आदिवासी समाज के सम्मान की परवाह नहीं है। 2022 में जब NDA ने एक आदिवासी महिला को राष्ट्रपति उम्मीदवार बनाया,
तो सबसे पहले विरोध करने वाली पार्टी TMC थी। बंगाल के आदिवासी इलाकों की उपेक्षा भी यही दिखाती है... कि इन्हें आदिवासी समाज से टीएमसी वालों कोई लगाव नहीं है, कोई लेनादेना नहीं है।

साथियों,
कुछ दिन पहले दिल्ली में नीति आयोग की गवर्निंग काउंसिल की बहुत महत्वपूर्ण बैठक हुई। ये एक अहम मंच होता है, जहां देशभर के मुख्यमंत्री मिलकर विकास पर चर्चा करते हैं। लेकिन अफसोस की बात है कि इस बार बंगाल सरकार इस बैठक में मौजूद ही नहीं रही। दूसरे गैर-भाजपा शासित राज्य आए, सभी दल के नेता आए। हमने साथ बैठकर चर्चा की। लेकिन TMC को तो सिर्फ और सिर्फ 24 घंटा पॉलिटिक्स करना है और कुछ करना ही नहीं है। पश्चिम बंगाल का विकास, देश की प्रगति...उनकी प्राथमिकता में है ही नहीं।

|

साथियों,
केंद्र सरकार की जिन योजनाओं को यहां लागू किया भी है, उनको पूरा नहीं किया जा रहा। पीएम ग्राम सड़क योजना के तहत पश्चिम बंगाल के गांवों के लिए 4 हजार किलोमीटर की सड़कें स्वीकृत की गई हैं। इनको पिछले साल तक पूरा हो जाना था। चार हज़ार किलोमीटर तो छोड़िए...यहां चार सौ किलोमीटर सड़कें भी नहीं बन पाई हैं।

साथियों,
इंफ्रास्ट्रक्चर के काम से सुविधाएं भी बनती हैं, और रोजगार भी बनते हैं। लेकिन हालत ये है कि पश्चिम बंगाल में 16 बड़े इंफ्रास्ट्रक्चर प्रोजेक्ट यहां की सरकार ने अटकाए हुए हैं। ये 90 हज़ार करोड़ रुपए से अधिक के प्रोजेक्ट हैं। कहीं रेल लाइन आनी थी, रुकी पड़ी है कहीं मेट्रो बननी थी रुकी पड़ी है, कहीं हाईवे बनना था, बंद पड़ा है , कहीं अस्पताल बनना था..कोई पूछने वाला नहीं। ऐसे प्रोजेक्ट्स को ये टीएमसी ने लटका कर रखा है। ये पश्चिम बंगाल के आप लोगों के साथ बहुत बड़ा धोखा है।

साथियों,
आज जब सिंदूर खेला की इस धरती पर आया हूं...तो आतंकवाद को लेकर भारत के नए संकल्प की चर्चा स्वभाविक है। 22 अप्रैल को पहलगाम में जम्मू-कश्मीर में आतंकियों ने जो बर्बरता की, उसके बाद पश्चिम बंगाल में भी बहुत गुस्सा था। आपके भीतर जो आक्रोश था...आपका जो गुस्सा था...उसको मैं भलीभांति समझता था। आतंकवादियों ने हमारी बहनों का सिंदूर मिटाने का दुस्साहस किया...हमारी सेना ने उनको सिंदूर की शक्ति का अहसास करा दिया... हमने आतंक के उन ठिकानों को तबाह किया...जिनकी पाकिस्तान ने कल्पना तक नहीं की थी।

साथियों,
आतंक को पालने वाले पाकिस्तान के पास दुनिया को देने के लिए कुछ भी पॉजिटिव नहीं है। जबसे वो अस्तित्व में आया है...तबसे ही उसने सिर्फ आतंक को पाला है। 1947 में बंटवारे के बाद से ही उसने भारत पर आतंकी हमला किया। कुछ सालों के बाद, उसने यहां पड़ोस में...आज के बांग्लादेश में जो आतंक फैलाया...पाकिस्तान की सेनाओं ने जिस प्रकार बांग्लादेश में रेप किए, मर्डर किए....वो कोई भूल नहीं सकता। आतंक और नरसंहार...ये पाकिस्तानी सेना की सबसे बड़ी expertise है। जब सीधा युद्ध लड़ा जाता है, तो उसकी हार तय होती है। उसका पराजय निश्चित होता है, उसको मुंह की खानी पड़ती है। यही कारण है कि – पाकिस्तान की सेना आतंकियों का सहारा लेती है। लेकिन पहलगाम हमले के बाद अब भारत ने दुनिया को बता दिया है...भारत पर अब आतंकी हमला हुआ...तो दुश्मन को उसकी बड़ी कीमत चुकानी पड़ेगी। और पाकिस्तान समझ ले, तीन बार घर में घुसकर मारा है तुमको। हम शक्ति को पूजने वाले लोग हैं...हम महिषासुरमर्दिनी को पूजते हैं... बंगाल टाइगर की इस धरती से ये 140 करोड़ भारतीयों का ऐलान है...ऑपरेशन सिंदूर अभी खत्म नहीं हुआ है।

|

साथियों,
पश्चिम बंगाल को, अब हिंसा की, तुष्टिकरण की, दंगों की, महिला अत्याचार की, घोटालों की राजनीति से मुक्ति चाहिए। अब पश्चिम बंगाल के सामने भाजपा का विकास मॉडल है। आज भाजपा, देश के कई राज्यों में सरकारें चला रही है। देश के लोग बार-बार भाजपा को अवसर दे रहे हैं। पड़ोस में असम हो..त्रिपुरा हो या फिर ओडिशा...यहां भाजपा सरकारें, तेजी से विकास कार्यों में जुटी हैं। मैं बंगाल के सभी भाजपा कार्यकर्ता साथियों से कहूंगा...हमें कमर कसकर तैयार रहना है। हमारे सामने एक बड़ी चुनौती है...कि लोकतंत्र पर पश्चिम बंगाल की जनता के विश्वास को फिर से कैसे बहाल करें। हमें पश्चिम बंगाल के हर परिवार को सुरक्षा की, सुशासन की और समृद्धि की गारंटी देनी है। इसके लिए आने वाले दिनों में अपने प्रयासों को हमें और तेज़ करना होगा।

साथियों,
विकसित भारत बनाने के लिए, पश्चिम बंगाल का तेज़ विकास बहुत ज़रूरी है। हमें पश्चिम बंगाल को उसका पुराना गौरव लौटाना है। ये हम सभी मिलकर करेंगे...और करके रहेंगे।
एक बार फिर आप सभी को इतनी बड़ी संख्या में यहां आने के लिए बहुत-बहुत आभार व्यक्त करता हूं!
मेरे साथ तिरंगा ऊंचा कर के बोलिए...
भारत माता की...

भारत माता की...

भारत माता की...

भारत माता की...

बहुत-बहुत धन्यवाद