তেলেংগানাৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বাৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;
“তেলেংগানাৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বাৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।”
Telangana Governor, Shri Jishnu Dev Varma, met PM @narendramodi. pic.twitter.com/J8VazEwsUx
— PMO India (@PMOIndia) August 3, 2024