প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে প্ৰযুক্তিয়ে বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি)ৰ ক্ষেত্ৰত প্ৰগতি আৰু গোলকীয় জীৱন শক্তিশালী কৰাৰ যথেষ্ট সম্ভাৱনা আছে।
আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পৰিচালন সঞ্চালক শ্ৰীমতী ক্ৰিষ্টালিনা জিঅ’ৰ্জিভাৰ এটা পোষ্টৰ সঁহাৰি দি শ্ৰী মোদীয়ে লিখিছে:
"প্ৰযুক্তিয়ে বহনক্ষম উন্নয়নৰ লক্ষ্য (এছডিজি)ৰ প্ৰগতি আৰু বিশ্বব্যাপী জীৱন শক্তিশালী কৰাৰ অপৰিসীম সম্ভাৱনা ৰাখে। মানৱ জাতিয়ে উজ্জ্বল আৰু উন্নত ভৱিষ্যতৰ বাবে ইয়াক একেলগে ব্যৱহাৰ কৰিব লাগে।
@KGeorgieva”
Technology holds immense potential for driving progress on the SDGs and empowering lives globally. May humanity harness it together for a brighter and better future. @KGeorgieva https://t.co/phRuev1jXR
— Narendra Modi (@narendramodi) November 19, 2024