তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ পোষ্টত কয়ঃ
“তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷”
Governor of Tamil Nadu, Shri R. N. Ravi, met Prime Minister @narendramodi. pic.twitter.com/hkekX4P9ov
— PMO India (@PMOIndia) July 16, 2024