প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব সহকাৰে কয় যে মন কী বাত অনুষ্ঠানত স্বচ্ছতা এক সঘনাই চৰ্চিত বিষয়সমূহৰ ভিতৰত অন্যতম হৈ আহিছে।
এক্সৰ narendramodi_in হেণ্ডেলত শ্বেয়াৰ কৰা এটা পোষ্টত তেওঁ কয় যে, "মন কী বাতৰ সময়ত স্বচ্ছতা সঁচাকৈয়ে এটা কেন্দ্ৰীয় বিষয়বস্তু হৈ আহিছে, য'ত আমি ভাৰতক স্বচ্ছ কৰি তোলাৰ বাবে উৎসৰ্গিত ব্যক্তিসকলৰ প্ৰেৰণাদায়ক যাত্ৰাক প্ৰৌজ্জ্বল কৰি তুলিছো।"
#10YearsOfSwachhBharat"
Swachhata has indeed been among the most discussed topics during #MannKiBaat. We have highlighted life journeys of exemplary people working to make India Swachh.#10YearsOfSwachhBharat https://t.co/8ijs2EnGFk
— Narendra Modi (@narendramodi) October 2, 2024