প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘স্বচ্ছ ভাৰত অভিযান’য়ে ১০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে আৰু ১৪০ কোটি ভাৰতীয়ৰ সহযোগিতাৰে পৰিচালিত এক অভূতপূৰ্ব আন্দোলন বুলি মন্তব্য কৰে।
‘মাইগভইণ্ডিয়া’-ই ‘এক্স’-ত পুনৰাই কৰা এলানি ‘পোষ্ট’-ত প্ৰধানমন্ত্ৰীয়ে লিখিছে:
"#10YearsOfSwachhBharat ১৪০ কোটি ভাৰতীয়ৰ সহযোগিতাৰে পৰিচালিত এক অভূতপূৰ্ব আন্দোলন!"
A phenomenal movement, powered by 140 crore Indians! #10YearsOfSwachhBharat https://t.co/xVC3Uu2Mu0
— Narendra Modi (@narendramodi) October 2, 2024