শ্ৰী এল কে  আদৱানীক জন্মদিনৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, বিদগ্ধ পণ্ডিত, সুবক্তা তথা অন্যতম সন্মানীয় নেতা শ্ৰী লাল কৃষ্ণ আদৱানী জীয়ে আমাৰ নাগৰিকসকলৰ সবলীকৰণ কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানক ভাৰতে সদায়েই মনত ৰাখিব৷ 

|

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শ্ৰী এল কে আদৱানী জীয়ে বিজেপিক গঢ় দিয়া আৰু সুদৃঢ়কৰণৰ বাবে দশক দশক জুৰি পৰিশ্ৰম কৰিলে৷ তেওঁ লগতে কয়, ভাৰতীয় ৰাজনীতিত আমাৰ দলে শক্তিশালী ৰূপত দশক দশক ধৰি আত্মপ্ৰকাশ কৰি থকাৰ মূলতে আদৱানী জীৰ দৰে নেতা তথা তেওঁৰ দ্বাৰা পৰিচালিত কাৰ্যকৰ্তাসকল৷   

|

শ্ৰী মোদীয়ে কয় যে আদৱানী জীৰ বাবে ৰাইজৰ সেৱা সদায়েই মূল্যবোধৰ সৈতে জড়িত হৈ থাকে৷ প্ৰধানমন্ত্ৰী কয়, তেওঁ মূল আদৰ্শৰ সৈতে কেতিয়াও আপোচ কৰা নাই৷ যেতিয়াই আমাৰ গণতন্ত্ৰৰ ৰক্ষাৰ কথা আহে, তেওঁ সদায়েই সন্মুখত থাকে৷ এগৰাকী মন্ত্ৰী হিচাপে তেওঁৰ প্ৰশাসনিক দক্ষতা বিশ্বজুৰি প্ৰশংসিত হৈছিল৷

 

 

  • Reena chaurasia August 26, 2024

    जय हो
  • Reena chaurasia August 26, 2024

    बीजेपी
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
‘India has every right to defend itself’: Germany backs New Delhi after Operation Sindoor

Media Coverage

‘India has every right to defend itself’: Germany backs New Delhi after Operation Sindoor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Administrator of the Union Territory of Dadra & Nagar Haveli and Daman & Diu meets Prime Minister
May 24, 2025

The Administrator of the Union Territory of Dadra & Nagar Haveli and Daman & Diu, Shri Praful K Patel met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“The Administrator of the Union Territory of Dadra & Nagar Haveli and Daman & Diu, Shri @prafulkpatel, met PM @narendramodi.”