‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭অক্টোবৰ অৰ্থাৎ দেওবাৰে ‘মন কী বাত’ সম্বোধন কৰিব। এয়া হৈছে আপোনাৰ উদ্ভাৱনীমূলক চিন্তা আৰু পৰামৰ্শৰাজি প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এক সুযোগ। এনে পৰামৰ্শসমূহ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ সম্বোধনৰ সময়ত উল্লেখ কৰিব পাৰে।
তলৰ মন্তব্য শিতানত আপোনাৰ ইনপুট শ্বেয়াৰ কৰক।
Comment 0