স্বাগতম!

২০১৮ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ৰচনা কৰা ‘এগজাম ৱাৰিয়ৰ্ছ’ কিতাপখন শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকলে আঁকোৱালি লৈছিল৷

অৰুণাচল প্ৰদেশৰ এগৰাকী কণমানি শিক্ষাৰ্থী আলীনা টায়াঙে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কিতাপখন পঢ়ি ভাল পোৱা বুলি পত্ৰ লিখে৷ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবুলিও জনায় যে প্ৰধানমন্ত্ৰীয়ে কিতাপখনত অভিভাৱক আৰু শিক্ষকসকলৰ বাবেও কিছু কথা অন্তৰ্ভুক্ত কৰিব পাৰিলেহেঁতেন৷ জনতাৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথাখিনি সমগ্ৰ ৰাষ্ট্ৰৰ সন্মুখত ‘মন কী বাত’ত প্ৰকাশ কৰে আৰু প্ৰত্যেককে কিতাপখনত অন্তৰ্ভুক্ত কৰিব পৰা বিষয়সমূহৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান জনায়৷ এয়া পৰীক্ষা সম্বন্ধীয় যিকোনো চিন্তা-ধাৰা, বৰ্তমান সময়ত শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান, সেই প্ৰত্যাহ্বানসমূহৰ সমাধান আদি যিকোনো নতুন বিষয় হ’ব পাৰে৷

অনুগ্ৰহ কৰি আপোনাৰ প্ৰতিক্ৰিয়া আৰু অন্যান্য সম্বন্ধীয় তথ্যসমূহ তলৰ মডিউলত প্ৰৱিষ্ট কৰি ছাবমিটত ক্লিক কৰক৷

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PMI data: India's manufacturing growth hits 10-month high in April

Media Coverage

PMI data: India's manufacturing growth hits 10-month high in April
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Jammu & Kashmir Chief Minister meets Prime Minister
May 03, 2025

The Chief Minister of Jammu & Kashmir, Shri Omar Abdullah met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“CM of Jammu and Kashmir, Shri @OmarAbdullah, met PM @narendramodi.”