প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা ৬মাহত চৰকাৰে গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্তই ১৩০কোটি ভাৰতীয়ৰ জীৱন-ধাৰণৰ মান উন্নত কৰিছে৷ তেওঁ কয় যে ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰৰে উজ্জীৱিত হৈ আৰু ১৩০ কোটি দেশবাসীৰ আশীৰ্বাদত চৰকাৰে দেশৰ উন্নয়ন আৰু দেশৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ নিষ্ঠাৰে কাম কৰি আছে৷

তেওঁ কয় যে যোৱা ৬মাহত চৰকাৰে কেইবাটাও সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছে, যিয়ে ভাৰতৰ উন্নয়ন, সামাজিক সৱলীকৰণক নতুন গতি দিছে আৰু দেশৰ ঐক্য-সংহতি বৃদ্ধি কৰিছে৷ তেওঁ লগতে কয়, ‘অনাগত দিনত আমি ইয়াতকৈ অধিক কাম কৰাৰ সপোন দেখিছো, যাতে আমি এখন নতুন ভাৰত নিৰ্মাণ কৰিব পাৰো৷’

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
How iPhones are driving smartphone exports from India

Media Coverage

How iPhones are driving smartphone exports from India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2025
February 19, 2025

Appreciation for PM Modi's Efforts in Strengthening Economic Ties with Qatar and Beyond