প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ নতুন ভাৰত গঢ়াৰ সংকল্পৰ কেন্দ্ৰবিন্দু হৈছে মহিলাসকল লৈংগিক সমানতা আৰু নাৰী সৱলীকৰণ ক্ষেত্ৰত সজাগতা সৃষ্টিত বিশেষ গুৰুত্ব দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেঁওৰ মতে ভাৰতত মহিলাসকলৰ উন্নয়নেই নহয়, ভাৰতৰ সামগ্ৰিক উন্নয়নৰ নেতৃত্ব বহন কৰাৰ ক্ষেত্ৰত মহিলাসকলক অগ্ৰণী হিচাপে গঢ়ি তুলিব লাগিব। সেই মৰ্মেই এনডিএ চৰকাৰে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত ধ্যান কেন্দ্ৰিত কৰিছে।

কন্যা সন্তানৰ সুৰক্ষা আৰু সৱলীকৰণ

বেটি বচাও বেটি পঢ়াও আঁচনি ২০১৫ চনৰ আৰম্ভনিতে গ্ৰহণ কৰা হৈছিল। শিশু কন্যা সন্তানৰ প্ৰতি সমাজৰ যি দৃষ্টিভংগী আছিল সেয়া সলনি কৰাৰ অৰ্থেই এই উদ্যোগ গ্ৰহণ কৰা হৈছিল। চৰকাৰৰ এই উদ্যোগ পৰবর্তী সময়ত গণ আন্দোলনত পৰিণত হৈ পৰে।  প্রশিক্ষণ,  সচেতনতা বৃদ্ধি, সংবেদনশীলতা, সমিতি গঠন কৰি সমাজৰ এই মানসিকতাৰ পৰিবর্তনৰ অৰ্থে শক্তিশালী পদক্ষেপ গ্রহণ কৰা হৈছে। ইয়াৰ ফলতে নাৰী আৰু পুৰুষৰ আনুপাতিক হাৰ হিচাপে স্বীকৃত হৈ পৰা ১০৪ খন জিলাত জন্মৰ সময়ত লিংগানুপাত যথেষ্ট উন্নত হৈছে। ১১৯ খন জিলাত প্ৰথম তিনিমাহত পঞ্জীকৰণৰ সময়ত প্ৰগতি লাভ কৰিছে আৰু ১৪৬ খন জিলাত সংস্থাগত প্ৰসৱৰ ঘটনাও উন্নত হৈছে। এই জিলাসমূহে গ্ৰহণকৰা উদ্যোগৰ সফলতাৰ বাবে উৎসাহিত হৈ পৰা বিবিবিপিয়ে এতিয়া দেশৰ ৬৪০ খন জিলাৰ আটাইকেইখনতে বিস্তাৰ লাভ কৰিছে।

বালিকাসকলক শক্তিশালী কৰি তোলাত শিক্ষা ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। একেদৰে চৰকাৰৰ নিৰলস প্ৰচেষ্টাৰ ফলত নাৰী শিক্ষাৰ বাবে বিভিন্ন ছাত্ৰ বৃত্তি, মাধ্যমিক বিদ্যালয়ত ছাত্ৰীসকলৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে। বালিকাসকলক বিত্তীয় সুৰক্ষা প্ৰদান কৰাৰ লক্ষ্যৰেই প্ৰধানমন্ত্ৰী সুকন্যা সমৃদ্ধি যোজনাৰ শুভাৰম্ভ কৰা হৈছিল ইয়াৰ সফলতাস্বৰূপে মহিলাসকলৰ নামত ১.৫ কোটিৰো অধিক সুকন্যা সমৃদ্ধি একাউন্ট খোলা হৈছে। আৰু ইয়াত প্ৰায় ৩০,০০০ৰো অধিক ধন এই একাউন্টত জমা হৈছে।

মহিলাসকলক আৰ্থিকভাৱে স্বচ্ছল কৰি তোলা (Financial Inclusion and Empowerment)

মহিলাসকলৰ আৰ্থিক দিশ টনকিয়াল কৰা, আনুষ্ঠানিক আৰ্থিক প্ৰতিষ্ঠানৰ পৰা উপকৃত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে। মহিলা কেন্দ্ৰিক উন্নয়ন গতিশীল কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে শিক্ষা, দক্ষতা প্ৰশিক্ষণ তথা আনুষ্ঠানিক ঋণগ্ৰহণ যাতে মহিলাসকলেই লাভ কৰে সেয়ে নিশ্চিত কৰা হৈছে।

প্ৰধানমন্ত্ৰী জন ধন আঁচনিয়ে মহিলাসকলক আৰ্থিকভাৱে স্বচ্ছল কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। গ্ৰামাঞ্চলৰেই বা চহৰাঞ্চলৰ ১৮ কোটিৰো অধিক মহিলাসকলক প্ৰথমবাৰলৈ বেংকিং সেৱাৰ অধীনত সামৰি লোৱা হৈছে।

মহিলাসকলৰ মাজত বহুতো দক্ষতা আছে আৰু এইক্ষেত্ৰত বিত্তীয় সহযোগিতাই এই দক্ষতাক এগৰাকী সফল উদ্যোগী হিচাপে গঢ়ি তোলাত সহায়ক হৈ পৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে উদ্যোগীসকলক সুদমুক্ত ঋণ প্ৰদান কৰা তেঁওলোকৰ সপোন দিঠকত পৰিণত কৰাৰ অৰ্থে মুদ্ৰা যোজনাৰ শুভাৰম্ভ কৰিছিল। আন এক উৎসাহমূলক কাৰ্যসূচী, ষ্টেণ্ডআপৰ জৰিয়তেও মহিলাসকল বা অনুসূচিত জাতি/অনুসূচিত জনজাতিৰ উদ্যোগীসকলক এক কোটি টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা কৰিছে। এই আঁচনিসমূহ কাৰ্যকৰী কৰি তোলাৰ ক্ষেত্ৰত মহিলাসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।  মুদ্রা যোজনা আৰু ষ্টেণ্ডআপ ইণ্ডিয়া প্রকল্পৰ ফলত ১০ কোটিৰো অধিক লোক যুটীয়াভাৱে উপকৃত হৈছে। প্রায় ৭০ শতাংশ মহিলা মুদ্রা যোজনাৰ পৰা উপকৃত হয়েছে। 

দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত মহিলাসকলৰ অংশগ্ৰহণ উল্লেখজনক। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা(পিএমকেভিৱাই) ২.0 ৰ অধীনত মনোনীত হোৱা লভ্যাৰ্থীসকলৰ ভিতৰত অধিকাংশই হৈছে মহিলা। এই যোজনাই মহিলাসকলৰ দক্ষতা, পাৰদৰ্শিতা আৰু কৌশলক অনুপ্ৰাণিত কৰিব। তেঁওলোক কৰ্মসংস্থাপনৰ দক্ষতা বৃদ্ধি কৰাই নহয় মহিলাসকলক স্বনিৰ্ভৰশীল কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

আৰ্থিকভাৱে স্বচ্ছল তথা নিজ ক্ষমতাৰ প্ৰতি আত্মবিশ্বাসী এগৰাকী মহিলাইহে বঞ্চনাৰ শিকলি ছিগি পেলাব পাৰে। শিক্ষা আৰু দক্ষতাৰে পৰিয়ালৰ সমান্তৰালকৈ সমাজত নিজকে আগবঢ়াই নিয়াত সহায় কৰে। বিত্তীয় স্বাধীনতাৰ লগতে তেঁওৰ নিৰ্ণয় লোৱাৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰে আৰু সমাজতো সকলো শ্ৰেণীৰ মানুহৰ পৰা স্বীকৃতি লাভ কৰে

কৰ্মদ্যোগী মহিলাসকলক উৎসাহিত কৰা (Encouraging Working Women)

বহু মহিলাই সংগঠিত ক্ষেত্ৰৰ কৰ্ম এৰি দিয়াৰ এক অন্যতম কাৰণ হৈছে গৰ্ভৱস্থাত পৰ্যাপ্ত ধনাদেয় প্ৰসুতিকালীন অৱসৰ নোপোৱা।ফলত মহিলাগৰাকীয়ে নৱজাত সন্তানৰ চোৱাচিতা বা তেঁওৰ কেৰিয়াৰৰ দুটাৰ এটা বাচি ল’বলৈ বাধ্য হয়। এইক্ষেত্ৰত চৰকাৰে সদ্যোজাত আৰু মহিলাসকলৰ ভৱিষ্যত নিশ্চিত কৰাৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। মেটাৰনিটি বেনিফিট(এমেণ্ডমেন্ট) বিধেয়ক ২০১৭ গ্ৰহণ কৰি প্ৰসুতিকালীন মহিলাৰ ছুটী ১২ সপ্তাহৰ পৰা ২৬ সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। ভাৰতৰ এই প্ৰগতিশীল পদক্ষেপে দেশখনক বিশ্বৰ শ্ৰেষ্ঠ দেশসমূহৰ ভিতৰত অন্যতমৰূপে চামিল কৰিছে। এনে ধৰণৰ যুগান্তকাৰী পদক্ষেপৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাৰীকেন্দ্ৰিক উন্নয়নৰ ধাৰণাক এক নতুন দিশ দিছে।

প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনা বাহিনীত মহিলা বিষয়াক স্থায়ী কমিছনদ(Permanent Commission) বিষয়া হোৱাৰ সুযোগ প্ৰদান কৰিছে। নিকট ভৱিষ্যতত উৎসাহী  মহিলা প্ৰাৰ্থীসকলৰ সশস্ত্ৰ বাহিনীত কেৰিয়াৰ গঢ়ি তোলাৰ পথ প্ৰশস্ত হৈছে। তৃণমূল স্তৰত কাম কৰা মহিলাসকলৰ বাবেও বিশেশ পদক্ষেপ লোৱা হৈছে। মোডী চৰকাৰে আশা আৰু অংগনাবাড়ী কৰ্মীসকলৰ বাবেও বিভিন্ন উপযোগী পদক্ষেপ গ্ৰহণ কৰিছে আৰু তেঁওলোকৰ সামাজিক নিৰাপত্তা তথা ভাট্টা বৃদ্ধি কৰিছে। এয়া তেঁওলোকৰ নিৰলস পৰিশ্ৰমৰ প্ৰতি উৎসাহ দিয়াৰ অৰ্থেই চৰকাৰে পদক্ষেপ লৈছে।  

মহিলাসকলৰ কল্যাণৰ অৰ্থে যুগান্তকাৰী পদক্ষেপ (Pathbreaking Programmes for Welfare of Women)

প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনা আৰু স্বচ্ছ ভাৰত এই দুই প্ৰকল্প প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হৈছে। দেশৰ প্ৰতিটো পৰিয়ালতে চৰ্চিত হৈ পৰা এই আঁচনিয়ে কোটি কোটি মহিলাসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিছে, বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক উপকাৰ সাধন কৰিছে।

একেদৰে বিনামূলীয়াকৈ ৰন্ধন গেছ যোগান ধৰা উজ্জ্বলা যোজনাই দেশৰ ৬.৭ কোটি মহিলাক ধোৱা মুক্ত জীৱন দিবলৈ সক্ষম হৈছে। ইয়ে তেঁওলোকক স্বস্থ জীৱন দিয়াই নহয়, জুইৰ বাবে ব্যৱহাৰ হোৱা খৰি সংগ্ৰহ কৰিবলৈ যোৱা কষ্টৰ পৰা সকাহ দিয়াৰ লগতে তেঁওলোকৰ সময় ৰাহি কৰিছে।

স্বচ্ছ ভাৰতে স্বচ্ছতাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱৰ্তন আনিছে আৰু মহিলাসকলক সুৰক্ষিত অনাময় ব্যৱস্থা উপলদ্ধ কৰোৱাত সহায় কৰিছে। ইয়াৰ অধীনত প্ৰায় ৯.৭৬ কোটি ঘৰত শৌচালয় নিৰ্মাণ কৰা হৈছে। ইয়াৰ লগতে ২৮ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫.৫২ খন গাঁৱত মুকলি শৌচমু্ক্ত অঞ্চল(open defecation free) ঘোষণা কৰা হৈছে।

স্থাবৰ সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত মহিলাসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অগ্ৰাধিকাৰ দিয়া হৈছে। 

একক মাতৃৰ ক্ষেত্ৰত পাৰপত্ৰ নিয়মৰো ৰেহাই দিয়া হৈছে। ইয়াৰ ফলত কোনো ধৰণৰ সমস্যা নোহোৱাকৈয়ে আনুষ্ঠানিকতা সম্পন্ন কৰি তেঁওলোকক উপকৃত কৰা হৈছে।

এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন এনডিএ চৰকাৰে মহিলাসকলৰ উন্নয়নত গুৰুত্ব দিয়াই নহয়, বৰঞ্চ মহিলাৰ নেতৃত্বত উন্নয়নৰ প্ৰতি গুৰুত্ব আৰোপ কৰি মহিলাসকলক সৱলীকৰণ কৰাৰ ওপৰত বিশেষ জোৰ দিয়া হৈছে।

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Cabinet approves minimum support price for Copra for the 2025 season

Media Coverage

Cabinet approves minimum support price for Copra for the 2025 season
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi’s Vision Fuels Delhi’s Development
April 12, 2024

“Delhi has the good fortune to get an opportunity of keeping the flag of nations' prestige flying high.”
- PM Narendra Modi as Delhi prepared to host the G20 Summit

The last ten years of Prime Minister Narendra Modi’s government have set in motion the creation of a New India—from rural to urban, from water to electricity, from houses to health, from education to employment, from castes to classes—a comprehensive plan bringing growth and prosperity to each doorstep.

The National Capital Territory of Delhi has emerged as a pivotal part of this dynamic developmental momentum spearheaded by PM Modi throughout this transformative decade.

The city has been at the heart of the infrastructural shift that has given a dedicated facelift to the entire nation. Today infrastructural marvels like Atal Setu, Chenab Bridge, Statue of Unity, and Zojila Tunnel dot India’s ever-evolving landscape.

With its focus on revamping transportation networks, upgrading urban amenities, and expanding digital infrastructure, the Modi government has launched an array of transformative initiatives. From railways, highways to airports, these initiatives have been key in galvanising inclusive and sustainable development across the length and breadth of the country.

The impressive expansion of the metro rail network has revolutionised urban commuting in India. From a mere 5 cities in 2014, the metro rail network now serves 21 cities across the nation—expanding from 248 km in 2014 to 945 km by 2024, with 919 km of lines under construction in 26 additional cities.

The Union Cabinet has recently approved two new corridors of Delhi Metro Phase-IV—Lajpat Nagar to Saket G-Block and Inderlok to Indraprastha. Both the lines have a combined length of over 20 kms with a project cost of over Rs. 8,000 crore (funding being sourced from the Union Govt, Govt of Delhi, and international agencies). The Inderlok- Indraprastha line will play a significant role in enhancing connectivity to the Bahadurgarh region of Haryana. Additionally, India’s first Namo Bharat train, operating on the Delhi-Meerut Regional Rapid Transit System (RRTS) corridor further underlines the Modi government’s commitment to enhancing regional connectivity and upgrading its transportation infrastructure.

Further, the Bharatmala Pariyojana envisages improved logistics efficiency and connectivity via the development of nearly 35,000 km of National Highway corridors. 25 greenfield high-speed corridors have been planned under the plan out of which four intersect with Delhi’s growing infra capacity: Delhi-Mumbai Expressway, Delhi-Amritsar-Katra Expressway, Delhi-Saharanpur-Dehradun Expressway, and the Urban Extension Road-II. The total project length sanctioned for Delhi is 203 km with an allocation of over Rs. 18,000 crore.

Over the past decade, the Modi government has consistently dedicated efforts towards augmenting capacity and decongestion of airports. After the IGI Airport Delhi became the first airport in the country to have four runways and an elevated taxiway, the expanded state-of-the-art Terminal 1 has also been inaugurated recently. In addition, the upcoming Noida International Airport (Jewar) shall further contribute to decongestion of the Delhi airport which is serving millions of passengers annually.

Besides, the inauguration of the New Parliament has further added civilisational yet modern connotations to the city’s landscape. Inauguration of the Yashobhoomi (India International Convention & Expo Centre) has given Delhi India’s largest convention and exhibition centre, offering a mixed purpose tourism experience. Along with Yashobhoomi, the Bharat Mandapam, a world-class convention and exhibition centre, showcases India to the world.

In terms of welfare, the Modi government has launched several schemes benefitting people hitherto on the margins of growth and development. Women’s safety in Delhi has been a key concern. To address the same, the Modi government strengthened the Criminal Law (Amendment) Act, 2013 by increasing the quantum of punishment for rape, including capital punishment for rape of a girlchild below the age of 12.

The Union Home Ministry established a separate Women Safety Division back in 2018. One-stop centers, Sakhi Niwas, Safe City Project, Nirbhaya Fund, SHe-Box, Investigation Tracking System for Sexual Offences, and Cri-MAC (Crime Multi-Agency Center) among others are significant additions in the government’s campaign towards women safety.

In addition, Swachh Bharat Mission, PM Ujjwala Yojana, PM Matru Vandana Yojana, and Beti Bachao Beti Padhao have further led to the empowerment of Nari Shakti in India.

As India becomes the 3rd largest startup ecosystem in the world, Delhi is also contributing significantly towards this development. Today over 13,000 DPIIT-recognised startups are functioning in Delhi even as the government is promoting self-employment through PM MUDRA Yojana with over 2.3 lakh loans sanctioned worth over Rs. 3,000 crore for FY2023-24 (as on 26.01.2024).

PM SVANidhi, which provides collateral free loans to street vendors, is supporting over 1.67 lakh beneficiaries in Delhi. Further, under the Aatmanirbhar Bharat Rozgar Yojana, launched in 2020 to incentivise employers for creation of new employment and restoration of loss of employment during Covid-19 pandemic, over 2.2 lakh employees benefitted in Delhi.

Further, nearly 30,000 houses have been sanctioned and completed in Delhi under PM Awas Yojana (Urban).

Air pollution has been a recurring problem for the people of Delhi. Conscious of this reality, the central government has launched the National Clean Air Programme as a national level strategy to reduce air pollution level across the country.

The Modi government's tenure over the last decade has brought about a remarkable transformation in Delhi across various fronts. From infrastructure development to governance reforms, from education to employment, the government's initiatives have left an indelible mark on the capital city. As Delhi continues on its journey of progress and development, the contributions of the Modi government are set to shape its future trajectory for years to come.