২৮ ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ‘মোৰ বুথ, সকলোতকৈ মজবুত’ শীৰ্ষক আচুতীয়া বাৰ্তালাপৰ বাবে সাজু হওক৷ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ স্বেচ্ছাসেৱী, সমৰ্থক আৰু পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰিব৷
তলৰ মন্তব্যৰ স্থানত ‘মোৰ বুথ, সকলোতকৈ মজবুত’ সন্দৰ্ভত আপোনাৰ প্ৰশ্ন প্ৰেৰণ কৰক৷