প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱালিয়ৰ ৰে'ল ষ্টেশ্যনৰ পুনৰ্বিকাশৰ বাবে চলি থকা কাম-কাজৰ প্ৰশংসা কৰে।
কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে এই সন্দৰ্ভত ‘এক্স’-ত দিয়া এটা ‘পোষ্ট’ ‘শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;
"ভাল কথা হৈছে! সমগ্ৰ দেশৰ ৰে’ল ষ্টেশ্যনসমূহৰ পুনৰুজ্জীৱিতকৰণ হৈছে আমাৰ চৰকাৰৰ এক প্ৰাথমিকতা। অত্যাধুনিক সা-সুবিধাৰ সৈতে গোৱালিয়ৰ ৰে'ল ষ্টেশ্যনৰ বিকাশৰ জৰিয়তে যাত্ৰীসকলৰ যাত্ৰা অধিক স্বাচ্ছন্দ্যপূৰ্ণ হ'ব। "
बहुत खूब! देशभर के रेलवे स्टेशनों का कायाकल्प करना हमारी सरकार की प्राथमिकता है। अत्याधुनिक सुविधाओं के साथ ग्वालियर रेलवे स्टेशन के विकसित होने से यात्रियों का सफर बहुत आसान होने वाला है। https://t.co/4ZZd94o2W2
— Narendra Modi (@narendramodi) September 30, 2023