প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ঐতিহাসিক কাশী বিশ্বনাথ ধামে নতুন যুগৰ পুনৰাবৃত্তি প্ৰত্যক্ষ কৰিছে৷
ভাৰতৰ পবিত্ৰতম চহৰৰ এটা পবিত্ৰতম মন্দিৰে এতিয়া ঐতিহাসিক কৰিডৰ লাভ কৰিছে, যিটোৱে ইয়াৰ মহৎ ঐতিহ্যক লাভান্বিত কৰিব
বিশাল প্ৰৱেশ দ্বাৰৰ পৰা আৰম্ভ কৰি মন্দিৰৰ চাৰিওফালে বিস্তীৰ্ণ এলেকাৰ ব্যৱস্থা আছে, য’ত একে সময়তে হাজাৰ হাজাৰ লোক সমবেত হ’ব পাৰিব, বিভিন্ন ধৰণৰ নক্সাৰ পৰা গংগালৈ সুগম আৰু বহল পথে বাবা বিশ্বনাথ মন্দিৰৰ দৃশ্য সলনি কৰি তুলিছে৷
অত্যাধুনিক সা-সুবিধাৰ উপৰি কাশী বিশ্বনাথ ধামত পৌৰাণিক আৰু আধুনিকতাৰ উপযুক্ত সমন্বয় প্ৰতিফলিত হৈছে
এই ছবিসমূহৰ জৰিয়তে দিব্য কাশী, ভব্য কাশীক ওচৰৰ পৰা প্ৰত্যক্ষ কৰক