প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰপতিজীৰ ভাষণে আমাক এক সমৃদ্ধ আৰু উন্নত ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰি থাকিবলৈ অনুপ্ৰাণিত কৰে।

 

শ্ৰী মোদীয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ সম্পূৰ্ণ পাঠো শ্বেয়াৰ কৰে।

 

ভাৰতৰ ৰাষ্ট্ৰপতিৰ এক্স পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;

 

"আমাৰ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰপতিজীৰ এক প্ৰেৰণাদায়ক ভাষণ। ই আমাক এক সমৃদ্ধ আৰু উন্নত ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰি থাকিবলৈ অনুপ্ৰাণিত কৰে।"

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
From Indus water treaty suspension to visa cuts: 10 key decisions by India after Pahalgam terror attack

Media Coverage

From Indus water treaty suspension to visa cuts: 10 key decisions by India after Pahalgam terror attack
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 এপ্ৰিল 2025
April 25, 2025

Appreciation From Citizens Farms to Factories: India’s Economic Rise Unveiled by PM Modi